Physics MCQ For SSUHS CEE Entrance Exam Part-4

Physics MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Physics for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) ইয়ঙৰ ডবল শিট পৰীক্ষাত ছ’ডিয়াম (হালধীয়া) পোহৰ একে প্ৰকোপৰ একে বৰ্ণীয় ৰঙা পোহৰৰে সৈতে সালসলনি কৰিলে, সমাৰোপণ চানেকী কেনেকৈ পৰিৱৰ্তন হ’ব ?

(ক) ফ্ৰিঞ্জ পদ্ধতিটো অদৃশ্য হৈ যাব ।

(খ) ফ্ৰিঞ্জ পদ্ধতিটো বেছি উজ্বল হৈ উঠিব।

(গ) ফ্ৰিঞ্জবেধ কমিব।

(ঘ) ফ্ৰিঞ্জ বাঢ়িব।

উত্তৰঃ (ঘ) ফ্ৰিঞ্জ বাঢ়িব।

২) যদি ইয়ঙৰ ডবল শিট পৰীক্ষাত শ্লিট দুটা আৰু পদাখনৰ মাজৰ দুৰত্ব দুগুণ কৰা হয় আৰু শ্লিট দুটাৰ মাজৰ ব্যৱধান আধা কৰা হয়, ফ্ৰিঞ্জবেধ

(ক) দুগুণ হয়

(খ) চাৰি গুণ হয়

(গ) আধা হয়

(ঘ) একে থাকে ।

উত্তৰঃ (ঘ) একে থাকে ।

৩) তাপদীপ্ত বৈদ্যুতিক লেম্পে কেনে বৰ্ণালী দিয়ে ?

(ক) ৰেখা বিশিষ্ট বৰ্ণালী

(খ) পটিযুক্ত বৰ্ণালী

(গ) অবিচ্ছিন্ন বৰ্ণালী

(ঘ) বিস্তৃত ৰেখা বিশিষ্ট বৰ্ণালী।

উত্তৰঃ (গ) অবিচ্ছিন্ন বৰ্ণালী

৪) তলৰ কোন মৌলই পটিবৰ্ণালী উৎপন্ন কৰে ?

(ক) H

(খ) He 

(গ) H2

(ঘ) Ar

উত্তৰঃ (গ) H2

৫) বগা উত্তপ্ত কঠিন পদাৰ্থৰ পৰা ওলোৱা পোহৰ ৰশ্মি চ’ডিয়াম বাষ্পৰ মাজেৰে গ’লে নিৰ্গত বৰ্ণালীয়ে দেখুৱাব—

(ক) হালধীয়া অঞ্চলত দুটা উজ্জ্বল ৰেখা।

(খ) হালধীয়া অঞ্চলত দুটা আন্ধাৰ ৰেখা ৷

(গ) ৰামধেনুৰ আটাইবোৰ বৰণ

(ঘ) একো বৰণেই নেদেখুৱাই।

উত্তৰঃ (খ) হালধীয়া অঞ্চলত দুটা আন্ধাৰ ৰেখা ৷

৬) সৌৰ বৰ্ণালীত Fraunhofer ৰ ৰেখাবোৰ ব্যাখ্যা কৰা হয়—

(ক) Stefan ৰ সূত্ৰৰ দ্বাৰা

(খ) Planck ৰ সূত্ৰৰ দ্বাৰা

(গ) Rayleigh ৰ সূত্ৰৰ দ্বাৰা

(ঘ) Kirchhoff ৰ সূত্ৰৰ দ্বাৰা

উত্তৰঃ (ঘ) Kirchhoff ৰ সূত্ৰৰ দ্বাৰা

৭) ক্ষমতা (Power)ৰ S.I. একক কি

(ক) জুল

(খ) হাৰ্টজ

(গ) ৱাট

(ঘ) নিউটন 

উত্তৰঃ (গ) ৱাট

৮) শক্তিৰ S.I. একক কি –

(ক) কেলভিন

(খ) জুল

(গ) কি.গ্ৰা.

(ঘ) নিউটন 

উত্তৰঃ (খ) জুল

৯) দুটা তৰংগৰ প্ৰাবল্যৰ অনুপাত  4 : 1 হ’লে সিহঁতৰ বিস্তাৰৰ অনুপাত  হ’ব

(ক) 2:1

(খ) 1 : 2

(গ) 4 : 1

(ঘ) 1:4

উত্তৰঃ (ক) 2:1

১০) যিকোনো সমাৰোপণত পটিৰ বৈসাদৃশ্য বা বিপৰ্য্যস কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) পটিৰ বেধ

(খ) তৰংগ দৈৰ্ঘ্য

(গ) উৎসৰ প্ৰাবল্যৰ অনুপাত 

(ঘ) উৎসৰ মাজৰ দুৰত্ব ৷

উত্তৰঃ (গ) উৎসৰ প্ৰাবল্যৰ অনুপাত 

১১) কোনো যান-বাহনৰ পৰা পেট্ৰ’ল এটোপাল ৰাস্তাৰ ওপৰৰ বৰষুণৰ পানীত পৰিলে বিভিন্ন বৰ্ণ দেখা পোৱাৰ কাৰণ হ’ল—

(ক) পোহৰৰ বিচ্ছুৰণ

(খ) পোহৰৰ আস্তৰণ বা সিঁচৰণ

(গ) পোহৰৰ সমাৰোপন

(ঘ) পোহৰৰ অৱশোষণ।

উত্তৰঃ (গ) পোহৰৰ সমাৰোপন

১২) পোহৰৰ অপবৰ্ত্তন পৰ্যবেক্ষণৰ পৰা প্ৰতিৰোধকৰ আকাৰ

(ক) তৰংগ দৈৰ্ঘ্যৰ সৈতে একে সমান হ’ব লাগিব ।

(খ) তৰংগ দৈৰ্ঘ্যতকৈ বহু ডাঙৰ হ’ব লাগে ৷

(গ) তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল নহয় ।

(ঘ) ঠিক λ√2 ৰ সমান হ’ব লাগে ৷

উত্তৰঃ (ক) তৰংগ দৈৰ্ঘ্যৰ সৈতে একে সমান হ’ব লাগিব ।

১৩) বিদ্যুত চুম্বকীয় তৰংগৰ অগ্ৰগমনত অগ্ৰগামী দিশ আৰু সমবৰ্ত্তন সমতলৰ মাজৰ কোণ হয়—

