Physics MCQ For SSUHS CEE Entrance Exam Part-3

Physics MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Physics for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) ঘণ্টা (Bell) বোৰ ধাতুৰে নিৰ্মিত, কাঠৰে নহয়। ইয়াৰ কাৰণ হ’ল—

(ক) কাঠতকৈ ধাতুৰ তাপীয় পৰিবাহিতা বেছি

(খ) কাঠতকৈ ধাতুৰ ঘনত্ব বেছি

(গ) ধাতুৰ দ্বাৰা শব্দ পৰিবাহিত নহয়, কিন্তু বিকিৰিত হয়

(ঘ) কাঠে কম্পন স্তব্ধ কৰে, কিন্তু ধাতু এইক্ষেত্ৰত স্থিতি স্থাপক।

উত্তৰঃ (ঘ) কাঠে কম্পন স্তব্ধ কৰে, কিন্তু ধাতু এইক্ষেত্ৰত স্থিতি স্থাপক।

২) মহাকাশচাৰী এজনে চন্দ্ৰপৃষ্ঠত তেওঁৰ সংগীৰ কথা-বতৰা নশুনে । ইয়াৰ কাৰণ হ’ল—

(ক) সৃষ্ট শব্দৰ কম্পন শ্ৰব্য কম্পনৰ ওচৰত হয়

(খ) শব্দ সঞ্চালনৰ বাবে কোনো মাধ্যম নাথাকে

(গ) উঞ্চতা ৰাতি অতি কম হয় আৰু দিনত অতি বেছি হয়

(ঘ) চন্দ্ৰ পৃষ্ঠত বহুতো আগ্নেয়গিৰি আছে ।

উত্তৰঃ (খ) শব্দ সঞ্চালনৰ বাবে কোনো মাধ্যম নাথাকে

৩) স্থিৰ উষ্ণতাত বায়ুত শব্দৰ বেগ

(ক) চাপৰ সমানপুতিক

(খ) চাপৰ বৰ্গৰ সমানুপাতিক

(গ) চাপৰ বৰ্গমূলৰ সমানুপাতিক

(ঘ) চাপৰ ওপৰত নিৰ্ভৰ নকৰে

উত্তৰঃ (ঘ) চাপৰ ওপৰত নিৰ্ভৰ নকৰে

৪) কোনো গেছীয় মাধ্যমত শব্দৰ বেগ—

(ক) পৰম উষ্ণতাৰ ওপৰত নিৰ্ভৰ নকৰে

(খ) উষ্ণতাৰ বৰ্গমূলৰ সমানুপাতিক

(গ) উষ্ণতাৰ বৰ্গমূলৰ ব্যাস্তানপুাতি ক

(ঘ) উষ্ণতাৰ বৰ্গৰ সমানুপাতিক ।

উত্তৰঃ (খ) উষ্ণতাৰ বৰ্গমূলৰ সমানুপাতিক

৫) নিৰ্দিষ্ট উষ্ণতাত হাইড্ৰ’জেন আৰু অক্সিজেন গেছত শব্দৰ বেগৰ অনুপাত  হ’ল—

(ক) 1:4

(খ) 4 : 1

(গ) 1:1

(ঘ) 32 : 1

উত্তৰঃ (ঘ) 32 : 1

৬) কোনো গেছত শব্দৰ বেগ 300 m/s হ’লে মাধ্যমৰ অনুবোৰৰ গড় বৰ্গৰ মূলবেগ হ’ব—

(ক) 4000m/s

(খ) 40m/s

(গ) 4m/s 

(ঘ) 400m/s

উত্তৰঃ (ঘ) 400m/s

৭) দুটা তৰংগৰ প্ৰাৱল্যৰ অনুপাত  4 : 1 হ’লে বিস্তাৰৰ অনুপাত  হ’ব—

(ক) 2 : 1

(খ) 1 : 2

(গ) 4 : 1

(ঘ) 1 : 4

উত্তৰঃ (ক) 2 : 1

৮) পৰ্যাবৃত্ত (harmionic) তৰংগৰ প্ৰাৱল্য—

(ক) কম্পনাংক নিৰ্ভৰ কিন্তু বিস্তাৰ নিৰ্ভৰ নহয়

(খ) বিস্তাৰ নিৰ্ভৰ কিন্তু কম্পনাংক নিৰ্ভৰ নহয়

(গ) বিস্তাৰ আৰু কম্পনাংক দুইটা নিৰ্ভৰ

(ঘ) বিস্তাৰ অথবা কম্পনাংক কোনোটো নিৰ্ভৰ নহয়

উত্তৰঃ (গ) বিস্তাৰ আৰু কম্পনাংক দুইটা নিৰ্ভৰ

৯) শব্দৰ তীক্ষ্ণতা (loudness) কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) বিস্তাৰ

(খ) Pitch

(গ) বেগ

(ঘ) তৰংগ দৈৰ্ঘ্য

উত্তৰঃ (ক) বিস্তাৰ

১০) তলৰ কি ধৰ্মৰ দ্বাৰা অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগ পৃথক কৰিব পাৰি ?

(ক) সমাৰোপণ

(খ) অপৱৰ্তন

(গ) প্ৰতিফলন

(ঘ) সমৱৰ্তন (Polarisation)

উত্তৰঃ (ঘ) সমৱৰ্তন (Polarisation)

