Chemistry MCQ For SSUHS CEE Entrance Exam Part-2

Chemistry MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-2

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Chemistry for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) বাণিজ্যিক গেছ’লিনত তলৰ কোনটো প্ৰকাৰৰ হাইড্ৰ’কাৰ্বন অধিক পোৱা যায় ?

(ক) শাখা হাইড্ৰ’কাৰ্বন

(খ) পোন-শৃংখল হাইড্ৰ’কাৰ্বন

(গ) সৰল ৰৈখিক অসংপৃক্ত হাইড্ৰ’কাৰ্বন

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শাখা হাইড্ৰ’কাৰ্বন

২) এটা প্ৰথম ক্ৰমৰ বিক্ৰিয়া 45 মিনিটত আধা সম্পূৰ্ণহয়। বিক্ৰিয়াটোৰ 99.9% সম্পূৰ্ণ হ’বলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব ?

(ক) 5 ঘণ্টা

(গ) 10 ঘণ্টা

(খ) 7.5 ঘণ্টা

(ঘ) 20 ঘণ্টা

উত্তৰঃ (খ) 7.5 ঘণ্টা

৩) তলৰ কোনটোত সংকৰ কাৰ্বন আৰু ক্ৰম কাৰ্বনৰ মাজৰ বান্ধনি দৈৰ্ঘ্য আটাইতকৈ কম ?

(ক) প্ৰপেন

(খ) বিউটেন

(গ) প্ৰপিন

(ঘ) প্ৰপাইন

উত্তৰঃ (ঘ) প্ৰপাইন

৪) তলৰ কোনটো এটা অনুসংখ্যা (colligative) ধৰ্ম ?

(ক) সান্দ্ৰতা

(খ) পৃষ্ঠটান

(গ) প্ৰতিসৰণাংক

(ঘ) ৰসাকৰ্ষী চাপ

উত্তৰঃ (ঘ) ৰসাকৰ্ষী চাপ

৫) H2 + Cl2 → 2HCI বিক্ৰিয়াটোৰ পানীত সংঘটিত হয়। বিক্ৰিয়াটোৰ ক্ৰম হ’ব—

(ক) 2 

(খ) 1

(গ) 0

(ঘ) 3

উত্তৰঃ (গ) 0

৬) কেলছিয়াম পাইড্ৰাইডৰ পানীৰ সৈতে বিক্ৰিয়া ঘটালে কি উৎপন্ন হয়। 

(ক) Ca

(খ) H2

(গ) CaH2

(ঘ) CaO

উত্তৰঃ (খ) H2

৭) BF3 হৈছে —

(ক) লুইৰ এচিড

(খ) লুইৰ ক্ষাৰ

(গ) ব্ৰনস্টেড এচিড

(ঘ) ব্ৰনষ্টেড ক্ষাৰ

উত্তৰঃ (ক) লুইৰ এচিড

৮) এটা আদৰ্শ গেছক গেছৰ গতি সূত্ৰ অনসুৰি তৰলীকৃত কৰিব নোৱাৰি । কিয়নো ?

(ক) ইয়াৰ ক্ৰান্তি ক উষ্ণতা 0°C তকৈ বেছি

(খ) তৰল হোৱাৰ পূৰ্বেই ই গোট মাৰে

(গ) ইয়াৰ অনুবোৰ তুলনামূলকভাৱে ক্ষুদ্ৰ আকাৰৰ

(ঘ) ইয়াৰ অনুবোৰৰ মাজৰ শক্তি উপেক্ষণীয়

উত্তৰঃ (ঘ) ইয়াৰ অনুবোৰৰ মাজৰ শক্তি উপেক্ষণীয়

৯) C7H8O আণৱিক সূত্ৰযুক্ত যৌগৰ সাম্ভাব্য বহুৰূপৰ সংখ্যা—

(ক) 3

(খ) 5

(গ) 7

(ঘ) 9

উত্তৰঃ (খ) 5

১০) বিক্ৰিয়াৰ হাৰ কিহৰ ওপৰত নিৰ্ভৰশীল ?

(ক) আয়তন

(খ) গতি

(গ) চাপ

(ঘ) বিক্ৰিয়াৰ গাঢ়তা

উত্তৰঃ (ঘ) বিক্ৰিয়াৰ গাঢ়তা

১১) তলৰ কোনটোক উলসূতাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয় ?

(ক) নাইলন 66

(খ) টেকলন

(গ) ইথাইল এক্ৰাইলেট

(ঘ) এক্ৰ’লনাইট্ৰাইল

উত্তৰঃ (ঘ) এক্ৰ’লনাইট্ৰাইল

১২) কেলছিয়াম ক্লৰাইডৰ সংকেতটো হ’ল—

(ক) Ca (CIO4)2

(খ) Ca (CIO3)2

(গ) CaClO2

(ঘ) Ca (CIO2)2

উত্তৰঃ (ঘ) Ca (CIO2)2

১৩) তলৰ কোনটো ধাতু লৌহ চুম্বকীয় নহয় ?

