Biology MCQ For SSUHS CEE Entrance Exam Part-4

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) VAM হ’ল—

(ক) জৈৱ কীটনাশী

(খ) জৈৱ অপতৃণ নাশক

(গ) অন্তঃমাইক’ৰ হাইযা

(ঘ) বহিঃ মাইক’ৰ হাইযা

উত্তৰঃ (গ) অন্তঃমাইক’ৰ হাইযা

২) নাইট্ৰ’জেন স্থিতিকাৰী প্ৰখ্যাত বেক্টেৰিয়া—

(ক) নাইট্ৰ’বেক্টাৰ

(খ) নাইট্ৰ’ছমনাছ

(গ) নাইট্ৰক’ক্বাছ

(ঘ) ৰাইয’বিয়াম

উত্তৰঃ (ঘ) ৰাইয’বিয়াম

৩) অণুজীৱবোৰ মলাছেছৰ ওপৰত বৃদ্ধি হয় আৰু সুস্বাদুখাদ্যৰ উপাদান হিচাপে বিক্ৰি কৰা হয়

(ক) ছেকাৰমাইছিছ

(খ) ৰাইজ’পাছ

(গ) এচিট’ বেক্টৰ

(ঘ) লেক্টবেচিলাচ

উত্তৰঃ (ঘ) লেক্টবেচিলাচ

৪) তলৰ কোনটো অকল আৰ এন. এত পোৱা যায় –

(ক) ছাইটছিল

(খ) এডিনিন

(গ) ইউৰাচিল

(ঘ) গুৱানিন

উত্তৰঃ (গ) ইউৰাচিল

৫) শ্বেতসাৰৰ পলিমাৰৰ মৌলিক একক হ’ল –

(ক) ফ্লুক্টজ

(খ) গ্লুকজ

(গ) চুক্ৰ’জ

(ঘ) মাল্ট’জ

উত্তৰঃ (খ) গ্লুকজ

৬) গ্লুক’জ গ্লাইক’জেন হিচাপে ক’ত সঞ্চিত হৈ থাকে ? —

(ক) অগ্নাশয়ত

(খ) হাড়ত

(গ) বৃক্কত

(ঘ) যকৃতত

উত্তৰঃ (ঘ) যকৃতত

৭) ইথালনৰ ঔদ্যোগিক প্ৰস্তুতকৰণত তলত উল্লেখ কৰা কোনটো ব্যৱহাৰ কৰা হয়—

(ক) লেক্টবেচিলাছ

(খ) এজট’বেক্টৰ

(গ) পেনিচিলিয়াম

(ঘ) চেকাৰ ‘মাইছিছ

উত্তৰঃ (ঘ) চেকাৰ ‘মাইছিছ

৮) ইষ্ট হৈছে এবিধ গুৰুত্বপূৰ্ণ উৎস—

(ক) ভিটামিন ‘চি’ৰ

(খ) ৰাইব’ফ্লেভিন

(গ) চেনী

(ঘ) প্ৰ’টিন

উত্তৰঃ (খ) ৰাইব’ফ্লেভিন

৯) ঔদ্যোগসমূহত কোনবিধ অণুজীৱ চাইট্ৰিক এচিড উৎপাদনত ব্যৱহাৰ কৰা হয়

(ক) লেক্টবেচিলাচ বুলগেৰিকাচ

(খ) পেনিচিলিয়াম চাইট্ৰিনাম

(গ) এচপাৰজিলাছ নাইজাৰ

(ঘ) ৰাইজ’পাছ যাইগ্ৰিকেছ

উত্তৰঃ (গ) এচপাৰজিলাছ নাইজাৰ

১০) তলত উল্লেখ কৰা কোনবিধ উদ্ভিদ জৈৱিক সাৰ হিচাবে ব্যৱহাৰ কৰা হয়—

(ক) নষ্টক

(খ) ফিউনাৰিয়া

(গ) ভলভক্স

(ঘ) ৰাইজ’পাছ

উত্তৰঃ (ক) নষ্টক

১১) ট্ৰেন্ছজেনিক উদ্ভিদ জন্ম দিয়া প্ৰক্ৰিয়া—

(ক) বিদেশী জিনৰ উপস্থাপন

(খ) জিনৰ উৎপৰিৱৰ্তন

(গ) ক্ৰম’জ’মৰ কোনো অংশৰ অৱস্থাপন

