Science Important QnA for SSHUS CEE Entrance Exam

100+ Science Important QnA for SSHUS BSc Nursing CEE 2024-2025

100+ Assam Class 11th and 12th Science Important QnA for SSHUS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100+ Assam Class 11th and 12th Science Important Questions and Answers for SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) প্ৰতি এশ গ্ৰামত ম’হৰ গাখীৰৰ পৰা কিমান শক্তি প্ৰাপ্ত কৰা হয়?

উত্তৰঃ প্ৰায় ৯০ কে’লৰি ।

২) মানুহৰ তেজ ৰঙা হোৱা কাৰণ কি ?

উত্তৰঃ মানুহৰ তেজত হিমোগ্লোবিন থকা বাবে ।

৩) গেষ্ট্ৰিক ৰস মানুহৰ কোনটো অংগৰ পৰা নিঃসৰণ হয়?

উত্তৰঃ পেটৰ পৰা।

৪) The Origin of Species নামৰ কিতাপখন কোনে লিখিছিল? 

উত্তৰঃ ডাৰউইনৰ দ্বাৰা

৫) প্ৰচেছৰৰ গতি কোন এককত জোখা হয়?

উত্তৰঃ মেগা হাৰ্জ আৰু গিগা হাৰ্জ।

৬) ফটোগ্ৰাফীত ৰাসায়নিক ভাৱে ব্যৱহৃত ‘হাইপো’ কি ?

উত্তৰঃ ছডিয়াম থিওচালফেট।

৭) প্ৰস্ৰাৱৰ হালধীয়া ৰং কিহৰ বাবে হয়?

উত্তৰঃ ইউৰোক্ৰোমৰ বাবে

৮) প্ৰাকৃতিক ৰবৰ কিহৰ পলিমাৰ?

উত্তৰঃ আইচোপ্ৰিনৰ

৯) তৰলৰ চতুৰ্থ অৱস্থাক কি বুলি কোৱা হয়?

উত্তৰঃ প্লাজমা।

১০) শৰীৰৰ কোন অংশত পিত্ত গঠন হয়?

উত্তৰঃ যকৃতত।

১১) তেজত পোৱা ধাতুটো নাম কি ?

উত্তৰঃ লো।

১২) কোনটো খাদ্যই মানৱ শৰীৰত নতুন কলাৰ বিকাশৰ বাবে পুষ্টি প্ৰদান কৰে ?

উত্তৰঃ পনীৰ। গাখীৰ পৰা উৎপাদিত এদিধ খাদ্য।

১৩) মাহ জাতীয় শস্য কাৰ এক ভাল উৎস?

উত্তৰঃ প্ৰ’টিনৰ।

১৪) দেশী ঘিউৰ গোন্ধ কিয় হয়?

উত্তৰঃ ডায়েচাইটিলৰ বাবে ।

১৫) ৰামধেনুত কোনটো ৰং অধিক বিক্ষেপ?

উত্তৰঃ ৰঙা।

১৬) কোনে দুৰদৰ্শন উদ্ভাৱন কৰিছিল?

উত্তৰঃ জে .এল. বেয়াৰ্ড।

১৭) Modern Taxonomy ৰ পিতৃ বুলি কাক কোৱা হয়?

 উত্তৰঃ লিনিয়াছক।

১৮) স্মলপক্স ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ এডৱাৰ্ড জেনাৰে ।

১৯) আমৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ মেংগিফেৰা ইণ্ডিকা।

২০) সেউজ গৃহ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগায় গেছ বিধৰ নাম কি ?

উত্তৰঃ কাৰ্বন ডাই অক্সাইড গেছ।

২১) . ছালৰ কৰ্কট ৰোগ কিহৰ ফলত হয়?

উত্তৰঃ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ ফলত হয়।

২২) জলাতঙ্কৰ ভেকছিন কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ আলেকজেণ্ডাৰ ফ্লেমিংয়ে ।

২৩) ‘ফিজিকেল ইণ্ডিয়ান ডক্টৰ’ বুলি কোনবিধ ফলক কোৱা হয়?

উত্তৰঃ আমলখিক।

২৪) অমিতা ৰং হালধীয়া হোৱা কাৰণ কি ?

উত্তৰঃ কেৰি কাজেন্থিন থকা কাৰণে অমিতাৰ ৰং হালধীয়া।

২৫) জলকীয়া তীক্ষ্ণতাৰ হোৱা কাৰণ কি ?