১১) বায়ুত শব্দ তৰংগ সমবৰ্তিত কৰিব নোৱাৰি কাৰণ

(ক) তাৰ বেগ কম

(খ) তাক মাধ্যম লাগে

(গ) ই অনুদৈৰ্ঘ্য তৰং

(ঘ) তাৰ বেগ উষ্ণতা নিৰ্ভৰ।

উত্তৰঃ (গ) ই অনুদৈৰ্ঘ্য তৰংগ 

১২) গেছত যান্ত্ৰিক তৰংগ (শব্দ তৰংগ) হ’ল-

(ক) অনুপ্ৰস্থ  প্ৰকৃতিৰ

(খ) অনুদৈৰ্ঘ্য প্ৰকৃতিৰ

(গ) অনুপ্ৰস্থ  আৰু অনুদৈৰ্ঘ্য দুয়ো প্ৰকৃতিৰ

(ঘ) হয় অনুপ্ৰস্থ  অথবা অনুদৈৰ্ঘ্য।

উত্তৰঃ (খ) অনুদৈৰ্ঘ্য প্ৰকৃতিৰ

১৩) কঠিন পদাৰ্থত Elastic তৰংগ হ’ল-

(ক) অনুপ্ৰস্থ  প্ৰকৃতিৰ

(খ) অনুদৈৰ্ঘ্য প্ৰকৃতিৰ

(গ) অনুপ্ৰস্থ  অথবা অনুদৈৰ্ঘ্য

(ঘ) অনুপ্ৰস্থত নহয়, অনুদৈৰ্ঘ্য নহয়।

উত্তৰঃ (গ) অনুপ্ৰস্থ  অথবা অনুদৈৰ্ঘ্য

১৪) অনুপ্ৰস্থ  Elastic তৰংগৰ সঞ্চালন

(ক) গেছ আৰু ধাতু দুয়োটাৰে হ’ব পাৰে

(খ) গেছত হয় কিন্তু ধাতুত নহয়

(গ) ধাতুত হয় কিন্তু গেছত নহয়

(ঘ) ধাতু আৰু গেছ— কোনোটোতে নহয়।

উত্তৰঃ (গ) ধাতুত হয় কিন্তু গেছত নহয়

১৫) তলৰ পৃষ্ঠত যান্ত্ৰিক শব্দ হয়—

(ক) অনুপ্ৰস্থ 

(খ) অনুদৈৰ্ঘ্য

(গ) Torsinal

(ঘ) অনুপ্ৰস্থ  আৰু অনুদৈৰ্ঘ্য দুয়ো প্ৰকাৰৰ ।

উত্তৰঃ (ঘ) অনুপ্ৰস্থ  আৰু অনুদৈৰ্ঘ্য দুয়ো প্ৰকাৰৰ ।

১৬) তৰংগৰ কোনটো ধৰ্ম মাধ্যমৰ সৈতে সলনি নহয় ?

(ক) কম্পনাংক

(খ) তৰংগ দৈৰ্ঘ্য

(গ) বেগ

(ঘ) বিস্তাৰ।

উত্তৰঃ (ক) কম্পনাংক

১৭) তলৰ কোনটো ধৰ্ম বাকী কে ইটা ধৰ্মৰৰ্ম ওপৰত নিৰ্ভৰ নকৰে ?

(ক) বিস্তাৰ

(খ) বেগ

(গ) তৰংগ দৈৰ্ঘ্য

(ঘ) কম্পনাংক

উত্তৰঃ (ক) বিস্তাৰ

১৮) এটা অনুনাদী নলীত কি তৰংগ পোৱা যায় ?

(ক) স্থানু অনুদৈৰ্ঘ্য তৰংগ

(খ) স্থানু অনুপ্ৰস্থ  তৰংগ

(গ) অগ্ৰগামী অনুদৈৰ্ঘ্য তৰংগ

(ঘ) অগ্ৰগামী অনুপ্ৰস্থ  তৰংগ

উত্তৰঃ (গ) অগ্ৰগামী অনুদৈৰ্ঘ্য তৰংগ

১৯) চিতাৰৰ (Sitac) তাঁৰত কি তৰংগ সৃষ্টি হয় ?

(ক) অগ্ৰগামী অনুপ্ৰস্থ 

(খ) অগ্ৰগামী অনুদৈৰ্ঘ্য

(গ) স্থানুঅনুপ্ৰস্থ 

(ঘ) স্থানুঅনুদৈৰ্ঘ্য

উত্তৰঃ (খ) অগ্ৰগামী অনুদৈৰ্ঘ্য

২০) গেছীয় মাধ্যমত শব্দৰ বেগ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) প্ৰাৱল্য

(খ) বিস্তাৰ

(গ) ঘনত্ব আৰু স্থিতি স্থাপকতা

(ঘ) আয়তন আৰু উষ্ণতা

উত্তৰঃ (গ) ঘনত্ব আৰু স্থিতি স্থাপকতা

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

২১) গেছীয় মাধ্যমত শব্দৰ বেগ কাৰ সমানুপাতিক ?

(ক) সমতাপীয় স্থিতি স্থাপকৰ বৰ্গমূলৰ

(খ) ৰুদ্ধ তাপীয় স্থিতি স্থাপকৰ বৰ্গমূল

(গ) ৰুদ্ধ তাপীয় স্থিতি স্থাপকৰ বৰ্গমূলৰ

(ঘ) সমতাপীয় স্থিতি স্থাপকতাৰ

উত্তৰঃ (গ) ৰুদ্ধ তাপীয় স্থিতি স্থাপকৰ বৰ্গমূলৰ

২২) পোহৰৰ বেগ কোণ মাধ্যমত সৰ্বাধিক ?

(ক) হীৰা

(খ) পানী 

(গ) ভেকুৱাম

(ঘ) হাইড্ৰ’জেন

উত্তৰঃ (গ) ভেকুৱাম

২৩) আয়নাত ৰঙা পোহৰ ৰশ্মিৰ বেগ

(ক) বেঙুনীয়া ৰশ্মিৰ সমান

(খ) বেঙুনীয়া ৰশ্মি তকৈ বেছি

(গ) বেঙুনীয়া ৰশ্মি তকৈ কম

(ঘ) 3 x 10 to the power 8 m/s

উত্তৰঃ (খ) বেঙুনীয়া ৰশ্মি তকৈ বেছি

২৪) এটা একবৰ্ণি পোহৰৰ পটি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গ’লে —

(ক) ইয়াৰ বেগ বৃদ্ধি হয়

(খ) ইয়াৰ বেগ হ্ৰাস হয়

(গ) ইয়াৰ কম্পনাংক কমে

(ঘ) ইয়াৰ তৰংগ দৈৰ্ঘ্য কমে

উত্তৰঃ (ক) ইয়াৰ বেগ বৃদ্ধি হয়

২৫) তলৰ কোনটো মাধ্যমৰ প্ৰতিসৰণাংক অধিক ?