(ঘ) কেন্দ্ৰীয় মহুৰাৰ গঠন বন্ধ কৰা

উত্তৰঃ (ক) বিদেশী জিনৰ উপস্থাপন

১২) বেক্টেৰিয়াৰ প্লাজমিডত থাকে —

(ক) RNA

(খ) RNA + প্ৰ’টিন

(গ) DNA

(ঘ) সালোক সংশ্লেষণ ঘটোৱা গঠন

উত্তৰঃ (গ) DNA

১৩) জিন ক্ল’নিঙৰ বাবে প্লাজমিডবোৰ বাহক কাৰণ সিহঁতে —

(ক) বেক্টেৰিয়াৰ কোষত সংখ্যাত বৃদ্ধি পায়

(খ) বেক্টেৰিয়াৰ কোষৰ বাহিৰত মুক্ত ভাৱে সংখ্যাত বাঢ়ে

(গ) কৰ্ষণ মাধ্যমত বংশবৃদ্ধি কৰে

(ঘ) পৰীক্ষাগাৰত উৎসেচক ব্যৱহাৰ কৰিলে সংখ্যাত বৃদ্ধি পায়

উত্তৰঃ (ক) বেক্টেৰিয়াৰ কোষত সংখ্যাত বৃদ্ধি পায়।

১৪) ৰাসায়নিক কটাৰী / DNA ৰ আণৱিক কেঁচি হ’ল—

(ক) এণ্ড নিউক্লিএজেছ

(খ) পলিমােজছ

(গ) লাইগেজ

(ঘ) ট্ৰেন্সক্ৰিপটেজেছ

উত্তৰঃ (ক) এণ্ড নিউক্লিএজেছ

১৫) জীব শক্তিৰ উৎস —

(ক) প্ৰাণী শক্তি

(খ) সৌৰ শক্তি

(গ) প্ৰাণী শক্তি আৰু জীৱাশ্ম ইন্ধন

(ঘ) প্ৰাণী শক্তি আৰু জৈৱ ইন্ধন

উত্তৰঃ (ঘ) প্ৰাণী শক্তি আৰু জৈৱ ইন্ধন

১৬) ইথানল উৎপাদনৰ বাবে কৰা খেতি —

(ক) শক্তি উদ্ভিদৰ খেতি

(খ) শক্তি উদ্ভিদ ৰোপণ

(গ) কৃষি প্ৰযুক্তি

(ঘ) জীৱকায় উৎপাদন

উত্তৰঃ (ক) শক্তি উদ্ভিদৰ খেতি

১৭) জৈৱ গেছত থাকে —

(ক) 50-70% মিথেন

(খ) 30-40% মিথেন

(গ) সামান্য মিথেন

(ঘ) 80-95% ইথে ন

উত্তৰঃ (ক) 50-70% মিথেন

১৮) ইন্ধন হিচাপে অধিক উপযোগী কাঠ—

(ক) কঠিন

(খ) উচ্চ কেল’ৰি মূল্য থকা

(গ) উচ্চ দহন ক্ষমতাৰ

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (গ) উচ্চ দহন ক্ষমতাৰ

১৯) পেট্ৰ’লিয়াম উদ্ভিদ—

(ক) তেল খাদৰ ওচৰত গজে

(খ) অশোধিত তেল শোধন কৰিবলৈ ব্যৱহাৰ হয়।

(গ) যাৰ জীৱাশ্মই তেল উৎপন্ন কৰে ।

(ঘ) যাৰ পৰা পনীয়া হাইড্ৰ’কাৰ্বন পোৱা যায়

উত্তৰঃ (ঘ) যাৰ পৰা পনীয়া হাইড্ৰ’কাৰ্বন পোৱা যায়।

২০) জৈৱ গেছ যাৰ পৰিবৰ্তে ব্যৱহাৰ কৰি সুফল পোৱা যায় সেইটো—

(ক) জ্বালানী কাঠ

(খ) পেট্ৰলিয়াম আৰু তেল

(গ) কয়লা

(ঘ) কাঠ কয়লা

উত্তৰঃ (ক) জ্বালানী কাঠ

২১) জৈৱ গেছ উৎপাদনত ব্যৱহৃত বেক্টেৰিয়া—

