Chemistry MCQ For SSUHS CEE Entrance Exam Part-1

Chemistry MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-1

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Chemistry for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) কাৰ্বনৰ নিষ্ক্ৰিয় অৱস্থানটো হৈছে —

(ক) কয়লা

(খ) গ্ৰেফাইট

(গ) হীৰা

(ঘ) এঙাৰ

উত্তৰঃ (গ) হীৰা

২) H2O2 ৰ আকাৰ

(ক) সমতলীয়

(খ) সৰল ৰৈখিক

(গ) গোলকীয়

(ঘ) অ-সমতলীয়

উত্তৰঃ (ঘ) অ-সমতলীয়

৩) ব্যাপনৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?

(ক) ব্যাপন সকলো মাধ্যমতে ঘটে

(খ) কেৱল তৰল মাধ্যমত ঘটে

(গ) কেৱল গেছীয় মাধ্যমত ঘটে

(ঘ) কেৱল কঠিন মাধ্যমত ঘটে 

উত্তৰঃ (ক) ব্যাপন সকলো মাধ্যমতে ঘটে

৪) গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত তলৰ কোনটো সংঘটিত নহয় ? 

(ক) খাদ্যৰ অনাটন

(খ) অনাবৃষ্টি

(গ) জলবায়ুৰ পৰিৱৰ্তন

(ঘ) মুদ্ৰাৰ পৰিৱৰ্তন 

উত্তৰঃ (ঘ) মুদ্ৰাৰ পৰিৱৰ্তন

৫) নিউক্লিক এচিডৰ তলৰ কোনটো উপাদান নহয়

(ক) হাইড্ৰ’জেন

(খ) নাইট্ৰ’জেন

(গ) কাৰ্বন

(ঘ) এমনিয়া 

উত্তৰঃ (ঘ) এমনিয়া 

৬) এলুমিনিয়ামৰ আকৰিক হ’ল—

(ক) বক্সাইড

(খ) জিংক

(গ) গেলেনা

(ঘ) হেমেটাইড 

উত্তৰঃ (ক) বক্সাইড

৭) জৈৱ নাইট্ৰ’জেন যৌগবোৰ এমনিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বোলে ? 

(ক) Denitrification 

(খ) Oxidation 

(গ) Nitrification 

(ঘ) Ammonification

উত্তৰঃ (ঘ) Ammonification

৮) তলৰ কোনটো অনু ধ্ৰুবীয় (Polar) ?

(ক) CO2

(খ) H2

(গ) CH4 

(ঘ) CCl4

উত্তৰঃ (খ) H2

৯) কোনটোৰ দ্বিমেৰু ভ্ৰামক শূণ্য ?

(ক) PH3

(খ) CH4

(গ) CH2Cl2

(ঘ) PH 4

উত্তৰঃ (খ) CH4

১০) তলৰ কোনটো আম্লিক ?

(ক) CH3OH

(খ) C6H5OH

(গ) CH3CH₂OH

(ঘ) (CH3)2CHOH

উত্তৰঃ (খ) C6H5OH

১১) কোনটো এটা অতিৰিক্ত বহুযোজীৰ উদাহৰণ নহয় ?

(ক) টেৰিলিন

(খ) পলিপ্ৰপাইলিন

(গ) পলিইথাইলিন

(ঘ) পলিষ্টাইনি

উত্তৰঃ (ক) টেৰিলিন

১২) তলৰ কোনটো মৌলৰ ইলেকট্ৰন আসক্তি সৰ্বাধিক?

