Chemistry MCQ For SSUHS CEE Entrance Exam Part-3

Chemistry MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Chemistry for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) তলৰ কোনবিধ প’লিএমাইড নহয় ?

(ক) নাইলন-66

(খ) প্ৰটিন

(গ) জিপ্টেল

(ঘ) নাইলন-6

উত্তৰঃ (গ) জিপ্টেল

২) প্ৰাকৃতিক ৰবৰ হৈছে ___ৰ বহুযোজী ।

(ক) Butodine

(গ) Styrene

(খ) Ethyne

(ঘ) Isoprene

উত্তৰঃ (ঘ) Isoprene

৩) তলৰ কোনটোৱে বৈদ্যুতিক পৰিবাহিতা দেখুৱায় ?

(ক) পটাছিয়াম

(খ) গ্ৰেফাইট

(গ) হীৰা

(ঘ) ছডিয়াম

উত্তৰঃ (খ) গ্ৰেফাইট

৪) সাগৰৰ পানীৰ পৰা কি প্ৰক্ৰিয়াৰে বিশুদ্ধ পানী পাব পাৰি ?

(ক) ব্যাপন

(খ) প্লাজম’লাইছি ছ

(গ) বিপৰীত ৰসাকৰ্ষন

(ঘ) অৱসাদন

উত্তৰঃ (গ) বিপৰীত ৰসাকৰ্ষন

৫) স্ফটিকত এনায়ন আৰু কেটায়নৰ মাজৰ বান্ধনি –

(ক) আয়নীয়

(খ) ধাতৱীয়

(গ) সহযোজী

(ঘ) দ্বিমেৰু

উত্তৰঃ (ক) আয়নীয়

৬) A + B + Q = C + D, বিক্ৰিয়াটোত যদি উষ্ণতা বৃদ্ধি কৰা হয়, তেন্তে বিক্ৰিয়াত্মক পদাৰ্থৰ গাঢ়তা—

(ক) বৃদ্ধি পাব

(খ) হ্ৰাস পাব

(গ) একেই থাকিব

(ঘ) শূন্য় হ’ব

উত্তৰঃ (ক) বৃদ্ধি পাব

৭) তলৰ কোনটো তাপগ্ৰাহী বিক্ৰিয়া স্বতঃস্ফূৰ্ত ?

(ক) বৰফৰ গলন

(খ) পানীৰ বাষ্পীভৱন

(গ) দহন উষ্ণতা

(ঘ)  (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (ঘ)  (ক) আৰু (খ) দুয়োটা

৮) তলৰ কোনটোৰ পৰা হাইড্ৰ’জেন পেৰাক্সাইড বিজাতি কৰিব পাৰি ?

(ক) Ozone

(খ) Barium peroxide

(গ) Acidic solution of KMnO4

(ঘ) Lead sulphide suspension

উত্তৰঃ (ঘ) Lead sulphide suspension

৯) ক্ষাৰৰ্কীয় ধাতুৰ শক্তি শালী বিজাৰকটো হ’ল—

(ক) Li

(খ) K

(গ) Na

(ঘ) Cs

উত্তৰঃ (ক) Li

১০) তলৰ কোনটো গেছৰ বহিঃ গোলত আঠটা ইলেকট্ৰন নাথাকে ?

(ক) Ne

(খ) Ar

(গ) Rn

(ঘ) Al

উত্তৰঃ (ঘ) Al

১১) তলৰ কোনটো এটা সহযোগী কলয়ডৰ উদাহৰণ ?

(ক) গাখীৰ

(খ) ভেজ তেল

(গ) ৰবৰৰ ক্ষীৰ

(ঘ) চাবোনৰ দ্ৰৱ

উত্তৰঃ (ঘ) চাবোনৰ দ্ৰৱ

১২) ইনছুলিনৰ দুটা পলিপেপ্টাইড শৃংখলত কিমান সংখ্যক এমিন’ এচিড থাকে ?

(ক) 30, 21

(খ) 25, 16

(গ) 18,12

(ঘ) 20, 21

উত্তৰঃ (ক) 30, 21

১৩) তলৰ কোনবিধ ফছফাছ অধিক সক্ৰিয়?

(ক) ৰঙা ফছফৰাছ

(খ) বগা ফছফৰাছ

(গ) সেন্দুৰীয়া ফছফৰাছ

(ঘ) বেগুনীয়া ফছফৰাছ

উত্তৰঃ (খ) বগা ফছফৰাছ

১৪) কিহৰ সৈতে পৰীক্ষা কৰিলে প্ৰটিনে বেঙুনীয়া ৰং দিয়ে ?

(ক) বৰেুৰেট

(খ) আয়ডিনৰ দ্ৰৱ

(গ) নিন ডিলহাইড্ৰিন বিকাৰক

(ঘ) বেনেডিক্টৰ বিকাৰক

উত্তৰঃ (গ) নিন ডিলহাইড্ৰিন বিকাৰক

১৫) তলৰ কোনটো উক্তি শুদ্ধ নহয় ?

