Physics MCQ For SSUHS CEE Entrance Exam Part-5

Physics MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-5

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 40+ MCQs on Physics for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) নিউটনৰ প্ৰথম গতি সূত্ৰটোক জনা যায়—

(ক) ঘৰ্ষণৰ নীতি

(খ) জড়তাৰ নীতি

(গ) গতিৰ নীতি

(ঘ) মহুূৰ্তৰ নীতি 

উত্তৰঃ (খ) জড়তাৰ নীতি

২) বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম—

(ক) থাৰ্ম’ৰ্মিটাৰ

(খ) হাইগ্ৰমিটাৰ

(গ) এনিম’মিটাৰ

(ঘ) চিচম’গ্ৰাফ 

উত্তৰঃ (খ) হাইগ্ৰমিটাৰ

৩) ভূ-চৌম্বক ক্ষেত্ৰৰ কোন ঠাইত উলম্ব উপাংশ শূন্য় হয় ?

(ক) চৌম্বক মেৰুত

(খ) ভৌগোলিক মেৰুত

(গ) চৌম্বক বিষুৱত

(ঘ) সকলো ঠাইত

উত্তৰঃ (গ) চৌম্বক বিষুৱত

৪) এটা অ-চুম্বকীয় পদাৰ্থৰ টুকুৰা উচ্চ ক্ষমতা সম্পন্ন চুম্বক এডালৰ ওচৰলৈ নিয়াত বিকৰ্ষিত হ’ল। তেন্তে পদাৰ্থবিধ হ’ব-

(ক) অনচুুম্বক

(খ) লৌহ চুম্বক

(গ) অ-চুম্বকীয়

(ঘ) অপ-চুম্বকীয়

উত্তৰঃ (ক) অনচুুম্বক

৫) ক্ষমতা (Power)ৰ S.I. একক কি

(ক) হাৰ্টজ

(খ) ৱাট

(গ) জুল

(ঘ) নিউটন 

উত্তৰঃ (খ) ৱাট

৬) চাপ (Pressure)ৰ একক কি —

(ক) কেলভিন

(খ) পাস্কেল

(গ) মি লি বাৰ

(ঘ) জুল 

উত্তৰঃ (খ) পাস্কেল 

৭) শব্দৰ গতি বেগ আটাইতকৈ বেছি হয়-

(ক) পানী

(খ) ধাতু

(গ) বায়ু

(ঘ) শূন্য় 

উত্তৰঃ (খ) ধাতু

৮) আলোকবৰ্ষ (Light Year) কিহৰ একক—

(ক) সময়

(খ) দুৰত্ব

(গ) পোহৰ উত্তৰ

(ঘ) শব্দ

উত্তৰঃ (খ) দুৰত্ব

৯) প্ৰ’টনত থকা আধান হ’ল— 

(ক) পৰিৱৰ্তনশীল

(খ) ধনাত্মক

(গ) নিৰপেক্ষ

(ঘ) ঋণাত্মক 

উত্তৰঃ (খ) ধনাত্মক

১০) বেছি ভাগ পদাৰ্থ হ’ল –

(ক) অপ-চুম্বক

(খ) অনুচুম্বক

(গ) লৌহ চুম্বক

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (ক) অপ-চুম্বক

১১) তলৰ কোনবিধ পদাৰ্থ লৌহ চুম্বকীয় ?

(ক) সোণ

(খ) ৰূপ

(গ) নিকেল

(ঘ) মেংগানিজ

উত্তৰঃ (খ) ৰূপ

১২) ওচৰা-ওচৰিকৈ থকা দুডাল পোন পৰিবাহীয়ে পৰস্পৰ বিপৰীত দিশত প্ৰবাহ কঢ়িয়াই নিলে সিহঁতে