(ক) Cl

(খ) Br 

(গ) I

(ঘ) F

উত্তৰঃ (ক) Cl

১৩) ইব’নাইট হ’ল—

(ক) পলপিন

(খ) প্ৰাকৃতিক ৰবৰ

(গ) উচ্চ ভালকে নাইজ ৰবৰ

(ঘ) ছিন্থেটিক ৰবৰ

উত্তৰঃ (গ) উচ্চ ভালকে নাইজ ৰবৰ

১৪) হাইড্ৰ’জেনৰ সমস্থানি কত নিউট্ৰন আৰু প্ৰট’নৰ সংখ্যাৰ যোগফল হৈছে

(ক) 6 

(খ) 5

(গ) 4

(ঘ) 3

উত্তৰঃ (ঘ) 3

১৫) দ্বিমেক ঘূৰ্ণক নথকা যৌগটো হ’ল

(ক) মিথাইল ক্লৰাইড

(খ) কাৰ্বনটে ট্ৰাক্লাইড

(গ) মিথাইল ক্লাইড

(ঘ) ক্লৰ ফৰ্ম

উত্তৰঃ (খ) কাৰ্বনটে ট্ৰাক্লাইড

১৬) তলৰ কোনটোৱে He+ ৰ লগত সাদৃশ্য থকা বৰ্ণালী (Spectum) সৃষ্টি কৰিব পাৰে

(ক) Hydrogen

(খ) Na

(গ) He

(ঘ) Li+

উত্তৰঃ (ক) Hydrogen

১৭) এজিমুথেল কোৱান্টাম সংখ্যাই নিৰূপণ কৰে

(ক) size আকাৰ

(খ) spin ঘূৰ্ণন

(গ) দিকবিন্যাস orientation

(ঘ) অৰবিটেলৰ কৌনিক ভৰবেগ ।

উত্তৰঃ (ঘ) অৰবিটেলৰ কৌনিক ভৰবেগ ।

১৮) ৰাডাৰফোৰ্ডৰ পৰীক্ষাই তলৰ কোনটো আৱিষ্কাৰ কৰাত সহায় কৰিছিল—

(ক) নিউক্লিয়াছ

(খ) ইলেকট্ৰন 

(গ) প্ৰটন

(ঘ) Alfa -কনা ।

উত্তৰঃ (ক) নিউক্লিয়াছ

.

১৯) বৰ’ৰ পৰমাণুৰ আৰ্হিৰ কোনে উন্নীত (modified)কৰিছিল ?

(ক) হুমাৰফিল্ড

(খ) ৰাডাৰফোৰ্ড

(গ) ডেল্টন

(ঘ) পউলি

উত্তৰঃ (ক) হুমাৰফিল্ড

২০) d’ ৰ অৰবিটেৰ ন’ডেল প্লেনৰ সংখ্যা-

(ক) zero

(খ) two

(গ) one

(ঘ) three.

উত্তৰঃ (খ) two

২১) তলৰ কোনটো শ্ৰেণীৰ তৰংগ দৈৰ্ঘ্যবোৰ অতি বেঙুনীয়া ৰশ্মিৰ ওচৰৰ ?

(ক) Lyman

(খ) বামাৰ

(গ) পাছেন

(ঘ) এটাও নহয়

উত্তৰঃ (ক) Lyman

২২) পৰমাণুৰ গঠন ব্যাখ্যা কৰিবলৈ প্ৰথমতে কোৱান্টাম তত্ত্বৰ আৱিষ্কাৰ কৰিছিল-

(ক) হাইজেন বাৰ্গ

(খ) ব’ৰ

(গ) প্লেঙ্ক

(ঘ) আইনষ্টাইন

উত্তৰঃ (খ) ব’ৰ

২৩) কোনটো কোৱান্টাম সংখ্যাই অৰবিটেলৰ আকৃতি নিৰ্দেশ কৰে

(ক) মুখ্য় কোৱান্টাম সংখ্যা

(খ) এজি মখেন কোৱান্টাম সংখ্যা

(গ) চুম্বকীয় কোৱান্টাম সংখ্যা

(ঘ) ঘূৰ্ণন (স্পিন) কোৱান্টাম সংখ্যা

উত্তৰঃ (খ) এজি মখেন কোৱান্টাম সংখ্যা

২৪) প্ৰটিন সম্বন্ধে কোনটো সত্য?

(ক) প্ৰটন ডিউটেৰিয়ামৰ নিউক্লিয়াছ

(খ) প্ৰটন আলফা কণা

(গ) প্ৰটিন হ’ল হাইড্ৰ’জেন অণুৰ আয়ন

(ঘ) প্ৰটন হাইড্ৰ’জেনৰ পৰমাণুৰ আয়ন

উত্তৰঃ (ঘ) প্ৰটন হাইড্ৰ’জেনৰ পৰমাণুৰ আয়ন

২৫) নেইল পলিচ ৰিম ভাৰত কি থাকে ?