(ক) এমপিচিলিন এটা সাধাৰণ এন্টিবায়টিক

(খ) এছপিৰিন এবিধ বেদনাহাৰী তথা এটিপাইৰেটিক

(গ) ছালফাডায়ে জিন এটা ছিন্থেটিক বেক্টেৰীয়া ৰোধী

(ঘ) কিছুমান বিজাণুনাশক এন্টিছেপ্টিক হিচাপে ও ব্যৱহৃত হয়

উত্তৰঃ (ক) এমপি চি লি ন হৈছে পেনিচিলিনৰ এটা সংশোধিত ৰূপ গতিকে ই সাধাৰণ এন্টি বায়টিক নহয় ।

১৬) দেহৰ কোনো সংক্ৰামণ বা বিষ প্ৰতিৰোধ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় ?

(ক) অসংক্ৰাম্য প্ৰক্ৰিয়া

(খ) এন্টিজেন

(গ) এন্টি বডি

(ঘ) চিতাকৰণ

উত্তৰঃ (ক) অসংক্ৰাম্য প্ৰক্ৰিয়া

 ১৭) উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে তলৰ কোনবিধ সংকৰ ধাতু ব্যৱহৃত হয়?

(ক) ধ্ৰুৱক

(গ) এলকিনো

(খ) ডাচ-ধাতু

(ঘ) ডুৰএলমিুমিন

উত্তৰঃ (ঘ) ডুৰএলমিুমিন

১৮) 2A + B → A3B, বিক্ৰিয়াটোত যদি A ৰ গাঢ়তা দুগুণ কৰা হয় আৰু B ৰ গাঢ়তা আধা কৰা হয়, তেন্তে বিক্ৰিয়াটোৰ হাৰ হ’ব—

(ক) দুগুণ হ্ৰাস পাব 

(খ) দুগুণ বৃদ্ধি পাব

(গ) চাৰি গুণ বৃদ্ধি পাব

(ঘ) একে থাকিব

উত্তৰঃ (খ) দুগুণ বৃদ্ধি পাব

১৯) এন্টি বডি হ’ল

(ক) কাৰ্বহাইড্ৰেট

(খ) গ্লবলুাৰ প্ৰটিন 

(গ) ইমিন’ গ্লবুলিন্ছ

(ঘ) ছেললু’জ যৌগ

উত্তৰঃ (গ) ইমিন’ গ্লবুলিন্ছ

২০) তলৰ কোনবিধৰ বাবে এমিন’ এচিড অন্যতম কাৰক ?

(ক) ভিটামিন

(খ) কাৰ্বহাইড্ৰেট 

(গ) চৰ্বি

(ঘ) প্ৰটিন

উত্তৰঃ (ঘ) প্ৰটিন

২১) বেল ধাতু (Bell) ধাতু কিহৰ সংকৰ ধাতু?

(ক) Cu + Pb

(খ) Cu + Sn

(গ) Cu + Zn

(ঘ) Cu + N

উত্তৰঃ (খ) Cu + Sn

২২) টেৰীলিন হৈছে ইথাইলিন গ্লাইকল আৰু_____ৰ ঘনীভূত বহুযোজী।

(ক) বেনজয়ীক এচিড

(খ) Phthallic acid 

(গ) ছেলিছিক এচিড

(ঘ) Teraphthallic acid

উত্তৰঃ (ঘ) Teraphthallic acid

২৩) NaHCO3 য়ে তলৰ কোনটোৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম আৰু কাৰ্বনডাই অক্সাইড উৎপন্ন কৰে ?

(ক) ফিনল

(খ) n-হেক্সানল

(গ) এছিটিক এচিড

(ঘ) (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (গ) এছিটিক এচিড

২৪) CF2 = CF, is a unit of

(ক) টেফলন

(খ) বেকে লাইট

(গ) বনুা-S

(ঘ) পলিথিন

উত্তৰঃ (ক) টেফলন

২৫) এটা তাপগ্ৰাহী বিক্ৰিয়াত ◇H ৰ মান—

(ক) শূন্য়

(খ) ধনাত্মক

(গ) ঋণাত্মক

(ঘ) ধ্ৰুৱক

উত্তৰঃ (খ) ধনাত্মক

২৬) এটা ঘনকীয় জালি গত (Cu) ধাতু স্ফটিকীকৃত হয়। ইয়াৰ সহযোগী সংখ্যা (co-ordination No.)

(ক) 1

(খ) 4

(গ) 6

(ঘ) 12

উত্তৰঃ (ঘ) 12

২৭) গেমাক্সি ন (Gammexane)

(ক) ক্লৰ’বেনজিন

(খ) বেনজাইল ক্লৰাইড 

(গ) ক্লম’বেনজিন

(ঘ) বেনজিন হেক্সাক্লৰাইড

উত্তৰঃ (ঘ) বেনজিন হেক্সাক্লৰাইড

২৮) কলয়ড ভাঙিবৰ বাবে তলৰ কোনবিধ প্ৰথা ব্যৱহাৰ কৰা হয় ?

