Physics MCQ For SSUHS CEE Entrance Exam Part-2

Physics MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-2

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Physics for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) বস্তু এটাৰ দ্ৰুতি ধ্ৰুবক (Constant) হ’লে

(ক) সদায় ত্বৰিত হ’ব

(খ) ত্বৰিত হ’ব পাৰে

(গ) সদায় মহৰিত হ’ব

(ঘ) বেগ সদায় ধ্ৰুবক হ’ব।

উত্তৰঃ (খ) ত্বৰিত হ’ব পাৰে

২) সুষম বৃত্তীয় গতিৰ ক্ষেত্ৰত

(ক) বেগ আৰু ত্বৰণ দুয়োটা প্ৰৱক।

(খ) ত্বৰণ আৰু দ্ৰুতি ধ্ৰুৱক, কিন্তু বেগ পৰিৱৰ্তনশীল

(গ) ত্বৰণ আৰু বেগ দুয়োটা পৰিৱৰ্তনশীল

(ঘ) ত্বৰণ আৰু দ্ৰুতি ধ্ৰুবক।

উত্তৰঃ (খ) ত্বৰণ আৰু দ্ৰুতি ধ্ৰুৱক, কিন্তু বেগ পৰিৱৰ্তনশীল

৩) বৃত্তীয় পথত স্থিৰ (Constant) দ্ৰুতিৰে গতি কৰা মটৰ আৰোহী এজনৰ বাবে

(ক) ত্বৰণ প্ৰৱক

(খ) বেগ ধ্ৰুবক

(গ) ত্বৰণৰ মান ধ্ৰুৱক কিন্তু দিশ পৰিৱৰ্তনশীল

(ঘ) বল ধ্ৰুবক।

উত্তৰঃ (গ) ত্বৰণৰ মান ধ্ৰুৱক কিন্তু দিশ পৰিৱৰ্তনশীল

৪) বস্তু কণা এটাই 25cm ব্যাসাৰ্ধৰ বৃত্তীয় পথত প্ৰতি চেকেণ্ডত দুবাৰকৈ আবৰ্তন কৰিলে m/s এককত অভিকেন্দ্ৰিয়ত্বৰণ হ’ব—

(ক) π

(ঘ) 8 π 2

(গ) 4π2

(ঘ) 2π2

উত্তৰঃ (গ) 4π2

৫) বস্তু এটাক বৃত্তীয় পথত গতিশীল কৰি ৰাখিবলৈ আমি কি বল প্ৰয়োগ কৰিব লাগিব ?

(ক) জড় বল

(খ) মধ্যাকৰ্ষণ বল

(গ) অভিকেন্দ্ৰিক বল

(ঘ) অপকেন্দ্ৰিক বল

উত্তৰঃ (ক) জড় বল

৬) লেডৰ পাতযুক্ত বৰফ এটুকুৰা এটা গিলাচৰ পানীত ওপঙি আছে । বৰফ টুকুৰা গলাৰ পিছত জলপৃষ্ঠ—

(ক) নামি যাব

(খ) উঠি যাব

(গ) একে থাকিব

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (ক) নামি যাব

৭) এটা কাঠৰ টুকুৰা যুক্ত বৰফ এটুকুৰা বিকাৰৰ পানীত ওপঙি আছে । বৰফ টুকুৰা গলাৰ পিছত জলপৃষ্ঠ—

(ক) নামি যাব

(খ) উঠি যাব

(গ) একে থাকিব

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (গ) একে থাকিব

৮) পুখুৰীৰ পানীত ওপঙি থকা কাঠ ভৰ্তি নাও এখনৰ পৰা কাঠবোৰ পানীত পেলাই দিলে জলপৃষ্ঠ—

(ক) উঠি যাব

(খ) নামি যাব

(গ) একে থাকিব

(ঘ) ইয়াৰ এটাও নহয়। 

উত্তৰঃ (গ) একে থাকিব

৯) পুখুৰীৰ পানীত ওপঙি থকা শিল ভৰ্তি নাও এখনৰ পৰা শিলবোৰ পানীত পেলাই দিলে জলপৃষ্ঠ—

(ক) ওপৰলৈ উঠিব

(খ) তললৈ নামিব

(গ) একে থাকিব

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (খ) তললৈ নামিব

১০) পুখুৰীৰ পানীত ওপঙি থকা নাও এখনৰ আৰোহী এজনে পুখুৰীৰ পানী খোৱাৰ পিছত জলপৃষ্ঠ—

(ক) সামান্য বৃদ্ধি হ’ব

(খ) সামান্য কমিব

(গ) একে থাকিব

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (গ) একে থাকিব

১১) দুটা একে আকাৰ আৰু একে আকৃতিৰ বস্তুক সমান উচ্চতাৰ পৰা একেলগে এৰি দিলে যদি দয়োটাৰ ওপৰত বায়ুৰ বাধা সমান হয়, তেন্তে

(ক) দুয়োটাই একে লগে ভূ-পৃষ্ঠ পাবগৈ ।

(খ) কম ঘনত্বৰ বস্তুটো আগতে ভূ-পৃষ্ঠত পৰিব ।

(গ) বেছি ঘনত্বৰ বস্তুটো আগতে ভূ-পৃষ্ঠ পাবগৈ ।

(ঘ) নিশ্চিতভাৱে একো ক’ব নোৱাৰি ।

উত্তৰঃ (গ) বেছি ঘনত্বৰ বস্তুটো আগতে ভূ-পৃষ্ঠ পাবগৈ ।

১২) পদাৰ্থ বিজ্ঞানৰ ভাষাত তলৰ কোনটো সৰ্বাধিক স্থিতি স্থাপক?

(ক) ৰবৰ

(খ) প্লাষ্টিক

(গ) ষ্টীল

(ঘ) কাঠ

উত্তৰঃ (গ) ষ্টীল

১৩) তলৰ কোন পদাৰ্থৰ ইয়ঙৰ গুণাংকৰ মান সৰ্বোচ্চ ?