(ক) ইউবেক্টেৰিয়া

(খ) অগেন’ ট্ৰ’প

(গ) মিথান ‘ট্ৰ’প

(ঘ) মিথান’ জিনছ

উত্তৰঃ (ঘ) মিথান’ জিনছ

২২) পেট্ৰ’লিয়ামৰ সলনি ব্যৱহাৰ কৰি সুফল পোৱা পদাৰ্থ—

(ক) ইথানল

(খ) প্ৰ’পানল

(গ) লেক্টিক এচিড

(ঘ) এচেটিক এচিড

উত্তৰঃ (ক) ইথানল

২৩) আটাইতকৈ বেছি এলকহল উৎপাদন কৰা শস্য—

(ক) আলু

(খ) কুঁহিয়াৰ

(গ) বিট

(ঘ) মিঠাআলু

উত্তৰঃ (খ) কুঁহিয়াৰ

২৪) বিশ্ব জনসংখ্যা দি ৱস — 

(ক) 5 জনু

(খ) 11 জুলাই

(গ) 4 অক্টোৱৰ

(ঘ) 21মাৰ্চ

উত্তৰঃ (খ) 11 জুলাই

২৫) আমাৰ দেশৰ সৰ্বোচ্চ জনঘনত্বৰ ৰাজ্য—

(ক) কেৰেলা

(খ) মধ্যপ্ৰদেশ

(গ) মহাৰাষ্ট্ৰ

(ঘ) পঞ্জাৱ

উত্তৰঃ (ক) কেৰেলা

২৬) এডাল খাদ্যশৃংখল কিহৰ দ্বাৰা আৰম্ভ হয়—

(ক) সালোক সংশ্লোষী জীৱ

(খ) নাইট্ৰ’জেন স্থিতিকাৰী জীৱ

(গ) বিয়োজক

(ঘ) উপভোক্তা

উত্তৰঃ (ক) সালোক সংশ্লোষী জীৱ

২৭) আটাইতকৈ অধিক স্থায়ী পৰিস্থিতি তন্ত্ৰ হ’ল—

(ক) বনাঞ্চল

(খ) পৰ্বত

(গ) মৰুভূমি

(ঘ) মহাসাগৰ

উত্তৰঃ (ঘ) মহাসাগৰ

২৮) খাদ্যশৃংখল হ’ল—

(ক) খাদ্যৰ বাবে গঠন কৰা মানৱ শৃংখল

(খ) খাদ্যৰ উৎসৰ ওচৰত থকা প্ৰাণীসমূহ

(গ) উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্য শক্তিৰ স্থানান্তৰণ

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (গ) উৎপাদকৰ পৰা উপভোক্তালৈ খাদ্য শক্তিৰ স্থানান্তৰণ

২৯) এটা পৰিস্থিতি তন্ত্ৰৰ খাদ্যস্তক কি বুলি কোৱা হয়

(ক) উৎপাদক স্তৰ

(খ) তৃণভোজী স্তৰ

(গ) উপভোগক্তা স্তৰ

(ঘ) ট্ৰফিক স্তৰ

উত্তৰঃ (ঘ) ট্ৰফিক স্তৰ

৩০) বিয়োজকবোৰ হ’ল

(ক) প্ৰাণীজাতীয় আৰু মনেৰা

(খ) প্ৰটিষ্টা আৰু প্ৰাণীজাতীয়

(গ) ভেঁকুৰ আৰু উদ্ভিদ জাতীয়

(ঘ) বেক্টেৰিয়া আৰু ভেঁকুৰ

উত্তৰঃ (ঘ) বেক্টেৰিয়া আৰু ভেঁকুৰ

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

৩১) পৰিস্থিতি তন্ত্ৰত শক্তিৰ উৎস হ’ল

(ক) সূৰ্য

(খ) সালোক সংশ্লেষণত প্ৰস্তুত হোৱা শৰ্কৰা

(গ) সেউজীয়া উদ্ভিদ

(ঘ) এ. টি. পি (ATP)