(ক) পৰস্পৰক আকৰ্ষণ কৰিব

(খ) পৰস্পৰক বিকৰ্ষণ কৰিব

(গ) কোনো আন্তঃক্ৰিয়া নাথাকিব

(ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (খ) পৰস্পৰক বিকৰ্ষণ কৰিব

১৩) এখন চৌম্বক ক্ষেত্ৰই

(ক) সদায় আহিত কণাৰ ওপৰত বল সৃষ্টি কৰে ।

(খ) কেতিয়াও আহিত কণাৰ ওপৰত বল সৃষ্টি নকৰে ।

(গ) আহিত কণাই চৌম্বক ক্ষেত্ৰৰ বল ৰেখাৰ মাজেৰে গতি কৰিলে বল প্ৰয়োগ কৰে ।

(ঘ) আহিত কণাই চৌম্বক ক্ষেত্ৰৰ বল ৰেখাৰ দিশত গতি কৰিলে বল প্ৰয়োগ কৰে ।

উত্তৰঃ (খ) কেতিয়াও আহিত কণাৰ ওপৰত বল সৃষ্টি নকৰে ।

১৪) আবিষ্ট বিঃ চাঃ বলৰ দিশ পোৱা যায়

(ক) ফেৰাডেৰ সূত্ৰৰ পৰা

(খ) নিউটনৰ সূত্ৰৰ পৰা

(গ) লেঞ্জৰ সূত্ৰৰ পৰা

(ঘ) কেপলাৰৰ সূত্ৰৰ পৰা।

উত্তৰঃ (গ) লেঞ্জৰ সূত্ৰৰ পৰা

১৫) চুম্বক এডাল এটা বন্ধ বৰ্তনীত থকা কুণ্ডলী এটাৰ ওচৰলৈ নিলে কুণ্ডলীত সৃষ্টি হোৱা আবিষ্ট বিঃ চাঃ বলৰ মান নিৰ্ভৰ কৰিব—

(ক) কুণ্ডলীৰ পাকৰ সংখ্যাৰ ওপৰত।

(খ) চুম্বকডাল গতি কৰা বেগৰ ওপৰত।

(গ) চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ ওপৰত।

(ঘ) ওপৰৰ আটাইকে ইটাৰ ওপৰত।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকে ইটাৰ ওপৰত।

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

 ১৬) যদি অৰ্ধ পৰিবাহীৰ লগত পঞ্চযোজী অশুদ্ধ মৌল সংলগ্ন কৰা হয়, তেতিয়া ই কি হয়?

(ক) কৃত্ৰিম অৰ্ধ পৰিবাহী

(খ) n- জাতীয় অৰ্ধ পৰিবাহী

(গ) পৰিবাহিতা বৃদ্ধি হয়

(ঘ) ওপৰৰ অটাইকেইটা হয়।

উত্তৰঃ (ঘ) ওপৰৰ অটাইকেইটা হয়।

১৭) পূৰ্ণ তৰংগ সংদিশকৰ উদ্ভুত (out put) হয় এটা

(ক) পৰিবৰ্তী বিভৱ

(খ) প্ৰত্যক্ষ বিভৱ

(গ) স্পন্দিত বিভৱ

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) স্পন্দিত বিভৱ

১৮) তলৰ কোনটো এটা বিদ্যুৎ চুম্বকীয় তৰংগ নহয় ?

(ক) X- ৰশ্মি

(খ) গামা ৰশ্মি

(গ) অৱলোহিত ৰশ্মি

(ঘ) কেথ’ড ৰশ্মি ।

উত্তৰঃ (ঘ) কেথ’ড ৰশ্মি ।

১৯) অৰ্ধ পৰিবাহী এডালৰ ৰোধকতা— 

(ক) উষ্ণতা বাঢ়িলে বৃদ্ধি হয়

(খ) উষ্ণতা বৃদ্ধি হ’লে হ্ৰাস হয়

(গ) উষ্ণতাৰ পৰিৱৰ্তন হ’লেও একেই থাকে ।

(ঘ) ইয়াৰ এটাও নহয় ।

উত্তৰঃ (খ) উষ্ণতা বৃদ্ধি হ’লে হ্ৰাস হয়

২০) ট্ৰেঞ্জিষ্টৰ সংকেতত কাঁড় চিহ্নই এমিটাৰ অঞ্চলত কিহৰ দিশ সূচায় ?

(ক) হোল ( hole) প্ৰৱাহ

(খ) ইলেকট্ৰনৰ প্ৰবাহ

(গ) প্ৰধান আধান বাহকৰ প্ৰবাহ

(ঘ) গৌণ আধান বাহকৰ প্ৰবাহ।

উত্তৰঃ (ক) হোল ( hole) প্ৰৱাহ

২১) তলৰ কোনটো বিদ্যুত চুম্বকীয় তৰংগ নহয় ?

(ক) X ৰশ্মি

(খ) গামা ৰশ্মি

(গ) অৱলোহিত ৰশ্মি

(ঘ) কেথ’ড ৰশ্মি

উত্তৰঃ (ঘ) কেথ’ড ৰশ্মি

২২) বিদ্যুত চুম্বকীয় তৰংগৰ শক্তিৰ উৎস হ’ল—

(ক) তৰংগ দৈৰ্ঘ

(খ) কম্পনাংক

(গ) বিদ্যুত আৰু চৌম্বক ক্ষেত্ৰ

(ঘ) বিস্তাৰ

উত্তৰঃ (গ) বিদ্যুত আৰু চৌম্বক ক্ষেত্ৰ

২৩) পৰিবৰ্তী বৰ্তনীত আৱেশকৰ আৱেশ প্ৰতিৰোধ নিৰ্ভৰ কৰে —

(ক) পৰিবৰ্তী প্ৰবাহৰ শীৰ্ষমানৰ ওপৰত।

(খ) পৰিবৰ্তী প্ৰবাহৰ কম্পনাংকৰ ওপৰত।

(গ) পৰিবৰ্তী প্ৰবাহৰ গড় বৰ্গৰ মূল (r.m.s) মানৰ ওপৰত।

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰঃ (খ) পৰিবৰ্তী প্ৰবাহৰ কম্পনাংকৰ ওপৰত।

