Biology MCQ For SSUHS CEE Entrance Exam Part-6

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-6

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 40 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) গুপ্তবীজী উদ্ভিদত স্ত্ৰীৰেণু চাৰিটাৰ সজ্জাটো হৈছে —

(ক) ডেকাচেট (Decessate)

(খ) টেট্ৰাহে’ড্ৰেল (Tetrahedral)

(গ) ৰৈখিক (Linear)

(ঘ) আচি’ বাইলেটাৰেল (Iso bilateral)

উত্তৰঃ (গ) ৰৈখিক (Linear)

২) কোষাৱৰণ কিহেৰে গঠিত

(ক) ফছ ফ’লিপিড

(খ) নিউক্লিও প্ৰ’টিন

(গ) বহু শৰ্কৰা

(ঘ) লাইপ’প্ৰ’টিন।

উত্তৰঃ (ঘ) লাইপ’প্ৰ’টিন।

৩) মাইট’কণ্ড্ৰিয়া ক’ত নাথাকে —

(ক) বেক্টেৰিয়াত

(গ) সেউজীয়া শেলাইত

(খ) ৰঙা শেলাইত

(ঘ) মগুা শেলাইত।

উত্তৰঃ (ক) বেক্টেৰিয়াত

৪) মাইট’কণ্ড্ৰিয়াবোৰ কিহৰ সৈতে জড়িত—

(ক) ভাইৰাছ

(খ) প্লাজমিত

(গ) প্লাষ্টিড

(ঘ) প্ৰকোষ কেন্দ্ৰীয় কোষ।

উত্তৰঃ (গ) প্লাষ্টিড

৫) ক্ৰ’মেটিনবোৰত কি থাকে —

(ক) DNA

(খ) RNA

(গ) RNA আৰু হিষ্টন

(ঘ) DNA আৰু হিষ্টন।

উত্তৰঃ (ঘ) DNA আৰু হিষ্টন।

৬) চৰ্বিক শৰ্কৰালৈ পৰিৱৰ্ত্তন কৰা উৎসেচকবোৰ ক’ত থাকে —

(ক) লাইপ’জ’মত

(খ) গলগি পদাৰ্থ

(গ) গ্লাইঅক্সিজ’মত

(ঘ) মেক্ৰজ’মত।

উত্তৰঃ (গ) গ্লাইঅক্সিজ’মত

৭) ক্ৰ’মেটিনৰ গঠনকাৰী মৌল হ’ল—

(ক) হিষ্টন

(খ) এছিড প্ৰ’টিন আৰু ডি.এন.এ. 

(গ) নিউক্লিওজম

(ঘ) কোষকেন্দ্ৰীয় আধাৰ দ্ৰব্য।

উত্তৰঃ (গ) নি উক্লিওজম

৮) বেক্টেৰিয়াৰ শ্বসন কাৰ্য্য ক’ত সমাপন হয়—

(ক) মাইক্ৰ’জমত

(খ) এপিজমত

(গ) মেছজমত

(ঘ) ৰিব’জমত।

উত্তৰঃ (গ) মেছজমত

৯) এটা পৰিস্থিতি তন্ত্ৰত মৌলসমূহৰ চক্ৰাকাৰ আবৰ্তনক কি বোলা হয়?

(ক) ভূবিদ্যা সম্পৰ্কীয় চক্ৰ

(খ) ভূ-ৰাসায়নিক চক্ৰ

(গ) জৈৱ ভূ-ৰাসায়নিক চক্ৰ

(ঘ) ৰাসায়নিক চক্ৰ

উত্তৰঃ (গ) জৈৱ ভূ-ৰাসায়নিক চক্ৰ

১০) ভূ-পৃষ্ঠৰ যি অংশত জীৱসমূহ পোৱা যায়, তাক কোৱা হয় –

(ক) স্থলমণ্ডল

(খ) বাৰি মণ্ডল

(গ) বায়ুমণ্ডল

(ঘ) জীৱমণ্ডল

উত্তৰঃ (ঘ) জীৱমণ্ডল

১১) ক’ত পোৱা জীৱসমূহক সামৰি জীৱমণ্ডলৰ ধাৰণাটো ব্যৱহাৰ কৰা হয়?