(ক) লো

(খ) নিকেল

(গ) কোবাল্ট

(ঘ) মেংগানিজ

উত্তৰঃ (ঘ) মেংগানিজ

১৪) ম’ৰৰ লৱনত (Mohr’s Salt) থকা পানীৰ অণুৰ সংখ্যা—

(ক) 5 

(খ) 7 

(গ) 6 

(ঘ) 8 

উত্তৰঃ (গ) 6

১৫) এটা এলডিহাইডে এলডল ঘনীভৱন দেখুৱায়, যদিহে —

(ক) এটা এৰিটমেটিক আঙুঠি থাকে

(খ) আলফা H পৰমাণু নাথাকে.

(গ) অন্ততঃ এটা আলফা H পৰমাণু থাকে

(ঘ) অন্ততঃ এটা বিতা H পৰমাণু থাকে

উত্তৰঃ (গ) অন্ততঃ এটা আলফা H পৰমাণু থাকে

১৬) এটা প্ৰদত্ত কলয়ডৰ বহিঃক্ষেপৰ বাবে এনায়নৰ ক্ষমতা কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক) ইয়াৰ আধানৰ ওপৰত

(খ) আধানৰ চিহ্নৰ ওপৰত

(গ) আধানৰ মাত্ৰাৰ ওপৰত

(ঘ) আধান আৰু মাত্ৰা দুয়োটাৰ ওপৰতে

উত্তৰঃ (ঘ) আধান আৰু মাত্ৰা দুয়োটাৰ ওপৰতে

১৭) তলৰ কোনটো ‘থামচেটিং’ বহুৰূপীৰ উদাহৰণ ?

(ক) নাইলন

(খ) বেকেলাইট

(গ) পলিথিন

(ঘ) পলিষ্টাৰিন

উত্তৰঃ (খ) বেকেলাইট

১৮) তলৰ কোনটো আয়নৰ আকাৰ সবাতোকৈ বহৃৎ ?

(ক) Cl

(খ) s -2

(গ) Ca2

(ঘ) K + 

উত্তৰঃ (খ) s -2

১৯) তলৰ কোনটো এটা লুইৰ অম্ল নহয় ?

(ক) BF3

(খ) FeCl3

(গ) SiF4

(ঘ) C₂H4

উত্তৰঃ (ঘ) C₂H4

২০) Alfa – D গ্লুক’জ আৰু Bita – D গ্লুক’জ এটা আনটোৰ পৰা পৃথক কিয়নো —– সাপেক্ষে কাৰ্বন পৰমাণু পৃথক পৃথক ৷

(ক) অণুৰূপতা

(খ) বিন্যাস

(গ) OH বৰ্গৰ সংখ্যা

(ঘ) হেমিয়াছিটেল (hemiacetal) আঙুঠিৰ আকাৰ

উত্তৰঃ (খ) বিন্যাস

২১) 20% আয়নীকৃত NH, OH ৰ এটা 0.1 নৰ্মেল দ্ৰৱৰ PH ৰ মান—

(ক) 13.30

(খ) 14.70

(গ) 12.30

(ঘ) 12.95

উত্তৰঃ (গ) 12.30

২২) আয়ডিনৰ সৈতে ছডিয়াম থায় ছালফেট বিক্ৰিয়াত পোৱা যায়—

(ক) ছালফেট আয়ন

(খ) ছালফাইট আয়ন

(গ) ছালফাইড আয়ন

(ঘ) টেট্ৰাথায়নেট আয়ন

উত্তৰঃ (ঘ) টেট্ৰাথায়নেট আয়ন

২৩) তলৰ কোনটোৰ সংগ্ৰহৰ বাবে বেইলষ্টেইনৰ পৰীক্ষাৰ সহায় লোৱা হয়?

(ক) Cl

(খ) Na

(গ) N2

(ঘ) CO2

উত্তৰঃ (ক) Cl

২৪) উষ্ণতাৰ সৈতে নিৰ্ভৰশীল নোহোৱা গাঢ়তাৰ এককটো হ’ল

(ক) ম’লেলটি

(খ) ম’লাৰিটি

(গ) নমেলিটি

(ঘ) ওজন- আয়তনৰ শতকৰা পৰিমাণ

উত্তৰঃ (ক) ম’লেলটি

২৫) ইথানলিক KOH ৰ সৈতে ইথাইল এমিন আৰু ক্লৰফৰ্মৰ এটা মিশ্ৰ উত্তপ্ত কৰিলে পোৱা যৌগটো হ’ল—

(ক) এটা এমাইড

(খ) এটা এলকাইল হেলাইড

(গ) এটা ইথাইল আইছ’ চায়ানাইড

(ঘ) এটা ব্ৰমাইড আৰু নাইট্ৰ’যৌগ

উত্তৰঃ (গ) এটা ইথাইল আইছ’ চায়ানাইড

২৬) এলিফ টিক প্ৰাইমাৰী এমিনৰ সৈতে নাইট্ৰাছ এচিডৰ বিক্ৰিয়াত পোৱা যায়—

(ক) এলকহল

(খ) এলকাইল নাইট্ৰাইট

(গ) নাইট্ৰ’এলকেন

(ঘ) ছেকেণ্ডাৰী এমিন

উত্তৰঃ (ক) এলকহল

২৭) এমাইল ক্লৰাইডৰ দ্বাৰা টলইুনক বেনজেলডিহাইডলৈ জাৰিত কৰা কাৰ্যক কোৱা হয়?

