Chemistry MCQ For SSUHS CEE Entrance Exam Part-4

Chemistry MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 62+ MCQs on Chemistry for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?

(ক) গ্ৰীজ ব্যৱহাৰ কৰি

(খ) ৰং ব্যৱহাৰ কৰি

(গ) যিংকৰ প্ৰলেপদি না ব্যৱহাৰ দি ।

(ঘ) ওপৰৰ সকলো । 

উত্তৰঃ (গ) যিংকৰ প্ৰলেপ দি 

২) এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে । যৌগটো পানীত দ্ৰৱণীয়। সম্ভবপৰ মৌলটো হব-

(ক) কেলছিয়াম

(খ) কাৰ্বন

(গ) ছিলিকন

(ঘ) আইন 

উত্তৰঃ (ক) কেলছিয়াম ।

৩) তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?

(ক) গানী

(খ) কাচ

(গ) প্লাষ্টিক

(ঘ) মৃত্তিকা 

উত্তৰঃ (ঘ) মৃত্তিকা ৷

৪) পাৱাৰ ট্ৰেন্সফৰ্মাৰৰ কাম কৰাৰ নীতি কোনটো নিয়মৰ ওপৰত ভিত্তি কৰি গঢ়লৈ উঠিছে ? 

(ক) ফেৰাডেৰ  

(খ) হুকৰ 

(গ) নিউটনৰ 

(ঘ) আইনষ্টাইনৰ তত্ত্ব 

উত্তৰঃ (ক) ফেৰাডেৰ

৫) তলৰ কোনজন বিজ্ঞানীয়ে বিৱৰ্তন তত্ত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল?

(ক) ডাৰউইন 

(খ) মে ক্সৱে 

(গ) নিউটন

(ঘ) জনছন 

উত্তৰঃ (ক) ডাৰউইন

৬) পিপঁৰাৰ দংশনত কোনটো এচিড গোৱা যায়? 

(ক) চাইট্ৰিক এচিড 

(খ) এচিটিক এচিড 

(গ)  মিথান’ইক এচিড 

(ঘ) লেক্টিক এচিড 

উত্তৰঃ (গ)  মিথান’ইক এচিড

৭) গাখীৰ কিহৰ উদাহৰণ ?

(ক) জেলৰ

(খ) ছ’ল (sol) ৰ

(গ) ইমালছন

(ঘ) প্ৰলম্বন (suspension)

উত্তৰঃ (গ) ইমালছন

৮) এডাল অতি উত্তপ্ত কপাৰ তাঁৰে পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে

(ক) CuO

(খ) Cu2O

(গ) Cu2O3

(ঘ) CuO2

উত্তৰঃ (ক) CuO

৯) নিম্নোক্ত কোনটো নিষ্ক্ৰিয় গেছ সহজে তৰল হয় ?

(ক) He

(খ) Ne

(গ) Ar

(ঘ) Kr

উত্তৰঃ (ঘ) Kr

১০) লেন্থানাইড মৌল সম্বন্ধে নিম্নোক্ত কোনটো উক্তি সত্য ?

(ক) সকলো লেন্থানাইড মৌলই অধিক ঘনত্বৰ ধাতু

(খ) লেস্থাননাইড মৌলবোৰ more characteristic oxidation state +3.

(গ) লেন্থানাইডবোৰক এটাৰ পৰা আনটোৰে ion exchange পদ্ধতিৰে পৃথক কৰা হয়

(ঘ) ত্ৰিযোজী লেন্থানাইডবোৰৰ আয়নীয় ব্যাসাৰ্দ্ধৰ মান পৰমাণুক্ৰমাংক বৃদ্ধিৰ লগত হ্ৰাস পায়।

উত্তৰঃ (ঘ) ত্ৰিযোজী লেন্থানাইডবোৰৰ আয়নীয় ব্যাসাৰ্দ্ধৰ মান পৰমাণুক্ৰমাংক বৃদ্ধিৰ লগত হ্ৰাস পায়।

১১) তাপ আৰু বিদ্যুৎ স্ফুলিংগ প্ৰয়োগেৰে এমাইন’ এচিড সংশ্লেষণ কৰিবলৈ মিলাৰে ব্যৱহাৰ কৰা গেছৰ মিশ্ৰণত আছিল—