(ক) কাঁচ

(খ) পানী

(গ) কে ৰাচি ন

(ঘ) হীৰা

উত্তৰঃ (ঘ) হীৰা

২৬) ভেঁকুৱামত ৰঙা আৰু নীলা পোহৰৰ প্ৰতিসৰণাংকৰ অনুপাত —

(ক) 1তকৈ ডাঙৰ

(খ) 1ৰ সমান

(গ) 1তকৈ সৰু

(ঘ) পৰীক্ষা কৰা সজঁলিুলিৰ ওপৰত নিৰ্ভৰ কৰে

উত্তৰঃ (খ) 1ৰ সমান

২৭) সূৰ্যান্তৰ সময়ত সূৰ্যটো ডিম্বাকৃতিৰ দেখা যায় ইয়াৰ কাৰণ হ’ল —

(ক) সেই সময়ত সূৰ্যৰ আকৃতি সলনি হয়

(খ) পোহৰ ৰাশ্মিৰ অপৱৰ্তন

(গ) প্ৰতিসৰণ

(ঘ) Scattering

উত্তৰঃ (গ) প্ৰতিসৰণ

২৮) তৰাবোৰে তিৰবিৰাই থকাৰ কাৰণ হ’ল—

(ক) তৰাবোৰে নিজস্ব পোহৰ বিকিৰণ নকৰে

(খ) তৰাবোৰৰ নিজৰ বায়ুমণ্ডলে পোহৰ শোষণ কৰে

(গ) পৃথিৱীৰ বায়ুণ্ডলৰ প্ৰতিসৰণাংক হ্ৰাস বৃদ্ধি হয়

(ঘ) পৃথিৱীৰ বায়ুমণ্ডলৰ অসীম অৱশোষণ ৷

উত্তৰঃ (গ) পৃথিৱীৰ বায়ুণ্ডলৰ প্ৰতিসৰণাংক হ্ৰাস বৃদ্ধি হয়

২৯) তলৰ কোনযোৰ মাধ্যমৰ বাবে সংকট কোণ নিম্নতম?

(ক) পানীৰ পৰা বায়ুলৈ

(খ) কাঁচৰ পৰা পানীলৈ

(গ) কাঁচৰ পৰা বায়ুলৈ

(ঘ) কাঁচৰ পৰা কাচলৈ

উত্তৰঃ (গ) কাঁচৰ পৰা বায়ুলৈ

৩০) বায়ুত শব্দৰ বেগ কিহৰ পৰিৱৰ্তনৰ দ্বাৰা প্ৰভাৱি ত নহয় ?

(ক) বায়ুৰ আৰ্দ্ৰতা

(খ) বায়ুৰ উষ্ণতা

(গ) বায়ুৰ চাপ

(ঘ) বায়ুৰ সংযুতি

উত্তৰঃ (গ) বায়ুৰ চাপ

৩১) এটা শব্দ স্বৰৰ তীব্ৰতা (Pitch) কিহত নিৰ্ভৰ কৰে ?

(ক) বিস্তাৰ

(খ) কম্পনাংক

(গ) তৰংগ দৈৰ্ঘ্য

(ঘ) বেগ।

উত্তৰঃ (খ) কম্পনাংক

৩২) বস্তু এটাই শব্দোত্তৰ (Supersonic) বেগত গতি কৰিলে বস্তুটোৰ বেগ আৰু শব্দৰ বেগৰ অনুপাত  হ’ব—

(ক) f- সংখ্যা

(খ) মেজিক সংখ্যা

(গ) ৰেনল্ড সংখ্যা 

(ঘ) মাক্ সংখ্যা

উত্তৰঃ (ঘ) মাক্ সংখ্যা

৩৩) বায়ুত আকাশীযান এখনে শব্দতকৈ বেছি বেগত গতি কৰিলে প্ৰচণ্ড শব্দ শুনা যায় । ইয়াৰ কাৰণ হ’ল—

(ক) ই ধুমকৈ ফুটি যায়

(খ) ই প্ৰঘাতী (Shock) তৰংগ সৃষ্টি কৰে

(গ) ইয়াৰ পাখি দুখন প্ৰৱলভাবে কঁপি উঠে

(ঘ) ইঞ্জিনৰ স্বাভাৱিক শব্দৰ ডলাৰ পৰিৱৰ্তন ঘটে ।

উত্তৰঃ (খ) ই প্ৰঘাতী (Shock) তৰংগ সৃষ্টি কৰে

৩৪) কাঁচৰ পৰা পানীলৈ পোহৰ ৰশ্মি প্ৰতি সৰিত হৈছে । কাঁচত পোহৰৰ সংকট কোণৰ মান হ’ব –

(ক) 53°20′ 

(খ) 62°45′

(গ) 68°36′

(ঘ) 74°55′

উত্তৰঃ (খ) 62°45′

৩৫) পোহৰৰ সৰু উৎস এটাৰ পৰা সমান্তৰাল প্ৰতিবিম্ব ৰশ্মি পাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰিবা?

(ক) সমতল দাপোন

(খ) উত্তল দাপোন

(গ) অবতল দাপোন

(ঘ) (ক), (খ), (গ) ৰ যি কোনো এটা

উত্তৰঃ (গ) অবতল দাপোন

৩৬) f নাভি দুৰত্ব উত্তল দাপোন এখনৰ নাভিত লক্ষ্যবস্তু ৰাখিলে, প্ৰতিবিম্বৰ অৱস্থান হব

(ক) f

(খ) 2f

(গ) f/2

(ঘ) অসীম ।

উত্তৰঃ (গ) f/2

৩৭) যদি সমতল দাপোনত লক্ষ্যবস্তুৰ সৎ প্ৰতিবিম্ব সৃষ্টি হয়, তেন্তে আপতিত ৰশ্মিবোৰ হ’ব

(ক) সমান্তৰাল

(খ) অভিসাৰী

(গ) অপসাৰী

(ঘ) (ক), (খ), (গ) ৰ এটাও নহয় ৷

উত্তৰঃ (খ) অভিসাৰী

৩৮) উত্তল দাপোন এখনৰ পৰা অহা প্ৰতিফলিত ৰশ্মি বোৰে দাপোনৰ পিছফালে 30 ছে .মি  দুৰত প্ৰতিবিম্বৰ সৃষ্টি কৰে । যদি দাপোনৰ নাভি দুৰত্ব 30 ছে .মি . হয় তেন্তে লক্ষ্যবস্তু দুৰত্ব

(ক) অসীম

(খ) 20 ছে .মি .