উত্তৰঃ কেপচাইচিনৰ উপস্থিতি ৰ কাৰণে জলকীয়া তীক্ষ্ণতাৰ।

২৬) ছ’ডিয়াম পানীতকৈ পাতল নে গধুৰ ? |

উত্তৰঃ পাতল।

২৭) পদাৰ্থ বিজ্ঞানত ১৯৮৩ চনত নােবেল বটা লাভ কৰা ভাৰতীয় বিজ্ঞানীগৰাকীৰ নাম কি ?

উত্তৰঃ সুব্ৰমনিয়াম চন্দ্ৰ শেখৰ (১৯৮৩)। এওঁ জন্মসূত্ৰে ভাৰতীয় যদিও আমেৰিকাৰ নাগৰিক আছিল।

২৮) পৃথিৱীৰ ঘনত্বৰ ওজন কিমান ?

উত্তৰঃ প্ৰতি চি. চি. ত ৩৫.৫ গ্ৰাম।

২৯) শুকান বৰফ কি ?

উত্তৰঃ কঠিন কাৰ্বন-ডাই অক্সাইড হ’ল শুকান বৰফ।

৩০) কি কি ধাতু যােগৰ ফলত পিতল আৰুব্ৰঞ্জ তৈয়াৰ হয় ?

উত্তৰঃ তাম + দস্তা = পিতল । 

তাম + টিন = ব্ৰঞ্জ । |

100+ Science Important QnA for SSHUS BSc Nursing CEE 2024-2025

৩১) কোন ধাতুৰ গলনাংক আটাইতকৈ বেছি ?

উত্তৰঃ টাংষ্টেন। গলনাংক ৩৪১° চেন্টিগ্ৰেড।

৩২) নিউট্ৰন কি ?

উত্তৰঃ নিউট্ৰন ধনাত্মক আৰু ঋণাত্মক আধানবিহীন প্ৰশম কণিকা। ১৯৩২ চনত জেমছ।

৩৩) ছেডউইকে এইবিধ কণিকা আৱিস্কাৰ কৰিছিল। কোন পদাৰ্থৰ পৰমাণুত নিউট্ৰন নাথাকে ?

উত্তৰঃ হাইড্ৰজেন পৰমাণুত নিউট্ৰন নাথাকে ।

৩৪) হাইগ্ৰমিটাৰ কি ?

উত্তৰঃ বতাহৰ আদ্ৰতা পৰিমাপক যন্ত্ৰ।

৩৫) ইলেকট্ৰন কি ?

উত্তৰঃ ই পৰমাণুত থকা ঋণাত্মক আধানযুক্ত কণিকা। ১৯ শতি কাৰ শেষৰ ফালে বিজ্ঞানী জোছেফ জন থমচনে ইলেকট্ৰন আৱিস্কাৰ কৰিছিল।

৩৬) প্ৰটিন কি ?

উত্তৰঃ প্ৰ’টন পৰমাণুত থকা ধনাত্মক আধানযুক্ত কণিকা। গল্ডষ্টেইন নামৰ এজন বিজ্ঞানীয়ে প্ৰটন কণিকা আৱিস্কাৰ কৰিছিল।

৩৭) আটাইতকৈ কোমল খনিজ পদাৰ্থবিধৰ নাম কি ?

উত্তৰঃ টেল।

৩৮) ফেদম কি ?

উত্তৰঃ পানীৰ গভীৰতা জোখা যন্ত্ৰ।

৩৯) কোনাে নিৰ্দিষ্ট মাধ্যমত কোন ৰঙৰ পােহৰৰ বেগ আটাইতকৈ বেছি আৰু কোন বৰ্ণৰ পােহৰৰ বেগ আটাইতকৈ কম ?

উত্তৰঃ ৰঙা ৰঙৰ আটাইতকৈ বেছি আৰু বেঙুনীয়া ৰঙৰ আটাইতকৈ কম।

৪০) পৃথিৱীৰ মৌলবােৰৰ ভিতৰত সৰ্বাধিক ঘনত্ব কাৰ ?

উত্তৰঃ অমিয়াম।

৪১) ফুছলােড় কি ?

উত্তৰঃ আয়ৰণ পাইৰাইটিচ।

৪২) লােক মামৰৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ অৰ্থাৎ গেভেনাইজ কৰিবলৈ কিহৰ প্ৰলেপ দিয়া হয়?

উত্তৰঃ জিংক বা দস্তাৰ প্ৰলেপ দিয়া হয়।

৪৩) নিয়ন লাইটৰ পােৰনীলা কিয় ?

উত্তৰঃ আৰ্গন থকাৰ বাবে ।

৪৪) এনে দুবিধ মৌলৰ নাম কোৱা, স্বাভাৱিক তাপমাত্ৰাত যি তৰল হৈ থাকে ?