(ক) 0°

(খ) 45°

(গ) 90°

(ঘ) 180°

উত্তৰঃ (ক) 0°

১৪) চান-গ্লাচত সমবৰ্ত্তক কাঁচ ব্যৱহাৰ কৰা হয় কাৰণ

(ক) ই এটা ফেশ্বন

(খ) ই পোহৰৰ চমক বা দীপ্তি কমায়

(গ) ই কম খৰচী

(ঘ) ই দেখাত ধুনীয়া

উত্তৰঃ (খ) ই পোহৰৰ চমক বা দীপ্তি কমায়

১৫) এটা কেলি চাইট ক্ৰিষ্টেল কাগজ এখিলাত থকা বিন্দু (dot) ওপৰত ৰাখি ঘূৰোৱা হ’ল । এনে অৱস্থাত কেলি চাইটৰ মাজেৰে চাই পঠালে দেখা যায়—

(ক) এটা বিন্দু।

(খ) দুটা স্থিৰ বিন্দু

(গ) দুটা ঘূৰ্ণনশীল বিন্দু

(ঘ) এটা বিন্দুই আনটোক আবৰ্ত্তন কৰিছে ।

উত্তৰঃ (ঘ) এটা বিন্দুই আনটোক আবৰ্ত্তন কৰিছে ।

১৬) কি উষ্ণতাত চেলছিয়াচ উষ্ণতাৰ মান ফাৰেনহাইটৰ দুগুণ ?

(ক) – 12.2°C

(খ) – 19.3°C

(গ) – 24.6°C

(ঘ) -33.7°C

উত্তৰঃ (গ) – 24.6°C

১৭)  দুৰৰ বস্তুৰ উষ্ণতা জুখিবলৈ কি থাৰ্মমিটাৰ ব্যৱহাৰ কৰা হয় ?

(ক) গেছ থাৰ্মমিটাৰ

(খ) বিকিৰণ থাৰ্মমিটাৰ

(গ) তাপ যুগল থাৰ্মমিটাৰ

(ঘ) ৰোধ থাৰ্মমিটাৰ

উত্তৰঃ (খ) বিকিৰণ থাৰ্মমিটাৰ

১৮) উষ্ণতাৰ দ্ৰুত পৰিৱৰ্ত্তন কি থাৰ্মমিটাৰৰ দ্বাৰা জুখিব পাৰি ?

(ক) গেছ থাৰ্মমিটাৰ

(খ) বিকিৰণ থাৰ্মমিটাৰ

(গ) তাপ যুগল থাৰ্মমিটাৰ

(ঘ) পাৰা থাৰ্মমিটাৰ

উত্তৰঃ (গ) তাপ যুগল থাৰ্মমিটাৰ

১৯) সৌৰ বৰ্ণালীত Fraunhofer ৰেখা প্ৰযোজ্য হয়

(ক) সূৰ্য্যৰ দ্বাৰা বিকিৰণ নঘটা বিকিৰণৰ ক্ষেত্ৰত ।

(খ) সূৰ্য্যৰ পৰা নিৰ্গত কিন্তু বায়ুমণ্ডলৰ দ্বাৰা শোষিত ।

(গ) সূৰ্য্যৰ অন্তৰ্ভাগৰ পৰা নিৰ্গত আৰু বায়ুৰ বহি মণ্ডলৰ দ্বাৰা শোষিত ৷

(ঘ) পৰ্য্যবেক্ষণ সজুঁলিৰ ক্ৰটিৰ বাবে পৰ্য্যবে ক্ষণ কৰিব নোৱৰি ৷

উত্তৰঃ (গ) সূৰ্য্যৰ অন্তৰ্ভাগৰ পৰা নিৰ্গত আৰু বায়ুৰ বহি মণ্ডলৰ দ্বাৰা শোষিত ৷

২০) কোন বৰ্ণালীত Fraunhofer ৰ ৰেখা পৰ্য্যবে ক্ষণ কৰা হয়?

(ক) হাইড্ৰ’জেন মোক্ষণ নলীত ।

(খ) কাৰ্বন শিখাত

(গ) সূৰ্যত।

(ঘ) চ’ডিয়াম বাষ্প লেন্সত।

উত্তৰঃ (গ) সূৰ্যত।

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

২১) মাৰ্কাৰি প্ৰতিপ্ৰভ নলীৰ পৰা নিৰ্গত পোহৰত কি থাকে ?