(গ) 30 ছে .মি .

(ঘ) 15 ছে .মি .

উত্তৰঃ (ক) অসীম

৩৯) পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচলৈ গতি কৰিলে তলৰ কোনটো সলনি নহয় ?

(ক) দ্ৰুতি

(গ) বিস্তাৰ

(খ) তৰংগ দৈৰ্ঘ্য 280

(ঘ) কম্পনাংক

উত্তৰঃ (ক) দ্ৰুতি

৪০) উত্তল লেন্স এখনৰ এখন পিঠিত প্ৰলেপ দিয়া হ’ল। উত্তল লেন্সখন সলনি হব

(ক) অবতল লেন্স

(খ) অবতল দাপোন

(গ) সমতল দাপোন

(ঘ) উত্তল লেন্স।

উত্তৰঃ (খ) অবতল দাপোন

৪১) পানীৰ ভিতৰত থকা বায়ুৰ বুদবুদ এটা হ’ব

(ক) অবতল লেন্স

(খ) অবতল দাপোন

(গ) সমতল দাপোন

(ঘ) উত্তল লেন্স

উত্তৰঃ (ক) অবতল লেন্স

৪২) দুখন সমান্তৰাল সমতল দাপোণৰ মাজত ৰখা কোনো এটা বস্তুৰ বাবে প্ৰতিবিম্বৰ সংখ্যা হ’ব—

(ক) চাৰিটা

(খ) এটা

(গ) দুটা

(ঘ) অসংখ্য

উত্তৰঃ (খ) এটা

৪৩) পৰস্পৰ 60° কোণ কৰা দুখন সমতল দাপোণৰ মাজত ৰখা বস্তু এটাৰ প্ৰতিবিম্বৰ সংখ্যা হ’ব—

(খ) 3

(ক) 2

(গ) 5

(ঘ) 6

উত্তৰঃ (গ) 5

৪৪) উত্তল দাপোণত গঠন হোৱা কোনো এটা বস্তুৰ প্ৰতিবিম্বৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ ?

(ক) প্ৰতিবিম্ব মেৰু আৰু ফ’কাছৰ মাজত গঠন হয় ।

(খ) প্ৰতিবিম্ব আকাৰত সৰু হয়

(গ) প্ৰতিবিম্ব থিয় হয়

(ঘ) প্ৰতিবিম্ব বাস্তৱ (real)

উত্তৰঃ (খ) প্ৰতিবিম্ব আকাৰত সৰু হয়

৪৫) লক্ষ্য বস্তুতকৈ ডাঙৰ আৰু আপাত (virtual) প্ৰতিবিম্ব গঠন কৰে

(ক) উত্তল দাপোণে

(খ) অবতল দাপোণে

(গ) সমতল দাপোণে

(ঘ) অবতল লেন্সে

উত্তৰঃ (খ) অবতল দাপোণে

৪৬) লেন্স এখনে বায়ুত অভিসাৰী আৰু পানীত অপসাৰী লেন্সৰ ধৰ্ম প্ৰদৰ্শন কৰিব যদিহে তাৰ প্ৰতিসৰণাংক—

(ক) 1

(খ) 1.33

(গ) 1 আৰু  1.33 ৰ মাজত

(ঘ) 1.33 ৰ বেছি ।

উত্তৰঃ (গ) 1 আৰু 1.33 ৰ মাজত

৪৭) 10cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ পৰা 20cm  দুৰত ৰখা লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্বটো লেন্সৰ বিপৰীত ফালে কিমান  দুৰত গঠন হ’ব?

(ক) 20cm

(খ) 10cm

(গ) 40cm

(ঘ) 30cm

উত্তৰঃ (ক) 20cm

৪৮) 10cm ফ’কাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ফ’কাছ বিন্দুৰ পৰা 5cm আঁতৰত লক্ষ্যবস্তু এটা ৰাখিলে লেন্সৰ কিমান  দুৰত প্ৰতিবিম্ব গঠন হ’ব?

(ক) 15cm

(খ) 20cm

(গ) 25cm

(ঘ) 30cm

উত্তৰঃ (ঘ) 30cm

৪৯) একে ফ’কাছ দৈৰ্ঘ্য f যুক্ত এখন উত্তল আৰু এখন অবতল লেন্স সংলগ্ন কৰিলে সিহঁতৰ সংযুগ্ম ফ’কাছ দৈৰ্ঘ্য হ’ব

(ক) f/2

(খ) 2f

(গ) 0

(ঘ) infinity

উত্তৰঃ (ঘ) infinity

৫০) 20cm আৰু 25cm ফ’কাছ দৈৰ্ঘ্যৰ দুখন লেন্স সংলগ্ন কৰি ৰাখিলে, তাৰ কাৰ্যকৰী ক্ষমতা হ’ব—

(ক) D/9

(খ) 9D

(গ) D/45

(ঘ) 45.D

উত্তৰঃ (খ) 9D

৫১) দৃষ্টি বিকাৰ থকা মানুহ এজনে 50 ছে .মি . আঁতৰতকৈ অধিক দুৰত থকা কোনো বস্তু দেখা নাপায়। তেওঁৰ বিকাৰটো কি ? তেওঁব্যৱহাৰ কৰা চশমাৰ ক্ষমতা কিমান হব লাগিব ?

