Biology MCQ For SSUHS CEE Entrance Exam Part-2

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-2

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) দেহত এটা বাহিবা এন্টিজেনৰ প্ৰৱেশ ঘটিলে T – কোষৰ এটা ক্ল’নৰ বিভাজন হৈ T – লিম্ফ ‘চাইটচ উৎপন্ন হোৱাটোক কোৱা হয়— 

(ক) লিম্ফ চাইটচ

(খ) লিম্ফ’ব্লাষ্ট

(গ) প্লাজমা কোষ

(ঘ) এটাও নহয়

উত্তৰঃ (খ) লিম্ফ’ব্লাষ্ট

২) এণ্টিচিৰামত

(ক) এন্টিজেন থাকে

(খ) লিউক’চাইটচ

(গ) এণ্টিবডি

(ঘ) এইবোৰৰ এটাও নহয়

উত্তৰঃ (গ) এণ্টিবডি

৩) এছপিৰিন (Aspinin) এটা

(ক) এণ্টিবায়টিক

(খ) এন্টিপাইৰেটিক

(গ) এণ্টিচেপটিক

(ঘ) এটাও নহয়

উত্তৰঃ (খ) এন্টিপাইৰেটিক

৪) তলত উল্লেখ কৰা কোনটোৱে মগজুৰ ক্ৰিয়া দুৰ্বল কৰি তোলে আৰু ঠাণ্ডা অনুভৱ, আৰাম আৰু তন্দ্ৰালস (drowsiness) : কৰায় ?

(ক) মৰফিন

(খ) ভেলিয়াম

(গ) এমফিটামাইনচ

(ঘ) হাচিচ

উত্তৰঃ (খ) ভেলিয়াম

৫) কোকে ইন (Caffeinl) হৈছে এক ষ্টিমুলেণ্ট, যিটো—

(ক) কফিত থাকে

(খ) চাহত থাকে

(গ) শীতল পানীয়ত থাকে

(ঘ) এই সকলোবোৰতে থাকে

উত্তৰঃ (ঘ) এই সকলোবোৰতে থাকে

৬) তলত উল্লেখ কৰা কোনটো ৰোগ যৌন সংস্পৰ্শৰ দ্বাৰা বিয়পে —

(ক) হেপটাইটিচ- ডি

(খ) হেপাটাইটিচ- চি

(গ) হেপাটাইটিচ- এ

(ঘ) হেপাটাইটিচ – বি

উত্তৰঃ (ঘ) হেপাটাইটিচ – বি

৭) CO তলত দিয়া কোনটো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়—

(ক) কৰ্কট ৰোগ

(খ) টাইফয়ড

(গ) এইড্ছ

(ঘ) হেপাটাইটিচ

উত্তৰঃ (ক) কৰ্কট ৰোগ

৮) এণ্টিবডি উৎপাদনত সহায় কৰে

(ক) মন ‘চাইছে

(খ) শ্বেতৰক্ত কণিকাই

(গ) লিম্ফ’চাইটছে

(ঘ) লোহিত ৰক্তকণিকাই

উত্তৰঃ (গ) লিম্ফ’চাইটছে

৯) হিমফিলীয়া হৈছে

(ক) মেণ্ডেলীয় বিসংগতি (Mendelian disorder)

(খ) ক্ৰম’জ’মীয় বিসংগতি (Chromosomy disorder)

(গ) (ক) আৰু (খ) দুয়োটাই হ’ব পাৰে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মেণ্ডেলীয় বিসংগতি (Mendelian disorder)

১০) ডাউনৰ ছিনড্ৰম হৈছে —

(ক) মেণ্ডেলীয় বিসংগতি

(খ) ক্ৰম’জমীয় বিসংগতি

(গ) (ক) আৰু(খ) দুয়োটাই হ’ব পাৰে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ক্ৰম’জমীয় বিসংগতি