(ক) পৃথকীকৰণ

(খ) ঘনীভৱন

(গ) আলট্ৰাভিল্টেছন 

(ঘ) ইলেকট্ৰলাইট যোগকৰণ

উত্তৰঃ (ঘ) ইলেকট্ৰলাইট যোগকৰণ

২৯) ভিটামিন B12 ত থকা ধাতুবিধ হ’ল—

(ক) মেগনেছিয়াম

(খ) আইৰণ

(গ) ক’বাল্ট

(ঘ) মেংগানিজ

উত্তৰঃ (গ) ক’বাল্ট

৩০) ক’ৰামফে নিকেল কিহৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ?

(ক) অকটা গোন্ধ

(খ) ৰক্তক্ষৰণ

(গ) বমি

(ঘ) পেৰাটাইফয়িড জ্বৰ

উত্তৰঃ (ঘ) পেৰাটাইফয়িড জ্বৰ

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-1

৩১) তলৰ কোনটো ইলেট্ৰ’ফাইল নহয় ?

(ক) Cl +

(খ) Na+

(গ) H+

(ঘ) BF3

উত্তৰঃ (খ) Na+

৩২) মেগনালিয়াম হ’ল—

(ক) মেগনেছিয়াম আয়ডাইড

(খ) মেগনেছিয়াম নাইট্ৰাইড

(গ) ইথাইল মেগনেছিয়াম আয়ডাইড

(ঘ) মেগনেছিয়াম আৰু এলুমিনিয়ামৰ সংকৰ ধাতু

উত্তৰঃ (ঘ) মেগনেছিয়াম আৰু এলুমিনিয়ামৰ সংকৰ ধাতু

৩৩) তলৰ কোনটো উচ্চ শক্তিৰ অণু?

(ক) ATP

(খ) গ্লুক’জ

(গ) ফ্লুক্ট’জ

(ঘ) ছেললু’জ

উত্তৰঃ A

৩৪) লিপিডমে টাবলিজিমত পালমিটিক এচিডৰ এটা অণুৰ দ্বাৰা উৎপন্ন হোৱা ATP অণুৰ সংখ্যা—

(ক) 36 

(খ) 56

(গ) 86

(ঘ) 130

উত্তৰঃ (ঘ) 130

৩৫) HgSO4 ৰ উপস্থিতিত উষ্ণ লঘু H2SO4 দ্ৰৱৰ মাজেৰে পৰিচালিত কৰিলে তলৰ কোনটো গেছে এচিটেলডিহাইড প্ৰস্তুত কৰে ?

(ক) CH4

(খ) C2H4

(গ) C2H4

(ঘ) C2H6

উত্তৰঃ (খ) C2H4

৩৬) তলৰ কোনটো অণুৱে স্থায়ী দ্বিমেৰু ভ্ৰামক নেদেখুৱায় ?

(ক) H₂S

(খ) SO2

(গ) CS2

(ঘ) SO3

উত্তৰঃ (গ) CS2

৩৭) t- বিউটাইল ব্ৰমাইডৰ সৈতে ছডিয়াম মিথক্সাইডৰ বিক্ৰিয়াত উৎপন্ন হয়?

(ক) আইছ’বিউটেন

(খ) আইছ’বি উটাইলিন

(গ) ছডিয়াম t- বিউটক্সাইড

(ঘ) t – বিউটাইল মিথাইল ইথাৰ

উত্তৰঃ (খ) আইছ’বি উটাইলিন

৩৮) তলৰ কোনটো এটা এন্টিবায়টিক?

(ক) পেনিছিলিন

(খ) এলবমিুমিন

(গ) ইনছুলি ন

(ঘ) এছকৰ্বিক এচিড

উত্তৰঃ (ক) পেনিছিলিন

৩৯) তলৰ কোনটোৰ উতলাংক সৰ্বাধিক?

(ক) n- অক্টেন

(খ) নিঅ’-অক্টেন

(গ) আইছ’-অক্টেন

(ঘ) 2, 2 ডাইমিথাইল পেন্টেন

উত্তৰঃ (ক) n- অক্টেন

৪০) Zn/NHCI ৰ উপস্থিতিত নাইট্ৰ’বেনজিনৰ বিজাৰণত পোৱা যায়—

(ক) এনিলিন

(খ) নাইট্ৰ’বেনজিন

(গ) এছ’বেনজিন

(ঘ) ফিনাইল হাইড্ৰ’ক্সলেমিন

উত্তৰঃ (ঘ) ফিনাইল হাইড্ৰ’ক্সলেমিন

৪১) ইথানলিক পটাছিয়াম হাইড্ৰক্সাইডৰ সৈতে ইথাইল এমিন আৰু ক্লৰ ফৰ্মৰ এটা মিশ্ৰণ উত্তপ্ত কৰিলে পোৱা যৌগটো হ’ল—

(ক) এটা এমাইড

(খ) এটা ইথাইল আইছ’চায়ানাইড

(গ) এটা এলকাইল হেলাইড

(ঘ) এটা এমাইড আৰু নাইট্ৰ যৌগ

উত্তৰঃ (খ) এটা ইথাইল আইছ’চায়ানাইড

৪২) H2S অনতু কি প্ৰকাৰৰ বান্ধনি থাকে ?

