Physics MCQ For SSUHS CEE Entrance Exam Part-1

Physics MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-1

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Physics for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) তলৰ কোনটো দৈৰ্ঘ্যৰ একক নহয় ?

(ক) মাইক্ৰন

(খ) ফাৰ্মি (fermi)

(গ) আংষ্ট্ৰম

(ঘ) আটাইবোৰ

উত্তৰঃ (ঘ) আটাইবোৰ

২) চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত বৰ্ণালীৰেখাৰ (spectram lines) দ্বি খণ্ডন (Splitting)-

(ক) ষ্টীক প্ৰভাৱ Stark effect

(খ) যীমন (Zeeman) প্ৰভাব

(গ) ফৰ্ট ইলেকট্ৰিক প্ৰভাৱ

(ঘ) এটিও নহয়

উত্তৰঃ (খ) যীমন (Zeeman) প্ৰভাব

৩) চুম্বকীয় কোৱান্টাম সংখ্যাই নিৰ্দেশ কৰে –

(ক) অৰবিটেলৰ আকাৰ

(খ) অৰবিটেলৰ আকৃতি

(গ) অৰবিটেলৰ দিকবিন্যাস

(ঘ) নিউক্লিয় সুস্থিৰতা

উত্তৰঃ (গ) অৰবিটেলৰ দিক বিন্যাস

৪) এটা অৰবিটেলত থকা দুটা ইলেকট্ৰনৰ আটাইকেইটা কোৱান্টাম সংখ্যাৰ মান একে হ’ব নোৱাৰে তত্বটো হ’ল—

(ক) হুণ্ডৰ নিয়ম

(খ) আউফট নীতি

(গ) অনিশ্চয়তাৰ নীতি

(ঘ) পাউলিৰ নিষেধ নীতি

উত্তৰঃ (ঘ) পাউলিৰ নিষেধ নীতি

৫) ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত ব্যৱহাৰ কৰা বিকিৰিত ৰশ্মিৰ তৰংগ দৈৰ্ঘ্য হ’ল—

(ক) পোহৰতকৈ বেছি

(খ) পোহৰতকৈ কম 

(গ) এক্সৰেৰ সমান

(ঘ) পোহৰৰ সমান

উত্তৰঃ (গ) এক্সৰেৰ সমান

৬) প্ৰ’টনত থকা আধান হ’ল—

(ক) পৰিৱৰ্তনশীল

(খ) ধনাত্মক

(গ) নিৰপেক্ষ

(ঘ) ঋণাত্মক 

উত্তৰঃ (খ) ধনাত্মক

৭) ইলেকট্ৰনত থকা আধান হ’ল—

(ক) ধনাত্মক

(খ) ঋণাত্মক

(গ) পৰিৱৰ্তনশীল

(ঘ) নিৰপে ক্ষ 

উত্তৰঃ (খ) ঋণাত্মক

৮) আটাইতকৈ পাতল ধাতু বিধ হল

(ক) ছ’ডিয়াম

(খ) কেলচিয়াম

(গ) লিথিয়াম

(ঘ) চাইডানিয়াম 

উত্তৰঃ (গ) লিথিয়াম

৯) বাদুলীয়ে সৃষ্টি কৰা শব্দটো হ’ল—

(ক) উপশব্দ

(খ) অতি শাব্দিক

(গ) শুনিব পৰা

(ঘ) অৱশব্দ 

উত্তৰঃ (খ) অতি শাব্দিক

১০) সাগৰত ডুব গৈ থকা বস্তু বিচৰাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰটো হ’ল—

(ক) ৰাডাৰ

(খ) ছনাৰ

(গ) লেজাৰ

(ঘ) এম’মিটাৰ 

উত্তৰঃ (খ) ছনাৰ

১১) লেন্স বনোৱা আইনাবিধ হ’ল—

(ক) সাধাৰণ গ্লাছ

(খ) ফ্লিন্ট গ্লাছ

(গ) কবাল্ট গ্লাছ

(ঘ) পাইৰেক্স গ্লাছ 

উত্তৰঃ (খ) ফ্লিন্ট গ্লাছ

১২) ‘মেছন কণা’ ক’ত পোৱা যায়-

(ক) গামা ৰশ্মি

(খ) এক্স-ৰে ‘

(গ) মহাজাগতিক ৰশ্মি

(ঘ) অতি বেঙুনীয়া 

উত্তৰঃ (গ) মহাজাগতিক ৰশ্মি

১৩) ইলেকট্ৰিক বাল্বৰ  ফিলামেন্টডাল বনোৱা হয়—

(ক) টাংষ্টেন

(খ) এলুমিনিয়াম

(গ) তাম

(ঘ) সীহ 

উত্তৰঃ (ক) টাংষ্টেন

১৪) ৰিয়াৰ ভিউ মিৰ’ৰ খন হ’ল—

(ক) অৱতল

(খ) উত্তল

(গ) সমতল

(ঘ) সমতল উত্তল 

উত্তৰঃ (খ) উত্তল

১৫) তলৰ কোনবিধৰ শক্তি আটাইতকৈ দুৰ্বল

(ক) মাধ্যাকৰ্ষণ শক্তি

(খ) নিউক্লীয় শক্তি

(গ) চুম্বকীয় শক্তি

(ঘ) বৈদ্যুতিক শক্তি 

উত্তৰঃ (ক) মাধ্যাকৰ্ষণ শক্তি

১৬) তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী—

(ক) কেৰাচিন

(খ) গ্ৰেফাইট

(গ) প্লাষ্টিক

(ঘ) কাগজ 

উত্তৰঃ (খ) গ্ৰেফাইট

১৭) ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত কি ব্যৱহাৰ কৰা হয়

(ক) ফ্ল’ৰ’ক্ৰম

(খ) পোলাৰাইজাৰ আৰু এনালাইজাৰ

(গ) অভিলক্ষক লেনছ্

(ঘ) বিদ্যুৎ চুম্বকীয় লেনছ

উত্তৰঃ (ঘ) বিদ্যুৎ চুম্বকীয় লেনছ

১৮) আংষ্ট্ৰ’ম (1Aº) ৰ মান হ’ল-

(ক) 0.01 um

(খ) 0.011 um

(গ) 0.0001 um

(ঘ) 0.00001 um

উত্তৰঃ (গ) 0.0001 um

১৯) ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰত ব্যৱহাৰ কৰা ইলেকট্ৰনৰ তৰংগ দৈৰ্ঘ্য হ’ল—