১১) এটা জীৱৰ জিনীয় সংগঠনটো—

(ক) জিন’ম

(খ) জিন সমষ্টি

(গ) ব্যক্ত ৰূপ

(ঘ) জিনীয় ৰূপ

উত্তৰঃ (ক) জিন’ম

১২) মানুহৰ লিংগসহ লগ্ন চিৰত্ৰৰ উদাহৰণ—

(ক) কেকোঁৰা চুলি

(খ) কাঁচি কোষ ৰক্তহীনতা

(গ) বৰ্ণান্ধতা

(ঘ) ডাউনৰ ছিনড্ৰম

উত্তৰঃ (গ) বৰ্ণান্ধতা

১৩) একমাত্ৰ উৎসেচক সংশ্লেষণত জিনীয় অসমৰ্থতাৰ বাবে উদ্ভৱ হোৱা ৰোগ —

(ক) মধুমেহ

(খ) ফিনাইল কেটনুৰিয়া

(গ) বৰ্ণান্ধতা

(ঘ) ডাউনৰ ছিনড্ৰম

উত্তৰঃ (খ) ফিনাইল কেটনুৰিয়া

১৪) জিনৰ কাৰ্যকৰী একক যিয়ে এটা পলিপেপটাইড সংশ্লেষণত বিশেষ ভাৱে কাম কৰে সেইটো—

(ক) ক্ল’ন

(খ) ৰিকন

(গ) ছিট্ৰন

(ঘ) ক’ডন

উত্তৰঃ (গ) ছিট্ৰন

১৫) সহলগ্নতা হ’ল—

(ক) প্ৰত্যক্ষ সম্বন্ধ থকা পৰাংগতি

(খ) খাদ্য পৰিবহনৰ দৰে একে

(গ) পৰাংগতিৰ লগত বিপৰীতভাৱে সম্পৰ্কিত

(ঘ) পৃথকীকৰণৰ বিপৰীত

উত্তৰঃ (গ) পৰাংগতিৰ লগত বিপৰীতভাৱে সম্পৰ্কিত

১৬) বংশগতি বহনৰ মূল কৌশল হ’ল—

(ক) যৌন প্ৰজনন

(খ) বহুগুণতা

(গ) ক্ৰম’জ’মৰ দুফালকৰণ

(ঘ) মাইট’টিক কৌশল

উত্তৰঃ (গ) ক্ৰম’জ’মৰ দুফালকৰণ

১৭) ক্ৰম’জমৰ উৎপৰিৱৰ্তনে ঘটোৱা অৱস্থা-

(ক) ফিনাইল কেট’নৰিুৰিয়া

(খ) ডাউনৰ ছিনড্ৰ’ম

(গ) কাচি কোষ ৰক্তহীনতা

(ঘ) হিম’ফিলিয়া

উত্তৰঃ (খ) ডাউনৰ ছিনড্ৰ’ম

১৮) ৰক্তদল চাৰিটাৰ A,B, AB আৰু O ৰ আখৰবোৰে সূচায়—

(ক) লোহিত ৰক্ত কণিকাই বহন কৰা এন্টিজেন

(খ) শ্বেতক্ত কণাই বহন কৰা এন্টিজেন

(গ) লোহিত ৰক্তকণাই বহন কৰা এণ্টিবডি

(ঘ) শ্বেত কণাই বহন কৰা এন্টিবডি

উত্তৰঃ (ক) লোহিত ৰক্ত কণিকাই বহন কৰা এন্টিজেন

১৯) কাঁচি কোষ ৰক্তহীনতাৰ কাৰণ—

(ক) কাঁচি আকাৰৰ কোষকেন্দ্ৰ থকা শ্বেত ৰক্তকণাৰ লগতে ৰক্তহীনতা

(খ) ৰক্তহীনতাৰ লগতে কাঁচি আকাৰৰ শ্বেতৰক্ত কণিকা

(গ) কাঁচি আকাৰৰ লোহিত ৰক্ত কণাৰ লগতে ৰক্তহীনতা

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (গ) কাঁচি আকাৰৰ লোহিত ৰক্ত কণাৰ লগতে ৰক্তহীনতা