(ক) বেনজিন

(খ) এচিটিক এচিড

(গ) এচিটন

(ঘ) ভিনেগাৰ 

উত্তৰঃ (গ) এচিটন

২৬) কৃত্ৰিম বৰষুণ দিবৰ বাবে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়

(ক) এমনিয়াম ক্ল’ৰাইড

(খ) ছিলভাৰ আয়ডাইড

(গ) কেলচিয়াম কাৰ্বনেট

(ঘ) পটাছ 

উত্তৰঃ (খ) ছিলভাৰ আয়ডাইড

২৭) ৰাসায়নিক সাৰত তলৰ কোনবিধ ব্যৱহাৰ হয়—

(ক) ফুৰিন

(খ) সীহ

(গ) পটাচিয়াম

(ঘ) এলুমিনিয়াম 

উত্তৰঃ (গ) পটাচিয়াম

২৮) ‘ফৰ্মেলিন’ কিহৰ বাবে ব্যৱহাৰ হয়-

(ক) সংৰক্ষক

(খ) এণ্টি চেপ্টিক

(গ) বিষনাশক

(ঘ) উত্তেজক 

উত্তৰঃ (ক) সংৰক্ষক

২৯) ভিনেগাৰত কি এচিড থাকে —

(ক) অক্সেলিক

(খ) ছাইট্ৰিক এচিড

(গ) এচিটিক এচিড

(ঘ) ফ্ৰমিক এচিড 

উত্তৰঃ (গ) এচিটিক এচিড

৩০) আটাইতকৈ গধুৰ ধাতুবিধ হ’ল—

(ক) সোণ

(খ) প্লেটিনাম

(গ) অচমিয়াম

(ঘ) ইউৰেনিয়াম 

উত্তৰঃ (গ) অচমিয়াম

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

৩১) আধুনিক পৰ্যায়বৃত্ত তালিকাত কিহৰ ভিত্তিত মৌলবোৰ সজোৱা হয় ?

(ক) ভৰৰ বৃদ্ধি অনুযায়ী

(খ) আয়তন বৃদ্ধি অনুযায়ী

(গ) পৰমাণুক্ৰমাংক বৃদ্ধি অনুযায়ী

(ঘ) এলফাবে টিকেল

উত্তৰঃ (গ) পৰমাণুক্ৰমাংক বৃদ্ধি অনুযায়ী

৩২) জৈৱ যৌগৰ মূল উপাদান হ’ল—

(ক) কাৰ্বন

(খ) অক্সিজেন

(গ) নাইট্ৰ’জেন

(ঘ) লো 

উত্তৰঃ (ক) কাৰ্বন 

৩৩) তলৰ কোনবিধ ধাতব মৌল নহয়?

(ক) ক্ল’ৰিণ

(খ) লো

(গ) মেংগানিজ

(ঘ) কপাৰ 

উত্তৰঃ (ক) ক্ল’ৰিণ

৩৪) সালোক সংশ্লেষণৰ প্ৰথম উৎপাদিত স্থায়ী যৌগ হ’ল—

(ক) ফছফ গ্লিচাৰিক এচিড

(খ) হাইড্ৰ’ক্লৰিক এচিড

(গ) ফছফৰিক এচিড

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ফছফ গ্লিচাৰিক এচিড

৩৫) NADPH মানে –

(ক) অক্সে ল’এচেটিক এচিড

(খ) ফছফ গ্লিচাৰিক এচিড

(গ) ফছফৰিক এচিড

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) অক্সে ল’এচেটিক এচিড

৩৬) সালোক সংশ্লেষণৰ এবিধ কেঁচামাল হ’ল-

(ক) CO2

(খ) CO

(গ) O₂

(ঘ) N2 

উত্তৰঃ (ক) CO2

৩৭) সালোক সংশ্লেষণৰ প্ৰধান ৰঞ্জক হ’ল—

(ক) ক্ল’ৰপ্লাষ্ট

(খ) ক্ল’ৰ’ফিল

(গ) ফটন

(ঘ) প্ৰ’টন 

উত্তৰঃ খ) ক্ল’ৰ’ফিল

৩৮) নাইট্ৰ’জেন যুক্ত ক্ষাৰকত কি নাথাকে

(ক) কাৰ্বন

(খ) ফছফৰাছ

(গ) হাইড্ৰ’জেন

(ঘ) নাইট্ৰ’জেন

উত্তৰঃ (খ) ফছফৰাছ

৩৯) তলৰ কোনটো ভাগত পৰমাণু বা আয়নৰ আকাৰ বৃদ্ধিৰ ক্ৰমত সজোৱা আছে ?

(ক) Mg2+ < Na+ < F- < AI

(খ) F- < Al < Na+ < Mg2+

(গ) Al < Mg < F < Na

(ঘ) Na+ < Al < F < Mg2+

উত্তৰঃ (ক) Mg2 + < Na+ < F- < AI

৪০) নিউক্লিক এছিডৰ মৌলিক একক হ’ল

(ক) পঞ্চ শৰ্কৰা

(খ) নি উক্লি য়’ড

(গ) নিউক্লিয়’ছাইড

(ঘ) নিউক্লিয়টাইড

উত্তৰঃ (ঘ) নিউক্লিয়টাইড

৪১) তলৰ কোনটোৰ আয়নৰ আকাৰ আটাইতকৈ সৰু?