(ক) – 2 D

(খ) – 1 D

(গ) -3D

(ঘ) -4D

উত্তৰঃ (ক) – 2 D (মায়’পিয়া)

৫২) মায়’পিয়া দৃষ্টি বিকাৰ থকা মানুহ এজনে

(ক) দ্বি অবতল লেন্স

(খ) দ্বি উত্তল লেন্স

(গ) দ্বি নাভি লেন্স

(ঘ) শূন্য় ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰে ।

উত্তৰঃ ক) দ্বি অবতল লেন্স

৫৩) অনুবীক্ষণ যন্ত্ৰৰ অভিলেক্ষ্য লেন্সৰ ফ’কাছ দৈৰ্ঘ্য

(ক) অভিনেত্ৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্যতকৈ বেছি । 

(খ) অভিনেত্ৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্যতকৈ কম।

(গ) অভিনেত্ৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্যৰ সমান ।

(ঘ) ওপৰৰ (ক) আৰু (গ) ৰ যি কোনো এটা ৷

উত্তৰঃ (খ) অভিনেত্ৰ লেন্সৰ ফ’কাছ দৈৰ্ঘ্যতকৈ কম।

৫৪) অনুবীক্ষণ যন্ত্ৰৰ নলীটোৰ দীঘ বঢ়ালে পৰিবৰ্ধন ক্ষমতা—

(ক) বাঢ়ে

(খ) কমে

(গ) একে থাকে

(ঘ) ইয়াৰ এটাও নহয় ৷

উত্তৰঃ (খ) কমে

৫৫) নভোবীক্ষণ এটাৰ পৰিবৰ্ধন বৃদ্ধি কৰিবলৈ হ’লে —

(ক) অভি লক্ষৰ ফ’কাছ দৈৰ্ঘ্য বঢ়াব লাগিব ।

(খ) অভি নেত্ৰৰ ফ’কাছ দৈৰ্ঘ্যৰ বঢ়াব লাগিব ।

(গ) অভি লক্ষৰ ফ’কাছ দৈৰ্ঘ্যৰ কম কৰিব লাগিব ।

(ঘ) অভি লক্ষৰ ফ’কাছ দৈৰ্ঘ্য কমাই সমহাৰত অভিনেত্ৰৰ বঢ়াব লাগিব।

উত্তৰঃ (ক) অভি লক্ষৰ ফ’কাছ দৈৰ্ঘ্য বঢ়াব লাগিব ।

৫৬) নভোবীক্ষণ এটাৰ নলীৰ দৈৰ্ঘ্য বঢ়ালে পৰিবৰ্ধন ক্ষমতা—

(ক) কমে

(খ) বাঢ়ে

(গ) একে থাকে

(ঘ) কম-বেছি দুইটা হ’ব পাৰে ।

উত্তৰঃ (ক) কমে

৫৭) উত্তল লেন্সে পোহৰ ৰশ্মিৰ অভিসৰণ ঘটায়। সেইবাবে এই লেন্স ব্যৱহাৰ কৰিলে —

(ক) নিকট দৃষ্টিদোষ আঁতৰে

(খ)  দুৰদৃষ্টি দোষ আঁতৰে

(গ) বিষম দুৰদৃষ্টি দোষ আঁতৰে

(ঘ) অন্ধত্ব আঁতৰে ।

উত্তৰঃ (খ)  দুৰদৃষ্টি দোষ আঁতৰে

৫৮) দুটা ভেক্টৰৰ সমান হ’ব যদিহে

(ক) সিহঁতৰ মান সমান হয় ৷

(খ) সিহঁতৰ দিশ একে হয় ৷

(গ) সিহঁতৰ মান আৰু দিশ দুয়োটাই একে হয়।

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) সিহঁতৰ মান আৰু দিশ দুয়োটাই একে হয়।

৫৯) সাগৰৰ গভীৰতা জোখা যন্ত্ৰ—

(ক) অডিঅ’ মিটাৰ

(খ) ফেডম’ মিটাৰ 

(গ) বাকোমিটাৰ

(ঘ) ছনোগ্ৰাফ 

উত্তৰঃ (খ) ফেডম’ মিটাৰ

৬০) লক্ষ্যবস্তুৰ সমান, সৎ (real) আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে

(ক) অবতল দাপোণে

(খ) উত্তল দাপোণে

(গ) সমতল দাপোণে

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (ক) অবতল দাপোণে

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৬১) আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে পোহৰ ৰশ্মিৰ গতি হ’ব লাগিব—

(ক) বায়ুৰ পৰা পানীলৈ

(খ) পানীৰ পৰা কাচলৈ

(গ) কাঁচৰ পৰা বায়ুলৈ

(ঘ) বায়ুৰ পৰা কাচলৈ

উত্তৰঃ (গ) কাঁচৰ পৰা বায়ুলৈ

৬২) পানী-বায়ু মাধ্যমত কি ৰঙৰ সংকট কোন সৰ্বাধিক ?

(ক) ৰঙা

(খ) বেঙুনীয়া

(গ) হালধীয়া

(ঘ) সকলো ৰঙৰ বাবে একে ।

উত্তৰঃ (ক) ৰঙা

৬৩) কটা হীৰা অথবা পানীত থকা বায়ুৰ বুদ্ৰবোৰ অধিক উজ্জ্বলতাৰে জি লি কাৰ কাৰণ হ’ল—

(ক) তাৰ আণৱিক গঠন

(খ) পোহৰৰ অৱশোষণ

(গ) আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন

(ঘ) তাৰ স্বাভাৱিক ধৰ্ম।

উত্তৰঃ (গ) আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন

৬৪) মৰুভূমিত মৰীচিকা গঠন হোৱাৰ কাৰণ হ’ল—

(ক) পোহৰৰ সমাৰোপণ

(খ) আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন 

(গ) Scattering

(ঘ) দ্বৈত প্ৰতিফলন

উত্তৰঃ (খ) আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন 

৬৫) প্ৰিজমে সৃষ্টি কৰা পোহৰ ৰশ্মিৰ বিচ্যুতি —

(ক) সকলো তৰংগ দৈৰ্ঘ্যৰ বাবে একে

(খ) ৰঙাৰ বাবে সৰ্বোচ্চ আৰু বেঙুনীয়াৰ বাবে সৰ্বনিম্ন

(গ) ৰঙাৰ বাবে সৰ্বনিম্ন আৰু বেঙুনীয়াৰ বাবে সৰ্বোচ্চ

(ঘ) শূন্য়।

উত্তৰঃ (গ) ৰঙাৰ বাবে সৰ্বনিম্ন আৰু বেঙুনীয়াৰ বাবে সৰ্বোচ্চ

৬৬) পোহৰৰ বগা পটি এটা প্ৰিজমৰ মাজেৰে পাৰ হ’লে ই সাতটা বৰ্ণতৰ্ণ বিচ্ছুৰিত হয়। বেঙুনীয়া বৰণৰ ভাঁজ (bend) বেছি হয় কাৰণ