উত্তৰঃ (ক) সূৰ্য

৩২) এটা ট্ৰপিক স্তৰৰ পৰা অন্য এটা স্তৰলৈ শক্তি পৰিবহণ হয়—

(ক) 5%

(খ) 15%

(গ) 10%

(ঘ) 20%

উত্তৰঃ (খ) 15%

৩৩) উদ্ভিদত আটাইতকৈ বেছি পোৱা মৌলবিধ হৈছে —

(ক) নাইট্ৰজেন

(খ) মেংগানিজ

(গ) আইৰণ

(ঘ) কাৰ্বন

উত্তৰঃ (ঘ) কাৰ্বন

৩৪) পেট্ৰ’লিয়াম উদ্ভিদ হ’ল—

(ক) কুঁহিয়াৰ

(খ) মাকৈ

(গ) আলু

(ঘ) সিজু

উত্তৰঃ (ঘ) সিজু

৩৫) মাইক’ৰহাইযা হ’ল—

(ক) এন্টাগ’নিজিম

(খ) এণ্ডেমিজিম

(গ) সহজীৱীতা

(ঘ) পৰজীৱীতা

উত্তৰঃ (গ) সহজীৱীতা

৩৬) সালোক সংশ্লেষণ নকৰা মুক্ত জীৱী, সবাত, নাইট্ৰ’জেন স্থিতিকাৰী বেক্টেৰিয়া—

(ক) ৰাই বিয়াম

(খ) নষ্টক

(গ) এয স্পিৰিলাম

(ঘ) এয ‘বেক্টাৰ

উত্তৰঃ (ঘ) এয ‘বেক্টাৰ

৩৭) জীৱ সাৰত থাকে —

(ক) গোবৰ আৰু পাম সাৰ

(খ) হালবাই মাটিত মিহলোৱা সোনকালে বাঢ়ি অহা উদ্ভিদ

(গ) BGA/এনাবিনা আৰু এয’লা

(ঘ) ওপৰৰ সকলো

উত্তৰঃ (গ) BGA/এনাবিনা আৰু এয’লা

৩৮) ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰয়োগ কৰা হয়—

(ক) আইৰণ বেক্টেৰিয়া

(খ) নষ্টক/ এনাবিনা

(গ) আৰ্কাই বেক্টেৰিয়া

(ঘ) সহজীৱী বেক্টেৰিয়া

উত্তৰঃ (খ) নষ্টক/ এনাবিনা

৩৯) তলত উল্লেখ কৰা এবিধ হৈছে জৈৱিক সাৰ —

(ক) CMU

(খ) DCMU

(গ) VAM

(ঘ) কমলাৰ বাহক

উত্তৰঃ (গ) VAM

৪০) জৈৱিক সাৰে ভাল উৎপাদন দেখুৱায় যেতিয়া ইয়াৰ সৈতে মিহলি কৰা হয়—

(ক) ফছফেট

(খ) কেলছিয়াম

(গ) নাইট্ৰজেন

(ঘ) ইউৰিয়া

উত্তৰঃ (ক) ফছফেট

৪১) চায়েন বেক্টেৰিয়াবোৰে খেতিয়কক সহায় কৰে

(ক) মাটিত ক্ষাৰৰ পৰিমাণ হ্ৰাস কৰি

(খ) মাটিত এচিডৰ পৰিমাণ হ্ৰাস কৰি

(গ) মাটিত ক্ষাৰকীয়তা প্ৰশমিত কৰি

(ঘ) পানী বন্ধ কৰি

উত্তৰঃ (খ) মাটিত এচিডৰ পৰিমাণ হ্ৰাস কৰি।

৪২) তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায় –

(ক) এনবিনা

(খ) বেচিলাছ পপিলি (Popilliae)

(গ) চেছবানিয়া

(ঘ) বেচিলাছ পলিমেনা (Polymena)

উত্তৰঃ A

৪৩) জিন প্ৰতিলিপিৰ (Gene Cloning) সময়ত কাক জিন টেক্সি (Gene Taxi) বুলি কোৱা হয়?

(ক) ভেকচিন

(খ) প্লাজমিড

(গ) বেক্টেৰিয়াম

(ঘ) প্ৰট’জৱা

উত্তৰঃ (খ) প্লাজমিড

৪৪) প্ৰথম এণ্টিবায়’টিকৰ আৱিষ্কাৰ আৰু বিকাশ কৰিছিল—

(ক) জেনাৰ (Jenner)

(খ) পেষ্টুৰ (Pasteur )

(গ) ফ্লেমিং (Fleming)

(ঘ) ৱাকছমেন (Waksman)

উত্তৰঃ (গ) ফ্লেমিং (Fleming)

 ৪৫) বন্যপ্ৰাণী বিলুপ্তিৰ প্ৰধান কাৰণ হ’ল—

(ক) মাংসৰ বাবে বন্যপ্ৰাণী চিকাৰ

(খ) বাসস্থান ধ্বংস

(গ) বায়ু আৰু জল প্ৰদূষণ

(ঘ) এই আটাইবোৰ

উত্তৰঃ (ঘ) এই আটাইবোৰ

৪৬) নৱীকৰণযুক্ত শক্তিৰ উৎস হ’ল—

(ক) জৈৱ আয়তন

(খ) কয়লা

(গ) খনিজ তেল

(ঘ) কেৰাচিন

উত্তৰঃ (ক) জৈৱ আয়তন

৪৭) ‘ব্যাঘ্ৰ প্ৰকল্প’ অসমৰ ক’ত ১৯৭৩ ত স্থাপন কৰা হয় ?