(ক) অকল মাৰ্কাৰি নিৰ্গত আলোক ৰেখা।

(খ) অবিচ্ছিন্ন পৃষ্ঠভূমি বিশিষ্ট মাৰ্কাৰ নিৰ্গত আলোক ৰেখা।

(গ) Hg2 ৰ পটি যুক্ত মাৰ্কাৰি পৰমাণুৰ আলোক ৰেখা ৷

(ঘ) বিদ্যুত দ্বাৰা নিৰ্মিত পদাৰ্থ আৰু মাৰ্কাৰিৰ আলোক ৰেখা ৷

উত্তৰঃ (খ) অবিচ্ছিন্ন পৃষ্ঠভূমি বিশিষ্ট মাৰ্কাৰ নিৰ্গত আলোক ৰেখা।

২২) গৌণ তৰংগৰ হাইজে নৰ ধাৰণাই—

(ক) পাতল লেন্সৰ ফ’কাছ দৈৰ্ঘ্য নিৰূপণত সহায় কৰে ৷

(খ) অনুবীক্ষণ যন্ত্ৰৰ পৰিবৰ্ধন ক্ষমতা দিয়ে ৷

(গ) তৰংগাগ্ৰ নিৰূপণত সহায় কৰে ৷

(ঘ) তৰংগৰ বেগ নিৰূপণত সহায় কৰে

উত্তৰঃ (গ) তৰংগাগ্ৰ নিৰূপণত সহায় কৰে ৷

২৩) তৰংগাগ্ৰ হ’ল এক সমতল য’ত –

(ক) সকলো বিন্দু একে দশাত থাকে ৷

(খ) বিপৰীত দশাত যুৰীয়া বিন্দু থাকে ।

(গ) 1/2 পাৰ্থক্যযুক্ত দশাত যুৰীয়া বিন্দু থাকে

(ঘ) দশাবোৰৰ মাজত কোনো সম্পৰ্ক নাথাকে ।

উত্তৰঃ (ক) সকলো বিন্দু একে দশাত থাকে ৷

২৪) ‘গ্ৰীন হাউছ এফেক্ট’ মুখ্য় গেছ হ’ল—

(ক) নাইট্ৰ’জেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) অক্সিজেন

(ঘ) হাইড্ৰ’জেন 

উত্তৰঃ (খ) কাৰ্বন-ডাই-অক্সাইড

২৫) শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি ?

(ক) ৱেভমিটাৰ

(খ) ডেছিবেল

(গ) ৰিখটাৰ স্কেল

(ঘ) কেলভিন 

উত্তৰঃ (খ) ডেছিবেল

২৬) সাগৰৰ গভীৰতা জোখা যন্ত্ৰ—

(ক) অডিঅ’ মিটাৰ

(খ) বাকোমিটাৰ

(গ) ছনোগ্ৰাফ

(ঘ) ফেডম’মিটাৰ 

উত্তৰঃ (ঘ) ফেডম’মিটাৰ 

২৭) শব্দৰ গতি বেগ কিমান—

(ক) 300 মি /ছেকেণ্ড

(খ) 900 মি /ছেকেণ্ড

(গ) 1000 মি /ছেকেণ্ড

(ঘ) 330 মি /ছেকেণ্ড 

উত্তৰঃ (ঘ) 330 মি /ছেকেণ্ড

২৮) অতি শব্দ (Ultrasound)ৰ কম্পনাংক কিমান

(ক) 20000 হাৰ্টজৰ বেছি

(খ) 20 হাৰ্টজৰ কম

(গ) 200 হাৰ্টজৰ কম

(ঘ) 20ৰ পৰা 20000 

উত্তৰঃ (ক) 20000 হাৰ্টজৰ বেছি

২৯) বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম-

(ক) থাৰ্ম’ৰ্মমিটাৰ

(খ) হাইগ্ৰমিটাৰ

(গ) এনিম’মিটাৰ

(ঘ) চিচম’গ্ৰাফ

উত্তৰঃ (খ) হাইগ্ৰমিটাৰ

৩০) চাপ (Pressure)ৰ একক কি —

(ক) পাস্কেল

(খ) কেলভিন

(গ) মিলিবাৰ

(ঘ) জুল 

উত্তৰঃ (ক) পাস্কেল

৩১) বৈদ্যুতিক আধন (current)ৰ S.I. একক কি –

(ক) এম্পিয়াৰ

(খ) কেলভিন

(গ) যোল

(ঘ) জুল 

উত্তৰঃ (ক) এম্পিয়াৰ

৩২) থাৰ্মমিটাৰৰ প্ৰমাণ স্থিৰ বিন্দ (standard fixed point) হ’ল

(ক) বায়ুমণ্ডলীয় চাপত বৰফৰ গলনাংক

(খ) বায়ুমণ্ডলীয় চাপত পানীৰ উতলাংক

(গ) যি উষ্ণতাত বৰফ, পানী আৰু বাষ্পই সহ অৱস্থান কৰে ৷

(ঘ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (গ) যি উষ্ণতাত বৰফ, পানী আৰু বাষ্পই সহ অৱস্থান কৰে ৷

৩৩) যেতিয়া কপাৰৰ বল এটা গৰম কৰা হয়, ইয়াৰ

(ক) ব্যাস

(খ) আয়তন

(গ) কালি

(ঘ) ব্যাসাৰ্দ্ধৰ সৰ্বোচ্চ বৃদ্ধি হয়

উত্তৰঃ (খ) আয়তন

৩৪) সম্পূৰ্ণ তৃষ্ণবস্তু এটাৰ শোষণ ক্ষমতা

(ক) শূন্য়

(খ) 0.5

(গ) 1

(ঘ) অসীম

উত্তৰঃ (গ) 1

৩৫) তৃষ্ণবস্তু ৱে বিকিৰণ কৰা তাপীয় বিকিৰণৰ তৰংগ দৈৰ্ঘ্য নিৰ্ভৰ কৰে,

(ক) পৃষ্ঠখনৰ ধৰ্মৰ ওপৰত

(খ) পৃষ্ঠকালিৰ ওপৰত

(গ) পৃষ্ঠ উষ্ণতাৰ ওপৰত

(ঘ) ওপৰৰ আটাইকে ইটাৰ ওপৰত

উত্তৰঃ (গ) পৃষ্ঠ উষ্ণতাৰ ওপৰত

৩৬) কোনো বস্তুৱে বিকিৰণ কৰা শক্তিৰ পৰিমান নিৰ্ভৰ কৰে —

(ক) পৃষ্ঠ ধৰ্মৰ ওপৰত

(খ) পৃষ্ঠকালিৰ ওপৰত

(গ) পৃষ্ঠখনৰ উষ্ণতাৰ ওপৰত

(ঘ) ওপৰৰ আটাইকে ইটাৰ ওপৰত

উত্তৰঃ (ঘ) ওপৰৰ আটাইকে ইটাৰ ওপৰত

৩৭) এটা ৰুমত কিছুপানী স্ত্ৰে কৰা হ’ল। তেন্তে ৰুমটোৰ শিশিৰাংক—

(ক) কমিব

(খ) বাঢ়িব

(গ) একে থাকিব

(ঘ) জহকালি কমিব

উত্তৰঃ (ক) কমিব

৩৮) পৰিবহনৰ সময়ত ধাতুৰ পাতৰ মাজেৰে একক ক্ষেত্ৰফল অতিক্ৰম কৰা তাপৰ পৰিমাণ নিৰ্ভৰ কৰে —