(ক) ৱাটছ বিক্ৰিয়া

(খ) কেনিজাৰোৰ বিক্ৰিয়া

(গ) এটাৰ্ড বিক্ৰিয়া

(ঘ) ৰেইমান –টাইমান বিক্ৰিয়া

উত্তৰঃ (গ) এটাৰ্ড বিক্ৰিয়া

২৮) এচিটেল ডিহাইড আৰু এচিটনক কলৰ কোনটো প্ৰক্ৰিয়াৰে চিনাক্ত কৰিব পাৰি ?

(ক) আয়ড ফৰ্ম

(খ) ম’লিছ পৰীক্ষা

(গ) স্বিফৰ পৰীক্ষা

(ঘ) ব্ৰ’মফৰ্ম পৰীক্ষা

উত্তৰঃ (গ) স্বিফৰ পৰীক্ষা

২৯) তলৰ কোনটো পদাৰ্থ জুয়েলাৰ্ছত ৰুক্ষ (rough) হিচাপে ব্যৱহাৰ যায়?

(ক) বক্সাইট

(খ) গ্ৰেফাইট

(গ) হেমেটাইট

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) হেমেটাইট

৩০) তলৰ কোন দুটাৰ মাজৰ বিক্ৰিয়াৰ দ্বাৰা গ্ৰীগনাৰ্ড বিকাৰক প্ৰস্তুত কৰা হয় ?

(ক) জিংক আৰু এলকাইল হেলাইড

(খ) মেগনেছিয়াম আৰু এলকাইল হেলাইড

(গ) মেগনেছিয়াম আৰু এলকেন

(ঘ) মেগনেছিয়াম আৰু এৰমেটিক হাইড্ৰ’কাৰ্বন

উত্তৰঃ (খ) মেগনেছিয়াম আৰু এলকাইল হেলাইড

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-1

৩১) তলৰ কোনটোৱে HBr ৰ এণ্টি – মাৰ্কনিকফৰ সংস্থাপন বিক্ৰিয়া নেদেখুৱায় ?

(ক) বিউট-2-ইন

(খ) বিউট-1-ইন

(গ) পেণ্ট-2-ইন

(ঘ) প্ৰপিন

উত্তৰঃ (ক) বিউট-2-ইন

৩২) এটা যৌগৰ আনভুবিক সূত্ৰ CH,O । যদি ইয়াৰ বাষ্পীয় ঘনত্ব 90, তেন্তে যৌগটোৰ আনৱিক সংকেত হ’ব –

(ক) C5H10O5

(খ) C3H6O3

(গ) C6H12O6

(ঘ) C4H8O4

উত্তৰঃ (গ) C6H12O6

৩৩) এটা মৌলৰ ইলেকট্ৰন আৰু নিউট্ৰনৰ সংখ্যা ক্ৰমে 18 আৰু 20 । ইয়াৰ ভৰ সংখ্যা হ’ব—

(ক) 9

(খ) 22

(গ) 37

(ঘ) 38

উত্তৰঃ (ঘ) 38

৩৪) বৰফৰ তুলনাত পানীৰ ঘনত্ব বেছি । ইয়াৰ কাৰণ –

(ক) হাইড্ৰ’জেন বান্ধনিৰ অন্তক্ৰিয়া

(খ) দ্বিমেৰু-দ্বিমেৰু অন্তক্ৰিয়া

(গ) দ্বিমেৰু- প্ৰেৰিত দ্বিমেৰু অন্তক্ৰিয়া

(ঘ) প্ৰেৰিত দ্বিমেৰু- প্ৰেৰিত দ্বিমেৰু অন্তক্ৰিয়া

উত্তৰঃ (ক) হাইড্ৰ’জেন বান্ধনিৰ অন্তক্ৰিয়া

৩৫) 570 K উষ্ণতাত মেংগানাছ অক্সাইডৰ ওপৰেৰে অনুঘটক হিচাপে আধা অম্লৰ বাস্প প্ৰবাহিত কৰিলে, কি উৎপন্ন হয় ?