(ক) ষ্টীল

(খ) ৰবৰ

(গ) কাঠ

(ঘ) প্লাষ্টিক

উত্তৰঃ (ক) ষ্টীল

১৪) T পৰ্য্যায় কালত ভৰযুক্ত স্প্ৰীং এডাল দুলি আছে । স্প্ৰীংডাল চাৰিটা সমান খণ্ডত বিভক্ত কৰা হ’ল আৰু ইয়াৰ এটা খণ্ডৰ পৰা আগৰ ভৰটো ওলোমাই দিয়া হ’ল। ইয়াৰ নতুন পৰ্য্যায় কাল হ’ব—

(ক) T

(খ) 2T

(গ) T/2

(ঘ) T/4

উত্তৰঃ A

১৫) সৰল পৰ্য্যাবৃত্ত গতিত থকা বস্তু এটাৰ ত্বৰণক বিচ্যুতিৰ কলন হিচাপে লৈ অংকন কৰা ল খডাল হ’ব

(ক) সৰল ৰেখা

(খ) বৃত্ত

(গ) উপবৃত্ত

(ঘ) পৰাবৃত্ত

উত্তৰঃ (ক) সৰল ৰেখা

১৬) কোনো সৰল পৰ্য্যাবৃত্ত গতিৰ বিচ্যুতি Y (ছে.মি.ত), সময় t (ছেকেণ্ডত) হিচাপত তলত দিয়াৰ দৰে প্ৰকাশ কৰা হয়। Y = 3 Sin 314t + 4 Cos 314t ইয়াৰ কম্পনাংক হ’ব—

(ক) 314 হাৰ্টজ

(খ) 100 হাৰ্টজ

(গ) 50 হাৰ্টজ

(ঘ) 0.02 হাৰ্টজ

উত্তৰঃ (গ) 50 হাৰ্টজ

১৭) ভূ-কেন্দ্ৰৰ মাজেৰে খন্দা এটা সুৰঙ্গৰ এমুৰৰ পৰা বস্তু এটাই স্থিৰ অৱস্থাৰ পৰা গতি কৰি কেন্দ্ৰ পাওঁতে বেগ হ’ব

(ক) gR

(খ) 2gR

(গ) (2gR)

(ঘ) (gR)-2

উত্তৰঃ (ক) gR (g = মধ্যকৰ্ষনিক ত্বৰণ; R = পৃথিৱীৰ ব্যাসাৰ্ধ)

১৮) বল ধ্ৰুৱক K বিশিষ্ট স্প্ৰীং এডাল সম দৈৰ্ঘ্যৰ তিনিটা খণ্ডত কটা হ’ল। প্ৰতিখণ্ডৰ স্প্ৰীংত বল ধ্ৰুৱক কিমান?

(ক) k

(খ) k/3

(গ) 3k

(ঘ) 3k/2

উত্তৰঃ (গ) 3k

১৯) দুটা সৰল পৰ্যাবৃত্ত গতি ক্ৰমে y = a Sin( wt – kx) আৰু y = b Cos (wt – kx) ৰে বজুজোৱা হৈছে । তেন্তে ইহঁতৰ মাজৰ দশা পাৰ্থক্য হ’ল— 

(ক) π/2

(খ) π/4

(খ) π/6

(ঘ) π/4

উত্তৰঃ (ক) π/2

২০) কোনো এটা বস্তুৰ ওপৰত দঢ়ৃ বা স্থিৰ (steady) টৰ্ক অথবা বল যুগ্মই ক্ৰিয়া কৰিলে বস্তুটোৱে —

(ক) নিউটনৰ প্ৰথম সূত্ৰ মতে স্থিৰ অৱস্থা অথবা সুষম গতিশীল অবস্থা অব্যাহত ৰাখিব।

(খ) নিউটনৰ দ্বিতীয় সূত্ৰ অনসুৰি ৰৈখিক ত্বৰণ লাভ কৰিব ।

(গ) কৌণিক ত্বৰণ লাভ কৰিব।

(ঘ) নিৰ্দিষ্ট হাৰত আৱৰ্তন কৰিব।

উত্তৰঃ (গ) কৌণিক ত্বৰণ লাভ কৰিব।

 ২১) M ভৰৰ বস্তু এটাই x – অক্ষৰ সমান্তৰালকৈ স্থিৰ বেগেৰে গতি কৰি আছে । মূল বিন্দু সাপেক্ষে ইয়াৰ কৌণিক ভৰবেগ হ’ব—

(ক) শূন্য়

(খ) স্থিৰ হৈ থাকিব (Constant)

(গ) বৃদ্ধি হ’ব

(ঘ) হ্ৰাস হ’ব।

উত্তৰঃ (গ) বৃদ্ধি হ’ব

২২) কোনো এক প্ৰণালীত প্ৰযুক্ত টৰ্ক শূন্য় হ’লৈ তলৰ কোন ৰাশিৰ মান ধ্ৰুবক হ’ব ?

(ক) বল

(খ) ৰৈখিক ভৰবেগ

(গ) ঘাতবল

(ঘ) কৌণিক ভৰবেগ

উত্তৰঃ (ঘ) কৌণিক ভৰবেগ

 ২৩) পৃথিৱীৰ ব্যাসাৰ্ধ বৰ্তমানৰ আধা হ’লে, এটা দিনৰ দৈৰ্ঘ্য হ’ব—

(ক) 48 ঘণ্টা

(খ) 24 ঘণ্টা

(গ) 12 ঘণ্টা

(ঘ) 6 ঘণ্টা

উত্তৰঃ (ঘ) 6 ঘণ্টা

২৪) দৌৰি থকা ল’ৰা এজনে ঘূৰ্ণীয়মান টেবুল এখনত জঁপিয়াই পৰিলে তলৰ কোন ৰাশিৰ মান ধ্ৰুবক হ’ব ?

(ক) ৰৈখিক ভৰবেগ

(খ) গতি শক্তি

(গ) কৌণিক ভৰবেগ

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (গ) কৌণিক ভৰবেগ

২৫) ঘূৰ্ণীয়মান টেবুল এখনত থিয় হৈ থকা ল’ৰা এজনে তাৰ প্ৰসাৰিত দুহাতত গধুৰ গোলক লৈ আছে । যদি সি হঠাতে তাৰ হাত দুখনে বুকুলৈ কোঁচাই লয়, তেন্তে টেবুলখনৰ কৌণিক বেগ—

(ক) শূন্য় হ’ব

(খ) বাঢ়িব

(গ) কমিব

(ঘ) একে সমান হৈ ৰ’ব।

উত্তৰঃ (খ) বাঢ়িব

২৬) ক্ৰীড়াবিদ এজনে তাৰ হাত আৰু ভৰি প্ৰসাৰিত কৰি ঘূৰি আছে । হাত আৰু ভৰি ভিতৰলৈ কোঁচাই ল’লে কি ঘটিব?