(ক) ধাতুটোৰ ঘনত্বৰ ওপৰত

(খ) ক্ষেত্ৰফলৰ উলম্ব তাপ প্ৰৱণতা ওপৰত

(গ) যি উষ্ণতালৈ উতপ্ত হয়

(ঘ) পাত চটাৰ ক্ষেত্ৰফলৰ ওপৰত

উত্তৰঃ (খ) ক্ষেত্ৰফলৰ উলম্ব তাপ প্ৰৱণতা ওপৰত

৩৯) ধাতৱ ৰ’ড এডাল একে ধাৰে এটা মূৰত গৰম কৰা হৈছে । ৰ’ডৰ মাজেৰে তাপৰ প্ৰবাহ নিৰ্ভৰ নকৰে

(ক) ৰ’ডৰ প্ৰস্থ কালিৰ ওপৰত।

(খ) ৰ’ডৰ ভৰৰ ওপৰত 

(গ) সময়ৰ ওপৰত

(ঘ) তাপ প্ৰবনতাৰ ওপৰত

উত্তৰঃ (খ) ৰ’ডৰ ভৰৰ ওপৰত 

৪০) আৱদ্ধ পাত্ৰত ৰখা তৰল এটা ঠাণ্ডা কৰিবলৈ বৰফৰ টুকুৰা ক’ত ৰাখিব লাগে ?

(ক) পাত্ৰটোৰ ওপৰত

(খ) পাত্ৰৰ সংস্পৰ্শত যি কোনো ঠাইত

(গ) পাত্ৰটোৰ তলিত

(ঘ) পাত্ৰটোৰ দাঁতিত।

উত্তৰঃ (ক) পাত্ৰটোৰ ওপৰত

৪১) ক’লা বস্তুৱে কি নিৰ্গত কৰে ?

(ক) I – R পৰি সৰৰ সকলো তৰংগ দৈৰ্ঘ্যৰ বিকিৰণ ।

(খ) কোনো বিকিৰণ নঘটায়

(গ) I – R পৰিসৰৰ মাত্ৰ এটা তৰংগ দৈৰ্ঘ্যৰ বিকিৰণ

(ঘ) I – R পৰিসৰৰ সুনিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ বিকিৰণ।

উত্তৰঃ (ক) I – R পৰি সৰৰ সকলো তৰংগ দৈৰ্ঘ্যৰ বিকিৰণ ।

৪২) তৰাৰ ৰঙে কি নিৰ্দেশ কৰে ?

(ক) ওজন

(খ) দুৰত্ব

(গ) উষ্ণতা

(ঘ) আকাৰ

উত্তৰঃ (গ) উষ্ণতা

৪৩) ক’লা বস্তু এটাৰ উষ্ণতা বৃদ্ধি হ’লে সৰ্বোচ্চ প্ৰাবল্যৰ বিকিৰণৰ তৰংগ দৈৰ্ঘ্য—

(ক) বৃদ্ধি হয়

(খ) হ্ৰাস হয়।

(গ) একে থাকে

(ঘ) পদাৰ্থৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰে

উত্তৰঃ (খ) হ্ৰাস হয়।

৪৪) সৌৰ বৰ্ণালীত ফ্ৰনহ’ফাৰ ৰেখা ব্যাখ্যা কৰে —

(ক) ডাইনৰ সূত্ৰই

(খ) প্লাংকৰ সূত্ৰই

(গ) নিউটনৰ

(ঘ) কিছফৰ সূত্ৰই

উত্তৰঃ (ঘ) কিছফৰ সূত্ৰই

৪৫) কি উষ্ণতাত কোনো গেছৰ অণুৰ গড় বৰ্গ বেগ, প্ৰমান চাপ আৰু উষ্ণতাত গড় বৰ্গ বেগৰ আধা ?

(ক) 27.5 K

(খ) 45.2 K

(গ) 51.5 K

(ঘ) 68.3K

উত্তৰঃ (ঘ) 68.3K

৪৬) পৰম উষ্ণতা T° ত গেছৰ অণুৰ গড় বৰ্গমূল বেগ K য়ে সমানুপাত নিম্নোক্ত কাৰ সৈতে কৰে ?