(ক) আয়নীয় বান্ধনি

(খ) এটা ইথাইল আইছ’চায়ানাইড

(গ) সমন্বয়ী বান্ধনি

(ঘ) বেনানা বান্ধনি

উত্তৰঃ (ক) আয়নীয় বান্ধনি

৪৩) অৰ্থ আৰ্ড পেৰা নাইট্ৰফিনলৰ 1:1 মিশ্ৰক পৃথক কৰাৰ বাবে : আটাইতকৈ কাৰ্যকৰী প্ৰক্ৰিয়াটো হ’ব—

(ক) পাতন

(খ) উৰ্ধপাতন

(গ) স্ফটিকীকৰণ

(ঘ) ক্ৰমেট’গ্ৰাফী

উত্তৰঃ (ক) পাতন

৪৪) তলৰ কোনটোৰ ইলেকট্ৰন আসক্তি সৰ্বোচ্চ?

(ক) H

(খ) Li

(গ) Na

(ঘ) K

উত্তৰঃ (ক) H

৪৫) তলৰ কোনটো ‘কলিগেটিফ’ ধৰ্ম নহয় ?

(ক) আলোক সক্ৰিয়তা

(খ) ৰসাকৰ্ষী চাপ

(গ) উতলাংকৰ উত্তোলন

(ঘ) বাষ্পীয় চাপৰ তুলনামূলক হ্ৰাসমান

উত্তৰঃ (ক) আলোক সক্ৰিয়তা

৪৬) তলৰ কোনবিধৰ নাইট্ৰেছনৰ সময়ত শক্তি শালী বিস্ফোৰক RDX উৎপন্ন হয় ?

(ক) টলইুন

(খ) ফিল

(গ) গ্লিচাৰল

(ঘ) ইউৰ’ট্ৰপিন

উত্তৰঃ (ঘ) ইউৰ’ট্ৰপিন

৪৭) ধাতু নিষ্কাষণৰ বাবে কাৰ্বন বিজান পদ্ধতিটোৰ কি নাম দিয়া হৈছে ?

(ক) তাপজাৰণ

(খ) বিগলন

(গ) জলীয়কৰণ

(ঘ) প’লিং

উত্তৰঃ (খ) বিগলন 

৪৮) আলোকী কাঁচত উচ্চ শতকৰাৰ – থাকে ।

(ক) PbO

(খ) B2O3

(গ) Al2O3

(ঘ) MgO

উত্তৰঃ (ক) PbO

৪৯) যদি লঘু এচিড (H2SO) ৰ সৈতে বিক্ৰিয়াৰ ফলত তলৰ কোনটো অক্সাইডে H,O, উৎপন্ন কৰে ?

(ক) PbO2

(খ) Na2SO4

(গ) MNO2

(ঘ) TiO2

উত্তৰঃ (খ) Na2SO4

৫০) ছডিয়াম পেৰ’ক্সাইডৰ পানীৰ বিক্ৰিয়াৰ দ্বাৰা তলৰ কোনটো উৎপন্ন হয় ?

(ক) H2

(খ) N2

(গ) O2

(ঘ) CO2

উত্তৰঃ (গ) O2

৫১) তলৰ কোনটোৰ পদাৰ্থই পানীৰ সৈতে বিক্ৰিয়াৰ পিছত একে গেছীয় পদাৰ্থ উৎপন্ন কৰে ?

(ক) Ca and CaH2

(খ) Na and Na2O2

(গ) K and KO2

(ঘ) Ba and BaO2

উত্তৰঃ (ক) *Ca and CaH2

৫২) বেনজিনৰ নাইট্ৰ’ছেনত বিক্ৰিয়া কৰা পদাৰ্থ — 

(ক) NO2+

(খ) NO2

(গ) NO3

(ঘ) NHO3

উত্তৰঃ (ক) NO2+

৫৩) ক্লৰফৰ্ম আৰু এনিলিনত এলকহলীয় কষ্টিক পদাৰ্থৰ বিক্ৰিয়া ঘটালে গতি উৎপন্ন হোৱা দৰ্গন্ধময় পদাৰ্থটো হ’ল—

(ক) Nitrobenzene

(খ) Phenyl isocyanate 

(গ) Phenyl cyanide

(ঘ) Phenyl isocyanide

উত্তৰঃ (ঘ) Phenyl isocyanide

৫৪) এটা তাপবৰ্জী বিক্ৰিয়াৰ এনাথলপিৰ মান সদায় –

(ক) Positive

(খ) Negative

(গ) Zero

(ঘ) May be ‘a’ or ‘b’

উত্তৰঃ (খ) Negative

৫৫) পৃথিৱীৰ বিৰল ধাতুবোৰৰ গোটটো—

(ক) s-block

(খ) p-block

(গ) d-block

(ঘ) f-block

উত্তৰঃ (ঘ) f-block

৫৬) কৰিণ প্ৰস্তুতিত তলৰ কোনটো ব্যৱহৃত হয় ?