(ক) কাজি ৰঙা ৰাষ্ট্ৰীয় উদ্যানত

(খ) মানৱ ৰাষ্ট্ৰীয় উদ্যানত

(গ) ডিব্ৰু-চৈ খোৱা ৰাষ্ট্ৰীয় উদ্যানত

(ঘ) পবিতৰা ৰাষ্ট্ৰীয় উদ্যানত

উত্তৰঃ (খ) মানৱ ৰাষ্ট্ৰীয় উদ্যানত

৪৮) প্ৰধানতঃ চৰাইৰ বাবে বিখ্যাত অসমৰ ৰাষ্ট্ৰীয় উদ্যানখন হ’ল—

(ক) পবি তৰা

(খ) মানস

(গ) ডিব্ৰু-চৈ খোৱা

(ঘ) নামেৰি

উত্তৰঃ (গ) ডিব্ৰু-চৈ খোৱা

৪৯) কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়—

(ক) ১৯৮৭ ত

(খ) ১৯৭৪ ত

(গ) ১৯৭০ ত

(ঘ) ১৯৮০ ত

উত্তৰঃ (খ) ১৯৭৪ ত

৫০) চেৰিব্ৰেল মেলেৰিয়া হোৱাৰ কাৰণ –

(ক) প্লাজম’ডিয়াম ফেলচিপেৰাম

(খ) প্লাজম’ডিয়াম ভাইভেক্স

(গ) প্লাম’ডিয়াম মেলেৰি

(ঘ) প্লাজম’ডিয়াম অ’ভেলি ।

উত্তৰঃ (ক) প্লাজম’ডিয়াম ফেলচিপেৰাম

৫১) প্লাজম’ডিয়াম ভাইভেক্সৰ জীৱন চক্ৰত উচিষ্ট পোৱা যায়—

(ক) মানুহৰ লোহিত ৰক্ত কণিকাত

(খ) মানুহৰ যকৃতত

(গ) মাইকী এন’ফিলিছৰ পাকস্থলীত

(ঘ) মাইকী এন’ফিলিছৰ যকৃতত।

উত্তৰঃ (গ) মাইকী এন’ফিলিছৰ পাকস্থলীত

৫২) প্লাজম ডিয়াম ভাইভেক্সৰ জীৱন চক্ৰৰ খাদ্য ভক্ষণকাৰী অৱস্থাটো—

(ক) ট্ৰফ’যইট

(খ) স্পৰ’যইট

(গ) মেৰ’যইট

(ঘ) মেটাক্ৰিপ্ট’যইট

উত্তৰঃ (ঘ) মেটাক্ৰিপ্ট’যইট

৫৩) তেজ গোট মৰাত কি ভিটামিনে সহায় কৰে ? 

(ক) Vitamin K 

(খ) Vitamin D 

(গ) Vitamin C 

(ঘ) Vitamin E

উত্তৰঃ (ক) Vitamin K

৫৪) গৰ্ভনিৰোধক বৰ্তি থাকে

(ক) প্ৰ’গেছট্ৰন আৰু ইষ্ট্ৰ’জেন

(খ) শুক্ৰাণু ধ্বংসকাৰী লৱণ

(গ) স্বয়ংক্ৰিয় গৰ্ভপাত ঘটোৱা যৌগ

(ঘ) ডিম্বানু নিষেচনত বাধা দিয়া ৰাসায়নিক

উত্তৰঃ (ক) প্ৰ’গেছট্ৰন আৰু ইষ্ট্ৰ’জেন

৫৫) বন্যপ্ৰাণী আইন ভাৰতবৰ্ষত কেতিয়া বলৱৎ কৰা হৈছিল ?

(ক) ১৯৮৭ ত

(খ) ১৯৭৪ ত

(গ) ১৯৭২ ত

(ঘ) ১৯৬২ ত

উত্তৰঃ (গ) ১৯৭২ ত

৫৬) ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন ?

(ক) কানহা ৰাষ্ট্ৰীয় উদ্যান

(খ) পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান

(গ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান

(ঘ) বান্দি পুৰ ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ (গ) কৰবেট ৰাষ্ট্ৰীয় উদ্যান

৫৭) নুনি গছৰ ৰেচম কীটৰ বৈজ্ঞানিক নাম-

(ক) ব’ম্বিক্সম’ৰি

(খ) ব’ম্বিক্সআছামা

(গ) ব’ম্বিক্স ইণ্ডিকা

(ঘ) ব’ম্বিক্স ৰিচিনি

উত্তৰঃ (ক) ব’ম্বিক্সম’ৰি

৫৮) এন্থেৰিয়া আছামাৰ মুখ্য় খাদ্য বক্ষৃ হ’ল—

(ক) মেজাংকৰী আৰু দীঘলতী

(খ) কেচেৰু আৰু এৰা

(গ) চোম আৰু সোৱাল

(ঘ) শাল আৰু ওক

উত্তৰঃ (গ) চোম আৰু সোৱাল

৫৯) এৰী কীটৰ মাছকাডাইন ৰোগৰ কাৰক

(ক) আদ্যপ্ৰাণী

(খ) বেক্টেৰিয়া

(গ) ভাইৰাছ

(ঘ) ভেঁকুৰ

উত্তৰঃ (ঘ) ভেঁকুৰ

৬০) অসমৰ আঞ্চলিক মগুা গৱেষণা কেন্দ্ৰ থকা ঠাই—

(ক) গুৱাহাটী

(খ) লক্ষীমপুৰ

(গ) বকো (মিৰ্জা) 

(ঘ) যোৰহাট

উত্তৰঃ (গ) বকো (মিৰ্জা) 

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-5

৬১) আটাইতকৈ বেছি কপাহ উৎপাদন কৰা ৰাজ্য—

(ক) গুজৰাট

(খ) ৰাজস্থান

(গ) হাৰিয়ানা

(ঘ) পঞ্জাৱ

উত্তৰঃ (ঘ) পঞ্জাৱ

৬২) জীৱত কোন প্ৰকাৰৰ সংগঠন পোৱা যায় ?