(ক) Cl-

(খ) Na+

(গ) Mg2 +

(ঘ) S2-

উত্তৰঃ (গ) Mg2 +

৪২) তলৰ কোনটো মৌল পৰ্যাবৃত্ত তালিকাৰ প্ৰতিনিধি মৌলৰ ভাগত আছে ?

(ক) লেন্থানাম

(খ) আৰ্গন

(গ) ক্ৰমিয়াম

(ঘ) এলুমিনিয়াম

উত্তৰঃ (ঘ) এলুমিনিয়াম

৪৩) কোন ভাগৰ মৌলই তৎক্ষণাৎ এনায়ন সৃষ্টি কৰিব পাৰে ?

(ক) অক্সিজেন পৰিয়াল

(খ) নাইট্ৰ’জেন পৰিয়াল

(গ) হেলজেন পৰিয়াল

(ঘ) ক্ষাৰ ধাতু।

উত্তৰঃ (গ) হেলজেন পৰিয়াল

৪৪) লেণ্ঠেনাইড শ্ৰেণীৰ প্ৰথম মৌলটো হ’ল—

(ক) Ce

(খ) Ac

(গ) U

(ঘ) La

উত্তৰঃ (ক) Ce

৪৫) সৌৰ কোষ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা মৌলবিধৰ নাম হল-

(ক) চিলিকন

(খ) কাৰ্বন।

(গ) সোণ

(ঘ) ৰূপ 

উত্তৰঃ (ক) চিলিকন

৪৬) পানী বিশুদ্ধকৰণৰ সাধাৰণ পদ্ধতিটো হ’ল (Common methods of water purification) 

(ক) উতলীকৰণ Boiling 

(খ) ফি ন্ট্ৰে চন Filtration 

(গ) ক্লৰি নে চন Chlorination 

(ঘ) ওপৰৰ সকলোবোৰ All of the above

উত্তৰঃ (ঘ) ওপৰৰ সকলোবোৰ All of the above

৪৭) এছিটাইলিনত থকা কাৰ্বন-কাৰ্বন বান্ধনিত থাকে —

(ক) এডাল ছিগমা বান্ধনি, দুডাল পাই বান্ধনি

(খ) দুডাল ছিগমা বান্ধনি, তিনি ডাল পাই বান্ধনি

(গ) দুডাল ছিগমা বান্ধনি, দুডাল পাই বান্ধনি

(ঘ) তিনি ডাল ছিগমা বান্ধনি

উত্তৰঃ (গ) দুডাল ছিগমা বান্ধনি, দুডাল পাই বান্ধনি

৪৮) sp2 সংকৰিত অৰবিটেল থকা পৰমাণুৰ চাৰি ওফালে বান্ধনি কোণৰ মান—

(ক) 120

(খ) 105°

(গ) 180°

(ঘ) 109° 28′.

উত্তৰঃ (ক) 120

৪৯) No অণুৰ বান্ধনি ক্ৰম হ’ল—

(ক) 1.5 

(খ) 2.5

(গ) 2.0

(ঘ) 3.0.

উত্তৰঃ (খ) 2.5

৫০) তলৰ কোনটোৰ উতলাংক আটাইতকৈ কম ?

(ক) H₂O

(খ) H₂S

(ঘ) H₂Te.