(ক) কেৱল MNO2

(খ) কেৱল KMnO4

(গ) MNO2 আৰু KMnO4

(ঘ) None of the Above

উত্তৰঃ (ক) কেৱল MNO2

৫৭) MgCl2 আৰু 6H2O ক উত্তপ্ত কৰিলে পোৱা যায়—

(ক) মেগনেছিয়াম অক্সাইড

(খ) মেগনেছিয়াম ক্লৰাইড

(গ) মেগনেছিয়াম ডাই ক্লাইড

(ঘ) মেগনেছিয়াম অক্সিক্লৰাইড

উত্তৰঃ (গ) মেগনেছিয়াম ডাই ক্লাইড

৫৮) দস্তালেপন প্ৰক্ৰিয়াত জড়িত থকা মৌলটো—

(ক) Zn

(খ) Cu

(গ) Ag

(ঘ) Fe

উত্তৰঃ (ক) Zn

৫৯) 25°C উষ্ণতাত তলৰ কোনটো মৌলৰ 0.1 M দ্ৰৱৰ ৰসাকৰ্ষী চাপ সৰ্বাধিক হ’ব?

(ক) CaCl2

(খ) KCI

(গ) গ্লুক’জ

(ঘ) ইউৰিয়া

উত্তৰঃ (ক) CaCl2

৬০) পৰীক্ষাগাৰত সংশ্লেষণত কৰা প্ৰথম জৈৱ যৌগটো আছিল—

(ক) এলকহল

(খ) এচিটিক এচিড

(গ) ইউৰিয়া

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ইউৰিয়া

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-2

৬১) প্ৰাইমাৰী এলকহলক ক্লৰিণৰ সৈতে জাতি কৰিলে, পোৱা যায়—

(ক) ক্লৰেল

(খ) ক্লৰ ফৰ্ম

(গ) মিথাইল ক্লৰাইড

(ঘ) এচিটিক এচিড

উত্তৰঃ (ক) ক্লৰেল

৬২) তলৰ কোনটোৰ উপস্থিতি ত এচিটনে ।, ৰ সৈতে বিক্ৰিয়া কৰি আয়ডফৰ্ম প্ৰস্তুত কৰে ?

(ক) CaCO3

(খ) NaOH

(গ) KOH

(ঘ) MgCO3

উত্তৰঃ (খ) NaOH

৬৩) নাইট্ৰ’জেন অণুৰ বান্ধনি ক্ৰমে

(ক) 2.0

(খ) 1.5

(গ) 2.5

(ঘ) 3

উত্তৰঃ (ঘ) 3

৬৪) গাঢ় H2SO ৰ সৈতে বিক্ৰিয়া কৰিলে চেনিৰ কি ঘটে ?

(ক) জাৰণ

(খ) বিজাৰক

(গ) ডিহাইড্ৰেছন

(ঘ) জল অপঘটন

উত্তৰঃ (গ) ডিহাইড্ৰেছন

৬৫) 118 পৰমাণুক্ৰমাংক বিশিষ্ট মৌলটো হ’ব—

(ক) এলকালি

(খ) নিষ্ক্ৰিয় গেছ

(গ) লেন্থানাইট

(ঘ) সংক্ৰমণশীল মৌল 208

উত্তৰঃ (খ) নিষ্ক্ৰিয় গেছ

৬৬) তলৰ কোনটো যৌগই টলেনৰ বিজাৰকৰ সৈতে যোগাত্মক পৰীক্ষা দেখুৱাব ?

(ক) এচিটেমাইড

(খ) এচিটেলডিহাইড

(গ) এচিটিক এচিড

(ঘ) এচিটন

উত্তৰঃ (খ) এচিটেলডিহাইড

৬৭) তেজষ্ক্ৰিয় বিভংগনত এটা নিৰ্গত কণা আহে —

(ক) পৰমাণটুটোৰ নিউক্লিয়াছৰ পৰা

(খ) পৰমাণটুটোৰ অন্তঃ খোলৰ পৰা

(গ) পৰমাণটুটোৰ বহিঃ খোলৰ পৰা

(ঘ) মুখ্য় কোৱন্টাম সংখ্যাযুক্ত কক্ষৰ পৰা

উত্তৰঃ (ক) পৰমাণটুটোৰ নিউক্লিয়াছৰ পৰা

৬৮) তলৰ কোনটো মৌলই ঢলা লোত অধিক অশুদ্ধি ৰ সৃষ্টি কৰে ? 