(ক) 0.05 A°

(খ) 0.1 A

(গ) 0.15 Aº

(ঘ) 0.5 A°

উত্তৰঃ (ঘ) 0.5 A°

২০) কোনে প্ৰথমে অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল—

(ক) লিৱেন হ’ক

(খ) হুক

(গ) এফ. জান্সেন আৰু জেদ. জান্সেন

(ঘ) শ্লেইডেন

উত্তৰঃ (গ) এফ. জান্সেন আৰু জেদ. জান্সেন

২১) ইলেকট্ৰন অণুবীক্ষণ যন্ত্ৰৰ লেনছবোৰ হ’ল—

(ক) বৈদ্যুতিক

(খ) আলোক বৈদ্যুতিক 

(গ) বিদ্যুৎ চুম্বকীয়

(ঘ) কোৱাৰ্টজ

উত্তৰঃ (গ) বিদ্যুৎ চুম্বকীয়

২২) সাগৰৰ গভীৰতা জোখা যন্ত্ৰ-

(ক) ফেডম’ মিটাৰ

(খ) অডিঅ’ মিটাৰ

(গ) বাকোমিটাৰ

(ঘ) ছনোগ্ৰাফ 

উত্তৰঃ (ক) ফেডম’ মিটাৰ

২৩) বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম—

(ক) থাৰ্ম’ মিটাৰ

(খ) হাইগ্ৰ মিটাৰ

(গ) এনিম’ মিটাৰ

(ঘ) চিচম’গ্ৰাফ 

উত্তৰঃ (খ) হাইগ্ৰ মিটাৰ

২৪) নিউটনৰ প্ৰথম গতি সূত্ৰটোক জনা যায়—

(ক) ঘৰ্ষণৰ নীতি

(খ) জড়তাৰ নীতি

(গ) গতিৰ নীতি

(ঘ) মহুূৰ্তৰ নীতি 

উত্তৰঃ (খ) জড়তাৰ নীতি

২৫) ইলেকট্ৰিক বাল্বৰ আৱিষ্কাৰক কোন—

(ক) টমাছ আলভা এডিছন

(খ) মাৰ্কনি

(গ) আইনষ্টাইন

(ঘ) গেলিলিঅ’ গেলিলি

 উত্তৰঃ (ক) টমাছ আলভা এডিছন

২৬) শব্দ তৰংগবোৰ 

(ক) যান্ত্ৰিক তৰংগ 

(খ) অনুদৈৰ্ঘ্য তৰংগ 

(গ) চাপ তৰংগ 

(ঘ) ওপৰৰ আটাইকেইটা 

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা

২৭) অনুচুম্বকীয় ধৰ্ম দেখুওৱা অণুবিলাক —

(ক) চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা প্ৰভাৱি ত নহয়

(খ) যুগ্ম ইলেকট্ৰন থাকে

(গ) অযুগ্ম ইলেকট্ৰন থাকে

(ঘ) ধনাত্মক আধান কঢ়িয়াই

উত্তৰঃ (গ) অযুগ্ম ইলেকট্ৰন থাকে

২৮) তলৰ কোনটো অনুচুম্বকীয় ?

(ক) CO2

(খ) O2

(গ) NO

(ঘ) CN

উত্তৰঃ (গ) NO

২৯) তলৰ কোনটো দৈৰ্ঘ্যৰ একক নহয়?

(ক) মাইক্ৰল

(খ) ৰেডিয়ান

(গ) আংষ্ট্ৰম

(ঘ) পাৰছেক

উত্তৰঃ (খ) ৰেডিয়ান

৩০) তলৰ কোনটো এছ. আই. পদ্ধতিত মৌলিক একক নহয় ?

(ক) A (এম্পিয়াৰ)

(খ) K (কেলভিন)

(গ) Rad (ৰেডিয়ান

(ঘ) N (নিউটন)

উত্তৰঃ (ঘ) N (নিউটন)

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

৩১) নিম্নোক্ত কোনটো শক্তিৰ একক নহয় ?

(ক) ৱাট

(খ) কিলোৱাট-ঘণ্টা

(গ) N-m/s

(ঘ) J/s

উত্তৰঃ (খ) কিলোৱাট-ঘণ্টা

৩২) চাপৰ একক হ’ল—

(ক) নিউটন

(গ) নিউটন মিটাৰ

(খ) জুল

(ঘ) পাস্কাল

উত্তৰঃ (ঘ) পাস্কাল

৩৩) জুল × চেকেণ্ড কিহৰ একক?