(ক) কাঁচৰ প্ৰতিসৰণাংক বেঙুণীয়া ৰঙৰ বাবে সৰ্বনিম্ন

(খ) কাঁচৰ প্ৰতিসৰণাংক বেঙুনীয়া ৰঙৰ বাবে সৰ্বোচ্চ

(গ) বেঙুনীয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম

(ঘ) বেঙুনীয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি ।

উত্তৰঃ (খ) কাঁচৰ প্ৰতিসৰণাংক বেঙুনীয়া ৰঙৰ বাবে সৰ্বোচ্চ

৬৭) একে আলোক স্বচ্ছ পদাৰ্থৰে নিৰ্মিত এখন উত্তল লেন্স, এটা কাঁচৰ টুকুৰা, এটা প্ৰিজম আৰু এটা গোলকৰ ভিতৰত কাৰ বিচ্ছুৰণ ক্ষমতা থাকিব ?

(ক) আয়তাকাৰ টুকুৰা আৰু প্ৰিজমৰ

(খ) লেন্স আৰু গোলকৰ

(গ) অকল প্ৰিজমৰ

(ঘ) আটাইকেইটাৰ

উত্তৰঃ (ঘ) আটাইকেইটাৰ

৬৮) বগা পোহৰৰ পটি এটা প্ৰিজমৰ মাজেৰে পাৰ হোৱাৰ পিছত সাতটা বৰ্ণৰ বৰ্ণালী সৃষ্টি কৰে কাৰণ –

(ক) প্ৰিজমে বগা পোহৰক সাতটা বৰ্ণৰ ৰশ্মিলৈ সলনি কৰিব পাৰে

(খ) প্ৰিজমে বগা পোহৰত থকা সাতটা বৰ্ণৰ বিচ্ছুৰণ ঘটায়

(গ) পৰ্দাৰ দ্বাৰা বৰ্ণবৰ্ণবোৰ গঠন হয় ।

(ঘ) কোনো বৰ্ণ নাথাকে । ই মাথ োঁআলোকবি ভ্ৰম ।

উত্তৰঃ (খ) প্ৰিজমে বগা পোহৰত থকা সাতটা বৰ্ণৰ বিচ্ছুৰণ ঘটায়

৬৯) উত্তল লেন্স এখনৰ এটা ফাল ছিলভাৰৰ দ্বাৰা লে পন দিয়া হৈছে । তেন্তে ই কিহৰ ধৰ্ম দেখুৱাব ?

(ক) অবতল লেন্স

(খ) অবতল দাপোণ

(গ) সমতল দাপোণ

(ঘ) উত্তল দাপোণ

উত্তৰঃ (খ) অবতল দাপোণ

৭০) লক্ষ্যবস্তুৰ অৱস্থান কত হ’লে উত্তল লেন্স এখনে বাস্তৱ আৰু পৰিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব ?

(ক) F আৰু 2f ৰ মাজত

(খ) Fৰ বাহিৰত সকলো স্থানত

(গ) 2F ৰ বাহিৰত সকলো স্থানত

(ঘ) লেন্স আৰু F ৰ মাজত।

উত্তৰঃ (ক) F আৰু 2f ৰ মাজত

৭১) এখন উত্তল লেন্সৰ পৰা (F/2) দুৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্ব হ’ব—

(ক) ফ’কাছ, অসৎ আৰু দুগুণ আকাৰৰ

(খ) সৎ ওলোটা আৰু 3f/2 দুৰত্বত

(গ) অসৎ আৰু থিয় দুৰত্বত 2f

(ঘ) সৎ আৰু ওলোটা f দুৰত্বত ।

উত্তৰঃ (ক) ফ’কাছ, অসৎ আৰু দুগুণ আকাৰৰ

৭২) পানীৰ মাজত থকা বায়ুৰ বুদ এটাই কিহৰ ধৰ্ম দেখুৱায় ?

(ক) অবতল লেন্স

(খ) অবতল দাপোণ

(গ) সমতল দাপোণ

(ঘ) উত্তল লেন্স।

উত্তৰঃ (ক) অবতল লেন্স

৭৩) কাঁচেৰ নিৰ্মিত উত্তল লেন্স এখন পানীত ডুবাই ৰাখিলে তাৰ ক্ষমতা, বায়ুত থকা অৱস্থাতকৈ

(ক) বাঢ়িব

(খ) কমিব

(গ) একে থাকিব

(ঘ) ৰঙা ৰঙৰ বাবে কমিব আৰু বেঙুনীয়াৰ বাবে বাঢ়িব।

উত্তৰঃ (খ) কমিব

৭৪) অভিসাৰী লেন্স এখন পানীত ডুবালে তাৰ ফ’কাছ দৈৰ্ঘ্য—

(ক) একে থাকিব

(খ) হ্ৰাস হ’ব

(গ) বৃদ্ধি হ’ব

(ঘ) একে থাকিব কিন্তু ই অপসাৰী ধৰ্ম লাভ কৰিব ।

উত্তৰঃ (গ) বৃদ্ধি হ’ব

৭৫) 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ লেন্স এখনৰ ক্ষমতা 1D হ’লে 1.6 প্ৰতিসৰণাংকৰ কাঁচৰ লেন্স এখনৰ ক্ষমতা হ’ব—

(ক) 1.2D

(খ) 0.9D

(গ) 0.8D

(ঘ) 1.06D

উত্তৰঃ (ক) 1.2D

৭৬) শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি ?