(ক) এলডিহাইড

(খ) এলকহল

(গ) ইথাৰ

(ঘ) কাৰ্বক্সিলিক এচিড

উত্তৰঃ (ক) এলডিহাইড

৩৬) যদি এটা পোহৰৰ ৰশ্মি এটা বিশুদ্ধ দ্ৰৱৰ মাজেৰে পাৰ কৰা হয়, তেন্তে ই হ’ব –

(ক) দৃশ্যমান

(খ) প্ৰসাৰিত

(গ) অদৃশ্য

(ঘ) এটাও নহয়

উত্তৰঃ (গ) অদৃশ্য

৩৭) এটা পদাৰ্থৰ প্ৰাৰম্ভিক শক্তি

(ক) উষ্ণতা বৃদ্ধিৰ লগে লগে হ্ৰাস পায়

(খ) উষ্ণতা হ্ৰাসৰ লগে লগে বৃদ্ধি পায়

(গ) E = mC2 ৰ পৰা গণনা কৰিব পাৰি

(ঘ) উষ্ণতাৰ পৰিৱৰ্তন ঘটিলে ও অপৰিৱৰ্তত থাকে

উত্তৰঃ (খ) উষ্ণতা হ্ৰাসৰ লগে লগে বৃদ্ধি পায়

৩৮) পেট্ৰ’লিয়ামত মূলতঃ থাকে –

(ক) চাইক্ল’এলকে ন আৰু এৰ’মেট

(খ) এৰ’মেটিক হাইড্ৰ’কাৰ্বন

(গ) এলিফ টিক হাইড্ৰ’কাৰ্বন

(ঘ) অজৈৱ যৌগ

উত্তৰঃ (গ) এলিফ টিক হাইড্ৰ’কাৰ্বন

৩৯) তলৰ কোনটো যৌগই এলড’ল ঘনীভবন বিক্ৰিয়া নেদেখুৱায় ?

(ক) ইথানেল

(খ) প্ৰপানেল

(গ) বেনজালডিহাইড

(ঘ) ট্ৰাইডিউটে’ ইথানেল

উত্তৰঃ (গ) বেনজালডিহাইড

৪০) পেৰাছিটেমল এবিধ—

(ক) এণ্টি পাইৰেটিক আৰু এনালজেছিক

(খ) এনালজেছিক

(গ) এন্টি পাইৰেটিক

(ঘ) এণ্টি মেলেৰিয়াল

উত্তৰঃ (ক) এণ্টি পাইৰেটিক আৰু এনালজেছিক

৪১) তলৰ কোনটো তৰল?

(ক) Br2O

(খ) ClO2

(গ) CI2O

(ঘ) OF2

উত্তৰঃ ClO2

৪২) যোগাত্মক আৰু ৰূপান্তৰ নঘটোৱাকৈ তলৰ কোনটোক বেদনানাশক হিচাপে ব্যৱহাৰ কৰিব পাৰি ?

(ক) ড্ৰাজেপ’ম

(খ) মৰ্ফিন

(গ) টেট্ৰাহাইড্ৰকে টানল

(ঘ) N-এচি টাইল-পেৰা-এমিন ফিনল

উত্তৰঃ (ঘ) N-এচি টাইল-পেৰা-এমিন ফিনল

৪৩) বিজাৰক হিচাপে ক্ৰিয়া কৰা অক্সাইডটো হ’ল—

(ক) NO2

(খ) SO2

(গ) CO2

(ঘ) CIO2

উত্তৰঃ (গ) CO2

৪৪) ফিনলে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হ’ব ?

(ক) এনিছ’ল

(খ) বেনজিন

(গ) বেনজালডিহাইড

(ঘ) ফিনাইল এচিটেট

উত্তৰঃ (খ) বেনজিন

৪৫) শুকান Ag,O ৰ সৈতে এলকাইল হেলাইডক উত্তপ্ত কৰিলে পোৱা যায়—

(ক) এষ্টাৰ

(খ) ইথাৰ

(গ) কিটন

(ঘ) এলক’হল

উত্তৰঃ (খ) ইথাৰ

৪৬) তলৰ কোনটোত বেছি শতকৰা পৰিমাণৰ কাৰ্বন থাকে ?

(ক) পিট

(খ) লিগনাইট

(গ) বিটুমিনাছ

(ঘ) এনথ্ৰাচাই

উত্তৰঃ (ঘ) এনথ্ৰাচাই

৪৭) তলৰ কোনটোক লীগনাৰ্ডত এটা সাধাৰণ দাতা পৰমাণু বুলি ক’ব পাৰি ?

(ক) আছেনিক

(খ) নাইট্ৰ’জেন

(গ) অক্সিজেন

(ঘ) (ক) আৰু (খ) দুয়োটা

উত্তৰঃ (ঘ) (ক) আৰু (খ) দুয়োটা

৪৮) তলৰ কোনটো যৌগ অধিক সুস্থিৰ ?

(ক) LiF

(খ) Licl

(গ) LiBr

(ঘ) Lil

উত্তৰঃ (গ) LiBr

৪৯) জীৱন প্ৰক্ৰিয়াত এনজাইমৰ কাম হ’ল –

(ক) অক্সিজেন পৰিবহন

(খ) শক্তি গঠন

(গ) অসংক্ৰাম্যতা গঠন

(ঘ) জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ অনুঘটক

উত্তৰঃ (ঘ) জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ অনুঘটক

৫০) নাইট্ৰ’জেনৰ পৰমাণুত তিনিটা বিযোৰ ইলেকট্ৰন আছে । এইটো প্ৰমাণ কৰিব পৰা প্ৰমাণটো হ’ল—