(ক) শক্তি

(খ) ভৰবেগ

(গ) কৌণিক ভৰবেগ

(ঘ) ক্ষমতা

উত্তৰঃ (গ) কৌণিক ভৰবেগ

৩৪) শক্তিৰ একক হ’ল—

(ক) জুল-চেকেণ্ড ~

(খ) নিউটন-মিটাৰ

(গ) জুল/চেকেণ্ড

(ঘ) নিউটন/মিটাৰ

উত্তৰঃ (খ) নিউটন-মিটাৰ

৩৫) বল ভ্ৰামকৰ (Torque) মাত্ৰা হ’ল

(ক) [ML2T-2]

(খ) [M L T – 1]

(গ) [ML-1T-2]

(ঘ) [M L -2T – 2]

উত্তৰঃ (ক) [ML2T-2]

৩৬) প্লাংকৰ ধ্ৰুৱকৰ মাত্ৰা কিহৰ মাত্ৰাৰ সৈতে একে ?

(ক) শক্তি

(খ) ভৰবেগ

(গ) কম্পনাংক

(ঘ) কৌণিক ভৰবেগ

উত্তৰঃ (ঘ) কৌণিক ভৰবেগ

৩৭) নিউটনৰ কাঁহী এখন তীব্ৰবেগত ঘূৰালে কি ৰং দেখা যায়—

(ক) ক’লা

(খ) বগা

(গ) সাতটা ৰং

(ঘ) ৰঙা 

উত্তৰঃ (খ) বগা

৩৮) সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে —

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) অজ’ন গেছ

(ঘ) হাইড্ৰ’জেন 

উত্তৰঃ (গ) অজ’ন গেছ

৩৯) বতাহৰ গতি জোখা যন্ত্ৰ—

(ক) অল্টিমিটাৰ

(খ) এনিম’মিটাৰ

(গ) ক্ৰননিটাৰ

(ঘ) হাইড্ৰ’মিটাৰ 

উত্তৰঃ (খ) (খ) এনিম’মিটাৰ

৪০) কোনবিধ কয়লাই সৰ্বাধিক শক্তিৰ যোগান ধৰে —

(ক) লিগনাইট

(খ) এনথ্ৰাছাইট

(গ) বিটুমিনাছ

(ঘ) পিট কয়লা 

উত্তৰঃ (খ) এনথ্ৰাছাইট

৪১) ছিগনেল (সংকেত) দিয়াৰ বাবে ৰঙা লাইট কিয় ব্যৱহাৰ কৰে —

(ক) উচ্চ কম্পনাংক

(খ) উচ্চ প্ৰাবল্য

(গ) দীৰ্ঘ তৰংগ দৈৰ্ঘ্য

(ঘ) উচ্চ প্ৰতিসৰণ 

উত্তৰঃ (গ) দীৰ্ঘ তৰংগ দৈৰ্ঘ্য

৪২) বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ হয়—

(ক) আলফা ৰশ্মি

(খ) গামা ৰশ্মি

(গ) অতি বেঙুনীয়া ৰশ্মি

(ঘ) অৱ লোহিত ৰশ্মি 

উত্তৰঃ (গ) অতি বেঙুনীয়া ৰশ্মি

৪৩) মানুহৰ ৰক্তচাপ (Blood pressure) জোখা যন্ত্ৰটোৰ নাম—

(ক) বেৰ’মিটাৰ

(খ) হাইগ্ৰ’মিটাৰ

(গ) থাৰ্মমিটাৰ

(ঘ) স্ফিগমোমেনোমিটাৰ 

উত্তৰঃ (ঘ) স্ফিগমোমেনোমিটাৰ  

 ৪৪) বল (Force)ৰ S. I. একক কি

(ক) জুল

(খ) নিউটন

(গ) মি./ছে কে ণ্ড

(ঘ) কেলভিন

 উত্তৰঃ (খ) নিউটন

৪৫) বংশগতি বিদ্যাৰ জনক হ’ল——

(ক) মেণ্ডেল

(খ) উইলিয়াম বেটিনচন

(গ) নিউটন

(ঘ) দ্য ত্ৰি ছ 

উত্তৰঃ (ক) মেণ্ডেল

৪৬) আটাইতকৈ বিদ্যুৎ ঋণাত্মক মৌলটোৰ একে বাৰে বাহিৰৰ খোলাটোৰ ইলেকট্ৰনীয় সংখ্যা হ’ল—

(ক) ns2np³

(খ) ns2np4

(গ) ns2np5

(ঘ) ns2np6

উত্তৰঃ (গ) ns2np5

৪৭) তলৰ কোনটো ধৰ্মই মৌলৰ পৰ্যায়গত পৰিৱৰ্তন প্ৰতিফলিত নকৰে ?

(ক) বান্ধনি ধৰ্ম

(খ) বিদ্যুৎ ঋণাত্মকতা

(গ) আয়নীকৰণ শক্তি

(ঘ) নিউট্ৰন আৰু প্ৰটনৰ অনুপাত 

উত্তৰঃ (ঘ) নিউট্ৰন আৰু প্ৰটনৰ অনুপাত 

 ৪৮) সীহৰ বল এটাই বেৰ এখনত খুন্দা মাৰি তললৈ সৰি পৰিল। একে ভৰৰ টেনিচ বল এটাই একে বেগেৰে বেৰখনত খুন্দা মাৰি উফৰি আহিল । তেন্তে তলৰ কোনটো উক্তি সত্য ?

(ক) টেনিচ বলৰ ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তন অধিক হৈছে ।

(খ) সীহৰ বলৰ ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তন অধিক হৈছে ।

(গ) দুয়োটা বলৰ বাবে ভৰবেগৰ পৰিৱৰ্তন সমান ।

(ঘ) সীহৰ বলৰ ভৰবেগ টেনি  বলতকৈ বেছি ।

উত্তৰঃ (ক) টেনিচ বলৰ ক্ষেত্ৰত ভৰবেগৰ পৰিৱৰ্তন অধিক হৈছে ।

৪৯) সমান ভৰবেগৰ এটা পাতল আৰু এটা গধুৰ বস্তুৰ ক্ষেত্ৰত কাৰ গতি শক্তি অধিক হ’ব ?