(ক) কৌণিক বেগ কমিব

(খ) জড় ভ্ৰামক কমিব

(গ) কৌণিক বেগ স্থিৰ হৈ ৰ’ব

(ঘ) কৌণিক ভৰবেগ বাঢ়িব।

উত্তৰঃ (খ) জড় ভ্ৰামক কমিব

২৭) বিষুৱত থকা পৰ্য্যবেক্ষক এজনৰ বাবে উপগ্ৰহ এটা স্থিৰ হৈ থকা যেন লাগিলে পৃথিৱী পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা হ’ব

(ক) 6400 কিঃমিঃ

(খ) 35600 কিঃমিঃ

(গ) 356000 f:fa:

(ঘ) 3560 কিঃমিঃ

উত্তৰঃ (খ) 35600 কিঃমিঃ

২৮) পৃথিৱীৰ পৰা বস্তু এটাৰ পলায়ন বেগ V হ’লে পৃথিৱীৰ দুগুণ ব্যাসাৰ্ধ আৰু দুগুণ ভৰৰ গ্ৰহ এটাৰ ক্ষেত্ৰত পলায়ন বেগ হ’ব—

(ক) V

(খ) 2V

(গ) 4V

(ঘ) 16V

উত্তৰঃ (ক) V

২৯) পৃথিৱীৰ পৃষ্ঠত মাধ্যকৰ্ষণিক ত্বৰণ g হ’লে ইয়াৰ পৰা পৃথিৱীৰ ব্যাসাৰ্ধ R ৰ সমান উচ্চতালৈ উত্তোলন কৰা m ভৰৰ বস্তু এটাৰ স্থৈতিক শক্তিৰ পৰিমাণ হ’ল— 

(ক) ½ mgR

(খ) 2mgR

(গ) mgR

(ঘ) ¼ mgR

উত্তৰঃ (ক) ½ mgR

৩০) ভৰ অপৰিবৰ্তিত ৰাখি যদি পৃথিৱীৰ ব্যাসাৰ্ধ 1% কমোৱা হয়, তেন্তে :

(ক) 1% বাঢ়িব

(খ) 2% কমিব

(গ) 2% বাঢ়িব

(ঘ) 1% কমিব।

উত্তৰঃ (ক) 1% বাঢ়িব

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-1

৩১) ভূ-পৃষ্ঠৰ ওপৰত মধ্যাকৰ্ষনিক ত্বৰণৰ মান সৰ্বোচ্চ হয়

(ক) বিষুৱ বৃত্তত

(খ) মেৰুদ্বয়ত

(গ) 45° অক্ষাংশত

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (খ) মেৰুদ্বয়ত

৩২) 2R ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথত পৰি ভ্ৰমণ কৰি থকা এটা উপগ্ৰহৰ ত্বৰণ কিমান? ইয়াত R হ’ল পৃথিৱীৰ ব্যাসাৰ্ধ ।

(ক) g

(খ) 0.5 g 249

(গ) 0.25 g

(ঘ) 0.75 g

উত্তৰঃ (গ) 0.25 g

৩৩) কেনেবাকৈ পৃথিৱী আৰু সূৰ্যৰ দুৰত্ব দুগুণ হ’লে সিহঁতৰ মাজৰ মহাকৰ্ষণ বল হ’ব বৰ্তমানৰ—

(ক) দুগুণ

(খ) আধা

(গ) চাৰি গুণ

(ঘ) এক চতুৰ্থাংশ

উত্তৰঃ (ঘ) এক চতুৰ্থাংশ

৩৪) সাগৰত হোৱা জোৱাৰৰ প্ৰাথমিক কাৰণ হ’ল—

(ক) পৃথিৱীৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণ

(খ) পৃথিৱীৰ ওপৰত সূৰ্যৰ মহাকৰ্ষণ

(গ) পৃথিৱীৰ ওপৰত সূৰ্য আৰু চন্দ্ৰৰ মহাকৰ্ষণ

(ঘ) সূৰ্যৰ ওপৰত পৃথিৱীৰ মহাকৰ্ষণ।

উত্তৰঃ (ক) পৃথিৱীৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণ

৩৫) সাগৰ পৃষ্ঠত gৰ মান নিম্নতম হ’ব—

(ক) বিষুৱত

(খ) 45° উত্তৰ অক্ষাংশত

(গ) 45° দক্ষি ণ অক্ষাংশত

(ঘ) মেৰুত ।

উত্তৰঃ (ক) বিষুৱত

৩৬) বল পেন (Ball Pen)ৰ কাৰ্য কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত—

(ক) সান্ত্ৰতা

(খ) কৌশিকতা

(গ) মধ্যাকৰ্ষণ

(ঘ) বায়ুমণ্ডলীয় চাপ

উত্তৰঃ (গ) মধ্যাকৰ্ষণ

৩৭) বায়ুমণ্ডল পৃথিৱীৰ পৃষ্ঠত লাগি থকাৰ কাৰণ হ’ল —

(ক) মধ্যাকৰ্ষণ

(খ) পৃথিৱীৰ ঘূৰ্ণনৰ্ণ

(গ) ভূ-চুম্বকক্ষেত্ৰ

(ঘ) বতাহ আৰু মে ঘ ।

উত্তৰঃ (ক) মধ্যাকৰ্ষণ

৩৮) তৰলত ডুবোৱা দুটা ধাতুৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধ্বমুখী প্লাৱিতা সমান হ’লে —