(ক) 1/T

(খ) T 

(গ) √ T

(ঘ) T2

উত্তৰঃ (গ) √ T

৪৭) স্থিৰ আয়তনত দুই পৰমাণু বিশিষ্ট গেছ এটাৰ ম’লাৰ আপেক্ষিক তাপ

(ক) 3/2 R

(খ) 5/2 R

(গ) 6/2R

(ঘ) 8/2 R

উত্তৰঃ (খ) 5/2 R

৪৮) এবিধ গেছৰ আপেক্ষিক তাপৰ সংখ্যা

(ক) 1

(খ) 2

(গ) অসীম

(ঘ) 3

উত্তৰঃ (গ) অসীম

৪৯) একে উষ্ণতাত আদৰ্শ গেছৰ অণুবোৰৰ গড় বৰ্গৰ মূল বেগ

(ক) একে সমান

(খ) আনৱিক ভৰৰ বৰ্গমূলৰ ব্যস্তানুপাতিক।

(গ) আনৱিক ভৰৰ সমানুপাতিক

(ঘ) আনৱি ক ভৰৰ ব্যস্তানুপাতিক ।

উত্তৰঃ (খ) আনৱিক ভৰৰ বৰ্গমূলৰ ব্যস্তানুপাতিক।

৫০) পাত্ৰৰ বেৰত গেছৰ অণুবোৰে প্ৰয়োগ কৰা চাপৰ কাৰণ হ’ল অণুবোৰে

(ক) গতি শক্তি হেৰুৱায়

(খ) বেৰত লাগি ধৰে ।

(গ) বেৰত হোৱা সংঘৰ্ষৰ বাবে ভৰবেগ হেৰুৱায়

(ঘ) বেৰ অভিমুখে ত্বৰিত হয় ৷

উত্তৰঃ (গ) বেৰত হোৱা সংঘৰ্ষৰ বাবে ভৰবেগ হেৰুৱায়

৫১) সম আয়তনিক প্ৰক্ৰিয়াত (isochoric process) তলত দিয়াবোৰৰ কি স্থিৰ হয়

(ক) আয়তন

(খ) উষ্ণতা

(গ) চাপ

(ঘ) এনট্ৰপি

উত্তৰঃ (ক) আয়তন

৫২) তাপ গতি বিজ্ঞানৰ প্ৰথম সূত্ৰই কিহৰ সংৰক্ষণ সূচায় ?

(ক) তাপ

(খ) কাৰ্য

(গ) ভৰবেগ

(ঘ) শক্তি

উত্তৰঃ (ঘ) শক্তি

৫৩) কোনো এক তৰলত ছেণ্টিগ্ৰেড থাৰ্মমিটাৰতৰ পাঠৰ মান ফাৰেনহাইট থাৰ্মমিটাৰতৰ পাঠৰ একে সমান হ’ল। তেন্তে তৰলটোৰ উষ্ণতা কিমান ?

(ক) -40°C

(খ) O°C

(গ) 100°C

(ঘ) 300°C

উত্তৰঃ (ক) -40°C

৫৪) স্থিৰ আয়তন গেছ থাৰ্মমিটাৰত, তাপক (bath) ৰ উষ্ণতা জোখা হয়-

(ক) গেছৰ ভৰ স্থিৰে ৰাখি আয়তনৰ পৰিৱৰ্ত্তনৰ দ্বাৰা ৷

(খ) গেছৰ ভৰ স্থিৰে ৰাখি চাপৰ পৰিৱৰ্ত্তনৰ দ্বাৰা

(গ) গেছৰ আয়তন স্থিৰে ৰাখি চাপৰ পৰিৱৰ্ত্তনৰ দ্বাৰা ৷

(ঘ) গেছৰ ভৰ আৰু আয়তন স্থিৰে ৰাখি চাপৰ পৰিৱৰ্ত্তনৰ দ্বাৰা ৷

উত্তৰঃ (ঘ) গেছৰ ভৰ আৰু আয়তন স্থিৰে ৰাখি চাপৰ পৰিৱৰ্ত্তনৰ দ্বাৰা ৷

৫৫) তৰল থাৰ্মমিটাৰতকৈ গেছ থাৰ্মমিটাৰত বেছি সংবেদী কাৰণ,

(ক) তৰলতকৈ গেছৰ প্ৰসাৰণ বেছি ।

(খ) গেছীয় পদাৰ্থৰ সাধাৰণতে অৱস্থাৰ সলনি নঘটে ।

(গ) গেছীয় পদাৰ্থ পাতল

(ঘ) গেছ পাবলৈ সুলভ।

উত্তৰঃ (ক) তৰলতকৈ গেছৰ প্ৰসাৰণ বেছি ।

৫৬) কেন্দ্ৰত ঘূৰণীয়া বিন্ধা থকা কপাৰৰ কাঁহী এখন উত্তপ্ত কৰিলে বিন্ধাটোৰ ব্যাস

(ক) বৃদ্ধি হ’ব

(খ) কমিব

(গ) প্ৰথমে কমি পিছত বাঢ়িব

(ঘ) একে থাকিব ।

উত্তৰঃ (খ) কমিব

৫৭) হ্ৰদৰ পৃষ্ঠভাগ হিমীভূত হ’ল। তলত থকা পানীৰ উষ্ণতা কিমান ?

(ক) 0°C

(খ) 0°C ৰ কম

(গ) 4°C

(ঘ) -4°C

উত্তৰঃ (গ) 4°C

৫৮) ওপৰৰ প্ৰশ্নটোৰ ক্ষেত্ৰত বৰফৰ লগত সংস্পৰ্শত থকা পানীৰ উষ্ণতা কিমান ?

(ক) 0°C

(খ) 0°C ৰ কম

(গ) 4°C

(ঘ) -4°C

উত্তৰঃ (ক) 0°C

৫৯) PV/T = ধ্ৰুৱক প্ৰযোজ্য হ’লে গেছ এটাক আদৰ্শ গেছ বোলা হয়। তেন্তে বাস্তৱ গেছ এটা কেনে ক্ষেত্ৰত আদৰ্শ গেছ হ’ব?

(ক) উষ্ণকা কমি চাপ বৃদ্ধি হয়।

(খ) যদি উষ্ণতা আৰু চাপ দুইটা বৃদ্ধি হয় ।

(গ) যদি উষ্ণতা আৰু চাপ দুইটা কমে

(ঘ) যদি উষ্ণতা বাঢ়ি চাপ কমে ৷

উত্তৰঃ (ঘ) যদি উষ্ণতা বাঢ়ি চাপ কমে ৷

৬০) আদৰ্শ গেছৰ বাবে

(ক) P, V দিয়া থাকিলে  T এককভাবে নিৰ্ণয় কৰা হয় ।

(খ) T দিয়া থাকিলে  V এককভাবে উলিয়াব পাৰি

(গ) T দিয়া থাকিলে  P একক ভাবে উলিয়াব পাৰি

(ঘ) T দিয়া থাকিলে  P আৰু V এককভাবে উলিয়াব পাৰি ।

উত্তৰঃ (ক) P, V দিয়া থাকিলে  T এককভাবে নিৰ্ণয় কৰা হয় ।

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৬১) বয়লৰ সূত্ৰ প্ৰযোজ্য হয়—