উত্তৰঃ ব্লোমিন আৰু পাৰদ।

৪৫) কোন দুটি মৌলিক পদাৰ্থ উত্তাপত গলিলে আয়তনত সংকুচিত হয়?

উত্তৰঃ বেৰিয়াম আৰু গেলিয়াম।

৪৬) মানুহৰ দ্বাৰা তৈয়াৰী কোন মৌল, আটাইতকৈ বেছি বিপদজনক ?

উত্তৰঃ প্লুটোনিয়াম।

৪৭) কোন দুটা মৌলৰ  আইচ’টোপৰ (এক স্থানিক) সংখ্যা আটাইতকৈ বেছি ?

উত্তৰঃ জেনন আৰু চিচিয়াম। প্ৰত্যেকৰে  আইচ’টোপৰ সংখ্যা ৩৬।

৪৮) ৰবৰক কোনে প্ৰথম কঠিন আকাৰ দিয়াৰ উপায় উদ্ভাৱন কৰিছিল ?

উত্তৰঃ ছাৰ্লচ গুইয়াৰ।

৪৯) পােহৰৰ গতি কোনে প্ৰথমে নিখুত ভাৱে নিৰূপণ কৰিছিল ?

উত্তৰঃ ঐ বানাৰ্ড ফোকাল।

৫০) কোন খনিজ পদাৰ্থৰ পৰা মাডাম কুৰীয়ে ৰেডিয়াম আৱিস্কাৰ কৰিছিল?

উত্তৰঃ পিচব্লেণ্ড।

৫১) শব্দৰ গতি বায়ুমণ্ডলত বেছি নে পানীত বেছি ?

উত্তৰঃ পানীত।

৫২) কোনবিধ পদাৰ্থ বায়ুৰ সংস্পৰ্শত জলে ?

উত্তৰঃ ফছফৰাছ।।

৫৩) ৰঙা পােহৰ আৰু সেউজীয়া পােহৰৰ ভিতৰত কোনটো ৰঙৰ বেছি প্ৰতিসৰণ হয়?

উত্তৰঃ সেউজীয়া পােহৰৰ।

৫৪) আইনাৰ গলনাংক কিমান ?

উত্তৰঃ ৩৭২° ছেন্টিগ্ৰেড।

৫৫) পাৰাৰ ঘনত্ব কিমান ?

উত্তৰঃ ১৩.৫৬ গ্ৰাম / চি. চি.।

৫৬) সাধাৰণ উষ্ণতাত থকা তৰল ধাতু বিধৰনাম কি ?

উত্তৰঃ পাৰা।

৫৭) দণ্ড চুম্বকৰ কোন অংশত আকৰ্ষণ ক্ষমতা সকলােতকৈ বেছি ?

উত্তৰঃ চুম্বক দুই মেৰুত ।

৫৮) দণ্ডচুম্বকৰ কোন অংশত আকৰ্ষণ ক্ষমতা নাই ?

উত্তৰঃ মাজৰ অংশত।

৫৯) কোন বৰণৰ পােহৰৰ প্ৰতিসৰণাংক সকলােতকৈ কম ?

উত্তৰঃ ৰঙা বৰণৰ।

৬০) কোন বৰণৰ পােহৰৰ প্ৰতিসৰণাকে সকলােতকৈ বেছি ?

100+ Science Important QnA for SSHUS BSc Nursing CEE 2024-2025

উত্তৰঃ বেঙুনীয়া পােহৰৰ।

৬১) কোন ধাতুক কুইক ছিলভাৰ বুলি কোৱা হয় ?

উত্তৰঃ পাৰা।

৬২) আটাইতকৈ পাতল ধাতুবিধৰ নাম কি ?

উত্তৰঃ লিথিয়াম।

৬৩) কিমান তাপত সােণ গলে ?

উত্তৰঃ ১৮৬২° ফাৰেণহাইটত।

৬৪) পদাৰ্থৰ তিনিটা অৱস্থা কি কি ?

উত্তৰঃ কঠিন, তৰল আৰু গেছীয়।

৬৫) যান্ত্ৰিক শক্তি কেই প্ৰকাৰৰ ?

উত্তৰঃ দুই প্ৰকাৰৰ গতিশক্তি আৰু স্থিতিশক্তি ।

৬৬আইনষ্টাইনৰ বিখ্যাত ফৰ্মুলাটো কি আছিল ?

উত্তৰঃ E = mC2 অৰ্থাৎ শক্তি = ভৰ X(পােহৰৰ গতিবেগ)

৬৭) কোন পদাৰ্থৰ পৰা হীৰা পােৱা যায় ?

উত্তৰঃ কাৰ্বন।

৬৮) অক্সিজেন কোনে আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ যােছেফ প্ৰিষ্টলিয়ে ।

৬৯) হাইড্ৰোজে ন গেছৰ আৱিস্কাৰক কোন?