২০) ক্ৰম’জ’মত জিনবোৰৰ অৱস্থানৰ ধৰণ –

(ক) সৰ্পিল

(খ) ডিম্বাকৃতি

(গ) ৰৈখিক

(ঘ) বৃত্তীয়

উত্তৰঃ (গ) ৰৈখিক

২১ ) ৰাসায়নিকভাৱে এটা এণ্টিবডি হ’ল

(ক) প্ৰটিন

(খ) লিপ’প্ৰটিন

(গ) লিপিড

(ঘ) নি উক্লি অ’ প্ৰটিন

উত্তৰঃ (ক) প্ৰটিন

২২) বসন্তৰ ছিটা দিওঁতে সুমুৱাই দিয়ে

(ক) এণ্টিবডি বোৰ

(খ) শ্বেত ৰক্ত কণিকাবোৰ

(গ) প্ৰতি জৈৱিক সঁহাৰি

(ঘ) দুৰ্বল ৰোগৰ কাৰক ভাইৰাছ

উত্তৰঃ (ঘ) দুৰ্বল ৰোগৰ কাৰক ভাইৰাছ

২৩) দুটা অণুৰূপ এলিল থকা জীৱটো—

(ক) প্ৰভাৱী

(খ) সংকৰ

(গ) অসম যুগ্মজাত

(ঘ) সম যুগ্মজাত

উত্তৰঃ (ঘ) সম যুগ্মজাত

২৪) মেণ্ডেলৰ শেষ সূত্ৰটো—

(ক) পৃথকীকৰণ

(খ) প্ৰভাৱী

(গ) স্বতন্ত্ৰ বিন্যাস

(ঘ) বহু জিনীয় বংশগতি

উত্তৰঃ (গ) স্বতন্ত্ৰ বিন্যাস

২৫) মেণ্ডেলীয় জননত বিপৰীত বৈশিষ্ট্য নিয়ন্ত্ৰণকাৰী কাৰকৰ যোৰবোৰক কোৱা হয়—

(ক) বহু এলিল

(খ) এলিল’মফছ

(গ) এল’ল’কি

(ঘ) পেৰামফৰ্ছ

উত্তৰঃ (খ) এলিল’মফছ

২৬) সংকৰ আৰু অপ্ৰভাৱী পিতৃ-মাতৃৰ মাজৰ জননটো—

(ক) ওভোতা সংকৰণ

(খ) প্ৰমাণী সংকৰণ

(গ) এক সংকৰ

(ঘ) দ্বি সংকৰ

উত্তৰঃ (খ) প্ৰমাণী সংকৰণ

২৭) মানুহৰ ছালৰ ৰঙৰ বংশগতি এটা উদাহৰণ—

(ক) মেণ্ডেলীয় বংশগতিৰ

(খ) এক জিনীয় বংশগতিৰ

(গ) পূৰক জিনৰ

(ঘ) বহু জিনীয় বংশগতিৰ

উত্তৰঃ (ঘ) বহু জিনীয় বংশগতিৰ

২৮) বহু এলিলে নিয়ন্ত্ৰণ কৰা বংশগতি —

(ক) ফিনাইল কেট’নুৰিয়া

(খ) বৰ্ণান্ধতা 

(গ) কাচিকোষ ৰক্তহীনতা

(ঘ) ৰক্তদল

উত্তৰঃ (ঘ) ৰক্তদল

২৯) এযোৰ জিনে আন জিনৰ প্ৰভাৱ সুপ্ত কৰি ৰখা পৰি ঘটনাটো—

(ক) এপিষ্টেছিছ

(খ) প্ৰভাৱিতা

(গ) উৎপৰিৱৰ্তন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) এপিষ্টেছিছ

৩০) বংশগতিৰ সূত্ৰ যুগুত কৰে —

(ক) মেণ্ডেলে

(খ) ম’গানে

(গ) বেটিছনে

(ঘ) পানেটে

উত্তৰঃ (ক) মেণ্ডেলে

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-1

৩১) মেণ্ডেলে সংকৰৰ পৰীক্ষা কৰা উদ্ভিদ—

(ক) পিজিয়ন পি

(খ) বাগিচাৰ মটৰ

(গ) বন মটৰ

(ঘ) মিঠা মটৰ

উত্তৰঃ (খ) বাগিচাৰ মটৰ

৩২) প্ৰভাৱী গুণটো হ’ল—

(ক) বৰ্ণান্ধতা

(খ) ধৱল চৰ্ম

(গ) হিম’ফিলিয়া

(ঘ) Rh কাৰক

উত্তৰঃ (ঘ) Rh কাৰক

৩৩) ABO ৰক্তদলৰ কাৰক—

(ক) বহুকাৰকীয় বংশগতি

(খ) অসম্পূৰ্ণ প্ৰভাৱিতা

(গ) বহু এলিল

(ঘ) এপিষ্টেছিছ

উত্তৰঃ (গ) বহু এলিল

৩৪) বংশগতিৰ সূত্ৰসমূহ (Law of Heredity) আৱিষ্কাৰ কৰা বিজ্ঞানীজন কোন? 

(ক) গ্ৰেগৰ মেণ্ডেল

(খ) নিউটন

(গ) পুনেট

(ঘ) ওপৰৰ এজনো নহয়

উত্তৰঃ (ক) গ্ৰেগৰ মেণ্ডেল

৩৫) পুনেট বৰ্গ (Punnett square) উদ্ভাৱন কৰিছিল—

(ক) মেণ্ডেল

(খ) ৱাটচন আৰু ছুটন

(গ) ৰেজিনেল্ড

(ঘ) কৰেনচ

উত্তৰঃ (গ) ৰেজিনেল্ড

৩৬) ক্ৰম’জ’ম ভিত্তিক বংশগতি (Chromosomal Theory of inheritance) কোনে উদ্ভাৱন কৰিছিল ?