(ক) দুইটা টুকুৰাৰ ওজন সমান

(খ) দুইটা টুকুৰাৰ ঘনত্ব সমান

(গ) দুইটা টুকুৰাৰ আয়তন সমান

(ঘ) দুইটা সম গভীৰতাত থাকে ।

উত্তৰঃ (গ) দুইটা টুকুৰাৰ আয়তন সমান

৩৯) যদি মহাকৰ্ষণ ক্ৰিয়া থাকিলে হেঁতেন, তেন্তে তলৰ কোন ৰাশি কোনো বিশেষ ক্ষেত্ৰত সালসলনি কৰিব পৰা যাব বুলি ভাবা ? 251

(ক) সান্দ্ৰ বল

(খ) আৰ্কিমিডিছৰ উত্তোলন

(গ) বিদ্যুত স্থিতীয় বল

(ঘ) নিউক্লীয় বল।

উত্তৰঃ (ঘ) নিউক্লীয় বল।

৪০) কাঠৰ চিলিঙাৰ এটা পানীত ইয়াৰ দৈৰ্ঘ্যৰ ⅓ অংশ ডুব যোৱাকৈ উলম্বভাৱে ওপঙি আছে । তেন্তে কাঠৰ ঘনত্ব হ’ব—

(ক) পানীৰ ঘনত্বৰ সমান

(খ) পানীৰ ঘনত্বৰ আধা

(গ) পানীৰ ঘনত্বৰ দুগুণ

(ঘ) পানীৰ ঘনত্বৰ ⅓ অংশ

উত্তৰঃ (ঘ) পানীৰ ঘনত্বৰ ⅓ অংশ

৪১) নৈৰ পৰা গৈ সাগৰৰ পানীত প্ৰৱেশ কৰা বোজা থকা নাও এখন জলপৃষ্ঠত কিছু ওপৰলৈ উঠে, কাৰণ —

(ক) নৈত কৈ সাগৰত বেছি পানী থাকে

(খ) সাগৰৰ পানীৰ ঘনত্ব বেছি

(গ) উষ্ণতাৰ পাৰ্থক্য থকা বাবে

(ঘ) সাগৰৰ গভীৰতা বেছি ।

উত্তৰঃ (খ) সাগৰৰ পানীৰ ঘনত্ব বেছি

 ৪২) পানীৰ সৰুটোপালবোৰ গোলাকাৰ হোৱাৰ কাৰণ হ’ল

(ক) গোলাকাৰ টোপালৰ আয়তন নিম্নতম হয়।

(খ) মধ্যাকৰ্ষনিক বলে ইয়াৰ ওপৰত ক্ৰিয়া কৰে ।

(গ) তৰলে নিম্নতম পৃষ্ঠকালি ধাৰণ কৰিব বিচাৰে ।

(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (গ) তৰলে নিম্নতম পৃষ্ঠকালি ধাৰণ কৰিব বিচাৰে ।

৪৩) এটা তৰলে কঠিন পৃষ্ঠ তিয়াব নোৱাৰে যদি স্পৰ্শ কোণ

(ক) 0°

(খ) 45°

(গ) 90°

(ঘ) স্থূল কোণ

উত্তৰঃ (ক) 0°

৪৪) তৰলৰ প্ৰৱাহৰেখাত ইয়াৰ সকলো তৰল কনাৰ

(ক) বেগ সদায় একে থাকে ।

(খ) দ্ৰুতি সদায় একে থাকে ।

(গ) এটা নিৰ্দ্দিষ্ট বিন্দুত অৱস্থান কৰিলে বেগ একে সমান হয় ।

(ঘ) এটা নিৰ্দ্দিষ্ট বিন্দুত অৱস্থান কৰিলে দ্ৰুতি একে সমান হয় ।

উত্তৰঃ (গ) এটা নিৰ্দ্দিষ্ট বিন্দুত অৱস্থান কৰিলে বেগ একে সমান হয় ।

৪৫) ধুমুহাৰ সময়ত ঘৰৰ খেৰৰ চাল মাজে সময়ে উফৰি যায় কাৰণ

(ক) চালবোৰ দঢ়ৃ বাবে বন্ধা নাথাকে ।

(খ) চালবোৰৰ এক বিশেষ আকৃতি থাকে ।

(গ) তীব্ৰ বতাহে চালৰ ওপৰত নিম্ন চাপ সৃষ্টি কৰে ।

(ঘ) তীব্ৰ বতাহে চালৰ ওপৰত উচ্চ চাপ সৃষ্টি কৰে ।

উত্তৰঃ (গ) তীব্ৰ বতাহে চালৰ ওপৰত নিম্ন চাপ সৃষ্টি কৰে ।

৪৬) মুক্ত ভাবে অধোগামী বৰষুণৰ টোপালৰ বেগ

(ক) ক্ৰমশঃ বৃদ্ধি হয়

(খ) ক্ৰমশঃ হ্ৰাস হয়

(গ) আদিতে বাঢ়ি পিছত স্থিৰ মানযুক্ত হয়

(ঘ) আদিতে স্থিৰে থাকে কিন্তু পিছলৈ বৃদ্ধি হয়।

উত্তৰঃ (গ) আদিতে বাঢ়ি পিছত স্থিৰ মানযুক্ত হয়

৪৭) সংজ্ঞা অনসুৰি সান্দ্ৰতা গুনাংক হ’ল 

(ক) প্ৰতি নতি বেগত উলম্ব পীড়ন (stress)।

(খ) প্ৰতিসৰল-নতিৰ (displacement gradient) উলম্ব সৰণ।

(গ) প্ৰতিসৰণ-নতিৰ স্পৰ্শৰ্কীয় পীড়ন।

(ঘ) প্ৰতিনতি বেগৰ স্পৰ্শৰ্কীয় পীড়ন।

উত্তৰঃ (ঘ) প্ৰতিনতি বেগৰ স্পৰ্শৰ্কীয় পীড়ন।

৪৮) বিকাৰৰ পানীত ওপঙি থকা বৰফ এটুকুৰা সম্পূৰ্ণ গলি যোৱাৰ পিছত বিকাৰত জলপৃষ্ঠ—

(ক) উঠি যাব

(খ) নামি যাব

(গ) একে থাকিব

(ঘ) বৰফ আৰু পানীৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব ।

উত্তৰঃ (গ) একে থাকিব

৪৯) f কম্পনাংকৰে সৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটাৰ গতি শক্তিৰ দোলন কম্পনাংক হ’ব—

(ক) f/2

(খ) f

(গ) 2f

(ঘ) 4f

উত্তৰঃ (ক) f/2

৫০) সৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটাৰ বিস্তাৰ A হ’লে সাম্য অৱস্থানৰ পৰা কিমান দুৰত্বত স্থৈতিক শক্তি মুঠ শক্তিৰ এক-চতুৰ্থাংশ হ’ব?