(ক) সমভাৰী প্ৰক্ৰিয়াত

(খ) সম আয়তনিক প্ৰক্ৰিয়াত

(গ) সমতাপীয় প্ৰক্ৰিয়াত

(ঘ) ৰুদ্ধ তাপীয় প্ৰক্ৰিয়াত । 

উত্তৰঃ (গ) সমতাপীয় প্ৰক্ৰিয়াত

৬২) স্থিৰ উষ্ণতাত বয়লৰ সূত্ৰ অনসুৰি PV = K লিখা হয়। ইয়াত থকা K ৰ মান কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) ব্যৱহাৰ কৰা গেছৰ প্ৰকৃতি ।

(খ) পৰীক্ষাগাৰৰ ‘g’ ৰ মান।

(গ) বায়ুমণ্ডলীয় চাপ

(ঘ) আৱদ্ধ গেছৰ পৰিমাণ

উত্তৰঃ (ঘ) আৱদ্ধ গেছৰ পৰিমাণ

৬৩) ম’লাৰ গেছ ধ্ৰুৱকৰ মান সকলো গেছৰ বাবে একে । কাৰণ একে উষ্ণতা আৰু চাপত সকলো গেছৰ সম আয়তনৰ

(ক) অণুৰ সংখ্যা একে

(খ) গতি শক্তি একে

(গ) ঘনত্ব একে

(ঘ) পৰমাণুৰ সংখ্যা একে ।

উত্তৰঃ (ক) অণুৰ সংখ্যা একে

৬৪) কোনো পদাৰ্থৰ আপেক্ষিক তাপ নিৰ্ভৰ কৰে —

(ক) ভৰৰ ওপৰত

(খ) আয়তনৰ ওপৰত

(গ) উষ্ণতাৰ ওপৰত

(ঘ) প্ৰকৃতিৰ ওপৰত

উত্তৰঃ (ঘ) প্ৰকৃতিৰ ওপৰত

৬৫) পানী উতলাংক বাষ্প কৰা হয়। এই অৱস্থাত পানীৰ আপেক্ষিক তাপ—

(ক) শূন্য়

(খ) অসীম

(গ) 1 Cal/gm

(ঘ) 1 Joule/gm

উত্তৰঃ (খ) অসীম

৬৬) একে উষ্ণতাৰ উতলা পানীতকৈ বাষ্পই পুৰিলে বেছি কষ্ট পোৱা যায়। কাৰণ—

(ক) উতলা পানীতকৈ বাষ্পত নিহিত তাপ শক্তি বেছি ।

(খ) বাষ্পৰ সৈতে গৰম বায়ুও মিহলি হৈ থাকে ।

(গ) বাষ্পৰ দ্বাৰা ছালত কিছু ৰাসায়নিক ক্ৰিয়া সংঘটিত হয় ।

(ঘ) একো বিজ্ঞান সন্মত কাৰণ নাই ।

উত্তৰঃ (ক) উতলা পানীতকৈ বাষ্পত নিহিত তাপ শক্তি বেছি ।

৬৭) গলন প্ৰক্ৰিয়াত কোনো পদাৰ্থত যোগান ধৰা তাপ ব্যৱহৃত হয়—

(ক) উষ্ণতা বৃদ্ধিত

(খ) ঘনত্ব বৃদ্ধিত

(গ) অণুৰ মাজৰ গড় দুৰত্ব বৃদ্ধিত

(ঘ) পদাৰ্থৰ ভৰ কমোৱাত ৷

উত্তৰঃ (গ) অণুৰ মাজৰ গড় দুৰত্ব বৃদ্ধিত

৬৮) এটা আদৰ্শ গেছৰ আভ্যন্তৰীণ শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) চাপ

(খ) আয়তন

(গ) উষ্ণতা

(ঘ) অণুৰ আকাৰ ৷

উত্তৰঃ (ঘ) অণুৰ আকাৰ ৷

৬৯) আভ্যন্তৰীণ শক্তি পদাৰ্থৰ অৱস্থাৰ একক ফলন কাৰণ ইয়াৰ পৰিৱৰ্তন—

(ক) পথৰ ওপৰত নিৰ্ভৰ নকৰে ।

(খ) পথৰ ওপৰত নিৰ্ভৰ কৰে ।

(গ) ৰুদ্ধ তাপীয় প্ৰক্ৰিয়াৰে জড়িত

(ঘ) সমতাপীয় প্ৰক্ৰিয়াৰে জড়িত।

উত্তৰঃ (ক) পথৰ ওপৰত নিৰ্ভৰ নকৰে ।

৭০) তাপ গতি বিজ্ঞানৰ শূন্য়তম সূত্ৰ (Zeroth law) কিহৰ লগত জড়িত?

(ক) তাপ

(খ) উষ্ণতা

(গ) প্ৰসাৰণ

(ঘ) আভ্যন্তৰীণ শক্তি ।

উত্তৰঃ (খ) উষ্ণতা

৭১) তলৰ কোন প্ৰক্ৰিয়াত সম্পাদিত মুঠ কাৰ্য্য শূন্য় হয় ?

(ক) চক্ৰীয়

(খ) ৰুদ্ধ তাপীয়

(গ) সমতাপীয়

(ঘ) মুক্ত প্ৰসাৰণ

উত্তৰঃ (ঘ) মুক্ত প্ৰসাৰণ

 ৭২) পৰীক্ষণ আদান এটা অসীমৰ পৰা বৈদ্যুতিক দ্বিমেৰুৰ লম্ব সমদ্বিখণ্ডক অভিমুখে কঢ়িয়াই আনিলে কৰা কাৰ্য হ’ব

(ক) ধনাত্মক

(খ) ঋণাত্মক

(গ) শূন্য়

(ঘ) ইয়াৰ এটাও নহয় ।

উত্তৰঃ (গ) শূন্য়

৭৩) বৈদ্যুতিক দ্বিমেৰুৰ অক্ষৰ ওপৰত থকা কোনো বিন্দুত বৈদ্যুতিক বিভৱ, দ্বিমেৰুৰ পৰা বিন্দুটোৰ দুৰত্ব r ৰ ওপৰত কি ধৰণে নিৰ্ভৰ কৰে ?