(ক) মেণ্ডেল

(খ) ছুটন

(গ) ৰেজিনেল্ড

(ঘ) ব’ভাৰি

উত্তৰঃ (খ) ছুটন

৩৭) দুটা জিনৰ বংশগতিৰ অধ্যয়নৰ বাবে মেণ্ডেলে ব্যৱহাৰ কৰা উদ্ভিদবিধ কি আছিল ?

(ক) আপেল

(খ) আম

(গ) বাগিচাৰ মটৰমাহ

(ঘ) আলু

উত্তৰঃ (গ) বাগিচাৰ মটৰমাহ

৩৮) মেণ্ডেলে বংশগতিৰ চৰিত্ৰসমূহৰ বিষয়ে কৰা পৰীক্ষাসমূহ প্ৰকাশ কৰিছিল—

(ক) 1870

(খ) 1900

(গ) 1865

(ঘ) 1845

উত্তৰঃ (গ) 1865

৩৯) স্ত্ৰী হেট’ৰ’গেমেটি হৈছে —

(ক) স্ত্ৰীৰ দ্বাৰা দুটা বেলেগ জননকোষৰ সৃষ্টি হোৱা ৷

(খ) পুৰুষৰ দ্বাৰা চাৰিটা বেলেগ জননকোষৰ সৃষ্টি হোৱা ।

(গ) দুয়োটাই হ’ব পাৰে ।

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰঃ (ক) স্ত্ৰীৰ দ্বাৰা দুটা বেলেগ জননকোষৰ সৃষ্টি হোৱা ৷