(ক) স্থলমণ্ডল, বাণ্ডিল আৰু বায়ুমণ্ডলত

(খ) স্থলমণ্ডল আৰু বাৰি মণ্ডলত

(গ) বামি ণ্ডলত

(ঘ) স্থলমণ্ডলত

উত্তৰঃ (ক) স্থলমণ্ডল, বাণ্ডিল আৰু বায়ুমণ্ডলত

১২) উপচিতি হ’ল (anabolism)

(ক) শৰীৰৰ ভিতৰৰ ক্ৰিয়া (endergonic)

(খ) শৰীৰৰ বাহিৰৰ ক্ৰিয়া (exergonic)

(গ) পৰিৱৰ্তনীয় প্ৰক্ৰিয়া

(ঘ) ধ্বংসাত্মক প্ৰক্ৰিয়া

উত্তৰঃ (ক) শৰীৰৰ ভিতৰৰ ক্ৰিয়া (endergonic)

১৩) চেণ্ট্ৰ’মিয়াৰৰ কাৰ্য্য হ’ল

(ক) RNA গঠন

(গ) ক্ৰমজমৰ চলন 

(গ) DNAৰ নকলীকৰণ

(ঘ) ক্ৰমজমৰ ডুপ্লিকেচন

উত্তৰঃ (গ) DNAৰ নকলীকৰণ

১৪) ই’থাইলিন গেছ ব্যৱহৃত হয়

(ক) উদ্ভিদৰ বৃদ্ধিত

(খ) ফলৰ অকাল বাৰ্ধ্যক্য ৰোধত

(গ) ফল পকাবলৈ

(ঘ) পাতৰ অকাল বাৰ্ধ্যক্য ৰোধ কৰিবলৈ

উত্তৰঃ (গ) ফল পকাবলৈ

১৫) নিম্নোক্ত কোনটো হৰমনে ফুল ফুলাত ক্ৰিয়া কৰে ?

(ক) অক্সিন এ

(খ) চাইট’কাইনিন এ

(গ) ফ্লাজেন এ

(ঘ) জিবাৰেলিন এ

উত্তৰঃ (গ) ফ্লাজেন এ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

১৬) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক বোলে –

(ক) পলিগেমি (Polygamy)

(খ) এমফিমিক্ছিছ (Amphimixis)

(গ) ইজাকুলেছন (Ejakulation)

(ঘ) চিনগেমি (Syngamy)

উত্তৰঃ (ঘ) চিনগেমি (Syngamy)

১৭) টেষ্ট’ষ্টেৰণ (Testosterone) হৰম’নৰ উৎস হৈছে-

(ক) চাৰ্টলি কোষবোৰ (Sertoli Cells)

(খ) এচিনেল কোষবোৰ (Acinal Cells)

(গ) ফেল্প ‘পিয়ান (Fallopian)

(ঘ) লেইডিগ কোষবোৰ (Leydig Cells)

উত্তৰঃ (ঘ) লেইডিগ কোষবোৰ (Leydig Cells)

১৮) এণ্ডমেট্ৰিয়াম (Endometrium) তৰপটো পোৱা যায়—

(ক) যোনী

খ) জৰায়ু

(গ) ফেল্পপিয়ান

(ঘ) গৰ্ভাশয়

উত্তৰঃ খ) জৰায়ু

১৯) স্খলিত প্ৰক্ৰিয়া (Degenerative Process) য’ত গৰ্ভাশয়ৰ ভিতৰত থকা ডিম্ব নষ্ট হয়, তাক বোলা হয়—

(ক) হাইপ’প্লাচিয়া (Hypoplasia)

(খ) ৰিগ্ৰেছিয়ন (Regression)

(গ) আটৰেছিয়া (Atresia)

(ঘ) হাইপাৰপ্লাচিয়া (Hyperplasia)

উত্তৰঃ (ক) হাইপ’প্লাচিয়া (Hypoplasia)

২০) গৰ্ভাশয়ৰ পৰা ওলায় যোৱা ডিম্বক (Ovum) গ্ৰহণ কৰে —

(ক) জৰায়ু

(খ) যোনী

(গ) ইজথমাছ (Isthmus)

(ঘ) অচটিয়াম (Ostium)

উত্তৰঃ ঘ) অচটিয়াম (Ostium)