(ক) মিথেন, এম’নিয়া, হাইড্ৰ’জেন আৰু জলীয় ভাপ

(খ) মিথেন, এম’নিয়া, নাইট্ৰ’জেন আৰু জলীয় ভাপ

(গ) মিথেন, নাইট্ৰ’জেন, হাইড্ৰজেন আৰু জলীয় ভাপ

(ঘ) এমনিয়া, কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন আৰু জলীয় ভাপ

উত্তৰঃ (ক) মিথেন, এম’নিয়া, হাইড্ৰ’জেন আৰু জলীয় ভাপ

১২) H2, NH3, CH2 আৰু H2O-ৰ দৰে সৰল অণুবোৰে এমাইন’ এচিড উৎপন্ন কৰি জীৱৰ উৎপত্তি ঘটাইছিল বুলি পৰীক্ষামূলক প্ৰমাণ কৰে —

(ক) লেমাৰ্কে

(খ) ডাউইনে

(গ) ষ্টেনলী মিলাৰে

(ঘ) ছিডনী ফক্সে

উত্তৰঃ (গ) ষ্টেনলী মিলাৰে

১৩) পেট্ৰ’লিয়ামৰ নিম্নোক্ত কোনটো সংযুক্তি কেৰাছিন তেলৰ?

(ক) C12 – C 16

(খ) C10 – C12

(গ) C5 – C9

(ঘ) C1 – C4

উত্তৰঃ (ক) C12 – C 16

১৪) একে গঠন সংকেত কিন্তু পৰমাণবুবোৰৰ বা মূলকবোৰৰ বেলেগ বেলেগ সজ্জা থকা সমযোগী (isomers) বোৰক কোৱা হয়—

(ক) মেচ’মাৰ (mesomers)

(খ) ষ্টেৰিঅ’ সমযোগিতা

(গ) টট’মাৰ

(ঘ) আলোক সমযোগিতা ।

উত্তৰঃ (খ) ষ্টেৰিঅ’ সমযোগিতা

১৫) ইন্ধন কোষ (fuel cell) সম্বন্ধে নিম্নোক্ত কোনটো উক্তি সত্য?

(ক) সেইবোৰ বেছি কাৰ্য্যক্ষম (efficient)

(খ) এইবোৰ প্ৰদূষণৰ পৰা মুক্ত

(গ) বিক্ৰিয়াবোৰ সক্ৰিয় হৈ থকালৈ এইবোৰ চলি থাকে

(ঘ) আটাইকেইটা ৷

উত্তৰঃ (ঘ) আটাইকেইটা ৷

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-1

১৬) নিম্নোক্ত কোনটো extensive ধৰ্ম?

(ক) আয়তন

(খ) উষ্ণতা

(গ) ঘনত্ব

(ঘ) আটাইকে ইটা ৷

উত্তৰঃ (ক) আয়তন

১৭) প্ৰথম ক্ৰমৰ বিক্ৰিয়া এটা 45 মিনিট ত অৰ্ধ সম্পূৰ্ণ হয়। বিক্ৰিয়াটো 99.9% পূৰ্ণ কৰিবলৈ কিমান সময় লাগিব?

(ক) 5 ঘন্টা

(খ) 7.5 ঘন্টা

(গ) 10 ঘন্টা

(ঘ) 20 ঘন্টা

উত্তৰঃ (খ) 7.5 ঘন্টা

১৮) 530 k.g গ্লিছাবলে অক্সালিক এছিডৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে —

(ক) এলাইল এলকহল

(খ) ফৰ্মিক এচিড

(গ) মি ছালেডিহাইড

(ঘ) গ্লিছাবল মন ‘অক্সালেট।

উত্তৰঃ (ক) এলাইল এলকহল

১৯) বেনযলডিহাইড (Benzaldehyde) কিহৰ জল বিয়োজন কৰি প্ৰস্তুত কৰিব পাৰি ?