৪০) মতা মানুহৰ লিংগ ক্ৰম’জম হ’ল—

(ক) XX

(খ) XO

(গ) XY

(ঘ) YY

উত্তৰঃ (গ) XY

৪১) ছোৱালীৰ যৌন লক্ষণ থকা ল’ৰা এজনৰ জিনীয় ৰূপ

(ক) XXX

(খ) XXY

(গ) XO

(ঘ) XYY

উত্তৰঃ (খ) XXY

৪২) 21 তম দেহ ক্ৰম ‘জ’মডাল ট্ৰাইছমিক হোৱাৰ ফলত হোৱা ৰোগ —

(ক) টাৰ্নাৰৰ ছিনড্ৰম

(খ) এডৱাৰ্ডৰ ছিনড্ৰম

(গ) ডাউনৰ ছিনড্ৰম

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ডাউনৰ ছিনড্ৰম

৪৩) মানুহৰ ৰক্তদল ভাল উদাহৰণ—

(ক) পৰিমাণগত বংশগতিৰ

(খ) লিংগ সহলগ্নতাৰ

(গ) বহুজিনীয় বংশগতিৰ

(ঘ) বিপাকীয় বিকাৰৰ

উত্তৰঃ (গ) বহুজিনীয় বংশগতিৰ

৪৪) বৰ্ণাৰ্ন্ধ মানুহে চিনাক্ত কৰিব নোৱাৰা ৰং—

(ক) ৰঙা – সেউজীয়া

(খ) সেউজীয়া নীলা

(গ) হালধীয়া – সেউজীয়া

(ঘ) হালধীয়া – ৰঙা

উত্তৰঃ (ক) ৰঙা – সেউজীয়া

৪৫) লিংগ সহলগ্ন ৰোগ—

(ক) ক্ৰেটিনিজম

(খ) বেৰিবেৰি

(গ) বৰ্ণান্ধতা

(ঘ) টাইল’ছিছ

উত্তৰঃ (গ) বৰ্ণান্ধতা

৪৬) এটা জীৱগোষ্ঠীৰ জিনবোৰৰ সমষ্টিক কোৱা হয়—

(ক) জিন’ম

(খ) জিন ভঁৰাল

(গ) জিন সহলগ্নতা

(ঘ) জিন সমষ্টি

উত্তৰঃ (ঘ) জিন সমষ্টি

৪৭) জিনীয় সংকেত আৱিস্কাৰ কৰে —

(ক) জি গেমৌত্ৰ

(খ) এইচ জি খোৰানাই

(গ) ওৱাটছন আৰু ক্ৰিকে

(ঘ) এম নিৰেণবাৰ্গে

উত্তৰঃ (গ) ওৱাটছন আৰু ক্ৰিকে

৪৮) মানুহৰ টাৰ্নাৰৰ ছিনড্ৰমৰ কাৰণ—

(ক) দেহ ক্ৰম’জমৰ অস্বাভাৱিকতা

(খ) অসম্পূৰ্ণলিংগ সহলগ্নতা

(গ) এল’ছ’মেল অস্বাভাৱিকতা

(ঘ) মাল্টি ছ’মি

উত্তৰঃ (গ) এল’ছ’মেল অস্বাভাৱিকতা

৪৯) শৰীৰ বিদ্যা বংশগতিৰ জনক—

(ক) মেণ্ডেল

(খ) গেল্টন

(গ) হাৰ্ভি

(ঘ) বেটিছন

উত্তৰঃ (ক) মেণ্ডেল

৫০) ডাউনৰ ছিনড্ৰম ক্ৰম’জ’ম সংখ্যা—

(ক) 46 ডাল

(খ) 45 ডাল

(গ) 47 ডাল

(ঘ) 48 ডাল

উত্তৰঃ (গ) 47 ডাল

৫১) কোষ বিভাজনৰ সময়ত ক্ৰ’মেটিডৰ পৃথকীকৰণ ব্যৰ্থ হোৱাটোৱে এটা ক্ৰম’জ’ম লাভ বা লোকচান হোৱাটোক কোৱা হয় —

(ক) স্ত্ৰীহেটাৰ’ গেমেটি

(খ) পুৰুষ হেটাৰ’গেমেটি

(গ) এনিউপ্লইডি

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ C

৫২) এটা পৰিয়ালৰ কেইবাটাও পুৰুষ ধৰি চৰিত্ৰৰ বিশ্লেষণ কৰাটো হ’ল—

(ক) পিডিগ্ৰী বিশ্লেষণ (Pedigree Analysis)

(খ) মেণ্ডেলীয় বিশ্লেষণ (Mendel Analysis)

(গ) পুনেট বিশ্লেষণ (Punnett Analysis).

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পিডিগ্ৰী বিশ্লেষণ (Pedigree Analysis)

৫৩) টাৰ্নাৰৰ ছিনড্ৰম প্ৰতিনিধিত্ব কৰে —

(ক) XYY

(খ) XO

(গ) XXY

(ঘ) XXX

উত্তৰঃ (খ) XO

৫৪) হিমফিলিয়া হ’ল

(ক) ধৱল চৰ্ম

(খ) মধুমেহ

(গ) তেজ নিগৰা বেমাৰ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) তেজ নিগৰা বেমাৰ