(ক) হুন্দৰ সূত্ৰ

(খ) H- বান্ধনি গঠন

(গ) প্ৰট’ন প্ৰতিস্থাপন বিক্ৰিয়া

(ঘ) অনিশ্চয়তাৰ সূত্ৰ

উত্তৰঃ (ক) হুন্দৰ সূত্ৰ

৫১) আকাৰৰ (source) জল বিশ্লেষণক কোৱা হয়—

(ক) চাবোনীকৰণ

(খ) হাইড্ৰ ছন

(গ) এষ্টাৰিজিকেছন

(ঘ) প্ৰতীপন

উত্তৰঃ (ঘ) প্ৰতীপন

৫২) এনিলিনে যেতিয়া CH, CHO ৰ সৈতে বিক্ৰিয়া কৰে, এটা ঘনীভবন সংঘটিত হয় আৰু বেনজাল ব্যুৎপন্ন উৎপন্ন হয়। ইয়াক কোৱা হয়

(ক) মিলিয়ন ক্ষাৰ

(খ) স্কিৰ বিকাৰক

(গ) স্কিফৰ ক্ষাৰ

(ঘ) বেনেডিক্টৰ বিকাৰক

উত্তৰঃ (গ) স্কিফৰ ক্ষাৰ

৫৩) এটা বিক্ৰিয়াৰ হাৰ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল ?

(ক) পামানৱিক ভৰ

(খ) সক্ৰিয় ভৰ

(গ) তুল্যাংক ভৰ

(ঘ) আণৱিক ভৰ

উত্তৰঃ (খ) সক্ৰিয় ভৰ

৫৪) জৈৱিক প্ৰক্ৰিয়াত পানী অক্সিজেনলৈ জাতি হওঁতে প্ৰয়োজন হোৱা মৌলটো হ’ল –

(ক) Cu

(খ) Mo 

(গ) Fe

(ঘ) Mn

উত্তৰঃ (গ) Fe

৫৫) গতি শক্তিৰ সূত্ৰ মানি চলা এটা আদৰ্শ গেছ তৰল কৰিব নোৱাৰি কাৰণ-

(ক) ইয়াৰ সংকট (critical) উষ্ণতা 0°C ৰ ওপৰত

(খ) ইয়াৰ অনুবিলাক আপেক্ষিক ভাৱে সৰু

(গ) তৰল হোৱাৰ আগেয়ে ই কঠিন অৱস্থা পায় ।

(ঘ) ইয়াৰ অনবুবোৰৰ মাজৰ আকৰ্ষণী শক্তি তেনেই কম ৷

উত্তৰঃ (ঘ) ইয়াৰ অনবুবোৰৰ মাজৰ আকৰ্ষণী শক্তি তেনেই কম ৷

৫৬) বিজাৰণ কাৰক হিচাপে কাম নকৰা অক্সাইড বিধ হ’ল –

(ক) NO2

(খ) SO2

(গ) CO2

(ঘ) CIO2

উত্তৰঃ (গ) CO2

৫৭) গ্ৰিগনাৰ্ড বিকাৰক নিম্নোক্ত দুটাৰ মাজৰ বিক্ৰিয়াত প্ৰস্তুত হয় —

(ক) জিংক আৰু এলকাইল হেলাইড

(খ) মেগনেছিয়াম আৰু এলকাইল হেলাইড

(গ) মেগনেছিয়াম আৰু এলকেন

(ঘ) মেগনেছিয়াম আৰু এৰ’মেটিক হাইড্ৰ’কাৰ্বন

উত্তৰঃ (খ) মেগনেছিয়াম আৰু এলকাইল হেলাইড.

৫৮) এলিফেটিক প্ৰাইমেৰী এমাইনৰ সৈতে নাইট্ৰাছ এচিডৰ বিক্ৰিয়াত পোৱা যায় —

(ক) এলক’হল

(খ) এলকাইল নাইট্ৰাইট

(গ) চেকেণ্ডাৰী এমাইন

(ঘ) নাইট্ৰএলকেন

উত্তৰঃ (ক) এলক’হল

৫৯) নিম্নোক্ত কোনটোৱে ট’লেনৰ বিকাৰকৰ সৈতে ধনাত্মক পৰীক্ষা দেখুৱায় ?

(ক) এচিটেমাইড

(খ) এচিটেলডিহাইড

(গ) এচেটিক এচিড

(ঘ) এচিটন

উত্তৰঃ (খ) এচিটেলডিহাইড

৬০) কোনটো প্ৰক্ৰিয়াৰে প্ৰপিনৰ পৰা প্ৰপেন পাব পাৰি ?

(ক) উৰ্টজ বিক্ৰিয়া

(খ) হাইড্ৰ’জেন বিয়োগকৰণ

(গ) ফ্ৰেকলেণ্ডৰ বিক্ৰিয়া

(ঘ) অনুঘটকীয় হাইড্ৰ’জেন যোগকৰণ

উত্তৰঃ (ঘ) অনুঘটকীয় হাইড্ৰ’জেন যোগকৰণ

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-3

৬১) অক্সেলিক এচিডৰ মাধ্যমত KMnO, ৰ জলবিশ্লেষণৰ সময়ত Mn7 ৰ জাৰণ সংখ্যা পৰিৱৰ্তিত হয়—

(ক) 0

(খ) +3 

(গ) +2

(ঘ) +5

উত্তৰঃ (খ) +3 

৬২) PCI5 —> বিক্ৰিয়াটো কি বিক্ৰিয়াৰ এটা উদাহৰণ?