(গ) H, Se

উত্তৰঃ (খ) H₂S

৫১) BCI³ ত B ৰ সংকৰণ হ’ল—

(ক) sp³

(খ)  sp2

(গ) sp

(ঘ) sp3d

উত্তৰঃ (খ) sp2

৫২) দুটা পৰমাণু সংযোগী দ্বি বান্ধনিত ভাগ-বতৰা হোৱা ইলেকট্ৰনৰ সংখ্যা—

(ক) 2 ইলেকট্ৰন

(খ) 4 ইলেকট্ৰন

(গ) অযুগ্ম ইলেকট্ৰন

(ঘ) 6 ইলেকট্ৰন

উত্তৰঃ (গ) অযুগ্ম ইলেকট্ৰন

৫৩) পানীৰ অণুৱে ভাগ ল’ব পৰা সৰ্বাধিক হাইড্ৰজেন বান্ধনিৰ সংখ্যা—

(ক) 1

(খ) 3

(গ) 2

(ঘ) 4

উত্তৰঃ (ঘ) 4

৫৪) H2O2 ৰ গঠন—

(ক) সমতলীয়

(খ) অসমতলীয়

(গ) গোলাকৃতিৰ

(ঘ) সৰলৰৈখিক

উত্তৰঃ (খ) অসমতলীয়

৫৫) কাৰ্বন চক্ৰত বেক্টেৰিয়াৰ ভূমিকা হ’ল—

(ক) সালোক সংশ্লেষণ

(খ) ৰাসায়নিক পদাৰ্থ সংশ্লেষণ

(গ) জৈৱ যৌগৰ সৰলীকৰণ

(ঘ) নাইট্ৰ’জেন যৌগৰ আত্মীয়কৰণ

উত্তৰঃ (গ) জৈৱ যৌগৰ সৰলীকৰণ

৫৬) গেছীয় স্তৰৰ সৈতে জৈৱ ৰাসায়নিক চক্ৰ হ’ল—

(ক) কাৰ্বন চক্ৰ

(খ) ছডিয়াম চক্ৰ

(গ) ফ’ছফ’ৰাছ চক্ৰ

(ঘ) মেগনেছিয়াম চক্ৰ

উত্তৰঃ (ক) কাৰ্বন চক্ৰ

৫৭) সাধাৰণতে সম্ভান্ত গেছবোৰৰ (Noble gas) যোজ্যতা—

(ক) শূন্য়

(খ) এক

(গ) তিনি

(ঘ) দুই

উত্তৰঃ (ক) শূন্য়

৫৮) কোনটো মৌলৰ ইলেকট্ৰন আসক্তি বেছি ?

(ক) F

(খ) Cl

(গ) I

(ঘ) Br

উত্তৰঃ (খ) Cl

৫৯) আটাইতকৈ পাতল ধাতুটো হ’ল— 

(ক) Li

(খ) Fe

(গ) Ag.

(ঘ) Cu

উত্তৰঃ (ক) Li

৬০) তলৰ কোনটো কাৰ্বন পৰমাণুৰ সৈতে সম ইলেকট্ৰনীয় ?

(ক) Na

(খ) Al3+

(গ) O2

(ঘ) N+.

উত্তৰঃ (ঘ) N+

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৬১) সম্ভ্ৰান্ত গেছবোৰৰ ইলেকট্ৰনীয় কক্ষপথৰ সংখ্যা বৃদ্ধিৰ লগে লগে তলৰ কোনটো ধৰ্ম কমি যায় ?

(ক) আয়নীকৰণ শক্তি

(খ) পাৰমাণৱিক ব্যাসাৰ্ধ

(গ) উতলাংক

(ঘ) ঘনত্ব

উত্তৰঃ (ক) আয়নীকৰণ শক্তি

৬২) কোনটো আটাইতকৈ দুৰ্বল ?

(ক) আয়নীয় বান্ধনি

(খ) সহযোজী বান্ধনি

(গ) ধাতৱীয় বান্ধনি

(ঘ) ভানডাৰ ৱালৰ বল

উত্তৰঃ (ঘ) ভানডাৰ ৱালৰ বল

৬৩) তলৰ কোনটোৱে বিদ্যুৎ পৰিবাহি ত নকৰে ?

(ক) NaOH

(খ) গলিত KOH

(গ) গোটা NaCl

(ঘ) জলীয় NaCl

উত্তৰঃ (গ) গোটা NaCl

৬৪) হীৰা, গ্ৰেফাইট আৰু এচিটাইলিনত কাৰ্বনৰ সংকৰণ অৱস্থা ক্ৰমে —

(ক) sp² sp, sp³

(খ) sp sp², sp³

(গ) sp3, sp2, sp

(ঘ) sp, sp3, sp.

উত্তৰঃ (খ) sp sp², sp³

৬৫) জৈৱ গেছত থকা মুখ্য় উপাদানটোৰ নাম কি ?