৫৫) প্ৰাৰম্ভিক সংকেত হ’ল—

(ক) UAG

(খ) GAU

(গ) AUG

(ঘ) AGU

উত্তৰঃ (গ) AUG

৫৬) মাকৰ লগত শিশুৰ মিল থকা বংশগতিৰ কাৰণ—

(ক) কোষ প্ৰৰসীয় বংশগতি

(খ) ক্ৰম’জ’মীয় বংশগতি

(গ) প্লাষ্টিড বংশগতি

(ঘ) এপিজেনেছিছ

উত্তৰঃ (ক) কোষ প্ৰৰসীয় বংশগতি

৫৭) জিনীয় অভিযন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়

(ক) DNA পলিমাজে

(খ) পলিমাজে

(গ) প্লাজমিদে

(ঘ) ওলোটা লিপ্যন্তৰণে

উত্তৰঃ (গ) প্লাজমিদে

৫৮) ওকাযাকি টুকুৰা থাকে —

(ক) লেগিং সূত্ৰত

(খ) অগ্ৰণী সূত্ৰত

(গ) ওপৰৰ উভয়তে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লেগিং সূত্ৰত

৫৯) RNA ত থাকে —

(ক) হেক্সজ

(খ) ৰিব’জ

(গ) ফুকট’জ

(ঘ) গ্লুক’জ

উত্তৰঃ (খ) ৰিব’জ

৬০) ত্ৰয়ীক’ডনৰ মূলতে তিনিটা ক্ষাৰকৰ অণুক্ৰম থাকে —

(ক) m-RNA ত

(খ) tRNA ত

(গ) r-RNAত

(ঘ) ওপৰৰ সকলোতে

উত্তৰঃ (ক) m-RNA ত

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

৬১) প্ৰ’টিন সংশ্লেষণৰ ক্ষেত্ৰত শুদ্ধ—

(ক) m-RNA লৈ সংকেত স্থানান্তৰণ

(খ) tRNA লৈ সংকেত স্থানান্তৰণ

(গ) DNA ৰ সূত্ৰই সংকেত দিয়ে

(ঘ) এণ্টি পেৰেলেল ধৰণে DNA ৰ সংকেত

উত্তৰঃ (ক) m-RNA লৈ সংকেত স্থানান্তৰণ

৬২) RNA ৰ গঠন আটাইতকৈ বেছি —

(ক) কোষ প্ৰৰসত

(খ) কেন্দ্ৰ প্ৰসত 

(গ) অতি কেন্দ্ৰত

(ঘ) ৰাইব’’জ’মত

উত্তৰঃ (গ) অতি কেন্দ্ৰত

৬৩) m-RNA হ’ল— এটা পলিমাৰ —

(ক) ৰাইব’ নিউক্লিঅ’টাইডৰ

(খ) ডি অক্সিৰাইব’ নিউক্লিঅ’টাইড্ৰৰ

(গ) নিউক্লিঅ’ছাইডৰ

(ঘ) ডি অক্সি বাইব নিউক্লিঅ’ছাইডৰ

উত্তৰঃ (ক) ৰাইব’ নিউক্লিঅ’টাইডৰ

৬৪) DNA অনুকৃত্যায়নৰ সময়ত RNA প্ৰাইমাৰ আঁতৰাবলৈ আৱশ্যক হোৱা উৎসেচকটো-

(ক) প্ৰাইমেজ

(খ) লাইগেজ

(গ) DNA পলিমাজে III

(ঘ) DNA পলিমাজে I

উত্তৰঃ (গ) DNA পলিমাজে III

৬৫) DNA ৰ এটা আঙুঠিযুক্ত নাইট্ৰ’জেন ক্ষাৰকটো

(ক) ইউৰাচিল

(খ) থায়মিন

(গ) এডিনাইন

(ঘ) গুৱানাইন

উত্তৰঃ (ঘ) গুৱানাইন

৬৬) জিনীয় সংকেতে বাৰ্তা বহন কৰে —

(ক) এমাই’ন এচিডৰ পৰা সংশ্লিষ্ট RNA লৈ

(খ) RNA ৰ পৰা সংশ্লিষ্ট প্ৰ’টিনলৈ

(গ) প্ৰ’টিনৰ পৰা সংশ্লিষ্ট DNA লৈ

(ঘ) RNA ৰ পৰা সংশ্লিষ্ট DNA লৈ

উত্তৰঃ (খ) RNA ৰ পৰা সংশ্লিষ্ট প্ৰ’টিনলৈ

৬৭) DNA পলিমাৰেজে সহায় কৰে —

(ক) DNA ৰ সূত্ৰ দুডাল মেল খুওৱাত

(খ) DNA লেগিং সূত্ৰ গঠনত

(গ) DNA পুনৰ্মিলনত

(ঘ) DNA ৰ মন’মাৰবোৰ সংযুক্তকৰণত

উত্তৰঃ (ঘ) DNA ৰ মন’মাৰবোৰ সংযুক্তকৰণত

৬৮) DNA অনুকৃত্যায়নত আৱশ্যক

(ক) DNA পলিমাজে

(খ) RNA পলিমাজে আৰু ট্ৰেন্সল’কেজ

(গ) DNA লাইগেজ

(ঘ) DNA পলিমাজে আৰু DNA লাইগেজ

উত্তৰঃ (ঘ) DNA পলিমাজে আৰু DNA লাইগেজ

৬৯) DNA ত নিউক্লিঅটাইডৰ অনুক্ৰমৰ পৰিৱৰ্তন—

(ক) মিউটাজেন

(খ) ৰিকম্বিনেচন

(গ) উৎপৰিৱৰ্তন

(ঘ) অনুবাদ

উত্তৰঃ (গ) উৎপৰিৱৰ্তন

৭০) চাইট ‘ছাইন আৰু গুৱানাইনৰ মাজৰ হাইড্ৰ’জেন বন্ধনীৰ সংখ্যা-

(ক) 1

(খ) 1

(গ) 3

(ঘ) 4

উত্তৰঃ (গ) 3

৭১) ঘূৰণীয়া DNA পোৱা যায়—

(ক) ভাইৰাছত

(খ) বেক্টেৰিয়া, হৰিকণা, মাইট’কণ্ড্ৰিয়াত

(গ) অকল হৰিৎকণা আৰু মাইটকণ্ড্ৰিয়াত

(ঘ) ওপৰৰ সকলোতে

উত্তৰঃ (গ) অকল হৰিৎকণা আৰু মাইটকণ্ড্ৰিয়াত

৭২) DNA ৰ দুই মূৰ সংলগ্ন কৰে —

(ক) লাইগেজে

(খ) পলিমাৰেজে

(গ) গাইৰেজে

(ঘ) হেলিকেজে

উত্তৰঃ (ক) লাইগেজে

৭৩) DNA ত নথকা নাইট্ৰ’জেন ক্ষাৰক—

(ক) চাইট’ছাইন

(খ) গুৱানাইন

(গ) ইউৰাচিল

(ঘ) এডিনাইন

উত্তৰঃ (গ) ইউৰাচিল

৭৪) নিউক্লিক এছিডবোৰ কাৰ প’লিমাৰ হয় ?