২৪) বহু  দুৰণিলৈ বিদ্যুৎ শক্তি প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হয়—

(ক) অকল পৰিবৰ্তী প্ৰবাহ

(খ) অকল প্ৰত্যক্ষ প্ৰবাহ

(গ) পৰিবৰ্তী আৰু প্ৰত্যক্ষ দুয়োটা

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰঃ (ক) অকল পৰিবৰ্তী প্ৰবাহ

২৫) এম্পিয়াৰ চেকেণ্ড কোন ৰাশিৰ একক ?

(ক) প্ৰৱাহ

(খ) ক্ষমতা

(গ) শক্তি

(ঘ) আধান

উত্তৰঃ (ঘ) আধান

২৬) ইলেকট্ৰনৰ আধান 1.6 x-10‐¹⁹ কুলম্ব আৰু পৰিৱাহী তাঁৰ এডালেৰে 1 এম্পিয়াৰ প্ৰৱাহ চালিত হ’লে প্ৰতি চেকেণ্ডত তাঁৰডালৰ প্ৰস্থচ্ছেদ মাজেৰে কিমান ইলেকট্ৰন পাৰ হৈ যাব ?

(ক) 0.625 × 10¹⁹

(খ) 1.6×10-¹⁹

(গ) 1.6 x 10¹⁹

(ঘ) 0.627 × 10-¹⁷

উত্তৰঃ (ক) 0.625 × 10¹⁹

২৭) L দৈৰ্ঘ্য আৰু D ব্যাসৰ পৰিবাহী এডালৰ ৰোধ R হ’লে একে পদাৰ্থৰে নিৰ্মিত 4L দৈৰ্ঘ্য আৰু 2D ব্যাসৰ পৰিবাহী এডালৰ ৰোধ হ’ব—

(ক) 2R

(খ) R

(গ) R2

(ঘ) R/4

উত্তৰঃ (খ) R

২৮) তাৰ এডালৰ ৰোধ 4 ওম। ই নিজে নিজে দুগুণ হ’লে ইয়াৰ ৰোধ হ’ব –

(ক) 8 ওম

(খ) 2 ওম

(গ) 4 ওম

(ঘ) 1 ওম

উত্তৰঃ (ঘ) 1 ওম

২৯) ধাতৱ পৰিবাহী এডালৰ ৰোধ

(ক) উষ্ণতা বাঢ়িলে বৃদ্ধি হয় ৷

(খ) উষ্ণতা বাঢ়িলে কমি যাম।

(গ) উষ্ণতা সলনি হ’লেও একে থাকে ।

(ঘ) অতি উচ্চ উষ্ণতাত শূন্য় হয়

উত্তৰঃ (ক) উষ্ণতা বাঢ়িলে বৃদ্ধি হয় ৷

৩০) তাঁৰ এডালৰ আপেক্ষিক ৰোধ –

(ক) ইয়াৰ দৈৰ্ঘ্যৰ সৈতে সলনি হয় ৷

(খ) প্ৰস্থচ্ছেদৰ সৈতে সলনি হয়।

(গ) ভৰৰ সৈতে সলনি হয়।

(ঘ) দৈৰ্ঘ্য, প্ৰস্থচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰ নকৰে ।

উত্তৰঃ (ঘ) দৈৰ্ঘ্য, প্ৰস্থচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰ নকৰে ।

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৩১) অৰ্ধ পৰিবাহীত অবক্ষয় (forbidden) শক্তিৰ অন্তৰৰ (gap) মাত্ৰা হয় —