(ক) A/4

(খ) A/2

(গ) 3A/4 257

(ঘ) A/8

উত্তৰঃ (খ) A/2

৫১) সৰল পৰ্যাবৃত্ত গতিত থকা বস্তু এটাৰ মুঠ শক্তি কাৰ সমানুপাতিক?

(ক) সাম্য অৱস্থানৰ পৰা হোৱা সৰণৰ

(খ) দোলনৰ কম্পনাংকৰ

(গ) সাম্য অৱস্থানৰ বেগৰ

(ঘ) বিস্তাৰৰ বৰ্গৰ

উত্তৰঃ (খ) দোলনৰ কম্পনাংকৰ

৫২) একে পৰ্যায়কাল, বিস্তাৰ আৰু দশাযুক্ত দুটা পৰস্পৰ লম্ব সৰল পৰ্যাবৃত্ত গতিৰ পৰা পোৱা লব্ধ গতি হ’ব—

(ক) বৃত্ত

(খ) পৰাবৃত্ত

(গ) সৰল ৰেখা

(ঘ) উপবৃত্ত ।

উত্তৰঃ (খ) পৰাবৃত্ত

৫৩) k বল ধ্ৰুৱক বিশিষ্ট এডাল স্প্ৰীংৰ পৰা m ভৰৰ বস্তু এটা ওলমি উলম্বভাৱে ডুলি থাকিলে তাৰ মুঠ শক্তি

(ক) প্ৰান্তীয় অৱস্থানত সৰ্বোচ্চ হ’ব

(খ) সাম্য অৱস্থানত সৰ্বোচ্চ হ’ব

(গ) সাম্য অৱস্থানত নিম্নতম হ’ব

(ঘ) সকলো অৱস্থানত সমান হ’ব।

উত্তৰঃ (ঘ) সকলো অৱস্থানত সমান হ’ব।

৫৪) শব্দৰ বেগ বেছি হ’ব

(ক) পানীত

(খ) বায়ুত

(গ) ষ্টীলত

(ঘ) কেৰাচিন তেলত

উত্তৰঃ (গ) ষ্টীলত

৫৫) এমুৰ বন্ধ আৰু এমুৰ খোলা পাইপ এডালে সৃষ্টি কৰে

(ক) সকলো সামঞ্জস্য

(খ) যুগ্ম সামঞ্জস্য

(গ) অযুগ্ম সামঞ্জস্য

(ঘ) এটাও সামঞ্জস্য নহয় ।

উত্তৰঃ (গ) অযুগ্ম সামঞ্জস্য

৫৬) দুয়ো মুৰ খোলা পাইপ এডালত পোৱা তৰংগ বোৰ

(ক) সকলো সামঞ্জস্য

(খ) যুগ্ম সামঞ্জস্য নহয় ৷

(গ) অযুগ্ম সামঞ্জস্য

(ঘ) এটাও সামঞ্জস্য নহয় ।

উত্তৰঃ (ক) সকলো সামঞ্জস্য

৫৭) বায়ুত শব্দৰ বেগৰ আঢ়ৈ গুণ বেগত গতি কৰা আকাশীযান এখনৰ বেগক কোৱা হয়

(ক) 2 মেক্ (Mach)

(খ) 2.5 মেক্

(গ) 5 মেক্

(ঘ) 2 মেক্

উত্তৰঃ (খ) 2.5 মেক্

৫৮) পৰ্য্যাবৃত্ত তৰংগৰ সংযুগ্মকৰণৰ দ্বাৰা পোৱা যায

(ক) শব্দৰ গুণাগুণ

(খ) শব্দৰ চিঁচিঁয়নি

(গ) শব্দৰ স্বৰ-উচ্চতা

(ঘ) ইয়াৰ এটাও নহয় ৷

উত্তৰঃ (ক) শব্দৰ গুণাগুণ

৫৯) কৈশিক নলীৰ তৰলৰ আৰোহন সৰ্বোচ্চ হ’ব যদি স্পৰ্শ কোণ হয়

(ক) 0°

(খ) 45°

(গ) 90°

(ঘ) স্থূল কোন

উত্তৰঃ (ক) 0°

৬০) বিভৱ-ভেদৰ জোখ প্ৰকাশ কৰা হয়—

(ক) ভল্টত

(খ) এম্পিয়াৰত

(গ) ছে.মি.ত

(ঘ) কি.গ্ৰা.ত 

উত্তৰঃ (ক) ভল্টত

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৬১) পৰিবাহীৰ দুই মূৰৰ বিভৱ পাৰ্থক্য জোখা সঁজুলিটো হ’ল—

(ক) ভ’ল্টমিটাৰ

(খ) গেলভেন’ মিটাৰ

(গ) এমিটাৰ

(ঘ) এৰিয়েল 

উত্তৰঃ (ক) ভ’ল্টমিটাৰ

৬২) গাখীৰত পানী মিহলোৱাটো ধৰা পেলাব পৰা যন্ত্ৰটো হ’ল-

(ক) লেক্ট’মিটাৰ

(খ) মিল্ক’মিটাৰ

(গ) ইষ্টমিটাৰ

(ঘ) ফেক্ট’মিটাৰ 

উত্তৰঃ (ক) লেক্ট’মিটাৰ

৬৩) ভূমিকম্পৰ প্ৰাবল্য জোখা হয়—

(ক) ৰিখটাৰ স্কেলত

(খ) ভাৰ্নিয়াৰ স্কেলত

(গ) মিটাৰ স্কেলত

(ঘ) মিলিগ্ৰাফ 

উত্তৰঃ (ক) ৰিখটাৰ স্কেলত

৬৪) কোনো উচ্চতাৰ পৰা সৰি পৰা পানীৰ টোপালৰ বাবে —

(ক) ভূ-পৃষ্ঠ নোপোৱালৈ বেগ বাঢ়ে । কিন্তু ভূ-পৃষ্ঠই স্পৰ্শ কৰাৰ সময়ত তাৰ বেগ টোপালৰ ব্যাসাৰ্ধৰ লগত সলনি হয় ।