(ক) 1/r

(খ) 1/r² 

(গ) r

(ঘ) r/r³

উত্তৰঃ (খ) 1/r² 

৭৪) প্ৰান্তীয় অৱস্থাত বৈদ্যুতিক দ্বিমেৰুৰ পৰা নিৰ্দিষ্ট দুৰত্বত ৰখা আধান এটাই F বলৰ দ্বাৰা প্ৰভাৱিত হ’ল। যদি নিৰ্দিষ্ট দুৰত্বটো দুগুণ কৰা হয় তেন্তে বলৰ মান হ’ব—

(ক) 2F

(খ) F/2

(গ) F/4 318

(ঘ) F/8

উত্তৰঃ (ঘ) F/8

৭৫) আহিত ধাৰকৰ ক্ষেত্ৰত ক’ত শক্তি সঞ্চয় হৈ থাকে ?

(ক) ধনাত্মক আধানত

(খ) ধনাত্মক আৰু ঋণাত্মক আধানত 

(গ) পাত দুখন ৰ মাজত

(ঘ) ধাৰকৰ পাতত ৷

উত্তৰঃ (গ) পাত দুখন ৰ মাজত

৭৬) চৌম্বক মেৰুত বিনতি হ’ল—

(ক) 0°

(খ) 90°

(গ) 45°

(ঘ) 180°

উত্তৰঃ (খ) 90°

৭৭) ভূ-চৌম্বক ক্ষেত্ৰৰ অনুভূমিক উপাংশ নিম্নোক্তটোৰ বাদে সকলোতে থাকে ।

(ক) চৌম্বক মেৰুত

(খ) ভৌগোলিক মেৰুত

(গ) চৌম্বি ক নিৰক্ষ ৰেখাত

(ঘ) ভৌগোলিত নিৰক্ষ ৰেখাত

উত্তৰঃ (ক) চৌম্বক মেৰুত

৭৮) দুখন  চৌম্বক ক্ষেত্ৰৰ বাবে স্পৰ্শকীয় সূত্ৰ প্ৰযোজ্য হ’ব যদিহে ক্ষেত্ৰ দুখনৰ মাজৰ কোণ

(ক) 0°

(খ) 90°

(গ) 45°

(ঘ) 60°

উত্তৰঃ (খ) 90°

৭৯) চৌম্বক ভেদ্যতা সৰ্বোচ্চ হয়—

(ক) অপচুম্বকীয় পদাৰ্থত

(খ) লৌহ চুম্বকীয় পদাৰ্থত

(গ) অণুচুম্বকীয় পদাৰ্থত

(ঘ) ওপৰৰ এটাও নহয় ৷

উত্তৰঃ (ক) অপচুম্বকীয় পদাৰ্থত

৮০) প্ৰাস্তমুখী অৱস্থানত আৰু প্ৰস্থমুখী অৱস্থানত সম-দুৰত্বত চৌম্বক ক্ষেত্ৰত প্ৰাবল্যৰ অনুপাত  হ’ল—

(ক) 2:1

(খ) 1:2

(গ) 4:1

(ঘ) 3:1

উত্তৰঃ (ক) 2:1

৮১) দুটা চৌম্বক মেৰুৰ মাজৰ দুৰত্ব দুগুণ কৰা হ’ল আৰু সিহঁতৰ মেৰুৰ ক্ষমতাও দুগুণ কৰা হ’ল। তেন্তে মেৰু দুটাৰ মাজৰ বল—

(ক) চাৰি গুণ বাঢ়িব

(খ) আধা কমিব

(গ) একেই থাকিব

(ঘ) দুগুণ বাঢ়িব

উত্তৰঃ (গ) একেই থাকিব

৮২) চৌম্বক বিষুৱত নতি কোণৰ মাপ –

(ক) শূন্য়

(খ) 90°

(গ) 45°

(ঘ) 180°

উত্তৰঃ (ক) শূন্য়

৮৩) পদাৰ্থ এটাৰ ঋণাত্মক ভাবে আধান যুক্ত হ’লেই বুজায় যে ই –

(ক) ইলেকট্ৰন এৰি দিছে

(খ) ই প্ৰ’টন এৰি দিছে

(গ) বাহিৰৰ পৰা ইলেক্টন লৈছে

(ঘ) বাহিৰৰ পৰা প্ৰ’টন লৈছে ।

উত্তৰঃ (গ) বাহিৰৰ পৰা ইলেক্টন লৈছে

৮৪) কাঁচৰ মাৰি এডাল চিল্কৰ কাপোৰেৰে ঘঁহিলেই ধনাত্মক আধানযুক্ত হয় কাৰণ

(ক) ইয়াৰ লগত প্ৰ’টন যুক্ত হয়

(খ) ইয়াৰ পৰা প্ৰ’টন আঁতৰি যায়

(গ) ইয়াৰ লগত ইলেকট্ৰন যুক্ত হয়

(ঘ) ইয়াৰ পৰা ইলেকট্ৰন আঁতৰি যায়

উত্তৰঃ (ঘ) ইয়াৰ পৰা ইলেকট্ৰন আঁতৰি যায়

৮৫) r দুৰত্বত থকা দুটা ইলেকট্ৰনৰ মজাত ক্ৰিয়া কৰা বল তলৰ কোন ৰাশি সাপেক্ষে সলনি হয়?