(ক) নিউক্লিয়’চাইড

(খ) প্ৰ’টিন

(গ) গ্লাইক’প্ৰ’টিন

(ঘ) নিউক্লিয়টাইড

উত্তৰঃ (ঘ) নিউক্লিয়টাইড

৭৫) জীৱৰ পলিম’ৰফিজিমৰ কাৰণ—

(ক) একজিনীয় বংশগতি

(খ) বহু জিনীয় বংশগতি

(গ) উভয় (ক) আৰু (খ)

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) উভয় (ক) আৰু (খ)

৭৬) প্ৰ’টিন সংশ্লেষণৰ কালত এমাইন’ এচিড tRNA ৰ লগত সংযুক্ত হয় যাৰ সহায়ত সেইটো

(ক) ৰাইব’জ’ম

(খ) এমাইন’ এচাইল চিনথেটেজ

(গ) r-RNA

(ঘ) m-RNA

উত্তৰঃ (খ) এমাইন’ এচাইল চিনথেটেজ

৭৭) ধতুৰা এটা উদাহৰণ—

(ক) ট্ৰাহছমিৰ

(খ) মন’ছমিৰ

(গ) ট্ৰি প্লয়ডৰ

(ঘ) মন’প্লয়ডৰ

উত্তৰঃ (ক) ট্ৰাহছমিৰ

৭৮) একেলগে বংশগতি হ’ব খোজা জিনবোৰ—

(ক) বহু জিন

(খ) মিছা এলিল

(গ) বহু এলিল

(ঘ) সহলগ্ন জিন

উত্তৰঃ (ক) বহু জিন

৭৯) বংশানুক্ৰমিক ৰোগ হ’ল—

(ক) কলেৰা

(খ) এলকেপ্ত’নুৰিয়া

(গ) বৰ আই

(ঘ) এমিবীয় গ্ৰহণী

উত্তৰঃ (খ) এলকেপ্ত’নুৰিয়া

৮০) হিম’ফিলিয়াৰ দৰে একে ধৰণৰ মানুহৰ বেমাৰ—

(ক) কুকুৰী কণা

(খ) মধুমেহ

(গ) বৰ্ণান্ধতা

(ঘ) প্ৰেছ বায়’পিয়া

উত্তৰঃ (গ) বৰ্ণান্ধতা

৮১) সাধাৰণ দাতাৰ ৰক্তদল-

(ক) A

(খ) B

(গ) AB

(ঘ) O

উত্তৰঃ (ঘ) O

৮২) এজন ব্যক্তিৰ ৰক্তদল নিৰ্ণয় কৰা হয়—

(ক) RBC ৰ আকাৰে ৰে

(খ) RBC আৰু WBC ৰ একগোট কৰণেৰে

(গ) ব্যক্তিয়ে বহন কৰা জিনেৰে

(ঘ) হিম’গ্লবিনৰ প্ৰকৃতিৰে

উত্তৰঃ (গ) ব্যক্তিয়ে বহন কৰা জিনেৰে

৮৩) গৌণ স্পাৰমে ট ‘চাইটত থকা দেহ ক্ৰম’জ’মৰ সংখ্যা

(ক) 44

(খ) 43

(গ) 22

(ঘ) 23

উত্তৰঃ (গ) 22

৮৪) যিহৰ অভাৱত হিম’ফিলিয়া ঘটে সেইটো—

(ক) এণ্টি হিম’ফিলিয়া গ্ল’বুলিন

(খ) প্লাজমা থ্ৰম্ব’প্লাষ্টিন

(গ) কেলচিয়াম

(ঘ) X ক্ৰম’জ’ম

উত্তৰঃ (ক) এণ্টি হিম’ফিলিয়া গ্ল’বুলিন

৮৫) ক্লিনফেল্টাৰৰ ছিনড্ৰম হ’ল—

(ক) বন্ধ্যা পুৰুষ

(খ) বন্ধ্যা তিৰোতা

(গ) পুৰুষৰ গৌণ যৌন লক্ষণযুক্ত তিৰোতা

(ঘ) তিৰোতাৰ গৌণ যৌন বৈশিষ্ট্য থকা পুৰুষ

উত্তৰঃ (ঘ) তিৰোতাৰ গৌণ যৌন বৈশিষ্ট্য থকা পুৰুষ

৮৬) মানুহৰ মন’ছ’মিক আস্থা প্ৰদৰ্শন কৰা XO যিটো ছিনড্ৰমৰ লগত সম্পৰ্কিত সেইটো—

(ক) অপৰাধী

(খ) ডাউনৰ

(গ) ক্লিনফেল্টাৰৰ

(ঘ) টাৰ্নাৰৰ

উত্তৰঃ (ঘ) টাৰ্নাৰৰ

৮৭) মানুহৰ শুক্ৰাণুত থকা দেহ ক্ৰম’জ’মৰ সংখ্যা—

(ক) 11

(খ) 22

(গ) 44

(ঘ) 46

উত্তৰঃ (খ) 22

৮৮) মানুহৰ মাইকী যোজন কোষৰ সংগঠন-

(ক) 22 + X

(খ) 44 + XX