(খ) ভূ-পৃষ্ঠ নোপোৱালৈ বেগ বাঢ়ে । বেগ টোপালৰ ওপৰত নিৰ্ভৰ কৰে ।

(গ) ই প্ৰান্তীয় বেগেৰে সৰি পৰে যিটো টোপালৰ ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ কৰে ।

(ঘ) ই প্ৰান্তীয় বেগেৰে সৰি পৰে যিটো টোপালৰ ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ নকৰে ।

উত্তৰঃ (ঘ) ই প্ৰান্তীয় বেগেৰে সৰি পৰে যিটো টোপালৰ ব্যাসাৰ্ধৰ ওপৰত নিৰ্ভৰ নকৰে ।

৬৫) অধোগামী বৰষুণৰ টোপালৰ বেগ সীমিত মানযুক্ত হয়—

(ক) বায়ুৰ ঊৰ্ধ্বমুখী বলৰ বাবে ।

(খ) বায়ুৰ সাস্ত্ৰ বলৰ বাবে ।

(গ) পৃষ্ঠটান ক্ৰিয়াৰ বাবে ।

(ঘ) বায়ুপ্ৰবাহৰ বাবে ।

উত্তৰঃ (খ) বায়ুৰ সাস্ত্ৰ বলৰ বাবে ।

৬৬) পৌৰ নিগমৰ জলাধাৰৰ পৰা বহু  দুৰত থকা মানুহে ওপৰৰ মহলাত পানী পোৱাত অসুবিধা পায় যদিওবা ওপৰ মহলাৰ উচ্চতা জলাধাৰৰ উচ্চতাতকৈ তলত হয়। ইয়াৰ কাৰণ হ’ল—

(ক) প্ৰবাহৰ বাবে পানীৰ চাপ কমি যায়।

(খ) প্ৰবাহৰ নলীৰ কোনো ত্ৰুটি থাকে ।

(গ) প্ৰবাহৰ নলীবোৰ অনুভূমিকভাৱে নাথাকে ।

(ঘ) নলীৰ ব্যাস সকলো অংশত সমান নাথাকে ।

উত্তৰঃ (ক) প্ৰবাহৰ বাবে পানীৰ চাপ কমি যায়।

৬৭) ঘৰৰ ওপৰেৰে বোৱা ধুমুহা (Gale) এজাকৰ বাবে সৃষ্টি হোৱা বল ঘৰৰ ছালৰ ওপৰত—

(ক) নিম্নমুখী

(খ) ঊৰ্ধ্বমুখী

(গ) অনুভুতিক

(ঘ) শূন্য়

উত্তৰঃ (খ) ঊৰ্ধ্বমুখী

৬৮) Paint-gum ৰ ক্ৰিয়া কিহৰ ওপৰত আধাৰিত ?

(ক) বানাউলীৰ নীতি 

(খ) বয়লৰ সূত্ৰ

(গ) ফাৰাডেৰ সূত্ৰ

(ঘ) আৰ্কিমিডিছৰ সূত্ৰ

উত্তৰঃ (ক) বানাউলীৰ নীতি 

৬৯) আকাশীযানৰ উত্তৰণৰ কাৰণ হ’ল—

(ক) আৰ্কিমিডিছৰ সূত্ৰ

(খ) পাস্কালৰ সূত্ৰ

(গ) বানাউলীৰ নীতি

(ঘ) ষ্টকৰ সূত্ৰ ৷

উত্তৰঃ (গ) বানাউলীৰ নীতি

৭০) তলৰ কোনটো যান্ত্ৰিক তৰংগ ?

(ক) ৰেডিঅ’ তৰংগ

(খ) X-ৰশ্মি

(গ) পোহৰ তৰংগ

(ঘ) শব্দ তৰংগ

উত্তৰঃ (ঘ) শব্দ তৰংগ

৭১) তলৰ কোনটোৱে সৰল পৰ্য্যবৃত্ত অগ্ৰগামী তৰংগ বুজায় ?

(ক) Y = A(x – Vt)

(খ) Y = A√(x – Vt)

(গ) Y=ACos(kx – wt)

(ঘ) Y = A(x + Vt) 2

উত্তৰঃ (গ) Y=ACos(kx – wt)

৭২) ৰেডিঅ’ গ্ৰাহক যন্ত্ৰৰ বাবে এটা বিশেষ কেন্দ্ৰ টিউনিং (Tuning) কৰা ব্যৱস্থাটোৰ আধাৰ হ’ল

(ক) অনুনাদ

(খ) আৰোপিত কম্পন

(গ) সমবৰ্ত্তন

(ঘ) সমাৰোপন ।

উত্তৰঃ (ক) অনুনাদ

৭৩) শব্দ তৰংগই প্ৰদৰ্শন কৰিব নোৱাৰা পৰিঘটনা হ’ল

(ক) সমাৰোপন

(খ) সমবৰ্ত্তন

(গ) প্ৰতিফলন

(ঘ) প্ৰতিসৰণ। 

উত্তৰঃ (খ) সমবৰ্ত্তন

৭৪) এটা তৰংগৰ π/4 ব্যৱধানত থকা দুটা বিন্দুৰ দশা-পাৰ্থক্য হ’ল

(ক) π/4

(খ) 0 

(গ) π/2

(ঘ) π

উত্তৰঃ (গ) π/2

৭৫) মাইক্ৰফ’নৰ ডায়েফ্ৰামত (diaphram) হোৱা কম্পন হ’ল—

(ক) মুক্ত কম্পন

(খ) পৰিমণ্ডিত কম্পন

(গ) আৰোপিত (forced) কম্পন

(ঘ) বৈদ্যুতিকভাৱে সৃষ্ট কম্পন ।

উত্তৰঃ (গ) আৰোপিত (forced) কম্পন

৭৬) আৰোপিত দোলনৰ ক্ষেত্ৰত তাৰ বিস্তাৰ —

(ক) ৰৈখিকভাৱে হ্ৰাস হয়

(খ) অসংগতভাৱে হ্ৰাস হয়

(গ) ঘাতীয়ভাৱে হ্ৰাস হয়

(ঘ) সদায় স্থিৰে থাকে ।

উত্তৰঃ (ঘ) সদায় স্থিৰে থাকে ।

৭৭) দুটা পিংপং বল ওচৰা-ওচৰিকৈ ওলোমাই ৰখা হৈছে । যদি সিহঁতৰ মাজত বায়ুৰ তীব্ৰ সোঁত বয়, তেতিয়া বল দুটা