(ক) r²

(খ) r

(গ) r-¹

(ঘ) r‐²

উত্তৰঃ (ঘ) r‐²

৮৬) দুটা স্থিৰ আধান + Q সংযোগী ৰেখা এডালৰ ওপৰত ঋণাত্মকভাবে আহিত বস্তুত কণা এটা ৰাখিলে তাৰ গতিৰ দিশ নিৰ্ভৰ কৰিব—

(ক) তাৰ আধানৰ পৰিমাণৰ ওপৰত

(খ) তাক ৰখা অৱস্থানৰ ওপৰত।

(গ) আধান আৰু অৱস্থান দুটাৰ ওপৰত।

(ঘ) + Q আধানৰ ওপৰত।

উত্তৰঃ (খ) তাক ৰখা অৱস্থানৰ ওপৰত।

৮৭) মহাকাশৰ কোনো বিন্দুত বিদ্যুত ক্ষেত্ৰ প্ৰাবল্যৰ মান হ’ব

(ক) সেই বিন্দুত বিভৱ পাৰ্থক্যৰ সমান

(খ) তাত থকা বিদ্যুৎ আধানৰ সমান

(গ) তাত একক আধানৰ ওপৰত ক্ৰিয়াশীল বলৰ সমান।

(ঘ) তাত থকা এটা ইলেকট্ৰনৰ ওপৰত ক্ৰিয়াশীল বলৰ সমান।

উত্তৰঃ (গ) তাত একক আধানৰ ওপৰত ক্ৰিয়াশীল বলৰ সমান।

৮৮) সুষম পৃষ্ঠ আধান ঘনত্ব বিশিষ্ট এটা গোলাকাৰ খোলৰ ভিতৰ ফালে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য হ’ব—

(ক) শূন্য়

(খ) ধ্ৰুবক

(গ) কেন্দ্ৰৰ পৰা তাৰ দুৰত্বৰ সমানুপাতিক

(ঘ) ইয়াৰ এটাও নহয়।

উত্তৰঃ (ক) শূন্য়

৮৯) মটৰ গাড়ীত যাত্ৰা কৰি থকা অৱস্থাত বিজুলি ঢেৰেকনিৰ পৰা নিজকে বচাবলৈ কি কৰিব লাগে ?

(ক) গাড়ীতেই থাকিব লাগে

(খ) কোনো গছৰ তলত আশ্ৰয় ল’ব লাগে ।

(গ) বাহিৰ ওলাই মাটিত ওই দিব লাগে

(ঘ) ওচৰৰ বিদ্যুতৰ খুটা চুই থাকিব লাগে ।

উত্তৰঃ (ক) গাড়ীতেই থাকিব লাগে

৯০) 1 ভ’ল্ট বিভৱভেদৰ মাজেৰে ত্বৰিত ইলেকট্ৰন এটাই লাভ কৰা শক্তি হ’ল –

(ক) 1 জুল

(খ) 1 ইলেকট্ৰন ভ’ল্ট

(গ) 1 আৰ্গ

(ঘ) 1 ৱাট

উত্তৰঃ (খ) 1 ইলেকট্ৰন ভ’ল্ট

Physics MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-5

৯১) ইলেকট্ৰন এটাক অন্য এটা ইলেকট্ৰনৰ ওচৰ চপাই আনিলে বিদ্যুত স্থিতীয় স্থিতি শক্তি

(ক) কমে

(খ) বাঢ়ে

(গ) শূন্য় হয়

(ঘ) একে থাকে

উত্তৰঃ (খ) বাঢ়ে

৯২) বৈদ্যুতিক আধন (current)ৰ S.I. একক কি —

(ক) জুল

(খ) এম্পিয়াৰ

(গ) কেলভিন

(ঘ) যোল 

উত্তৰঃ (খ) এম্পিয়াৰ

৯৩) তাপৰ S.I. একক কি —

(ক) আৰ্গন

(খ) কেলভিন

(গ) ফাৰেনহাইট

(ঘ) চেলছিয়াছ

উত্তৰঃ (খ)

৯৪) শক্তিৰ S.I. একক কি —

(ক) কেলভিন

(খ) জুল

(গ) নিউটন

(ঘ) কি .গ্ৰা. 

উত্তৰঃ (খ) জুল

৯৫) বল (Force)ৰ S.I. একক কি —

(ক) জুল

(খ) নিউটন

(গ) মি/ছেকেণ্ড

(ঘ) কেলভিন 

উত্তৰঃ (খ) নিউটন

৯৬) কম্পনাংকৰ S.I. একক কি —

(ক) নিউটন

(খ) হাৰ্টজ

(গ) মি/ছেক ণ্ড

(ঘ) মোল 

উত্তৰঃ (খ) হাৰ্টজ

 ৯৭) নিউটনৰ কাঁহী এখন তীব্ৰবেগত ঘূৰালে কি ৰং দেখা যায়—

(ক) ক’লা

(খ) বগা

(গ) ৰঙা

(ঘ) সাতটা ৰং 

উত্তৰঃ (খ)

৯৮) মানুহে কাণেৰে শুনিব পৰা শব্দৰ কম্পনাংক হ’ল—

(ক) 20 হাৰ্টজৰ পৰা 200 হাৰ্টজ

(খ) 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ

(গ) 200 হাৰ্টজৰ পৰা 2000 হাৰ্টজ

(ঘ) 2 হাৰ্টজৰ পৰা 200 হাৰ্টজ 

উত্তৰঃ (খ) 20 হাৰ্টজৰ পৰা 20000 হাৰ্টজ

৯৯) অতিশব্দ (Ultrasound)ৰ কম্পনাংক কিমান ?

(ক) 20 হাৰ্টজৰ কম

(খ) 20000 হাৰ্টজৰ বেছি

(গ) 200 হাৰ্টজৰ কম

(ঘ) 20ৰ পৰা 2000 হাৰ্টজ 

উত্তৰঃ (খ) 20000 হাৰ্টজৰ বেছি

১০০) ইলেকট্ৰিক বাল্বৰ আৱিষ্কাৰক কোন—

(ক) মাৰ্কনি

(খ) টমাছ আলভা এডিছন

(গ) আইনষ্টাইন

(ঘ) গেলিলিঅ’ গেলিলি 

উত্তৰঃ (খ) টমাছ আলভা এডিছন

We hope that Physics MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Chemistry.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top