(ক) পাতল বস্তুটোৰ

(খ) গধুৰ বস্তুটোৰ

(গ) দুয়োটাৰ গতি শক্তি সমান

(ঘ) একো ক’ব নোৱাৰি ।

উত্তৰঃ (ক) পাতল বস্তুটোৰ

৫০) 1g আৰু 4g ভৰৰ গতিশীল বস্তু দুটাৰ গতিশক্তিৰ অনুপাত  4 : 1 হ’লে ৰৈখিক ভৰবেগৰ অনুপাত  হ’ব—

(ক) 1:1

(খ) 1 : 2

(গ) 4:1

(ঘ) 6:1

উত্তৰঃ (ক) 1:1

৫১) ৰৈ থকা নাও এখনত তাৰ ওপৰতে থকা ফেন এখন চালিত কৰি বায়ুৰ সোঁত প্ৰক্ষেপ কৰা হৈছে । তেন্তে অৱস্থাত নাওখন—

(ক) অচল হৈয়ে থাকিব

(খ) ঘূৰিবলৈ (Spin) ধৰিব।

(গ) বায়ুৰ সোঁতৰ দিশত গতি কৰিব।

(ঘ) বায়ুৰ সোঁতৰ বিপৰীত দিশত গতি কৰিব।

উত্তৰঃ (ক) অচল হৈয়ে থাকিব

৫২) স্থিৰ অৱস্থাত বস্তু এটাক হঠাতে দুটা সমান ভৰৰ অংশত বিভক্ত কৰাত ইহঁত গতি কৰিব ল’লে । তেন্তে ইহঁতে —

(ক) সমদ্ৰুতিৰে একে দিশত গতি কৰিব।

(খ) যিকোনো দ্ৰুতিৰে যি কোনো দিশত গতি কৰিব ।

(গ) সমদ্ৰুতিৰে বিপৰীত দিশত গতি কৰিব ।

(ঘ) অসম (ভি ন্ন) দ্ৰুতিৰে বিপৰীত দিশত গতি কৰিব ।

উত্তৰঃ (গ) সমদ্ৰুতিৰে বিপৰীত দিশত গতি কৰিব ।

৫৩) পিণ্ড এটা এটা বিস্ফোৰিত হোৱাত ভিন্ন দিশত অসংখ্য টুকুৰা আঁতৰি গ’ল। এই ক্ষেত্ৰত সংৰক্ষিত হৈ ৰ’ব—

(ক) গতি শক্তি

(খ) ভৰবেগ

(গ) গতি শক্তি বা ভৰবেগ কোনোটো নহয় ।

(ঘ) গতি শক্তি আৰু ভৰবেগ দুয়োটা।

উত্তৰঃ (খ) ভৰবেগ

৫৪) দ্ৰুতবেগী নিউট্ৰনৰ বেগ কিহৰ দ্বাৰা সহজে কমাব পাৰি ?

(ক) সীহৰ পাত ব্যৱহাৰ কৰি ।

(খ) সিহঁতক পানীৰ মাজেৰে প্ৰেৰণ কৰি ।

(গ) গধুৰ নিউক্লিয়াৰ লগত স্থিতিস্থাপকীয় সংঘাত কৰি ৷

(ঘ) শক্তিশালী বিদ্যুত ক্ষেত্ৰত ব্যৱহাৰ কৰি ।

উত্তৰঃ (খ) সিহঁতক পানীৰ মাজেৰে প্ৰেৰণ কৰি ।

৫৫) 60kg ওজনৰ মানুহ এজনে 15kg ওজনৰ বস্তু এটা 10m ওখ বিল্ডি ৰ ওপৰলৈ 3 মিনিটত তুলিলে । তেওঁৰ দক্ষতা হ’ব—

(ক) 10%

(খ) 20%

(গ) 30%

(ঘ) 40%

উত্তৰঃ (গ) 30%

৫৬) 100 মিটাৰ উচ্চতাৰ জলপ্ৰপাত এটাৰ পৰা প্ৰতি চেকেণ্ডত 100kg হাৰত পানী টাৰবাইনৰ পাতত পৰিলে কিমান ক্ষমতা (বিদ্যুৎ শক্তি ) পোৱা যাব ?

(ক) 100kw

(খ) 10kw

(গ) 1kw

(ঘ) 100w

উত্তৰঃ (ক) 100kw

৫৭) 10m/s দ্ৰুতিৰে গতি কৰা বস্তু এটাৰ গতি শক্তি 30J । ইয়াৰ দ্ৰুতি 30m/s হ’লে গতি শক্তি হ’ব—

(ক) 10J

(খ) 90J

(গ) 180J

(ঘ) 270J

উত্তৰঃ (ঘ) 270J

৫৮) ওখ জলপ্ৰপাত এটাৰ পৰা পানী তললৈ সৰি পৰিলে কি ঘটিব ?

(ক) ই জলীয় ভাপ হ’ব

(খ) ই গোট মাৰি বৰফ হ’ব

(গ) অৱস্থাৰ পৰিৱৰ্তন নহ’ব

(ঘ) ই সামান্য গৰম হ’ব।

উত্তৰঃ (ঘ) ই সামান্য গৰম হ’ব।

৫৯) 1cm সম্প্ৰসাৰণ কৰা স্প্ৰীং এডালত ॥ স্থৈতিক শক্তি জমা হয়। স্প্ৰীং ডাল 3cm প্ৰসাৰণ কৰিলে স্থৈতিক শক্তি হ’ব—

(ক) 9U

(খ) 3U

(গ) U/3

(ঘ) U/9

উত্তৰঃ (ক) 9U

৬০) সৰল দোলক এটাৰ কোন অৱস্থানত স্থৈতিক শক্তি সৰ্বোচ্চ হয়?