(ক) উভমুখী

(খ) উভমুখী নহয

(গ) অগ্ৰগামী

(ঘ) পশ্চাদমুখী

উত্তৰঃ (ক) উভমুখী

৬৩) এৰোপ্লেনত ব্যৱহাৰ কৰা গেছটো-

(ক) Ne

(খ) He

(গ) Ar

(ঘ) Xe.

উত্তৰঃ (খ) He

৬৪) হিলিয়াম তেজষ্ক্ৰিয় খনিজ পদাৰ্থত পোৱা যায় কাৰণ

(ক) ই তেজষ্ক্ৰিয় প্ৰকৃতিৰ

(খ) ই তেজষ্ক্ৰিয় মৌলৰ লগত বিক্ৰিয়া কৰে ৷

(গ) মনাযাইট (monazite) ৰ দৰে খনিজ পদাৰ্থত থকা তেজষ্ক্ৰিয় মৌলৰ বিকিৰণৰ ফলত সৃষ্টি হ’য়।

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) মনাযাইট (monazite) ৰ দৰে খনিজ পদাৰ্থত থকা তেজষ্ক্ৰিয় মৌলৰ বিকিৰণৰ ফলত সৃষ্টি হ’য়।

৬৫) বিখণ্ডন প্ৰক্ৰিয়া (cracking process) ত ব্যৱহৃত অনুঘটক হ’ল—

(ক) Co আৰু Sn

(খ) LiO2 আৰু KMnO

(গ) MgO আৰু FeO

(ঘ) SiO2, Al2O3 আৰু MNO2

উত্তৰঃ (ঘ) SiO2, Al2O3 আৰু MNO2

৬৬) নিম্নোক্ত কোনটো ক্ষাৰক (base) নহয় ?

(ক) NH3

(খ) N2H4

(গ) NH2OH

(ঘ) (CH3)3N.

উত্তৰঃ (ক) NH3

৬৭) নিম্নোক্ত কোনটো অম্লতা বৃদ্ধিৰ শুদ্ধ ক্ৰম ?

(ক) HF < HCl < HBr < HI

(খ) HI < HBr > HCl < HF

(গ) HF > HCl < HBr > HI

(ঘ) HF > HCl > HBr >HI.

উত্তৰঃ (ক) HF < HCl < HBr < HI

৬৮) হেমেটাইটৰ পৰা লো প্ৰস্তুতিত ব্যৱহৃত চূণশিলে কাম কৰে —

(ক) বিগালক (Flux) হিচাপে

(খ) ধাতুমল (slag) হিচাপে

(গ) বিজাৰক হিচাপে

(ঘ) জাৰক হিচাপে ৷

উত্তৰঃ (ক) বিগালক (Flux) হিচাপে

৬৯) বেলেগ বেলেগ মৌলৰ একে বিধ ভৰ বিশিষ্ট পৰমাণবুবোৰক জনা যায়—

(ক) আইচ’টপ

(খ) আইচ’বাৰ (isobar).

(গ) আইচ’টন (isotones)

(ঘ) সমযোগী (isomer) হিচাপে ।

উত্তৰঃ (খ) আইচ’বাৰ (isobar)

৭০) উষ্ণতাৰ S.I. একক হ’ল—

(ক) পাস্কেল

(খ) কেলভিন

(গ) ছেন্টিগ্ৰেড

(ঘ) ফাৰেণহাইট।

উত্তৰঃ (খ) কেলভিন

৭১) অনাদ্ৰ AlCl3 প্ৰস্তুত কৰা হয় —

(ক) এলুমিনিয়াম আৰু Cl2 ৰ পৰা

(খ) গাঢ় HCl আৰু এলুমিনিয়াম ধাতুৰ পৰা

(গ) শুকান HCl গেছ + উত্তপ্ত Al ধাতু

(ঘ) পনীয়া HCl আৰু এলুমিনিয়াম ধাতুৰ পৰা ৷

উত্তৰঃ (গ) শুকান HCl গেছ + উত্তপ্ত Al ধাতু

৭২) ফল-মূল পকাবৰ বাবে কি গেছ ব্যৱহাৰ কৰা হয়?

(ক) মিথেন

(খ) ইথিলিন

(গ) মিথিলিন

(ঘ) এছিটাইলিন 

উত্তৰঃ (খ) ইথিলিন

৭৩) পানীৰ ৰাসায়নিক সংকেত হ’ল—

(ক) HO2

(খ) H2O

(গ) Al2O3

(ঘ) H SO 

উত্তৰঃ (খ) H2

৭৪) তলৰ কোনটো মৌল সকলো ধৰণৰ এচিড়ত পোৱা যায়?