(ক) ৱেভমিটাৰ

(খ) ডেছিবেল

(গ) ৰিখটাৰস্কেল

(ঘ) কেলভিন 

উত্তৰঃ (খ) ডেছিবেল

৭৭) বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ হয়—

(ক) আলফা ৰশ্মি

(গ) গামা ৰশ্মি

(খ) অতি বেঙুনীয়া ৰশ্মি

(ঘ) অৱ লোহিত ৰশ্মি 

উত্তৰঃ (গ) গামা ৰশ্মি

৭৮) UPS মানে কি –

(ক) United Power Solutions

(খ) Uninterrupted Power supply

(গ) Unit program solution

(ঘ) United Power Supply

উত্তৰঃ (খ) Uninterrupted Power supply

৭৯) সাধাৰণতে মানুহৰ দেহত থকা ক্ৰ’মজমৰ সংখ্যা-

(ক) 40

(খ) 23

গ) 42

(ঘ) 46 

উত্তৰঃ (ঘ) 46

৮০) তলৰ কোনটো ধাতু ডাঙৰ চহৰ প্ৰদূষণৰ অন্যতম কাৰক।

(ক) তাম

(খ) ক্ৰ’মিয়াম

(গ) সীহ

(ঘ) কেডমিয়াম

উত্তৰঃ (গ) সীহ

৮১) ‘চিমেণ্ট’ উৎপাদনৰ বাবে কি কেঁচা সামগ্ৰীৰ প্ৰয়োজন-

(ক) জিপচাম আৰু বোকা

(খ) বোকা 

(গ) চূণ-শিল আৰু বোকা

(ঘ) চূণ-শিল 

উত্তৰঃ (গ)

৮২) তলৰ কোনটো ‘চাৰ্চ ইঞ্জিন’

(ক) FTP

(খ) Google

(গ) Article

(ঘ) ARPANET

উত্তৰঃ (খ) Google

 ৮৩) ইয়ঙৰ ডবল শিট পৰীক্ষাৰ সম্পূৰ্ণ যন্ত্ৰটো পানীত ডুবালে

(ক) ফ্ৰিঞ্জ পদ্ধতিটো বেছি উজ্বল হৈ উঠিব।

(খ) ফ্ৰিঞ্জ পদ্ধতিটো অদৃশ্য হৈ যাব।

(গ) ফ্ৰিঞ্জবেধ কমিব ।

(ঘ) ফ্ৰিঞ্জবেধ বাঢ়িব।

উত্তৰঃ (গ) ফ্ৰিঞ্জবেধ কমিব ।

৮৪) এটা সমাৰোপণ পৰীক্ষাত বগা পোহৰ ব্যৱহাৰ কৰিলে

(ক) ফ্ৰিঞ্জ পদ্ধতিটো অদৃশ্য হৈ যাব।

(খ) ফ্ৰিঞ্জ পদ্ধতিটো বেছি উজ্বল হৈ উঠিব।

(গ) ফ্ৰিঞ্জ পদ্ধতিটো কেন্দ্ৰীয় বগা ফ্ৰিঞ্জৰ চৌদিশে কিছুমান ৰঙচঙীয়া ফ্ৰিঞ্জৰে গঠিত হ’ব আৰু তাৰ পিছত সুষম দ্বীপনমাত্ৰা দেখা পোৱা যাব।

(ঘ) কোনো পৰিৱৰ্তন নঘটে ।

উত্তৰঃ (গ) ফ্ৰিঞ্জ পদ্ধতিটো কেন্দ্ৰীয় বগা ফ্ৰিঞ্জৰ চৌদিশে কিছুমান ৰঙচঙীয়া ফ্ৰিঞ্জৰে গঠিত হ’ব আৰু তাৰ পিছত সুষম দ্বীপনমাত্ৰা দেখা পোৱা যাব।

৮৫) তলত দিয়া কোনটো পৰি ঘটনাই প্ৰমাণ কৰে যে পোহৰ এটা অনুপ্ৰস্থ  তৰংগ

(ক) সমাৰোপণ

(খ) অপবৰ্তন

(গ) সমবৰ্তন

(ঘ) প্ৰতিসৰণ

উত্তৰঃ (গ) সমবৰ্তন

৮৬) সমাৰোপণ হ’ব লগা যি কোনো তৰংগমালা এটাৰ পথত নিৰ্দিষ্ট ডাঠ গ্লাচ শ্লেব এটা বহুৱালে সমাৰোপণ আৰ্হিৰ কি ঘটিব ?

(ক) ফ্ৰিঞ্জ পদ্ধতি পৰিৱৰ্তন হয়

(খ) ফ্ৰিঞ্জ পদ্ধতি অদৃশ্য হয়

(গ) ফ্ৰিঞ্জবেধ সলনি হয়

(ঘ) কোনো পৰিৱৰ্তন নহয় ।

উত্তৰঃ (ক) ফ্ৰিঞ্জ পদ্ধতি পৰিৱৰ্তন হয়

৮৭) পূৰ্ণ সূৰ্য্যগ্ৰহণৰ সময়ত সৌৰ বৰ্ণালীটো হ’ল

(ক) অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী

(খ) কিছুমান অন্ধকাৰ ৰেখাৰে সৈতে অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী ।

(গ) অবিচ্ছিন্ন শোষণ বৰ্ণালী ।

(ঘ) পটি বিকিৰণ বৰ্ণালী 

উত্তৰঃ (ক) অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী

৮৮) তাপদীপ্ত ছ’ডিয়াম বাষ্পই বিকিৰণ কৰা বৰ্ণালী হ’ল

(ক) অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী

(খ) কিছুমান অন্ধকাৰ ৰেখাৰে সৈতে অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী।

(গ) পটি বিকিৰণ বৰ্ণালী।

(ঘ) ওপৰত কোনোটো নহয় ।

উত্তৰঃ (খ) কিছুমান অন্ধকাৰ ৰেখাৰে সৈতে অবিচ্ছিন্ন বিকিৰণ বৰ্ণালী।

৮৯) তলৰ কোন উৎসই বিচ্ছিন্ন ৰেখা বিকিৰণ বৰ্ণালী দিয়ে ?