(ক) দোলন সলনি হোৱাৰ সময়ত

(খ) সাম্য অৱস্থানত

(গ) ওপৰৰ দুই অৱস্থানৰ মাজত

(ঘ) সকলো অৱস্থানত মান সমান।

উত্তৰঃ (ক) দোলন সলনি হোৱাৰ সময়ত

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৬১) বিদ্যুৎ ক্ষেত্ৰত স্থিৰ অৱস্থাত থকা ধন আধানযুক্ত কণা এটাক মুক্ত কৰি দিয়াত ই বিদ্যুত ক্ষেত্ৰ আৰু মধ্যাকাৰ্ষণৰ প্ৰভাৱত গতি কৰিলে ৷ কণাটোৰ লগত সংযুক্ত কোন ৰাশিৰ মান ক্ৰমাগতভাৱে বৃদ্ধি হ’ব?

(ক) বৈদ্যুতিক স্থিতি শক্তি

(খ) মধ্যাকৰ্ষণিক স্থিতি শক্তি

(গ) বৈদ্যুতিক আধান

(ঘ) গতিশক্তি ।

উত্তৰঃ (ঘ) গতিশক্তি ।

৬২) পৃথিৱীৰ ব্যাসাৰ্ধ R আৰু মাধ্যাকৰ্ষণিক ত্বৰণ g I m ভৰৰ বস্তু এটা ভূ- পৃষ্ঠৰ পৰা R/5 উচ্চতালৈ পঠালে কিমান পৰিমাণত স্থৈতিক শক্তি বৃদ্ধি হ’ব?

(ক) mgh

(খ) (4/5) mgh 238

(গ) (5/6) mgh

(ঘ) (6/7) mgh

উত্তৰঃ (গ) (5/6) mgh

৬৩) তলৰ কোনটো মৌলৰ আয়নীকৰণ শক্তি আটাইতকৈ বেছি

(ক) [Ne] 3s2 3p1

(খ) [Ne] 3s2 3p2

(গ) [Ne] 3s2 3p3

(ঘ) [Ar] 3d10 4s2 4p3.

উত্তৰঃ (গ) [Ne] 3s2 3p3

৬৪) তলৰ কোনটো ভেক্টৰ?

(ক) শক্তি

(খ) ক্ষমতা

(গ) বিদ্যুৎ প্ৰবাহ

(ঘ) কালি

উত্তৰঃ (ঘ) কালি

৬৫) এজন মানুহে শিলগুটি এটা সৰ্বোচ্চ উচ্চতালে দলিয়াব পাৰে । একেটা শিলগুটি তেওঁ যি সৰ্বোচ্চ দুৰত্বলৈ দলিয়াব পাৰে তাৰ মান হ’ল 

(ক) h/2

(খ) h 

(গ) 2h

(ঘ) 3h

উত্তৰঃ (গ) 2h

৬৬) এজন মানুহে শিলগুটি এটা ৪০ মিটাৰ  দুৰলৈ দলিয়াব পাৰে । এই শিলটোৱে আৰোহণ কৰিব পৰা সৰ্বোচ্চ উচ্চতা হ’ব—

(ক) 10

(খ) 20 

(গ) 30

(ঘ) 40

উত্তৰঃ (ঘ) 40

৬৭) প্ৰক্ষেপ্য বস্তু এটাৰ প্ৰক্ষেপ পথৰ শীৰ্ষবিন্দুত বেগ আৰু ত্বৰণৰ দিশ হ’ল—

(ক) পৰস্পৰ লম্ব

(খ) পৰস্পৰ সমান্তৰাল

(গ) পৰস্পৰ বিপৰীতমুখী

(ঘ) পৰস্পৰৰ মাজৰ কোন 45 ডিগ্ৰী

উত্তৰঃ (ক) পৰস্পৰ লম্ব

৬৮) সৰল ৰৈখিক দিশত গতিশীল বস্তু এটাৰ ওপৰত তাৰ দিশৰ এটা কোন বল এটা প্ৰয়োগ কৰা হ’ল। তেন্তে

(ক) বস্তুটোৱে বলৰ দিশত গতি কৰিব।

(খ) বস্তুটোৱে প্ৰাৰম্ভিক গতিৰ দিশত গতি কৰিব ৷

(গ) বস্তুটোৱে বলৰ দিশ আৰু প্ৰাৰম্ভিক গতিৰ দিশৰ বাদে অন্য এক নিৰ্দিষ্ট দিশত গতি কৰিব ।

(ঘ) বস্তুটোৱে বলৰ দিশ আৰু প্ৰাৰম্ভিক গতিৰ দিশৰ সলনি সময়ৰ লগে লগে পৰিৱৰ্তন হোৱা দিশত গতি কৰিব ।

উত্তৰঃ (ঘ) বস্তুটোৱে বলৰ দিশ আৰু প্ৰাৰম্ভিক গতিৰ দিশৰ সলনি সময়ৰ লগে লগে পৰিৱৰ্তন হোৱা দিশত গতি কৰিব ।

৬৯) বস্তুকণা এটাৰ প্ৰাৰম্ভিক বেগ ॥ আৰু t সময়ত ত্বৰন a আৰু বেগ v হ’লে, তলৰ কোনটো সম্পৰ্ক প্ৰযোজ্য হ’ব ?