(গ) 22 + Y

(ঘ) 44 + XY

উত্তৰঃ (খ) 44 + XX

৮৯) ৰঞ্জন ৰশ্মিৰ প্ৰভাৱৰ পৰা দেহৰ যিটো অংশ আঁতৰাই ৰাখিব লাগে সেইটো—

(ক) শুক্ৰাশয়

(খ) জনন গ্ৰন্থি

(গ) ডিম্বাশয়

(ঘ) প্লীহা

উত্তৰঃ (খ) জনন গ্ৰন্থি

৯০) জীৱৰ উৎপত্তিৰ ঠিক আগেয়ে পৃথিৱীৰ বায়ুমণ্ডল গঠিত হৈছিল—

(ক) জলীয় ভাপ, CH4, NH3, আৰু অক্সিজেনেৰে

(খ) CO2, NH3 আৰু CH4 ৰে

(গ) CH4, NH3, H2, আৰু জলীয় ভাপেৰে

(ঘ) CH4, O3, O2 আৰু পানীৰ ভাপেৰে

উত্তৰঃ (গ) CH4, NH3, H2, আৰু জলীয় ভাপেৰে

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

৯১) তেজত থকা হিম’গ্লবিনৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰটোৰ নাম–

(ক) ছাহলিৰ হিম’গ্লবিন’ মিটাৰ

(খ) ছন’গ্ৰাফি

(গ) ইলেক্ট’গ্ৰাফি

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) ছাহলিৰ হিম’গ্লবিন’ মিটাৰ

৯২) তলৰ কোনবিধ জলাতংক ৰোগৰ লক্ষণ?

(ক) পানীৰ প্ৰতি ভয়

(খ) পানীৰ প্ৰতি আকৃষ্ট

(গ) দেহত পানী কমি যোৱা

(ঘ) দেহত পানী বৃদ্ধি হোৱা

উত্তৰঃ (ক) পানীৰ প্ৰতি ভয়

৯৩) কলচী উদ্ভিদত থকা এবিধ পাচক ৰস হ’ল—

(ক) ট্ৰিপছিন

(খ) ট্ৰাইছিন

(গ) এম’ছিন

(ঘ) জনছিন

উত্তৰঃ (ক) ট্ৰিপছিন

৯৪) ৰ’দ মুকুতাৰ পাতৰ সংখ্যা হ’ল—

(ক) 6-12 টা

(খ) 15-20 টা

(গ) 14-18 টা

(ঘ) ওপৰৰ কোনোটোৱে ই নহয় 

উত্তৰঃ (ক) 6-12 টা

৯৫) সৰ্বপ্ৰথম উদ্ভিদ হৰম’নৰ অস্তিত্ব প্ৰমাণ কৰে —

(ক) চাৰ্লছ ডাৰউইনে

(খ) ফ্ৰান্সিছে

(গ) জনাথনে

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) চাৰ্লছ ডাৰউইনে

৯৬) ‘নাইট্ৰ’জেন স্থিৰীকৰণ’ কৰা জীৱাণু এবিধ থাকে

(ক) উৰহী জাতীয় উদ্ভিদৰ শিপাত

(খ) ভেণ্ডিৰ শিপাত

(গ) কঠাল গছৰ শিপাত

(ঘ) নাৰিকল গছৰ শিপাত 

উত্তৰঃ (ক) উৰহী জাতীয় উদ্ভিদৰ শিপাত

৯৭) পত্ৰবন্ধ খোল খায়-

(ক) দিনত

(খ) ৰাতি

(গ) মাজৰাতি

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) 

৯৮) তলৰ কোনবিধ বহুবাসী উদ্ভিদ—

(ক) আম

(খ) পটল

(গ) অমিতা

(ঘ) ৰঙালাউ

উত্তৰঃ (ক) আম

৯৯) সবাতোকৈ ক্ষুদ্ৰ অণুজীৱ হ’ল-

(ক) ভাইৰাছ

(খ) বেক্টেৰিয়া

(গ) পট’য’ৱা

(ঘ) ভেঁকুৰ 

উত্তৰঃ (ক) ভাইৰাছ

১০০) ভিটামিন-এ ৰ অভাৱত কোনবিধ ৰোগ হয় ?

(ক) কুকুৰি কণা

(খ) বেৰি -বেৰি

(গ) স্কাৰ্ভি

(ঘ) পঁয়ালগা 

উত্তৰঃ (ক) কুকুৰি কণা

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top