(ক) মিথেন

(খ) ইথেন

(গ) বিউটেন

(ঘ) প্ৰপেন 

উত্তৰঃ (ক) মিথেন

৬৬) তলৰ কোনটো গেদীয় চক্ৰ—

(ক) অক্সিজেন চক্ৰ

(খ) হাইড্ৰ’জেন

(গ) ফছফৰাছ

(ঘ) নাইট্ৰ’জেন চক্ৰ

উত্তৰঃ (গ) ফছফৰাছ

৬৭) জীৱ জগতৰ নাইট্ৰ’জেনৰ পৰিমাণ সদায় একে হৈ থকাৰ কাৰণ হ’ল—

(ক) নাইট্ৰ’জেন স্থিতিকৰণ

(খ) নাইট্ৰ’জেন চক্ৰ

(গ) উদ্যোগিক প্ৰদূষণ

(ঘ) নাইট্ৰ’জেনৰ শোষণ

উত্তৰঃ (খ) নাইট্ৰ’জেন চক্ৰ

৬৮) ‘গ্ৰীণ হাউছ’ বা সেউজ গৃহত অন্তৰ্ভুক্ত গেছসমূহ হ’ল—

(ক) CO2, CFC, CH4, আৰু NO2

(খ) CO2, O2, N2, NO2, আৰু NH3

(গ) C4,, N2,, CO2, IF, NH3

(ঘ) CFC, CO2, NH3, N2

উত্তৰঃ (ক) CO2, CFC, CH4, আৰু NO2

৬৯) তলৰ কোনটো গ্ৰীণ হাউছ গেছ নহয়—

(ক) ক্লৰ ফুৰ’কাৰ্বন

(খ) মিথেন

(গ) কাৰ্বন-ডাই-অক্সাইড

(ঘ) হাইড্ৰজেন

উত্তৰঃ (ঘ) হাইড্ৰজেন

৭০) গ্ৰীণ হাউছ গেছবোৰৰ গাঢ়তা বৃদ্ধি হৈ থকাৰ কাৰণ হ’ল-

(ক) বনাঞ্চল ধংস

(খ) ৰেফ্ৰিজেৰেটৰ ব্যৱহাৰ বৃদ্ধি

(গ) কয়লা আৰু পে ট্ৰলজাত সামগ্ৰীৰ দাহন বৃদ্ধি

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৭১) কোনটো গেছে গ্ৰীণ হাউচ প্ৰভাৱত বেছিকৈ অৰিহণা যোগাইছে ?

(ক) CFC

(খ) ফ্ৰিয়ণ

(গ) N2

(ঘ) CH4

উত্তৰঃ (ঘ) CH4

৭২) তলৰ কোনটো গেছে বায়ুমণ্ডলত অতি বেঙুনীয়া ৰশ্মি ধৰি ৰাখে

(ক) O2

(খ) O3

(গ) N2

(ঘ) CO2

উত্তৰঃ (খ) O3

৭৩) তলৰ কোনটো অক্সিজেনতকৈ ক্ষীপ্ৰতাৰে তেজৰ হিম’গ্লবিনৰ সৈতে দ্ৰৱীভূত হয় ?

(ক) অ’জন

(খ) নাইট্ৰাছ অক্সাইড

(গ) ছালফাৰ-ডাই-অক্সাইড 

(ঘ) কাৰ্বন মন’ক্সাইড

উত্তৰঃ (ঘ) কাৰ্বন মন’ক্সাইড

৭৪) কোনটোৱে তাজমহলৰ ক্ষতি সাধন কৰিছে —

(ক) যমুনা নদীৰ বানপানীয়ে

(খ) অধিক উষ্ণতাত মাৰ্বলৰ ক্ষয়

(গ) মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা বায়ুপ্ৰদূষণ

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৭৫) তলৰ কোনটো গাড়ী-মটৰৰ ধোঁৱাৰ পৰা নিৰ্গত বায়ুপ্ৰদষূক নহয়

(ক) হাইড্ৰ’কাৰ্বন গেছ

(খ) ধোঁৱা ছাই

(গ) SO2

(ঘ) CO 

উত্তৰঃ (খ) ধোঁৱা ছাই

৭৬) খেতি -পথাৰৰ পৰা নিৰ্গত কি গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে —

(ক) ক্ল’ৰিণ

(খ) মিথেন

(গ) CO2

(ঘ) H2S

উত্তৰঃ (খ) মিথেন

৭৭) সেউজ গৃহ প্ৰভাৱে উষ্ণতা বৃদ্ধি কৰাৰ কাৰণ হ’ল—

(ক) পৃথিৱীত ৰঙচুৱা পোহৰ পৰা বাবে

(খ) বায়ুমণ্ডলত জলীয় বাষ্পৰ স্তৰ সৃষ্টি ৰ বাবে

(গ) বায়ুমণ্ডলত CO ৰ গাঢ়তা বৃদ্ধিৰ বাবে উষ্ণতা বৃদ্ধি হয়

(ঘ) বায়ুমণ্ডলৰ অ’জন স্তৰৰ বাবে

উত্তৰঃ (খ) বায়ুমণ্ডলত জলীয় বাষ্পৰ স্তৰ সৃষ্টি ৰ বাবে

৭৮) কাৰ্বন মন’ক্সাইডে কি ধ্বংস কৰে ?