(ক) হাইড্ৰ’জেন

(খ) কাৰ্বন

(গ) ছালফাৰ

(ঘ) অক্সিজেন 

উত্তৰঃ (ক) হাইড্ৰ’জেন 

৭৫) টিন আৰু এলুমিনিয়াম সংমিশ্ৰনত গঠিত হোৱা সংকৰ ধাতু

(ক) ব্ৰঞ্জ

(খ) তীখা

(গ) মাইকা

(ঘ) এটাও নহয় 

উত্তৰঃ (ক) ব্ৰঞ্জ

৭৬) কোনটো ধাতুপানীত জ্বলি উঠে —

(ক) লিথিয়াম

(খ) চডিয়াম

(গ) বেৰিয়াম

(ঘ) এলুমিনিয়াম 

উত্তৰঃ (খ) চডিয়াম

৭৭) পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ লুণীয়া পানী ?

(ক) 97.5 শতাংশ

(খ) 60 শতাংশ

(গ) 50 শতাংশ

(ঘ) 99 শতাংশ 

উত্তৰঃ (ক) 97.5 শতাংশ

৭৮) CFC ৰ অৰ্থ হ’ল—

(ক) ক্ল’ৰ’ ফ্ল’ৰ’ কাৰ্বন

(খ) ক্লৰিণ ফুল কাৰ্বন

(গ) কাৰ্বন ফুল ক্লৰিণ

(ঘ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) ক্ল’ৰ’ ফ্ল’ৰ’ কাৰ্বন

৭৯) জীৱ দেহত অধিক পৰিমাণে থকা ৰাসায়নিক যৌগটো হ’ল—

(ক) প্ৰ’টিন

(খ) পানী

(গ) কাৰ্বহাইড্ৰেট 

(ঘ) নিউক্লিক এচিড

উত্তৰঃ (খ) পানী

৮০) ইলেকট্ৰনৰ উপবৃত্তকাৰ কক্ষপথৰ অৱতাৰণাৰে কোনে ব’ৰৰ তত্বৰ ৰূপান্তৰ ঘটাইছিল?

(ক) হুণ্ড

(খ) ৰাডাৰফ’ৰ্ড

(গ) থমছন

(ঘ) ছমাৰফিল্ড

উত্তৰঃ ছমাৰফিল্ড

৮১) কোনটো C-H বান্ধনিৰ বিযোজন ক্ষমতা সবাতোকৈ কম ?

(ক) প্ৰাথমিক (1°) C-H বান্ধনি

(খ) ছেকেণ্ডাৰী (2°) C–H বান্ধনি

(গ) টাৰ্ছিয়াৰী (3°) C–H বান্ধনি

(ঘ) আটাইকে ইটাই

উত্তৰঃ (গ) টাৰ্ছিয়াৰী (3°) C–H বান্ধনি

৮২) তলৰ কোনটো উক্তি গেছৰ বাবে অসত্য ?

(ক) গেছৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন নাই

(খ) গেছৰ আয়তন গেছ ৰখা পাত্ৰৰ আয়তনৰ সমান

(গ) যি কোনো দিশতে গেছ ৰখা পাত্ৰৰ দেৱালত সমপৰিমাণৰ চাপ পৰে ।

(ঘ) গেছ থকা পাত্ৰৰ ওজনৰ সহায়ত গেছৰ ভৰ নিৰ্ণয় কৰিব নোৱাৰি ।

উত্তৰঃ (ঘ) গেছ থকা পাত্ৰৰ ওজনৰ সহায়ত গেছৰ ভৰ নিৰ্ণয় কৰিব নোৱাৰি ।

৮৩) অক্সিজেনৰ উপস্থিতিত আৰু গন্ধাক্ত পদাৰ্থ সৃষ্টি নকৰাকৈ জৈৱ দ্ৰৱৰ বিযোজন ঘটা প্ৰক্ৰিয়াটোক কোৱা হয়—

(ক) ক্ষয়

(খ) N2 যৌগীকৰণ

(গ) নাইট্ৰ’জেন যোগকৰণ

(ঘ) নাইট্ৰ’জেন বিয়োগকৰণ

উত্তৰঃ (ক) ক্ষয়

৮৪) এটা প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ ক্ষেত্ৰত, তলৰ কোনটোৰ ওপৰত অৰ্ধজীৱন কাল নিৰ্ভৰশীল নহয় ?

(ক) প্ৰাৰম্ভিক গাঢ়তা

(খ) প্ৰাৰম্ভিক গাঢ়তাৰ ঘন মূল

(গ) অন্তিম গাঢ়তাৰ প্ৰথম ঘাত

(ঘ) অন্তিম গাঢ়তাৰ বৰ্গমূল

উত্তৰঃ (ক) প্ৰাৰম্ভিক গাঢ়তা

৮৫) [ Pt (NH3)4Cl2 ] Br2 আৰু [Pt (NH3)4 Br2] CI2 কি প্ৰকাৰৰ বহুৰূপী ?