(ক) বেনয’নাইট্ৰাইড

(খ) বেলযল ক্লাইড

(গ) বেনয ট্ৰাইক্লৰাইড

(ঘ) বেনযইল ক্লৰাইড।

উত্তৰঃ (খ) বেলযল ক্লাইড

২০) এমাইডক এমাইনলৈ ৰূপান্তৰ কৰিব পাৰি —

(ক) চেণ্ডমেয়াৰ বিক্ৰিয়াৰে

(খ) হ’ফমেনৰ বিক্ৰিয়াৰে

(গ) ডিহাইড্ৰেচন বিক্ৰিয়াৰে

(ঘ) কাৰ্বাইলে মাই (Carbylamine reaction) বিক্ৰিয়াৰে

উত্তৰঃ (খ) হ’ফমেনৰ বিক্ৰিয়াৰে

২১) C6H5OH + CCI4 বিক্ৰিয়াটোৰ উৎপাদক হ’ব—

(ক) ছলিছায়েলডিহাইড (Salicyaldehyde)

(খ) বেনয’লডিহাইড (Benzaldehyde)

(গ) o- হাইড্ৰ’ক্সিবেনযইক এছিদ

(ঘ) p- হাইড্ৰক্সিবেনযইক এছিদ।

উত্তৰঃ (গ) o- হাইড্ৰ’ক্সিবেনযইক এছিদ

২২) যেতিয়া হাইড্ৰ’ক্লৰিক এছিদত থকা বৰফ-শীতল এনিলিন দ্ৰব বৰফ শীতল ছডিয়াম নাইট্ৰেটৰ লগত বিক্ৰিয়া ঘটোৱা হয়, উৎপাদকটো হ’ল

(ক) নাইট্ৰ’ এনিলিন (nitro aniline)

(খ) ক্লৰ’ এনিলিন

(গ) ক্ল’ৰ’ বেনজিন

(ঘ) বেনজিন ডায়াজনিয়াম ক্লাইড

উত্তৰঃ (ঘ) বেনজিন ডায়াজনিয়াম ক্লাইড

২৩) কোনটো নিষ্ক্ৰিয় গেছ বায়ুমণ্ডলত নাই ?

(ক) He

(খ) Ne

(গ) Ar

(ঘ) Rn

উত্তৰঃ (খ) Ne

২৪) ক্লৰিণক বিজক হিচাপে ব্যৱহাৰ কৰা হয়। কাৰণ ই গঠন কৰে —

(ক) HCI

(খ) HOCI

(গ) HCIO3

(ঘ) HCIO4

উত্তৰঃ (খ) HOCI

২৫) নিম্নোক্ত কোনটো গেছ মিশ্ৰণত ডেল্টনৰ আংশিক চাপৰ সূত্ৰটো প্ৰযোজ্য নহয় ?

(ক) SO2 আৰু Cl2

(খ) CO2 আৰু N2

(গ) CO আৰু CO2

(ঘ) HCl আৰু NH3

উত্তৰঃ (ক) SO2 আৰু Cl2

২৬) ডেল্টনৰ পাৰমাণৱিক মতবাদ (Dalton’s atomic theory) মতে, পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণা হ’ল—

(ক) আয়ন

(খ) পৰমাণু

(গ) ইলেকট্ৰন

(ঘ) অণু।

উত্তৰঃ (খ) পৰমাণু

২৭) কোনটো অক্সাইডে বিজাৰক হিচাপে কাম কৰিব নোৱাৰে ?

(ক) NO2

(খ) SO2 

(গ) CO2

(ঘ) ClO2

উত্তৰঃ (ঘ) ClO2

২৮) গ্ৰীগনাৰ্ড বিজাৰক (Grignard reagent) প্ৰস্তুত কৰিবলৈ নিম্নোক্ত কোনটো অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয় ?

(ক) আইৰণ গুড়ি

(খ) শুকান ইথাৰ

(গ) সক্ৰিয় চাৰ্কোল

(ঘ) মেংগানিজ ডাই অক্সাইড।

উত্তৰঃ (খ) শুকান ইথাৰ

২৯) পাৰ্শ্ব কেন্দ্ৰীয় ঘনক (F. C. C) স্ফটিক এটাৰ প্ৰতিটো একক কোষত কিমানটা পৰমাণু থাকিব?