(ক) হিমগ্লবিন

(খ) ফাইট’ক্ৰম

(গ) চাইটক্ৰম

(ঘ) (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (ক) হিমগ্লবিন

৭৯) বায়ুপ্ৰদষূক ক্লৰ ফ্ল’ৰকাৰ্বন কিহে সৃষ্টি কৰে ?

(ক) এচিড বেটাৰীয়ে

(খ) ডিজেল যান-বাহনে

(গ) এক্ৰছ’লে

(ঘ) জেটপ্লেনে

উত্তৰঃ (গ) এক্ৰছ’লে

৮০) খোৱাপানীত কি মৌল থাকিলে দাঁতত ফুটফুটীয়া দাগ পৰে ?

(ক) পাৰা

(খ) ফুৰিন

(গ) ক্ল’ৰিণ 

(ঘ) বৰণ

উত্তৰঃ (খ) ফুৰিন

৮১) তলৰ কোনটো প্ৰদূষণ গেছ নহয়—

(ক) CO2

(খ) CO

(গ) SO2

(ঘ) NO2

উত্তৰঃ (ক) CO2

৮২) তলৰ কোনটো অনিষ্টকাৰী নহয়—

(ক) তেজস্ক্ৰিয় পদাৰ্থ

(খ) কুঁহিয়াৰৰ জাবৰি 

(গ) গুড়

(ঘ) কৃষিজাত আৱৰ্জনা

উত্তৰঃ (ক) তেজস্ক্ৰিয় পদাৰ্থ

৮৩) নাইট্ৰ’জেন স্থিতিকৰণ হ’ল

(ক) নাইট্ৰ’জেন- এমনিয়া

(খ) নাইট্ৰ’জেন— নাইট্ৰেট

(গ) নাইট্ৰ’জেন- এমিন’ এচিড

(ঘ) (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (ঘ) (ক) আৰু (খ) দুয়োটা

৮৪) নাইট্ৰ’জেন চক্ৰত অতি গুৰুত্বপূৰ্ণ ছিউড’ম’নাছ বেক্টেৰিয়াই কি কৰে ?

(ক) মৌলিক নাইট্ৰ’জেন স্থিতি কৰে

(খ) মৌলিক নাইট্ৰ’জেন সৃষ্টি কৰে

(গ) নাইট্ৰ’জেন স্থানান্তৰণ

(ঘ) এম’নিয়াম নাইট্ৰ’জেনক নাইট্ৰেট অৱস্থালৈ সলনি কৰে

উত্তৰঃ (খ) মৌলিক নাইট্ৰ’জেন সৃষ্টি কৰে

৮৫) জল চক্ৰ গঠন কৰা চক্ৰ দুটা হ’ল—

(ক) ভূ-জল আৰু বায়ুমণ্ডলীয় চক্ৰ

(খ) পৃষ্ঠজল আৰু বায়ুমণ্ডলীয় চক্ৰ

(গ) গোলকীয় আৰু স্থানীয় চক্ৰ

(ঘ) মহাসাগৰীয় আৰু অলুণীয়া জলচক্ৰ

উত্তৰঃ (গ) গোলকীয় আৰু স্থানীয় চক্ৰ

৮৬) কি প্ৰক্ৰিয়াৰ জৰিয়তে পৰিস্থিতি তন্ত্ৰই বাহ্যিক নাইট্ৰ’জেন লাভ কৰে —

(ক) উদ্যোতগ নাইট্ৰ’জেন স্থিতিকৰণ

(খ) বিদ্যুৎ ৰাসায়নিক আৰু আলোক ৰাসায়নিক স্থিতিকৰণ

(গ) বায়’লজিকেল স্থিতিকৰণ

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৮৭) স্থলমণ্ডল কিহৰ ভঁৰাল

(ক) কাৰ্বনৰ

(খ) অক্সিজেনৰ

(গ) ফছফ’ৰাছৰ

(ঘ) নাইট্ৰ’জেনৰ

উত্তৰঃ (গ) ফছফ’ৰাছৰ

৮৮) নাইট্ৰ’জেন স্থিতিকাৰী জীৱৰ দ্বাৰা কিমান নাইট্ৰজেন স্থিতিকৰণ হয়?