(ক) পৰস্পৰ ওচৰ চাপিব

(খ) পৰস্পৰ আতৰি যাব

(গ) স্থিৰ হৈয়ে ই ৰ’ব

(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (ক) পৰস্পৰ ওচৰ চাপিব

 ৭৮) বায়ুশূন্য় ঠাইত দুটা বুদ্ৰুদ্ৰ ব্যাসাৰ্ধ হ’ল ক্ৰমে 3 ছে.মি. আৰু 4 ছে.মি.। তাপৰুদ্ধ অৱস্থাত বুদ দুটা একে লগ হৈ গঠন কৰা নতুন বুদবুদটোৰ ব্যাসাৰ্ধ কিমান ?

(ক) 0° 262

(খ) 45°

(গ) 90°

(ঘ) স্থূল

উত্তৰঃ (গ) 90°

৭৯) তৰলৰ পৃষ্ঠটানৰ একক হ’ল —

(ক) নিউটন/মিটাৰ’

(খ) ইলেকট্ৰন ভল্ট/ছেঃ মিঃ

(গ) জুল/মিটাৰ

(ঘ) জুল/মিলি মিটাৰ

উত্তৰঃ (খ) ইলেকট্ৰন ভল্ট/ছেঃ মিঃ

৮০) তৰলৰ সৰু টোপালবোৰ গোলাকাৰ হোৱাৰ কাৰণ হ’ল—

(ক) বায়ুমণ্ডলীয় চাপৰ ক্ৰিয়া।

(খ) মাধ্যাকৰ্ষণিক বলৰ ক্ৰিয়া

(গ) পৃষ্ঠটানৰ কাৰণে তৰলে নিম্নতম পৃষ্ঠকালি লাভ কৰাৰ প্ৰৱণতা

(ঘ) বায়ুৰ ঘৰ্ষণ।

উত্তৰঃ (গ) পৃষ্ঠটানৰ কাৰণে তৰলে নিম্নতম পৃষ্ঠকালি লাভ কৰাৰ প্ৰৱণতা

৮১) বাহ্যিক বল নাথাকিলে , কিহৰ দ্বাৰা তৰলৰ সৰুটোপালৰ আকৃতি নিৰ্ণয় কৰা হয় ?

(ক) তৰলৰ ঘনত্ব

(খ) বায়ুৰ সাস্ত্ৰতা

(গ) পৃষ্ঠটান

(ঘ) তৰলৰ স্থিতি স্থাপকতা

উত্তৰঃ (গ) পৃষ্ঠটান

৮২) তলপৃষ্ঠত অতি সাৱধানে লোৰ বেজী  এটা ৰাখিলে ই তৰলত ওপঙি থাকে । ইয়াৰ কাৰণ হ’ল—

(ক) বেজীটোৱে তাৰ ওজনতকৈ বেছি পানী অপসাৰিত কৰে ।

(খ) পানীতকৈ বেজীটোৰ ঘনত্ব কম।

(গ) পৃষ্ঠটান

(ঘ) ইয়াৰ আকৃতি ৷

উত্তৰঃ (গ) পৃষ্ঠটান

৮৩) চাবোনৰ সৰৰ (film) পৃষ্ঠটান T হ’লে r ব্যাসাধৰ বুদ বুদ এটাৰ ব্যাস একে উষ্ণতাত দুগুণ কৰিবলৈ কিমান শক্তি লাগিব ?

(ক) 24πr2 T

(খ) 4πr2T

(গ) 2πr2T

(ঘ) 12πr2T

উত্তৰঃ (ক) 24πr2 T

৮৪) চাবোনৰ বুদ বুদ এটা গোলাকাৰ। এই ক্ষেত্ৰত তলৰ কোনটো উক্তি ভুল ?

(ক) চাবোনৰ সৰটো (film) এটাৰ পিছত এটাকৈ লাগি থকা দুটা অণুৰ তপযুক্ত

(খ) বুদটোৱে ভিতৰত বায়ুসামৰি লয়।

(গ) বায়ুমণ্ডলীয় চাপতকৈ ভিতৰত থকা বায়ুৰ চাপ কম হয়। সেইবাবে বায়ুমণ্ডলীয় চাপে বুদটোক সকলো দিশৰপৰা সমানে চাপদি গোলাকাৰ কৰে ।

(ঘ) চাবোনৰ সৰৰ স্থিতি স্থাপক ধৰ্মৰ বাবে ই সংকুচিত হৈ যথাসম্ভৱ কম আয়তন আগুৰি নিম্নতম পৃষ্ঠকালি লাভ কৰে । 

উত্তৰঃ (গ) বায়ুমণ্ডলীয় চাপতকৈ ভিতৰত থকা বায়ুৰ চাপ কম হয়। সেইবাবে বায়ুমণ্ডলীয় চাপে বুদটোক সকলো দিশৰপৰা সমানে চাপদি গোলাকাৰ কৰে ।

৮৫) কৈশিক নলীত তৰলৰ আৰোহণ কিহৰ ওপৰত নিৰ্ভৰ নকৰে ?

(ক) তৰলৰ ঘনত্ব

(খ) বায়ুমণ্ডলীয় চাপ

(গ) কৈশিক নলী ব্যাসাৰ্ধ

(ঘ) স্পৰ্শ কোণ

উত্তৰঃ (খ) বায়ুমণ্ডলীয় চাপ

৮৬) কৈশিক নলীত তৰলৰ আৰোহণ সৰ্বোচ্চ হ’ব যদিহে স্পৰ্শকোণৰ মান—

(ক) 45°

(খ) 900.