(ক) 4

(খ) 5

(গ) 6

(ঘ) 8

উত্তৰঃ (ক) 4

৩০) তেজস্ক্ৰিয় বি ঘটনত নিৰ্গত ইলেকট্ৰনবোৰ আহে —

(ক) পৰমাণটুটোৰ নিউক্লিয়াছত

(খ) পৰমাণটুটোৰ ভিতৰৰ কক্ষৰ পৰা

(গ) পৰমাণটুটোৰ বহিৰতম খোলৰ পৰা

(ঘ) মুখ্য় কোৱান্টাম সংখ্যা 1 হোৱা কক্ষপথৰ পৰা

উত্তৰঃ (ক) পৰমাণটুটোৰ নিউক্লিয়াছত

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

৩১) কাৰ্বন- 14 dating পদ্ধতিটো প্ৰতিষ্ঠিত হোৱাৰ ভিত্তি টো হ’ল—

(ক) কাৰ্বন -14 বেছি কৈ অদ্ৰবণীয়

(খ) সকলো বস্তুত C-14 ৰ পৰিমাণ একে

(গ) C-12 আৰু C-14 অনুপাত টো ধ্ৰুৱক

(ঘ) C-12 আৰু C-14 অনুপাত টো বেলেগ বেলেগ।

উত্তৰঃ (গ) C-12 আৰু C-14 অনুপাত টো ধ্ৰুৱক

৩২) যেতিয়া ছডিয়াম বাইকাৰ্বনেট উত্তাপিত কৰা হয়, উৎপাদকটো হ’ল: 

(ক) Na

(খ) Na2CO3

(গ) NaCO3

(ঘ) NaHCO3

উত্তৰঃ (গ) NaCO3

৩৩) গাঢ় ছালফিউৰিক এছিদেৰে কিহৰ ওপৰত ক্ৰিয়া কৰি পাৰকৰিক এছিড (Perchloric acid) উৎপন্ন কৰা হয় ?

(ক) বেৰিয়াম ক্লাইড

(খ) বেৰিয়াম ক্লৰেট

(গ) ছডিয়াম ক্লাইড

(ঘ) পটাছিয়াম পাক্ৰ’ৰেট।

উত্তৰঃ (ঘ) পটাছিয়াম পাক্ৰ’ৰেট।

৩৪) পটাছ এলাম ব্যবহৃত হয়—

(ক) অনুঘটক হিচাপে

(খ) বিজানুনাশক হিচাপে

(গ) Mordant হিচাপে

(ঘ) শীতক হিচাপে ।

উত্তৰঃ (গ) Mordant হিচাপে

৩৫) জিপছাম আৰু ‘প্লাষ্টাৰ অব পেৰিছ’ৰ এটা অণুৰ থকা পানীৰ অণুৰ সংখ্যা ক্ৰমে —

(ক) 5 আৰু 2

(খ) 2 আৰু 1

(গ) 2 আৰু 1/2

(ঘ) 1/2 আৰু 2.

উত্তৰঃ (গ) 2 আৰু 1/2

৩৬) ক্ল’ৰিন প্ৰস্তুতিৰ বাবে কোনটো পদ্ধতি প্ৰয়োগ কৰা হয়?

(ক) ব্ৰাইন দ্ৰবৰ বিদ্যুৎবিশ্লেষণ

(খ) গলিত KCI বিদ্যুৎবিশ্লেষণ

(গ) ব্লিচিং পাউদাৰৰ বিদ্যুৎবিশ্লেষণ

(ঘ) আয়’ডিন মন’ক্লাইডৰ বিদ্যুৎ বিশ্লেষণ

উত্তৰঃ (ক) ব্ৰাইন দ্ৰবৰ বিদ্যুৎবিশ্লেষণ

৩৭) তলৰ কোনটো গেছ সহজে তৰলীকৃত কৰিব পাৰি ?

(ক) He

(খ) Xe

(গ) Ne

(ঘ) Ar

উত্তৰঃ (খ) Xe

৩৮) PCl5 ৰ গঠন আকৃতি ?

(ক) পিৰামিডীয় (pyramidal)

(খ) অষ্টফলকীয়

(গ) পেন্টাগনেল (pentagonal)

(ঘ) টাই’গনেল বাইপিৰামিডীয় (trigonal bipyramidal).

উত্তৰঃ (ঘ) টাই’গনেল বাইপিৰামিডীয় (trigonal bipyramidal).