(ক) ৬০%

(খ) ৩০%

(গ) 50%

(ঘ) ৯০%

উত্তৰঃ (ক) ৬০%

৮৯) স্থলমণ্ডলত কাৰ্বন কি হিচাপে পোৱা যায়—

(ক) কাৰ্বহাইড্ৰেট

(খ) কাৰ্বনিক এচিড

(গ) কাৰ্ব’নেট

(ঘ) কাৰ্বন

উত্তৰঃ (গ) কাৰ্ব’নেট

৯০) তলৰ কোনটোত গেদীয় চক্ৰ দেখা যায়-

(ক) নাইট্ৰ’জেন

(খ) কাৰ্বন

(গ) পানী

(ঘ) ছালফাৰ 

উত্তৰঃ (গ) পানী

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৯১) সূৰ্যৰ পোহৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে চালিত হোৱা চক্ৰটো হ’ল—

(ক) কাৰ্বন চক্ৰ

(খ) ফছফ’ৰাছ চক্ৰ

(গ) হাইড্ৰজেন চক্ৰ

(ঘ) নাইট্ৰ’জেন চক্ৰ 163

উত্তৰঃ.(গ) হাইড্ৰজেন চক্ৰ

৯২) গেছীয় স্তৰ থকা জৈৱ ৰাসায়নিক চক্ৰটো হ’ল—

(ক) কাৰ্বন চক্ৰ

(খ) ছডিয়াম চক্ৰ

(গ) ফছফ’ৰাছ চক্ৰ

(ঘ) মেগনেছিয়াম চক্ৰ

উত্তৰঃ (ক) কাৰ্বন চক্ৰ 

৯৩) যান-বাহনৰ ধোঁৱাৰ লগত ওলোৱা কি গেছে বৃহৎ শ্বাসজনিত ৰোগৰ সৃষ্টি কৰে —

(ক) CO

(খ) CH4

(গ) NO2

(ঘ) ক্ল’ৰিণ

উত্তৰঃ (ক) CO

৯৪) এচিড বৰষুণ কিহৰ গৌণ প্ৰভাৱ

(ক) শব্দ প্ৰদূষণৰ

(খ) মাটি প্ৰদূষণৰ

(গ) বায়ু প্ৰদূষণৰ

(ঘ) পানী প্ৰদূষণৰ

উত্তৰঃ (গ) বায়ু প্ৰদূষণৰ

৯৫) কি গেছ নিৰ্গত হোৱা বাবে ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হৈ ছি ল ?

(ক) মিথাইল আইছ’ চায়েনেট

(খ) পটাছিয়াম আইছ’থিঅ’ চায়েনেট

(গ) ইথাইল আইছ’থি অ’ চায়েনেট

(ঘ) ছডিয়াম আইছ’থিঅ’ চায়েনেট

উত্তৰঃ (ক) মিথাইল আইছ’ চায়েনেট

৯৬) সম পৰিমাণৰ H2SO4, আৰু HNO3 ৰ এটা মিশ্ৰনৰ সৈতে নাইট্ৰ’বেনজিন উত্তপ্ত কৰিলে কি পোৱা যায় ?

(ক) m-নাইট্ৰ’এনিলিন

(খ) m-নাইট টলইুন

(গ) m-নাইট্ৰ’বেনজিন

(ঘ) m- ডাইনাইট্ৰ’বেনজিন

উত্তৰঃ (ঘ) m- ডাইনাইট্ৰ’বেনজিন 

৯৭) তলৰ কোনটো এটা চালচোজেন (chalcogen) নহয় ?

(ক) O

(খ) Se

(গ) s

(ঘ) Na

উত্তৰঃ (ঘ) Na

৯৮) কপাৰ ছালফাৰ অশুদ্ধি কি প্ৰক্ৰিয়াৰে গাঢ়ীকৃত কৰা হয় ?

(ক) লেভিগেছন

(খ) ৰাসায়নিক প্ৰক্ৰিয়া

(গ) চৌম্বকীয় পদ্ধতি

(ঘ) ফৰ্থ-ফ্লোটেছন প্ৰক্ৰিয়া

উত্তৰঃ (ঘ) ফৰ্থ-ফ্লোটেছন প্ৰক্ৰিয়া

৯৯) তলৰ কোনটো সংক্ৰমনশীল মৌলৰ জাৰণ সংখ্যা সৰ্বাধিক—

(ক) Mn

(খ) Fe

(গ) V

(ঘ) Cr

উত্তৰঃ (ক) Mn

১০০) Na3 [Fe (CN)6] ত Fe ৰ জাৰণ সংখ্যা— 

(ক) +3

(খ) -3

(গ) 6

(ঘ) zero

উত্তৰঃ (ক) +3

We hope that Chemistry MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top