(গ) 60°

(ঘ) 0°

উত্তৰঃ (ঘ) 0°

৮৭) ভিন্ন ব্যাসযুক্ত দুটা কৈশিক নলী তৰলত ডুবালে তৰলৰ আৰোহণ—

(ক) কম ব্যাসৰ নলীত বেছি হ’ব।

(খ) বেছি ব্যাসৰ নলীত কম হ’ব ।

(গ) দুয়োটাত সমান হ’ব।

(ঘ) দুয়োটাত শূন্য় হ’ব।

উত্তৰঃ (ক) কম ব্যাসৰ নলীত বেছি হ’ব।

৮৮) উলম্ব কৈশিক নলীত পানীৰ আৰোহণ উচ্চতা h হ’লে উলম্ব ৰেখাৰ লগত 45° কোণ কৰা কৈশিক নলীত পানীৰ উলম্ব আৰোহণ উচ্চতা হ’ব 

(ক) h/ √2

(খ) √2.h

 (গ) h

(ঘ) 2h

উত্তৰঃ C

৮৯) তৰলত উলম্বভাৱে ডুবাই ৰখা কৈশিক নলী এটাৰ ভিতৰফালে আৰু বাহিৰফালে তৰল পৃষ্ঠৰ উচ্চতা একে সমান হ’ব যদিহে স্পৰ্শ কোণ হয়—

(ক) শূন্য়

(খ) 90°

(গ) সূক্ষ্ম কোণ

(ঘ) স্থলু কোণ।

উত্তৰঃ B

৯০) ওলোমাই ৰখা টাৱে ল এখনৰ তলৰ মৰূটো এটা পানীৰ পাত্ৰত ডুবাই ৰখাৰ কিছুসময় পিছত গোটে ই টাৱে লখন তি তা দেখা গ’ল। ইয়াৰ কাৰণ হ’ল—

(ক) পানীৰ সাম্ৰতা বেছি ।

(খ) কপাহী সূতাৰ কৈশিক ক্ৰিয়া ।

(গ) মাধ্যাকৰ্ষণি ক বল ।

(ঘ) পানীৰ বাষ্পীভৱন।

উত্তৰঃ B

৯১) লেম্পৰ শলিতাত কেৰাচিন তেল আৰোহণৰ কাৰণ হ’ল—

(ক) শলিতাৰ মাজেৰে তেলৰ বিস্তাৰণ হ’ল—

(ক) শলিতাৰ মাজেৰে তেলৰ বিস্তাৰণ

(খ) বায়ুৰ প্লাৱিতাবল ।

(গ) পৃষ্ঠটান

(ঘ) শলিতাৰ মাধ্যাকৰ্ষণিক টান ।

উত্তৰঃ (গ) পৃষ্ঠটান

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৯২) ডাঙৰ গছৰ কাণ্ডৰ মাজেৰে মাটিৰ পৰা পানী উঠি গৈ পাত পায়গৈ । ইয়াৰ কাৰণ হ’ল—

(ক) কৈশিক ক্ৰিয়া

(খ) পানীৰ উচ্চ সাস্ত্ৰতা

(গ) মাধ্যাকৰ্ষণিক বল

(ঘ) পানীৰ বাষ্পায়ন

উত্তৰঃ (ক) কৈশিক ক্ৰিয়া

৯৩) ষ্টীলৰ বল এটা পানীত পৰাত ই বায়ুতকৈ কম গতিত গতি কৰাৰ কাৰণ হ’ল—

(ক) পৃষ্ঠটানৰ প্ৰভাৱ

(খ) কম ঘনত্বৰ পাৰ্থক্য

(গ) সাস্ত্ৰ বল

(ঘ) পানীত g ৰ মান কম।

উত্তৰঃ (গ) সাস্ত্ৰ বল

৯৪) পানীৰ টোপালৰ প্ৰান্তীয় বেগ নিৰ্ভৰ কৰে —

(ক) ব্যাসাৰ্ধৰ ওপৰত

(খ) আধানৰ ওপৰত

(গ) উষ্ণতাৰ ওপৰত

(ঘ) পোহৰৰ বেগৰ ওপৰত।

উত্তৰঃ (গ) উষ্ণতাৰ ওপৰত

৯৫) তেজষ্ক্ৰিয়তাৰ একক হ’ল—

(ক) বেকুৱেৰেল

(খ) কুৰী

(গ) ৰাডাৰফৰ্ড

(ঘ) আটাইকে ইটা

উত্তৰঃ (ঘ) আটাইকে ইটা

৯৬) তাপ ধৃতিৰ (Thermal Capacity) একক হল—

(ক) জুল/কেলভিন

(খ) জুল/কিঃ গ্ৰাঃ

(গ) জুল/কিঃগ্ৰাঃ / কেলভিন

(ঘ) ইয়াৰে এটাও নহয়

উত্তৰঃ (ক) জুল/কেলভিন

৯৭) শূন্য় লব্ধমান বিশিষ্ট অসমান বলৰ সৰ্বনিম্ন সংখ্যা হ’ল—

(ক) 1

(খ) 2 

(গ) 3

(ঘ) 4

উত্তৰঃ (গ) 3

৯৮) দুটা বলৰ মান হ’ল 10 N আৰু 5N সিহঁতৰ লব্ধৰ মান হ’ল—

(ক) 4N 

(খ) 13N

(গ) 16N

(ঘ) 20N

উত্তৰঃ (গ) 16N

৯৯) দ্ৰুতিৰ এছ আই একক হ’ল—

(ক) মি/ছে

(খ) কি .মি./ছে

(গ) ছে.মি./ছে.

(ঘ) ডেকা মি./ছে. 

উত্তৰঃ (ক) মি/ছে 

১০০) দুটা শব্দৰ উৎস অনুনাদী হ’লে —

(ক) সিহঁত দেখিবলৈ একে হয়

(খ) সিহঁতৰ মাজত দুৰত্ব সুনিৰ্দিষ্ট 

(গ) সিহঁতে একে কম্পনাংকৰ শব্দ সৃষ্টি কৰে ।

(ঘ) সিহঁত একে আহিলাৰে উদ্বেলিত হয়।

উত্তৰঃ (গ) সিহঁতে একে কম্পনাংকৰ শব্দ সৃষ্টি কৰে ।

We hope that Physics MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Chemistry.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top