(ক) ev

(খ) Mev

(গ) kev

(ঘ) Gev

উত্তৰঃ (ক) ev

৩২) কেথ’ড ৰশ্মিৰ কণা সদৃশ ধৰ্মৰ বাবে এক শক্তিশালী যুক্তি হ’ল—

(ক) ইহঁতে ইলেকট্ৰন নিৰ্গত কৰে

(খ) ইহঁতে ভেকুৱামতো গতি কৰিব পাৰে

(গ) ইহঁত বৈদ্যুতিক আৰু চৌম্বক ক্ষেত্ৰৰ দ্বাৰা বিচ্যুত হয়

(ঘ) ইহঁতে ছাঁ সৃষ্টি কৰে ৷

উত্তৰঃ (গ) ইহঁত বৈদ্যুতিক আৰু চৌম্বক ক্ষেত্ৰৰ দ্বাৰা বিচ্যুত হয়

৩৩) সুৰংগ ৰশ্মি বোৰ হ’ল—

(ক) আধানহীন কণাৰ পটি

(খ) ধনাত্মকভাৱে আহিত কণাৰ পটি ।

(গ) ইলেকট্ৰনিৰ পটি

(ঘ) পানামা সুৰংগত পোৱা আহিত কণাৰ পটি

উত্তৰঃ (খ) ধনাত্মকভাৱে আহিত কণাৰ পটি ।

৩৪) ৰাডাৰফৰ্ডৰ বিচ্ছুৰণ পৰীক্ষাত শূন্য় পেৰামিটাৰ সংঘাতৰ বাবে আলফা কণাৰ বিচ্ছৰুণ কোণৰ শুদ্ধ মান হ’ল—

(ক) 90°

(খ) 270°

(গ) 0°

(ঘ) 180°

উত্তৰঃ (ঘ) 180°

৩৫) হাইড্ৰ’জেন পৰমাণুৰ লিমেন শ্ৰেণীটো বিদ্যুত চুম্বক বৰ্ণালীৰ কোন অঞ্চলত থাকে ? —

(ক) অৱলোহিত

(খ) দৃশ্য

(গ) অতি বেঙুণীয়া

(ঘ) x ৰশ্মি

উত্তৰঃ (গ) অতি বেঙুণীয়া

৩৬) λ তৰংগ দৈৰ্ঘৰ ফটনৰ ভৰবেগ হ’ল—

(ক) h/λ

(খ) শূন্য়

(গ) hλ/c²

(ঘ) hλ/c

উত্তৰঃ (ক) h/λ

৩৭) λ তৰংগ দৈৰ্ঘৰ এটা ফ’টনৰ শক্তি হ’ব—

(ক) hcλ

(খ) hc/λ

(গ) λ/ch

(ঘ) hλ/c

উত্তৰঃ (খ) hc/λ

৩৮) আলোক সংবেদী ধাতৱ পাতত আপতিত পোহৰ ৰশ্মিৰ কম্পনাংক দুগুণ কৰিলে নিৰ্গত ফ’ট’ইলেকট্ৰনৰ গতি শক্তি —

(ক) প্ৰাৰম্ভিক মানৰ দুগুণ হ’ব ।

(খ) একেই থাকিব ।

(গ) দুগুণৰ বেছি হ’ব।

(ঘ) দুগুণৰ কম হ’ব।

উত্তৰঃ (গ) দুগুণৰ বেছি হ’ব।

৩৯) x- ৰশ্মি বোৰ বিদ্যুত চুম্বকীয় বিকিৰণ হিচাপে জনা যায়। গতিকে x- ৰশ্মি ফটন বোৰৰ

(ক) বৈদ্যুতিক আধান থাকে

(খ) চৌম্বক ভ্ৰামক থাকে ।

(গ) বৈদ্যুতিক আধান আৰু চৌম্বক ভ্ৰামক দুয়োটা থাকে ৷

(ঘ) বৈদ্যুতিক আধান আৰু চৌম্বক ভ্ৰামক এটাও নাথাকে ।

উত্তৰঃ (ঘ) বৈদ্যুতিক আধান আৰু চৌম্বক ভ্ৰামক এটাও নাথাকে ।

৪০) x- ৰশ্মি নলীৰ পৰা নিৰ্গত x-ৰশ্মিৰ নিম্নতম তৰংগ দৈৰ্ঘ নিৰ্ভৰ কৰে —

(ক) নলীৰ প্ৰবাহৰ ওপৰত ।

(খ) প্ৰয়োগ কৰা বিভৱৰ ওপৰত ৷

(গ) নলীত থকা গেছটোৰ ধৰ্মৰ ওপৰত ৷

(ঘ) অভি লক্ষ্য পদাৰ্থৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ৷

উত্তৰঃ (খ) প্ৰয়োগ কৰা বিভৱৰ ওপৰত ৷

৪১) এটা প্ৰ’টন আৰু এটা α -কণা একে বিভৱ অঞ্চলৰ মাজেৰে ত্বৰিত হ’লে সিহঁতৰ দ্যাব্ৰ’গলী তৰংগ দৈৰ্ঘৰ অনুপাত  হ’ব—

(ক) √2

(খ) 1/√2

(গ) 2√2

(ঘ) 2

উত্তৰঃ (গ) 2√2

৪২) প্ৰতি নিউক্লিয়নৰ ভৰ ঘাটিক কি বোলা হয়?

(ক) বন্ধন শক্তি

(খ) বন্ধন ভগ্নাংশ

(গ) আয়নীকৰণ শক্তি

(ঘ) উত্তেজিত শক্তি

উত্তৰঃ (খ) বন্ধন ভগ্নাংশ

We hope that Physics MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Chemistry.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top