২১) শুক্ৰাশয়ৰ (Testes) ভিতৰত শুক্ৰাণুৱে গঠন নলিকা আকৃতিৰ গঠনক—

(ক) ক্ৰিপটিছ বোলে

(খ) নেফ্ৰিক নলীক বোলে

(গ) ৰেটে টেছটিছ (Rete Testis)

(ঘ) ইন্টাৰষ্টিছিয়েল কোষবোৰ (Interstitial Cells)

উত্তৰঃ (ক) ক্ৰিপটিছ বোলে।

২২) মানুহৰ পুৰুষৰ ক্ষেত্ৰত তলত দিয়া কোনটো নাথাকে

(ক) প্ৰষ্ট্ৰেট গ্ৰন্থি (Prostrate Gland)

(খ) পেৰিনিয়েল গ্ৰন্থি (Perineal Gland)

(গ) কাউপাছ গ্ৰন্থি (Cowper’s Gland)

(ঘ) চেমিনেল ভেচিকলছ (Seminal Vesicles)

 উত্তৰঃ (খ) পেৰিনিয়েল গ্ৰন্থি (Perineal Gland) 

২৩) স্ত্ৰীদেহত মেন’পজ (Menopause) বা ঋতুবন্ধ হোৱা বছৰবোৰ হৈছে —

(ক) 30ৰ পৰা 40 বছৰত

(খ) 45ৰ পৰা 55 বছৰত

(গ) 554 পৰা 60 বছৰত

(ঘ) 60 বছৰৰ পাছত

উত্তৰঃ (খ) 45ৰ পৰা 55 বছৰত

২৪) ফুলৰ এটা চক্ৰৰ ৰঙেই ফুলটোৰ ৰং হয় সেই চক্ৰটো—

(ক) স্ত্ৰীস্তৱক

(খ) পুংস্তৱক

(গ) দলমণ্ডল

(ঘ) বৃতি

উত্তৰঃ (গ) দলমণ্ডল

২৫) উদ্ভিদৰ নতুন প্ৰকাৰণ (varieties) সৃষ্টি কৰা হয়

(ক) উৎপৰিৱৰ্তন আৰু বাচনিৰ দ্বাৰা

(খ) বাচনি আৰু Introduction ৰ দ্বাৰা

(গ) Introduction আৰু উৎপৰিৱৰ্তনৰ দ্বাৰা

(ঘ) বাচনি আৰু সংকৰণৰ দ্বাৰা

উত্তৰঃ (ঘ) বাচনি আৰু সংকৰণৰ দ্বাৰা

২৬) টাইফয়ড জ্বৰ সৃষ্টি কৰে

(ক) গিয়াৰডিয়া (Giardia)

(খ) চলমনেলা

(গ) ছিগেলা (Shigella)

(ঘ) এচকাৰচিয়া (Eschercia)ই

উত্তৰঃ (খ) চলমনেলা

২৭) জীৱদেহৰ কোষচক্ৰত DNA সংশ্লেষণ হয়

(ক) S – স্তৰত

(খ) G2, – স্তৰ

(গ) G1, – স্তৰত

(ঘ) মাইটছিছৰ আদ্যস্তৰত

উত্তৰঃ (ক) S – স্তৰত

২৮) মানব তেজত অধিক পৰিমানে পোৱা কোষ হ’ল

(ক) ইয়’চিন’ফিল

(খ) বেচ’ফিল 

(গ) নিউট্ৰফিল

(ঘ) কোনটোৱে নহয়

উত্তৰঃ (গ) নিউট্ৰফিল

২৯) পত্ৰহৰিত্ত থাকে

(ক) N

(খ) Mg

(গ) ca

(ঘ) CO2

উত্তৰঃ (খ) Mg

৩০) নীল সেউজ শেলাই আৰু ভেঁকুৰৰ মাজত সহৱস্থান ঘটে

(ক) লাইকেনত

(খ) চিম্ব’চিচত (Symbiosis)

(গ) কেনিবিচমত (Cannibism)

(ঘ) মাইক’ৰাইযাত

উত্তৰঃ (ক) লাইকেনত

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-5

৩১) শ্ৰেণীবিভাজন পাঁচখন ৰাজ্যৰ কোনখনে নীল সেউজ শেলাই আৰ্কি বেক্টেৰিয়া নাইট্ৰ’জেন স্থিতিকাৰী বেক্টেৰিয়া আৰু মিথান’জেনিক (methanogenie archae bacteri(ক) ক অন্তভূক্ত কৰে ?