(ক)ছিলিকন

(খ) অক্সিজেন

(গ) ছালফাৰ

(ঘ) গ্ৰেফাইট

উত্তৰঃ (ঘ) গ্ৰেফাইট

৬৯) তলৰ কোন দুটা পদাৰ্থই পানীৰ সৈতে বিক্ৰিয়াৰ পিছত একে গেছীয় পদাৰ্থ উৎপন্ন কৰে ? 

(ক) Ca and CaH₂

(খ) Na and Na2O2

(গ) K and KO2

(ঘ) Ba and BaO 2

উত্তৰঃ (ক) Ca and CaH₂

৭০) অক্টেট নীতিৰ পৰা বিচলিত হোৱা মৌলটো হ’ল—

(ক) MgO

(খ) NaCl 

(গ) BeCl2

(ঘ) NH3

উত্তৰঃ (গ) BeCl2

৭১) বহুৰূপীয় এলকাইল হেলাইডৰ উতলাংকৰ শুদ্ধ ক্ৰমটো হ’ল—

(ক) n-এমাইল ক্লৰাইড > আইছ’মাইল ক্লাইড > টেট্ৰামাইল ক্লৰাইড

(খ) আইছ’এমাইল ক্লাইড > n-এমাইল ক্লাইড > টেট্ৰামাইল ক্লাইড

(গ) n-এমাইল ক্লৰাইড > টেট্ৰামাইল ক্লাইড > আইছ’এমাইল ক্লৰাইড

(ঘ) টেট্ৰামাইল ক্লাইড > n-এমাইল ক্লাইড > আইছ’এমাইল ক্লৰাইড

উত্তৰঃ (ক) n-এমাইল ক্লৰাইড > আইছ’মাইল ক্লাইড > টেট্ৰামাইল ক্লৰাইড

৭২) তলৰ কোনটোৰ গলনাংক সৰ্বাধিক ?

(ক) ক্লৰ’বেনজিন

(খ) o- ডাইক্লৰ’বেনজিন

(গ) m- ডাইক্লৰ’বেনজিন

(ঘ) p- ডাইক্লৰ’বেনজিন

উত্তৰঃ (ঘ) p- ডাইক্লৰ’বেনজিন

৭৩) তলৰ কোনটোৰ দ্বিমেৰু ভ্ৰামক সৰ্বোচ্চ ?

(ক) NH3

(খ) PH4

(গ) PCl5

(ঘ) N2O

উত্তৰঃ (ক) NH3

৭৪) বেনজাইল এলডিহাইডক কিহৰ সৈতে বিজান ঘটাই ফিনাইল মিথানল পাব পাৰি ?

(ক) CH3 Br

(খ) ZN and HCI

(গ) CH3Br and Na

(ঘ) CH4 and Mg

উত্তৰঃ (খ) ZN and HCI

৭৫) ফৰ্মেল ডিহাইড আৰু KOH ক উত্তপ্ত কৰিলে পোৱা যায়—

(ক) মিথেন

(খ) এচিটাইলিন

(গ) ইথাইল ফৰ্মেট

(ঘ) মিথাইল এলকহলে

উত্তৰঃ (ঘ) মিথাইল এলকহলে

৭৬) কাৰ্বন-14 ডেটিং পদ্ধতিৰ মূল ভিত্তি হ’ল—

(ক) সকলো ক্ষেত্ৰতে কাৰ্বন-14 ৰ ভগ্নাংশ একে থাকে

(খ) কাৰ্বন-14 যথেষ্ট অদ্ৰৱনীয়

(গ) কাৰ্বন-12 আৰু কাৰ্বন-14 ৰ অনুপাত  ধ্ৰুৱক

(ঘ) ওপৰৰ আটাইকে ইটা

উত্তৰঃ (গ) কাৰ্বন-12 আৰু কাৰ্বন-14 ৰ অনুপাত  ধ্ৰুৱক

৭৭) বিশুদ্ধ ছিলিকন পাবৰ বাবে প্ৰয়োগ কৰা পদ্ধতি ত অৰ্ধপৰিবাহী হিচাপে ব্যৱহৃত হয়—

(ক) জাৰণ

(খ) বিদ্যুৎ ৰসায়ন

(গ) স্ফটিকীকৰণ

(ঘ) পৰিশোধন

উত্তৰঃ (ঘ) পৰিশোধন

৭৮) গ্লুক’জ হৈছে ____ৰ এটা উদাহৰণ ?

(ক) ডাইছেকাৰাইড

(খ) এলডহেক্সজ

(গ) কিট’হেক্সজ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এলডহেক্সজ

৭৯) Cr2O7-2  ত Cr ৰ জাৰণ সংখ্যা—

(ক) -5

(খ) +6 206

(গ) + 5

(ঘ) -6

উত্তৰঃ (খ) +6 206

৮০) তলৰ কোনটোত সৰ্বাধিক ক্লৰিণ থাকে ?