(ক) পাৰমাণৱিক

(খ) আণবিক

(গ) মিশ্ৰ

(ঘ) উপকোষীয়

উত্তৰঃ (ঘ) উপকোষীয়

৬৩) এটা প্ৰজাতিৰ জীৱসমূহৰ দ্বাৰা গঠিত সংগঠনটো হ’ল—

(ক) আবাদী

(খ) সম্প্ৰদায়

(গ) পৰিবেশ তন্ত্ৰ

(ঘ) আণবিক

উত্তৰঃ (ক) আবাদী

৬৪) জীৱৰ সংগঠনৰ সৰ্বনিম্ন স্তৰটো হ’ল

(ক) জীবগোষ্ঠী

(খ) ব্যক্তি

(গ) পাৰমাণৱিক

(ঘ) আণবিক ব্যক্তি বিন

উত্তৰঃ গ) পাৰমাণৱিক

৬৫) গৰ্ভনিৰোধক বৰিয়ে ডিম্ব নিঃসৰণত বাধা দিয়ে —

(ক) ডিম্ববাহী নলী বন্ধ কৰি

(খ) FSH আৰু LH ক্ষৰণত বাধা দি

(গ) FSH আৰু LH সক্ৰিয় কৰি

(ঘ) ডিম্বানুৰ বিনাশ ঘটাই

উত্তৰঃ (খ) FSH আৰু LH ক্ষৰণত বাধা দি

৬৬) জন্ম নিৰোধক বৰিৰ অতি গুৰুত্বপূৰ্ণ উপাদান

(ক) থায়ৰক্সিন

(খ) LH

(গ) প্ৰ’জেষ্টেৰণ

(ঘ) GH

উত্তৰঃ (গ) প্ৰ’জেষ্টেৰণ

৬৭) গৰ্ভ নিৰোধক বৰ্তি থকা প্ৰ’জেষ্টেৰণে —

(ক) ডিম্বাণুনিঃসৰণ বন্ধ কৰে

(খ) নিষেচনত বাধা দিয়ে 

(গ) যোজন কোষৰ প্ৰতিষ্ঠাপনত বাধা দিয়ে

(ঘ) বিদলনত বাধা দিয়ে

উত্তৰঃ (ক) ডিম্বাণুনিঃসৰণ বন্ধ কৰে

৬৮) কপাৰ T/ লুপে বাধা দিয়ে —

(ক) ডিম্ব নিঃসৰণত

(খ) গৰ্ভধানত

(গ) যোজন কোষৰ গঠনত

(ঘ) বিদলনত

উত্তৰঃ (খ) গৰ্ভধানত

৬৯) আটাইতকৈ বেছি ছালফাৰ জমা হৈ থাকে —

(ক) বায়ুমণ্ডলত

(খ) শিল

(গ) মহাসাগৰ

(ঘ) হ্ৰদ

উত্তৰঃ (খ) শিল

৭০) আটাইতকৈ বেছি উৎপাদন (Productivity) হয়—

(ক) ঘাঁহনি (Grassland)

(খ) মৰুভূমি

(গ) মহাসাগৰ

(ঘ) বৰ্ষা অৰণ্য (Rain Forest)

উত্তৰঃ (গ) মহাসাগৰ

৭১) বায়ুমণ্ডলত থকা CO2 ৰ পৰিমাণ—

(ক) 6.5%

(খ) 3.334%

(গ) 0.34%

(ঘ) 0.034%

উত্তৰঃ (ঘ) 0.034%

৭২) অতি বেঙুনীয়া ৰশ্মি (Ultraviolet Ray) সূৰ্যৰ পৰা বিকিৰণৰ ফলত বিক্ৰিয়া ঘটি উৎপন্ন হয়- 