(ক) মনেৰা

(খ) ভেঁকুৰ

(গ) প্লেন্টা (plantae)

(ঘ) প্ৰ’টিষ্টা

উত্তৰঃ (ক) মনেৰা

৩২) নিন্মোক্ত কোনটো অংগানু জেনেটিক ইঞ্জিনিয়াৰিঙৰ লগত জড়িত ?

(ক) গলগি বড়ি

(খ) লাইচ’জম

(গ) মাইটকন্দ্ৰিয়া

(ঘ) প্লাজমিড

উত্তৰঃ (ঘ) প্লাজমিড

৩৩) তলৰ কোনবিধ ঔষধ বেদনাহাৰী আৰু এন্টি পাইৰেটিক হিচাপে ব্যৱহাৰ কৰা হয় ?

(ক) এছপিৰিন

(খ) ইনছুলিন

(গ) পেৰাছিটেমল

(ঘ) ক্ল’ৰানফেনিকল

উত্তৰঃ (গ) পেৰাছিটেমল

৩৪) পেৰাচিটাম’ল হ’ল এটা—

(ক) বেদনাহাৰী

(খ) এন্টি পাইৰে টিক

(গ) মেলেৰীয়া প্ৰতিৰোধী

(ঘ) (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (ঘ) (ক) আৰু (খ) দুয়োটা

৩৫) মকুলোদগম প্ৰথাৰে অংগজ প্ৰজনন ঘটোৱা জীৱ—

(ক) গোলাপ

(খ) এগেভ

(গ) ইষ্ট

(ঘ) আদা

উত্তৰঃ (গ) ইষ্ট

৩৬) কিছুমান উদ্ভিদত একেটা সময়তে পৰাগধানী আৰু গৰ্ভমুণ্ডৰ বিকাশ আৰু পূৰঠ হয়। এই প্ৰক্ৰিয়াটোক কোৱা হয়—

(ক) হম’গেমি

(খ) চিনগে’মি

(গ) এল’গেমি

(ঘ) মিলন (Fusion)

 উত্তৰঃ (ক) হম’গেমি

৩৭) তলত উল্লেখ কৰা কোনযোৰ উদ্ভিদে পাতৰ অংশৰ পৰা অংগজ প্ৰজনন কৰে ?

(ক) এগেভ আৰু গুলঞ্চ

(খ) দপুৰটেঙা

(গ) শতমূল (Asparagas) আৰু দপুৰটেঙা

(ঘ) ক্ৰিচেনথিমাম আৰু এগে’ভ

উত্তৰঃ (খ) দপুৰটেঙা

৩৮) উদ্ভিদত যৌন প্ৰজনন প্ৰথমে ধৰা পেলাইছিল—

(ক) নাৱালিচন (Nawashin

(খ) কেমেৰেৰিয়াচ (Camererius)

(গ) হেনস্টেইন (Hউত্তৰঃtein)

(ঘ) এমিকি (Sporopollenin)

উত্তৰঃ (খ) কেমেৰেৰিয়াচ (Camererius)

৩৯) এনথাৰচিছ এক প্ৰক্ৰিয়া যিয়ে —

(ক) পৰাগৰ গঠন

(খ) পৰাগধানীৰ বিকাশ

(গ) ফুলৰ মুকুল মেল খোৱা

(ঘ) গৰ্ভমুণ্ডৰ দ্বাৰা পৰাগ গ্ৰহণ

উত্তৰঃ (গ) ফুলৰ মুকুল মেল খোৱা

৪০) পৰাগনলীটো সাধাৰণতে ভ্ৰূণস্থলীৰ ভিতৰত প্ৰৱেশ কৰে –

(ক) সহকাৰী কোষ এটাৰ যোগেদি

(খ) ডিম্বত প্ৰত্যক্ষভাৱে আঘাত কৰি

(গ) এটা সহকাৰী কোষ আৰু মধ্যকোষৰ মাজেদি

(ঘ) প্ৰতিপাদ কোষত খুন্দিয়ায়

উত্তৰঃ (ক) সহকাৰী কোষ এটাৰ যোগেদি

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top