(ক) DDT

(খ) পাইৰিন

(গ) ক্লৰেল

(ঘ) আয়ড ফৰ্ম

উত্তৰঃ (খ) পাইৰিন

৮১) লেন্থানাইট মৌল সম্পৰ্কীয় তলৰ কোনটো উক্তি অসত্য ?

(ক) সকলো লেন্থানাইটেই উচ্চ ঘনত্বৰ ধাতু

(খ) লেন্তানাইট মৌলৰ অধিক চাৰিত্ৰিক জাৰণ সংখ্যাটো হৈছে + 3

(গ) আয়ন আদান-প্ৰদান প্ৰথাৰে লেন্থানাইট মৌলবোৰৰ এটাৰ পৰা আনটো পৃথক কৰা হয়

(ঘ) পৰমাণুক্ৰমাংক বৃদ্ধিৰ লগে লগে ট্ৰাইভেলেন্ট লেন্থানাইটৰ আয়নীয় ব্যাসাৰ্দ্ধ ক্ৰমে বৃদ্ধি পায় ৷

উত্তৰঃ (ঘ) পৰমাণুক্ৰমাংক বৃদ্ধিৰ লগে লগে ট্ৰাইভেলেন্ট লেন্থানাইটৰ আয়নীয় ব্যাসাৰ্দ্ধ ক্ৰমে বৃদ্ধি পায় ৷

৮২) .তলৰ কোনবিধ সবাতোকৈ বেছি মিঠা যুক্ত চেনী ?

(ক) ছুক্ৰ’জ

(খ) গ্লুক’জ

(গ) ফ্লুক্ট’জ

(ঘ) মেল্ট’জ

উত্তৰঃ (ঘ) মেল্ট’জ

৮৩) 4- ডাইক্লৰ’, 3, 5, –ডাই মিথাইল ফি’নল হ’ল—

(ক) বীজাণনুাশক

(খ) কীটনাশক

(গ) মেলেৰীয়া ৰোধী

(ঘ) বেদনাহাৰী

উত্তৰঃ (ক) বীজাণনুাশক

৮৪) তলৰ কোনটো পেৰামেগনেটিক?

(ক) O22 –

(খ) NO

(গ) CO

(ঘ) CN

উত্তৰঃ (খ) NO

৮৫) শুদ্ধ উক্তিটো চিনাক্ত কৰা ।

(ক) প্লাষ্টাৰ অৱপেৰিছ উত্তপ্ত কৰি জিপছাম পাব পাৰি

(খ) জিপছামৰ হাইড্ৰ’ছেনৰ দ্বাৰা প্লাষ্টাৰ অৱপেৰিছ পাব পাৰি

(গ) জিপছামৰ আংশিক জাৰণৰ দ্বাৰা প্লাষ্টাৰ অৱপেৰিছ পাব পাৰি

(ঘ) জিপছামতকৈ প্লাষ্টাৰ অৱপেৰিছতকৈ কম শতকৰা পৰিমাণৰ কেলছিয়াম থাকে ।

উত্তৰঃ (ঘ) জিপছামতকৈ প্লাষ্টাৰ অৱপেৰিছতকৈ কম শতকৰা পৰিমাণৰ কেলছিয়াম থাকে ।

৮৬) মেল্ট’জৰ জলবিশ্লেষণ ঘটালে পোৱা যায় ?

(ক) গ্লুক’জ

(খ) ফ্লুক্ট’জ 

(গ) মেল্ট’জ

(ঘ) মেন’জ

উত্তৰঃ (ক) গ্লুক’জ

৮৭) লেন্থানাইটৰ গাঢ়তা তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰশীল ?

(ক) Zr আৰু Y ৰ ব্যাসাৰ্দ্ধ প্ৰায় একে

(খ) Zr আৰু Nb ৰ জাৰণ অৱস্থা একে

(গ) Zr আৰু Hfৰ ব্যাসাৰ্ধ প্ৰায় একেই

(ঘ) Zr আৰু Zn ৰ জাৰণ সংখ্যা একে

উত্তৰঃ (গ) Zr আৰু Hfৰ ব্যাসাৰ্ধ প্ৰায় একেই

৮৮) এটা ৰেচেমিক (racemic) মিশ্ৰক d বা । ফৰ্মলৈ পৃথক কৰা প্ৰক্ৰিয়াটোক কোৱা হয়—

(ক) সমকৰণ

(খ) ডায়াষ্টেৰিঅমাৰ 

(গ) বিযোজন

(ঘ) ইনানছিঅমাজিম

উত্তৰঃ (গ) বিযোজন

৮৯) H,S ত ছালফাৰৰ জাৰণ সংখ্যা—

(ক) -2

(খ) + 3

(গ) + 2

(ঘ) -3 211

উত্তৰঃ (ক) -2

৯০) জাৰ্মেনিয়ামৰ স্ফটিকৰ জালীত যদি আমি পঞ্চযোজী অশুদ্ধি মিহলাও, তেন্তে কি প্ৰকাৰৰ অৰ্ধ পৰিবাহীৰ সৃষ্টি হ’ব?