(ক) v = u + at2

(খ) v = u + at 2 / 2

(গ) v = u + at

(ঘ) v = u

উত্তৰঃ (খ) v = u + at 2 / 2

৭০) এটা পৰমাণুৰ ভৰ ঘাটি হ’ল—

(ক) নিউক্লিয়াচৰ ভৰৰ অশুদ্ধ মাপ

(খ) নিউক্লিয়নৰ বন্ধনৰ বাবে শক্তি উৎপাদনত অপচয় হোৱা ভৰ।

(গ) বন্ধন ভগ্নাংশ

(ঘ) নিউক্লিয়াচত থকা নিউট্ৰন আৰু প্ৰ’টনৰ সংখ্যাৰ পাৰ্থক্য।

উত্তৰঃ (খ) নিউক্লিয়নৰ বন্ধনৰ বাবে শক্তি উৎপাদনত অপচয় হোৱা ভৰ।

৭১) মাধ্যাকৰ্ষণৰ প্ৰভাৱত অধোগামী বস্তু এটাই কৰা গতি হ’ল—

(ক) সুষম দ্ৰুতি

(খ) সুষম বেগ

(গ) সুষম ডাইনাম মিটাৰ (Dynamometer)

(ঘ) সুষম ত্বৰন

উত্তৰঃ (ঘ) সুষম ত্বৰন

৭২) স্তম্ভ এটাৰ পৰা অনুভূমিক দিশত মাৰি পঠোৱা শিল এটাৰ গতি পথটো

(ক) সৰল ৰেখা

(খ) অধিবৃত্ত

(গ) পৰাবৃত্ত

(ঘ) বৃত্ত 159

উত্তৰঃ (খ) অধিবৃত্ত

৭৩) আৰাও বা শব্দ প্ৰদূষণ জোখৰ একক হ’ল—

(ক) হাৰ্টজ

(খ) ফেথ’মছ

(গ) নেন’মিটাৰ

(ঘ) ডেচিবেল

উত্তৰঃ (ঘ) ডেচিবেল

৭৪) বায়ুমণ্ডলত O, আৰু CO,ৰ ভাৰসাম্যতাৰ কাৰণ হ’ল—

(ক) সালোক সংশ্লেষণ

(খ) শ্বসন

(গ) পত্ৰ অংগসংস্থান

(ঘ) আলোক শ্বসন

উত্তৰঃ (খ) শ্বসন

৭৫) সাধাৰণ কথা-বতৰাত শব্দৰ প্ৰাৱল্যৰ পৰিমাণ হ’ল—

(ক) ১০-২০ ডেচিবেল

(খ) ৩০-৬০ ডেচিবেল

(গ) ৭০-৯০ ডেচিবেল

(ঘ) ১২০-১৫০ ডেচিবেল

উত্তৰঃ (খ) ৩০-৬০ ডেচিবেল

৭৬) পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ মান কিমান?

(ক) ০

(খ) -১ 

(গ) ১ 

(ঘ) ৯.৮ 

উত্তৰঃ (ক) ০

৭৭) মানুহৰ শ্ৰৱণ ক্ষমতা কিমান ? 

(ক) ২০ হাৰ্টজৰ পৰা ২০০০ হাৰ্টজলৈ 

(খ) ২০ হাৰ্টজৰ পৰা ২০০০০ হাৰ্টজলৈ 

(গ) ২০০০০ হাৰ্ট হাৰ্টজতকৈ অধিক 

(ঘ) ২০০ হাৰ্টজৰ পৰা ২০০০০ হাৰ্টজলৈ 

উত্তৰঃ (খ) ২০ হাৰ্টজৰ পৰা ২০০০০ হাৰ্টজ

৭৮) এটা পাতল আৰু এটা গধুৰ বস্তুৰ গতি শক্তি সমান হ’লে কোনটোৰ ভৰবেগ বেছি হ’ব?

(ক) পাতল বস্তুটোৰ

(খ) গধুৰ বস্তুটোৰ

(গ) দুয়োটাৰে সমান

(ঘ) তথ্য পৰ্য্যাপ্ত নহয় ৷

উত্তৰঃ (খ) গধুৰ বস্তুটোৰ

৭৯) ঘৰ্ষণ বিহীন সমতলত স্থিৰ অৱস্থাত থকা কঠিন স্তুপ এটাত আঘাত কৰি বন্দকুৰ গুলী এটা সোমাই গ’ল। এই ক্ষেত্ৰত

(ক) ভৰবেগ সংৰক্ষিত হ’ব

(খ) গতি শক্তি সংৰক্ষিত

(গ) দুয়োটা সংৰক্ষিত হ’ব

(ঘ) কোনো এটা সংৰক্ষিত নহ’ব।

উত্তৰঃ (ক) ভৰবেগ সংৰক্ষিত হ’ব

৮০) তলৰ কোনটো উক্তি অশুদ্ধ?

(ক) ঘৰ্ষণ বল তল দুখন ৰ স্পৰ্শক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ নকৰে ।

(খ) ঘৰ্ষণ বল উলম্ব বলৰ সমানুপাতিক ।

(গ) গতিশীল এটা বস্তু আৰু বায়ুৰ মাজত ঘৰ্ষণ বল নাথাকে ।

(ঘ) ঘৰ্ষণ বল দৰাচলতে আনৱিক।

উত্তৰঃ (গ) গতিশীল এটা বস্তু আৰু বায়ুৰ মাজত ঘৰ্ষণ বল নাথাকে ।

৮১) বস্তু কণা এটাই সুষম বেগেৰে সৰল ৰেখাত গতি কৰি আছে । তেন্তে তলৰ কোন ক্ষেত্ৰত বল নালাগে ?