৩৯) বৰফৰ তুলনাত, পানীৰ অধিক ঘনত্বৰ কাৰণ ?

(ক) আয়নীয় বান্ধনি

(খ) সহযোজী বান্ধনি

(গ) হাইড্ৰ’জেন বান্ধনি

(ঘ) দ্বিমেক-দ্বিমেক সংশ্ৰব ।

উত্তৰঃ (গ) হাইড্ৰ’জেন বান্ধনি

৪০) নাইট্ৰ’জেনৰ ত্ৰাইহেলাইডবোৰৰ ভিতৰত কোনটো কম ক্ষাৰীয় ?

(ক) NF3

(খ) NCI3

(গ) NBr3

(ঘ) NI3

উত্তৰঃ (ক) NF3

৪১) হাইড্ৰ’জেন পেৰ’ক্সাইড সম্বন্ধে নিম্নোক্ত কোনটো উক্তি অসত্য ?

(ক) ইয়াক MNO2 ৰে ভাঙিব (decompose) পাৰি ।

(খ) ই বিজাৰক ৰূপে কাম কৰে

(গ) ই এবিধ তীব্ৰ জাৰক

(ঘ) ই ক্ষাৰীয় দ্ৰৱত অধিক সুস্থিৰ ।

উত্তৰঃ (ঘ) ই ক্ষাৰীয় দ্ৰৱত অধিক সুস্থিৰ ।

৪২) কিহে সেউজ গৃহ প্ৰভাব (Green house effect) ঘটায় ?

(ক) NO2

(খ) NO

(গ) CO

(ঘ) CO2

উত্তৰঃ (ঘ) CO2

৪৩) কোনটো গেছ আটাইতকৈ কম আয়নিত হয়?

(ক) He

(খ) Ne

(গ) Kr

(ঘ) Xe

উত্তৰঃ (ক) He

৪৪) তলৰ কোনটোৰ উপস্থিতিত ক্লৰি নে বিৰঞ্জন (bleaching) ধৰ্ম দেখুৱায় ?

(ক) শুকান বায়ু

(খ) জলীয় ভাপ

(গ) সূৰ্যৰ পোহৰ 

(ঘ) বিশুদ্ধ অক্সিজেন

উত্তৰঃ (খ) জলীয় ভাপ

৪৫) তলৰ কোনটো HCIO ৰ এনহাইড্ৰাইড?

(ক) Cl2O

(খ) CIO2

(গ) CI2O7

(ঘ) Cl₂06

উত্তৰঃ (গ) CI2O7

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৪৬) Seaweeds are important source of

(ক) Iron

(খ) Chlorine

(গ) Iodine

(ঘ) Bromine.

উত্তৰঃ (গ) Iodine

৪৭) বেকে লাইট প্ৰস্তুত কৰা হয়—

(ক) ইউৰিয়া আৰু ফৰ্মেল ডিহাইডৰ পৰা—

(খ) ইথাইল গ্লাইকলৰ পৰা

(গ) ফিনল আৰু ফৰ্মেল ডিহাইডৰ পৰা

(ঘ) ট্ৰেটামিথাইলিন গ্লাইকলৰ পৰা ।

উত্তৰঃ (গ) ফিনল আৰু ফৰ্মেল ডিহাইডৰ পৰা

৪৮) তলৰ কোনটো কাঁচৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান? 

(ক) কোৱাৰ্টছ 

(খ) মাইকা 

(গ) চিলিকা

(ঘ) এইবোৰৰ কোনোটোৱেই নহয় 

উত্তৰঃ (গ) চিলিকা

৪৯) পদাৰ্থৰ পাৰমাণৱিক তত্ত্বটো কোনজন বিজ্ঞানীয়ে দিছিল ?