(ক) 03

(খ) SO2

(গ) CO

(ঘ) CH4

উত্তৰঃ (ক) 03

৭৩) শক্তিৰ নৱীকৰণযুক্ত প্ৰধান উৎস হ’ল—

(ক) অৰণ্য

(খ) ইন্ধন গেছ

(গ) জন্তু

(ঘ) কয়লা

উত্তৰঃ (ক) অৰণ্য

৭৪) বনাঞ্চলে কিহত অংশ গ্ৰহণ কৰে —

(ক) প্ৰদূষণ প্ৰতিৰোধত

(খ) ভূমি স্খলন ৰোধ কৰাত

(গ) প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাত

(ঘ) এই আটাইবোৰত

উত্তৰঃ (ঘ) এই আটাইবোৰত

৭৫) জলাতংক ৰোগ কি বীজাণুৰ বাবে হ’ব পাৰে 

(ক) ভিব্ৰিঅ’ক’লৈৰি 

(খ) ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ 

(গ) মাইক’ বেক্টেৰিয়াম লেৱি 

(ঘ) ৰেবিজ ভাইৰাছ

উত্তৰঃ (ঘ) ৰেবিজ ভাইৰাছ

৭৬) গংগা নদী প্ৰদূষিত হোৱাৰ কাৰণ 

(ক) খাদ্যৰ আৱৰ্জনা 

(খ) জলীয় বাষ্প 

(গ) তেজস্ক্ৰিয় আৱৰ্জনা 

(ঘ) অৰণাজাত বৰ্জ্য পদাৰ্থ

উত্তৰঃ (গ) তেজস্ক্ৰিয় আৱৰ্জনা

৭৭) কুষ্ঠৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম কি ? 

(ক) ভিৰিঅ’ক’লেৰে 

(খ) মাইক’ বেক্টেৰিয়ামলে 

(গ) ভেৰিছেলা জষ্টাৰ ভাইৰাছ 

(ঘ) চালমনেলা

উত্তৰঃ (গ) ভেৰিছেলা জষ্টাৰ ভাইৰাছ

৭৮) মেলেৰীয়া কি বীজাণুৰ পৰা হয় ? 

(ক) প্লাজম ডিয়াম 

(খ) ভেৰিছেলা 

(গ) চালমনেলা 

(ঘ) এন্টামিবা

উত্তৰঃ (ক) প্লাজম ডিয়াম

৭৯) কলেৰা ৰোগৰ বীজাণু বিধৰ নাম কি ? 

(ক) ভিব্ৰিঅ’ক’লেৰি 

(খ) জলীয় বাষ্প 

(গ) মাইক’ বেক্টেৰিয়াম লেবি 

(ঘ) ৰেবিজ ভাইবাছ 

উত্তৰঃ (ক) ভিব্ৰিঅ’ক’লেৰি

৮০) তলৰ কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয় ? 

(ক) কলেৰা 

(খ) বসন্ত 

(গ) জলাতংক 

(ঘ) পলিঅ’

উত্তৰঃ (ক) কলেৰা

৮১) এমিবিক গ্ৰহণীৰ বীজাণু বিধৰ নাম কি ? 

(ক) এন্টামিক হিষ্ট’লাইটিকা 

(খ) প্লাজম ডিয়াম 

(গ) ভেৰিছেলা 

(ঘ) মাইক বেক্টেৰিয়াম 

উত্তৰঃ (ক) এন্টামিক হিষ্ট’লাইটিকা

৮২) তলৰ কোনবিধ ৰোগ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত নহয় ? 

(ক)টাইফয়ড 

(খ) বসন্ত 

(গ) যক্ষ্মা 

(ঘ) কলেৰা

উত্তৰঃ (খ) বসন্ত

৮৩) এয়ৰ’ছল সাধাৰণতে কি ? 

(ক) বায়ুত ওপঙি থকা ধূলিৰ কণিকা 

(খ) বায়ুত থকা ডাঙৰ অণু

(গ) বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা 

(ঘ) বায়ুত ওপঙি থকা পানীৰ কণিকা

উত্তৰঃ (গ) বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা 

৮৪) লিপিড বা স্নেহ পদাৰ্থবোৰ হ’ল-

(ক) অজৈব ক্ষুদ্ৰাণু

(খ) জৈব ক্ষুদ্ৰাণু

(গ) অজৈব বহৃ দাণু

(ঘ) জৈব বৃহদাণু

উত্তৰঃ (ঘ) জৈব বৃহদাণু

৮৫) পক্ষীৰ বাঁহৰ বিষয়ে অধ্যয়ন বিদ্যা হ’ল—

(ক) মিৰমেক’লজি

(খ) ক্ৰেনিঅ’লজি

(গ) নিড’লজি

(ঘ) ইচথাঅ’লজি

উত্তৰঃ (গ) নিড’লজি

৮৬) যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ হয় তাক— 

(ক) সালোক সংশ্লেষণ বোলে

(খ) বাষ্পমোচন খোপে বোলে

(গ) স্থানান্তৰ বোলে

(ঘ) দীপ্তফচফ’ৰিলীকৰণ বোলে । 

উত্তৰঃ (ক) সালোক সংশ্লেষণ বোলে

৮৭) বংশগতিৰ বাহক বুলি কোৱা হয়—

(ক) জিন

(খ) গেমেট

(গ) জাইগট

(ঘ) জননকোষ। 

উত্তৰঃ (ক) জিন

৮৮) ক্ৰম’জ’মৰ যি স্থানত জিন অৱস্থিত, তাক বোলা হয়

(ক) ল’কাছ 

(খ) ক্ৰচিং

(গ) জনু

(ঘ) এলিল 

উত্তৰঃ (ক) ল’ৰ্কাছ

৮৯) ‘সেউজ বিপ্লৱৰ ভাৰতৰ পিতৃ কোন ? 