(ক) দ্ৰুতি বঢ়াবলৈ

(খ) দ্ৰুতি কমাবলৈ

(গ) একে দ্ৰুতি ৰাখিবলৈ

(ঘ) দিশ সলনি কৰিবলৈ ।

উত্তৰঃ (গ) একে দ্ৰুতি ৰাখিবলৈ

৮২) m ভৰৰ উপগ্ৰহ এটাৰ ব্যাসৰ বৃত্তীয় পথত বেগ হ’ল v | তেন্তে ইয়াৰ ওপৰত ক্ৰিয়াশীল বল হ’ব-

(ক) শূন্য়

(খ) mrv²

(গ) mr²/v (ঘ) mv²/r

উত্তৰঃ (গ) mr²/v (ঘ) mv²/r

৮৩) বস্তু এটাই বৃত্তীয় পথত স্থিৰ (Constant) দ্ৰুতিৰে গতি কৰিলে তাৰ

(ক) বেগ ধ্ৰুৱক হ’ব

(খ) ইয়াৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে

(গ) কোনো কাৰ্য সম্পাদন নহয়

(ঘ) কোনো ত্বৰণ নাথাকে ৷

উত্তৰঃ (গ) কোনো কাৰ্য সম্পাদন নহয়

৮৪) এৰোপ্লেন এখনে অনুভূমিক সমতলত আৱৰ্তন কৰিলে

(ক) ই অনুভূমিক হৈয়ে থাকিব

(খ) কেন্দ্ৰৰফালে (ভিতৰফালে ) হালিব

(গ) বাহিৰফালে হেলনীয়া হ’ব

(ঘ) ইয়াৰ উইং উলম্ব হ’ব।

উত্তৰঃ (খ) কেন্দ্ৰৰফালে (ভিতৰফালে ) হালিব

৮৫) সৰল দোলক এটাই উলম্ব তলত স্থিৰ কৌণিক বেগেৰে আৱৰ্তন কৰিলে অভিকেন্দ্ৰিক বল হ’ব—

(ক) সৰ্বোচ্চ বিন্দুত সৰ্বোচ্চ

(খ) নিম্নতম বিন্দুত সৰ্বনিম্ন

(গ) সকলো বিন্দুত সমান

(ঘ) শূন্য়

উত্তৰঃ (গ) সকলো বিন্দুত সমান

৮৬) L দৈৰ্ঘ্যৰ স্প্ৰীং এডালত m ভৰৰ শিল এটা গাঁঠি দি v স্থিৰ দ্ৰুতিৰে বৃত্তকাৰে ঘূৰোৱা হ’ল। যদি স্প্ৰীংডাল মুক্ত কৰি দিয়া হয়, শিলটোৱে কে নে দৰে গতি কৰিব ?

(ক) ব্যাসাৰ্ধৰ দিশত বৰ্হি মখেুখে

(খ) ব্যাসাৰ্ধৰ দিশত ভিতৰফালে

(গ) স্পৰ্শৰ্কৰ দিশত

(ঘ) mv2/L ত্বৰণে ৰে ৷

উত্তৰঃ (গ) স্পৰ্শৰ্কৰ দিশত

৮৭) কোন ৰাশিৰ ওপৰত বস্তুৰ জড় ভ্ৰামক নিৰ্ভৰ নকৰে ?

(ক) ভৰ

(খ) কৌণিক বেগ

(গ) আৱৰ্তন অক্ষ

(ঘ) ভৰৰ বিস্তাৰন ৷

উত্তৰঃ (খ) কৌণিক বেগ

৮৮) কৌণিক ভৰবেগ হ’ল—

(ক) এটা প্ৰৱীয় ভেক্ট

(খ) এটা অক্ষীয় ভেক্ট

(গ) এটা স্কেলাৰ

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (ঘ) ইয়াৰ এটাও নহয়।

৮৯) L কৌণিক ভৰবেগেৰে বস্তুকণা এটাই সুষম বৃত্তীয় গতিত গতি কৰি আছে । ইয়াৰ গতিৰ কম্পাণাংক দুগুণ কৰিলে গতি শক্তি আধা হয়। তেতিয়া কৌণিক ভৰবেগ হ’ব

(ক) 2L

(গ) L/2

(খ) 4L

(ঘ) L/4

উত্তৰঃ (ঘ) L/4

৯০) বস্তু এটা ত্বৰিত হৈ থাকিব যেতিয়া পৰ্যন্ত—

(ক) ইয়াৰ লব্ধ বল হ্ৰাস হ’ব আৰম্ভ নকৰে ৷

(খ) ইয়াৰ বেগৰ দিশ সলনি নহয় ৷

(গ) ইয়াৰ লব্ধ বল শূন্য় নহয় ৷

(ঘ) ইয়াৰ লব্ধ বলৰ দিশ গতিৰ দিশৰ লম্ব নহয়

উত্তৰঃ (গ) ইয়াৰ লব্ধ বল শূন্য় নহয় ৷

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৯১) m ভৰৰ বস্তু এটা ভূ-পৃষ্ঠৰ পৰা পৃথিৱীৰ ব্যাসাৰ্ধ R ৰ সম উচ্চতালৈ তুলি নিলে লব্ধ স্থৈতিক শক্তি কিমান হ’ব? [মধ্যাকৰ্ষণ ত্বৰণ = g]

(ক) (½) mgR

(খ) 2mgR

(গ) mgR

(ঘ) (¼) mgR

উত্তৰঃ (ক) (½) mgR

৯২) কোনো উচ্চতাৰ পৰা সীহৰ বল এটা সৰি পৃথিৱী-পৃষ্ঠত আঘাত কৰাত ইয়াৰ উষ্ণতা বৃদ্ধি হ’ল। ইয়াৰ কাৰণ হ’ল—