(ক) মেক্সৱেল 

(খ) পাস্কেল

(গ) জনডাল্টন

(ঘ) নিউটন 

উত্তৰঃ (গ) জনডাল্টন

৫০) সম্ভ্ৰান্ত গেছ (noble gas) বোৰৰ ইলেকট্ৰন আসক্তি

(ক) কম

(খ) বেছি

(গ) অতি বেছি

(ঘ) প্ৰায় শূন্য়।

উত্তৰঃ (ঘ) প্ৰায় শূন্য়।

৫১) ৰাডাৰফ’ৰ্ডৰ cc কণাৰ বিচ্ছুৰণ পৰীক্ষাই প্ৰথমবাৰৰ বাবে দেখুৱাইছিল যে, পৰমাণুৰ আছে —

(ক) নিউক্লিয়াছ

(খ) ইলেকট্ৰন

(গ) প্ৰটন

(ঘ) নিউট্ৰন।

উত্তৰঃ (ক) নিউক্লিয়াছ

৫২) এমনিয়া (NH3) ত য’ত কেন্দ্ৰীয় পৰমাণুত এযোৰ অনাবদ্ধ ইলেকট্ৰনযোৰ থাকে, আকৃতি –

(ক) পিৰামিডীয়

(খ) চতুৰ্ফলকীয় (tetrahedral)

(গ) সমতলীয় ত্ৰিভূজ (planar trigonal)

(ঘ) সমতলীয় বৰ্গ (square planar).

উত্তৰঃ (ক) পিৰামিডীয়

৫৩) নিম্নোক্ত কোনটোৰ দ্বিমেৰু ভ্ৰামক (dipole moment) ৰ মান

(ক) NH3

(খ) PH3

(গ) PCI3

(ঘ) N₂O

উত্তৰঃ (ক) NH3

৫৪) নিম্নোক্ত কোনটোৰ 3d উপখোলত (sub shell) যোজ্যতা ইলেকট্ৰন নাই ?

(ক) Cr (I)

(খ) Mn (II)

(গ) Fe (III)

(ঘ) P (O)

উত্তৰঃ (ঘ) P (O)

৫৫) BF3 অণুৰ আকৃতি ?

(ক) ৰৈখিক

(খ) সমতলীয় (planar)

(গ) চতুৰ্ফলকীয়

(ঘ) বৰ্গ পিৰামিডীয় (square pyramidal).

উত্তৰঃ (খ) সমতলীয় (planar)

৫৬) কাঁচে (Glass) HF ৰ লগত বিক্ৰিয়াত দিয়ে —

(ক) SiF4

(খ) H2SiF

(গ) H2SiO3

(ঘ) Na3AlF6

উত্তৰঃ (ক) SiF4

৫৭) C5H12 আণবিক সংকেতৰ যৌগ এটা সাম্ভাব্য সমযোগী গঠনৰ

(ক) 2

(খ) 3

(গ) 4

(ঘ) 5

উত্তৰঃ (খ) 3

৫৮) ইথাইল ক্ল’ৰাইড, ছিলভাৰ ছায়েনাইডৰ লগত উত্তাপিত কৰিলে এটা যৌগ X গঠন কৰে । X ৰ কাৰ্যকৰী সমযোগী হ’ব?

(ক) C2H5OH

(খ) C2H5NC

(গ) C2H5NH2

(ঘ) H3C-NH-CH3

উত্তৰঃ (খ) C2H5NC

৫৯) নিম্নোক্ত কোনটোৱে জ্যামিতিক সমযোগিতা দেখুৱায় ?

(ক) CH3CH = CHCH3

(খ) (CH3)2C = C(CH3)2

(গ) (CH3)2C=C(CH3)2

(ঘ) CH3 – CH = C(CH3)2

উত্তৰঃ (ক) CH3CH = CHCH3

৬০) মাৰ্ছ গেছ (Marsh gas) হ’ল—

(ক) CO2

(খ) H₂S

(গ) CH4

(ঘ) C2H2

উত্তৰঃ (গ) CH4

৬১) কি উত্তপিত কৰিলে ক্লৰিণ পোৱা যায় ?

(ক) KMnO4 + NaCl

(খ) K2Cr2O7 + HCl

(গ) Pb2(NO3)4 + MNO2

(ঘ) K2Cr2O7 + MNO2

উত্তৰঃ (খ) K2Cr2O7 + HCl

৬২) পেট্ৰ’লিয়াম (Petroleum) কিহৰ মিশ্ৰণ ?

(ক) একলেনৰ

(খ) এলকিনৰ

(গ) এলকাইনৰ

(ঘ) এলকাইল হেলাইড (alkyl hallide).

উত্তৰঃ (ক) একলেনৰ

We hope that Chemistry MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top