(ক) চিভিৰমন 

(খ) ড° জগদীশ চন্দ্ৰ বসু

(গ) ড° এম এছ স্বামীনাথন 

(ঘ) আৰ ভেংকেটস্বামী 

উত্তৰঃ (গ) ড° এম এছ স্বামীনাথন

৯০) যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাত ___ থাকে 

(ক) কাৰ্বন ডাই অক্সাইড 

(খ) নাইট্ৰাছ অক্সাইড 

(গ) হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড 

(ঘ) ছালফাৰ ডাই অক্সাইড 

উত্তৰঃ (গ) হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড 

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-6

৯১) দেহত আইৰণৰ অভাৱ হ’লে কি কি ৰোগে দেখা দিয়ে ? 

(ক) এনিমিয়া 

(খ) এনকেফেলাইটিছ 

(গ) গলগণ্ড 

(ঘ) মধুমেহ 

উত্তৰঃ (ক) এনিমিয়া

৯২) জীৱ তন্ত্ৰত খৰচ হোৱা শক্তি কি শক্তিৰ দ্বাৰা পূৰ কৰা হয়?

(ক) তাপ শক্তি

(খ) পোহৰ শক্তি

(গ) মুক্ত শক্তি

(ঘ) যান্ত্ৰিক শক্তি

উত্তৰঃ (গ) মুক্ত শক্তি

৯৩) জীৱ দেহত পোৱা প্ৰণালীটো হ’ল—

(ক) বন্ধ প্ৰণালী

(খ) মুক্ত প্ৰণালী

(গ) নিয়ত অৱস্থাত মুক্ত প্ৰণালী

(ঘ) নিয়ত অৱস্থাত বন্ধ প্ৰণালী

উত্তৰঃ (গ) নিয়ত অৱস্থাত মুক্ত প্ৰণালী

৯৪) তলৰ বৃহদাণু হ’ল

(ক) এমিন’ এছিড

(খ) নিউক্লিয়টাইড

(গ) চেললুজ

(ঘ) পানী

উত্তৰঃ (গ) চেললুজ

৯৫) জীৱ আৰু পৰিৱেশৰ মাজৰ আন্তঃক্ৰিয়াৰ অধ্যয়নক কি বুলি কোৱা হয় ? 

(ক) পৰিস্থিতি তন্ত্ৰ 

(খ) ভূগোল 

(গ) পৰিস্থিতি বিজ্ঞান 

(ঘ) মনোবিজ্ঞান

উত্তৰঃ (গ) পৰিস্থিতি বিজ্ঞান 

৯৬) ক’ৰ পৰা খাদ্য অনুক্ৰম আৰম্ভ হয় ? 

(ক) উৎপাদক 

(খ) মৃত জৈব পদাৰ্থ 

(গ) বিয়োজক 

(ঘ) উপভোক্তা 

উত্তৰঃ (গ) বিয়োজক 

৯৭) কাৰ্বন ডাই অক্সাইডে অৱহেলিত ৰশ্মি 

(ক) প্ৰতিফলিত কৰে 

(খ) শোষণ কৰিব নোৱাৰে 

(গ) সহজে সঞ্চালন কৰে 

(ঘ) শোষণ কৰে

উত্তৰঃ (গ) সহজে সঞ্চালন কৰে 

৯৮) কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দুৰ্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিল ? 

(ক) মিথাইল আইচ চায়েনেট 

(খ) মিথাইল কাৰ্বনেট 

(গ) মিথাইলেটেড স্পিৰিট 

(ঘ) মিথাইল কাৰ্বাইড 

উত্তৰঃ (ক) মিথাইল আইচ চায়েনেট 

৯৯) বেক্টেৰিয়াৰ কোষবোৰত কি থাকে —

(ক) পেক্টিন

(খ) চেললু’জ

(গ) মিউক’পেপটাইড

(ঘ) প্ৰ’টিন

উত্তৰঃ (গ) মিউক’পেপটাইড

১০০) জীৱ বিজ্ঞানৰ তন্ত্ৰ এটাত থকা সৰ্বমুঠ শক্তিক কি বোলে ?

(ক) গতি শক্তি

(খ) সক্ৰিয়কৰণ শক্তি

(গ) এটুপী

(ঘ) এস্থালপি

উত্তৰঃ (ঘ) এস্থালপি

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top