(ক) বায়ুৰ ঘৰ্ষণ

(খ) ভৰ তাপলৈ ৰূপান্তৰ হৈছে

(গ) ৰাসায়নিক শক্তিৰ তাপলৈ ৰূপান্তৰ

(ঘ) যান্ত্ৰিক শক্তিৰ তাপলৈ ৰূপান্তৰ

উত্তৰঃ (ঘ) যান্ত্ৰিক শক্তিৰ তাপলৈ ৰূপান্তৰ

৯৩) স্প্ৰীং এডাল পাক খুৱালে ইয়াত নিৰ্দিষ্ট পৰিমাণৰ স্থৈতিক শক্তি সঞ্চিত হয়। পকোৱা স্প্ৰীংডাল এচিডত ডুবালে সঞ্চিত শক্তি খিনি

(ক) সম্পূৰ্ণ বিলোপ্ত হ’ব।

(খ) বিদ্যুৎ চুম্বকীয় তৰংগৰ ৰূপত পোৱা যাব।

(গ) এচিডৰ উষ্ণতাৰ বঢ়োৱা তাপৰ ৰূপত পোৱা যাব ৷

(ঘ) এচিডৰ টোপাল ছিটিকোৱা গতি শক্তিৰ ৰূপত পোৱা যাব ।

উত্তৰঃ (গ) এচিডৰ উষ্ণতাৰ বঢ়োৱা তাপৰ ৰূপত পোৱা যাব ৷

৯৪) 3 মিনিট  30 চেকেণ্ড এটা ঘূৰ্ণকে (rotor) স্থিৰ অৱস্থাৰ পৰা প্ৰতি মিনিটত 21,000 আবৰ্তনলৈ ত্বৰিত হ’লে বেডিয়ান / ছে ± এককত কৌণিক ত্বৰণ হ’ব

(ক) 100

(খ) 10.5

(গ) 0.1

(ঘ) 21

উত্তৰঃ (খ) 10.5

৯৫) 200 মিটাৰ ব্যাসাৰ্ধৰ এটা কেঁকুৰিত গাড়ী চালক এজনে দেখিলে গাড়ীৰ ছিলিঙৰ পৰা উলোমাই ৰখা দোলক এটাই উলম্ব ৰেখাৰ লগত 15° কোণ কৰিছে । গাড়ীখনৰ দ্ৰুতি হ’ল

(ক) 20 মি/চে

(খ) 230 মি/চে

(গ) 23 মি/চে

(ঘ) 23 কিঃমিঃ/ঘণ্টা

উত্তৰঃ (গ) 23 মি/চে

৯৬) অপকেন্দ্ৰিক বল হ’ল এক

(ক) প্ৰতিক্ৰিয়া বল

(খ) কাল্পনিক বল

(গ) কেন্দ্ৰ বিন্দুত ক্ৰিয়া কৰা মধ্যাকৰ্ষণ বল

(ঘ) এইবোৰৰ এটাও নহয় ।

উত্তৰঃ (খ) কাল্পনিক বল

৯৭) বৃত্তীয় পথত বস্তু এটাই স্থিৰ দ্ৰুতিৰে গতি কৰি আছে ।

(ক) ই স্থিৰ বেগত গতি কৰিছে ।

(খ) ইয়াৰ ত্বৰণ ঘটা নাই ।

(গ) ইয়াৰ এক ব্যাসাৰ্ধ দিশত অন্তৰ্মুখী ত্বৰণ আছে ।

(ঘ) ইয়াৰ এক ব্যাসাৰ্ধ দিশত বহিৰ্মুখী ত্বৰণ আছে ।

উত্তৰঃ (গ) ইয়াৰ এক ব্যাসাৰ্ধ দিশত অন্তৰ্মুখী ত্বৰণ আছে ।

৯৮) 0.01 মিটাৰ ব্যাসাৰ্ধৰ এডাল অনুভূমিক অক্ষৰ (axle) ওপৰত 0.3 কিঃগ্ৰাঃ মি 2 জড় ভ্ৰামক বিশিষ্ট এটা গধুৰ চকা স্থাপন কৰা হৈছে । চকাৰ তুলনাত অক্ষৰ ভৰ উপেক্ষনীয় হ’লে ঘৰ্ষণ বল উপেক্ষা কৰি অক্ষৰ স্পৰ্শকৰ দিশত 40 নিউটন বল প্ৰয়োগ কৰিলে অক্ষডালৰ কৌনিক ত্বৰণ নিৰ্ণয় কৰা ।

(ক) 1.3 rad S-2

(খ) 0.13 rad S-2

(গ) 13 rad S-2

(ঘ) 40 rad S-2

উত্তৰঃ (ক) 1.3 rad S-2

৯৯) নৃত্য়-পটিয়সী এগৰাকীয়ে দুহাত মেলি এডাল উলম্ব অক্ষ সাপেক্ষে প্ৰতি চেকেণ্ডত একোটা আবৰ্ত্তনেৰে ঘূৰি আছে । হাত দুখন  চপাই আনিলে তেওঁৰ উলম্ব অক্ষ সাপেক্ষে জড় ভ্ৰামক 60% হ্ৰাস হ’ল। তেওঁৰ নতুন আবৰ্ত্তন হাৰ হ’ব

(ক) 1.0 rev/sec

(খ) 1.5 rev/sec

(গ) 13 rev/sec

(ঘ) 2.5 rev/sec

উত্তৰঃ (ঘ) 2.5 rev/sec

১০০) গতিশীল বস্তু এটাই v স্থিৰ দ্ৰুতিৰে r ব্যাসাৰ্ধৰ বৃত্ত এটাত গতি কৰিলে তাৰ কৌণিক বেগ হ’ব—

(ক) v2 / r

(খ) vr

(গ) v/r

(ঘ) r/v 

উত্তৰঃ (গ) v/r

We hope that Physics MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Chemistry.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top