(ক) বাল্বৰ  ফিলামেন্ট

(খ) সূৰ্য

(গ) চ’ডিয়াম বাষ্প লেম্প

(ঘ) ৰঙা ট্ৰেফিক লাইট।

উত্তৰঃ (গ) চ’ডিয়াম বাষ্প লেম্প

৯০) ছি.জি.এছ পদ্ধতিত দুৰত্বৰ একক—

(ক) ছে.মি

(খ) মিটাৰ

(গ) মিলি মিটাৰ

(ঘ) ঘনমিটাৰ 

উত্তৰঃ (ক) ছে.মি

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-5

৯১) এছ.আই এককত কাৰ্যৰ একক হ’ল-

(ক) জুল

(খ) নিউটন

(গ) আৰ্গ

(ঘ) কিলোগ্ৰাম 

উত্তৰঃ (ক) জুল

 ৯২) মানুহ এজনে চাৰ ফ্ৰেমত লেন্স দুখন কিন্তু ঘূৰাই দিয়াত তেওঁৰ দৃষ্টিত ব্যাঘত জন্মিল । তেন্তে তেওঁৰ দৃষ্টি দোষ হ’ব—

(ক) মায়’পিয়া

(খ) হাইপাৰ মেট্ৰ’পিয়া

(গ) প্ৰেচ বায় পি য়া

(ঘ) বিষম দৃষ্টিদোষ ৷

উত্তৰঃ (ঘ) বিষম দৃষ্টিদোষ ৷

৯৩) কি দৃষ্টিদোষ আঁতৰাবলৈ চিলিন্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰা হয় ?

(ক) মায়’পিয়া

(খ) হাইপাৰ মেট্ৰ’পিয়া

(গ) প্ৰেচ বায়’ পিয়া

(ঘ) বিষম দৃষ্টিদোষ।

উত্তৰঃ (ঘ) বিষম দৃষ্টিদোষ।

৯৪) লেন্সৰ বৰ্ণ বিমুখ (নিবৰ্ণ) সংযুক্ত কৰিলে কি উৎপন্ন হয় ?

(ক) ক’লা-বগা প্ৰতিবিম্ব

(খ) ৰঙীন প্ৰতিবিম্ব

(গ) তৰংগ দৈৰ্ঘ্যৰ সৈতে পৰিবৰ্তিত প্ৰতিসৰণাংকৰ প্ৰভাৱ মুক্ত প্ৰতিবিম্ব।

(ঘ) অতি পৰিবৰ্ধিত প্ৰতিবিম্ব।

উত্তৰঃ (গ) তৰংগ দৈৰ্ঘ্যৰ সৈতে পৰিবৰ্তিত প্ৰতিসৰণাংকৰ প্ৰভাৱ মুক্ত প্ৰতিবিম্ব।

৯৫) পাতল লেন্সৰ গোলকীয় বিপথন (2ন) কমাবলৈ

(ক) একবৰ্ণী ৰশ্মি ব্যৱহাৰ কৰিব লাগে ।

(খ) লেন্সৰ আকাৰ সৰু কৰিব লাগে

(গ) লেন্সৰ ওপৰত বৃত্তকাৰ আঙুঠি সদৃশ মাস্ক ব্যৱহাৰ কৰিব লাগে ।

(ঘ) লেন্সৰ আকাৰ বঢ়াব লাগে ৷

উত্তৰঃ (গ) লেন্সৰ ওপৰত বৃত্তকাৰ আঙুঠি সদৃশ মাস্ক ব্যৱহাৰ কৰিব লাগে ।

৯৬) লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন কৰাৰ সময়ত বৰ্ণ বিপথন সৃষ্টি হোৱাৰ কাৰণ হ’ল—

(ক) সমাৰোপন

(খ) দুই ফালৰ ভাজ ব্যাসাৰ্ধ একে সমান নহয় ।

(গ) বিচ্ছুৰণ।

(ঘ) তৰংগ দৈৰ্ঘ্যৰ সৈতে ফ’কাছ দৈৰ্ঘ্য সলনি হয় ।

উত্তৰঃ (ঘ) তৰংগ দৈৰ্ঘ্যৰ সৈতে ফ’কাছ দৈৰ্ঘ্য সলনি হয় ।

৯৭) 1 লাক্সৰ মান হ’ল—

(ক) 1 লুমেন/মিটাৰ2

(খ) 1লুমেন/ছে .মি . 2 

(গ) 1 কেণ্ডেলা/মিটাৰ2

(ঘ) 1 কেণ্ডেলা/ছে .মি .2

উত্তৰঃ (ক) 1 লুমেন/মিটাৰ2

৯৮) ইলেকট্ৰিক বাল্ব এটাৰ দীপন দক্ষতাৰ একক হ’ল—

(ক) ৱাট

(খ) লুমেন

(গ) লুমেন/ৱাট

(ঘ) লাক্স

উত্তৰঃ (গ) লুমেন/ৱাট

৯৯) কোনো সমতলৰ দীপ্ততাৰ (দীপন মাত্ৰা) মাপৰ একক হ’ল— 

(ক) লুমেন

(খ) কেণ্ডেলা

(গ) লাক্স

(ঘ) লাক্স/মিটাৰ2

উত্তৰঃ (গ) লাক্স

১০০) এটা দীঘল চূঙাকৃতিৰ উৎসৰ অক্ষৰ পৰা r দুৰত্বত দীপন প্ৰাবল্য কাৰ সমানুপাতিক?

(ক) 1/r2

(খ) 1/r

(গ) r

(ঘ) 1/r3

উত্তৰঃ (খ) 1/r

We hope that Physics MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Chemistry.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top