(ক) p- প্ৰকাৰৰ অৰ্ধপৰিবাহী

(খ) n- প্ৰকাৰৰ অৰ্ধপৰিবাহী

(গ) (ক) আৰু (খ) দুয়োটা

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ঘ) ওপৰৰ এটাও নহয়

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৯১) H2S অণটুটোত কোন প্ৰকাৰৰ বান্ধনি আছে ?

(ক) আয়নীয়

(খ) সহযোজী

(গ) co-ordinate বান্ধনি ।

(ঘ) আটাইকেইটা ৷

উত্তৰঃ (খ) সহযোজী

৯২) হাইড্ৰ’জেন ছালফাইডে Ag, Sn আৰু Zn ৰ লগত বিক্ৰিয়া কৰি ছালফাইড দিয়ে । এই বিক্ৰিয়াবোৰৰ উৎপাদিত গেছ বিধ হ’ল—

(ক) N2

(খ) O2

(গ) H2

(ঘ) Ne

উত্তৰঃ (গ) H2

৯৩) যেতিয়া পটাছিয়াম ফেৰ ছায়েনাইড কৃষ্টেলক গাঢ় ছালফিউৰিক এছিদ : 27.2 লগত তপতোৱা হয়, উৎপাদিত গেছটো হ’ল—

(ক) এম’নিয়া

(খ) ছালফাৰ ডাই অক্সাইড

(গ) কাৰ্বন ডাই অক্সাইড

(ঘ) কাৰ্বন মনক্সাইড।

উত্তৰঃ (ঘ) কাৰ্বন মনক্সাইড।

৯৪) সাধাৰণ উষ্ণতাত হাইড্ৰ’জেন অধিক সক্ৰিয় নহয়, কাৰণ ইয়াক পোৱা যায়–

(ক) জুলীয়া অৱস্থাত

(খ) গেছীয় অৱস্থা 

(গ) আণৱিক অৱস্থা

(ঘ) গোটা অৱস্থাত ।

উত্তৰঃ (গ) আণৱিক অৱস্থা

৯৫) যেতিয়া HgSO4 ৰ উপস্থিতিত পনীয়া H2SO4 ৰে এছিটিলিন পঠোৱা হয়, গঠিত যৌগটো হ’ব—

(ক) ইথাৰ

(খ) কিটন

(গ) এছে টিক এছিদ 

(ঘ) এছিটেলডিহাইড।

উত্তৰঃ (ঘ) এছিটেলডিহাইড।

৯৬) টেট্ৰাইথাইল লেড ব্যৱহৃত হয়—

(ক) বিষনাশক হিচাপে

(খ) জইু নিৰ্বাপক হিচাপে 

(গ) গেছ’লিনত মিশ্ৰণকাৰক (gasoline additive) হিচাপে

(ঘ) মহ বিজাৰক হিচাপে ।

উত্তৰঃ (গ) গেছ’লিনত মিশ্ৰণকাৰক (gasoline additive) হিচাপে

৯৭) বিক্ৰিয়াৰ গতি ধ্ৰুৱকৰ ওপৰত উষ্ণতাৰ প্ৰভাব দিয়ে,

(ক) কিছফৰ সমীকৰণে

(খ) আৰ্হেনিয়াছৰ সমীকৰণে

(গ) গিবছ- হেলমল্টজ সমীকৰণে

(ঘ) ক্লেইচেন – ক্লেইপিৰন সমীকৰণে ।

উত্তৰঃ (খ) আৰ্হেনিয়াছৰ সমীকৰণে

৯৮) 2A+ B —》A2B, বিক্ৰিয়াটোত যদি A ৰ গাঢ়তা দুগুণ কৰা হয়, আৰু B ৰ গাঢ়তা আধা কৰা হয়, তেতিয়া বিক্ৰিয়াটোৰ গতিৰ হাৰ —

(ক) দুগুণ কমিব

(খ) দুগুণ বাঢ়িব

(গ) 4 গুণ বাঢ়িব

(ঘ) একে থাকিব।

উত্তৰঃ (খ) দুগুণ বাঢ়িব

৯৯) তলৰ কোনটো নকিং বিৰোধী পদাৰ্থ হিচাপে ব্যৱহৃত হয় ?

(ক) তেল (T.E.L.)

(খ) ইথাইল এলকহল

(গ) গ্লায়ক্সেল

(ঘ) ফ্ৰিয়ন

উত্তৰঃ (ক) তেল (T.E.L.)

১০০) What is the most abundant metal in the human body – মানৱদেহত প্ৰচুৰ পৰিমাণে থকা ধাতৱ পদাৰ্থ কি ?

(ক) Calcium 

(খ) Magnesium 

(গ) Zink 

(ঘ) Iron

উত্তৰঃ (ক) Calcium

We hope that Chemistry MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top