(ক) আলোকী

(খ) আয়নীকৰণ

(গ) সংলগ্ন

(ঘ) সমন্বয়ী

উত্তৰঃ (খ) আয়নীকৰণ

৮৬) তলৰ কোনটো বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে প্ৰস্তুত কৰা হয় ?

(ক) Ca

(খ) Sn

(গ) S

(ঘ) F2

উত্তৰঃ (ঘ) F2

৮৭) কোনটো মৌলৰ ইলেকট্ৰনীয় বিন্যাস 1s2 2s2 2p 12px 12py1?

(ক) অক্সিজেন

(খ) হাইড্ৰ’জেন

(গ) নাইট্ৰ’জেন

(ঘ) ফু’ৰিন

উত্তৰঃ (গ) নাইট্ৰ’জেন

৮৮) সহযোজী কলয়ডৰ এটা উদাহৰণ হ’ল—

(ক) গাখীৰ

(খ) ছাবোনৰ দ্ৰৱ

(গ) Rubber latex

(ঘ) তেল

উত্তৰঃ (ক) গাখীৰ

৮৯) এষ্টাৰক LiAIH, আৰু পানীত জলঅপঘটন কৰিলে পোৱা যায়-

(ক) দুটা এচিড

(খ) দুটা এলকহল

(গ) দুটা এলডিহাইড

(ঘ) এচিড আৰু এলকহল

উত্তৰঃ (খ) দুটা এলকহল

৯০) তলৰ সবাতোকৈ মিঠা চেনি ?

(ক) ছুক্ৰ’জ

(খ) গ্লুক’জ

(গ) ফ্লুক্ট’জ

(ঘ) মেল্ট’জ

উত্তৰঃ (গ) ফ্লুক্ট’জ

Chemistry MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024 (PDF) Part-4

৯১) মানুহৰ বাবে অত্যাৱশ্যকীয় এমিন’ এচিডৰ সংখ্যা—

(ক) 8

(খ) 10

(গ) 18

(ঘ) 20

উত্তৰঃ (খ) 10

৯২) ফেৰাডেৰ বিদ্যুৎ বিশ্লেষণৰ সূত্ৰ অনসুৰি, ইলেকট্ৰ’ডত জমা হোৱা ভৰ কিহৰ সমানুপাতিক?

(ক) m proposonal 1 to the power 2

(খ) m proposal Q

(গ) m proposal Q 2

(ঘ) none of these

উত্তৰঃ (খ) m proposal Q

৯৩) কপাৰ আৰু উচ্চ গাঢ়তাযুক্ত H, SO, বিক্ৰিয়াৰ পৰা উৎপন্ন হয়—

(ক) SO2

(খ) H2

(গ) Cu

(ঘ) SO2

উত্তৰঃ (ঘ) SO2

৯৪) তলৰ কোনটো NH ৰ সংযুক্ত অম্ল ?

(ক) NH4+

(খ) NH+

(গ) NH3

(ঘ) NH4OH

উত্তৰঃ (গ) NH3

৯৫) ইলেকট্ৰলাইট শোধন পদ্ধতিৰে এলুমিনিয়ামৰ বিশুদ্ধিকৰণক কোৱা হয় ?

(ক) হলৰ প্ৰক্ৰিয়া

(খ) বেয়াৰৰ প্ৰক্ৰিয়া

(গ) হুপৰ প্ৰক্ৰিয়া

(ঘ) ছেপাৰ্কৰ প্ৰক্ৰিয়া

উত্তৰঃ (গ) হুপৰ প্ৰক্ৰিয়া

৯৬) বেনজয়িক এচিডে তলৰ কোনটোৰ সৈতে বিক্ৰিয়া কৰি বেনজয়েট সৃষ্টি কৰে ?

(ক) ইথাইল এলকহ’ল

(খ) ইথাইল ক্লৰাইড

(গ) ছডিয়াম ইথক্সাইড

(ঘ) মিথাইল এলকহ’ল

উত্তৰঃ (ক) ইথাইল এলকহ’ল

৯৭) সীহৰ পেঞ্চিলত সীহৰ শতকৰা পৰিমাণ— 

(ক) 0

(খ) 20 

(গ) 80

(ঘ) 70

উত্তৰঃ (ক) 0

৯৮) ডাইবৰে ণত ব’ৰণৰ সংকৰণৰ প্ৰকাৰ —

(ক) Sp- সংকৰণ

(খ) sp2-সংকৰণ

(গ) sp3 সংকৰণ

(ঘ) sp3d2 – সংকৰণ

উত্তৰঃ (গ) sp3 সংকৰণ

৯৯) তলৰ কোনটো বৰণহীন যৌগৰ আকাৰ ?

(ক) Sc +3

(খ) V 3+

(গ) Ti 3+

(ঘ) Cr 3+

উত্তৰঃ (ক) Sc +3

১০০) পৃথিৱীৰ খোলাত তলৰ কোনবিধ ধাতু অধিক পৰিমাণে পোৱা যায় ?

(ক) Fe

(খ) Al

(গ) Ca

(ঘ) Na

উত্তৰঃ (খ) Al

We hope that Chemistry MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please explore our other blog posts in this series to find more MCQs for Biology and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top