উত্তৰঃ কেভেণ্ডিছ।

৭০) কিমান চনত ড° চন্দ্ৰ শেখৰ ভেংকটৰমনে নােবেল বটা লাভ কৰিছিল আৰু কিকি বিষয়ত লাভ কৰিছিল ?

উত্তৰঃ ১৯৩০ চনত। পদাৰ্থ বিদ্যাত।

৭১) নিউমেটিক টায়াৰৰ আৱিস্কাৰক কোন ?

উত্তৰঃ জন বয়েড ডানলপ।

৭২) নিউক্লিয়াছৰ আৱিষ্কাৰক কোন?

উত্তৰঃ ৰাভাৰ ফোৰ্ড।

৭৩) ইলেকট্ৰন, নিউট্ৰন আৰু প্ৰটনৰ ভিতৰত আটাইতকৈ কোনবিধ গধুৰ আৰু কোনবিধ পাতল?

উত্তৰঃ নিউট্ৰন আটাইতকৈ গধুৰ আৰ ইলেকট্ৰন আতাইতকৈ পাতল।

৭৪) পানীৰ স্ফুটনাংক নিৰ্ণয় কৰা যন্ত্ৰৰ নাম কি ?

উত্তৰঃ ইপচোমিটাৰ।

৭৫) কোন খনিজ পদাৰ্থৰ পৰা এলুমিনিয়াম ধাতু নিষ্কাষণকৰা হয়?

উত্তৰঃ বক্সাইট।

৭৬) শব্দ আটাইতকৈ দ্ৰুত গতিৰে কি মাধ্যমত হয় ?

উত্তৰঃ ইস্পাত।

৭৭) বৰফ কোন তৰল পদাৰ্থত ভাহিব নােৱাৰে ?

উত্তৰঃ এলকোহল।

৭৮) কোনে প্ৰথমে প্ৰমাণ কৰিছিল যে বায়ুৰ ওজন আছে ?

উত্তৰঃ অটোফন চেৰিক।

৭৯) ভূত্বকৰ তলৰ গলিত শিলৰ নাম কি ?

উত্তৰঃ মেগমা।

৮০) বায়ুমণ্ডলৰ তলৰ স্তৰক কি বুলি কোৱা হয় ?

উত্তৰঃ ট্ৰপ’স্ফেয়াৰ।

৮১) হাৰ্ট অটেলিভিছন বুলি কাক কোৱা হয় ?

উত্তৰঃ কেথড়ৰে’ টিউবক।

৮২) বিদ্যুতৰ ৰেজিষ্টেন্স পৰিমাণৰ একক কি ?

উত্তৰঃ ওহম্।

৮৩) কোন গেছ বৰ্ণহীন অথচ খুব বিষাক্ত ?

উত্তৰঃ চায়ালােজেন।

৮৪) ১৯২১ চনত এলবাৰ্ট আইনষ্টাইনক কোন বিষয়ৰ গৱেষণাৰ বাবে নােবেল বটা দিয়া হৈছিল ?

উত্তৰঃ ‘ফটোইলেকট্ৰিক এফেক্ট’ বিষয়ক গৱেষণাৰ বাবে ।

৮৫) কোন নােবেল বটা বিজয়ীক কোৱা হয় আধুনিক পৰমাণুতত্ত্বৰ প্ৰতিষ্ঠাতা বুলি?

উত্তৰঃ নীলবৰ 

৮৬) এংষ্ট্ৰম কি ?

উত্তৰঃ ৱেলেংথ বা তৰংগ দৈৰ্ঘ্যৰ একক।।

৮৭) কাৰ্বন ধাতু নে অধাতু?

উত্তৰঃ অধাতু।

৮৮) সকলােতকৈ গধুৰ মৌল কি ?

উত্তৰঃ ইউৰেনিয়াম।

৮৯) বায়ুত কি কি নিষ্ক্ৰীয় গেছ থাকে ?

উত্তৰঃ হিলিয়াম, নিয়ন, ক্ৰিপটন, জেনন আৰু আৰ্গন ।

৯০) ফৰ্মালিন কি ?

উত্তৰঃ ফৰ্মালিন হ’ল 40 % ফৰ্মেল ডিহাইডৰ জলীয় দ্ৰৱণ।

100+ Science Important QnA for SSHUS BSc Nursing CEE 2024-2025

৯১) প্ৰকৃত এলকোহল কি ?

উত্তৰঃ 99% ইথাইল এলকোহল।

৯২) ৱাটাৰ গেছ (Water Gas) কি ?

উত্তৰঃ কাৰ্বন মনক্সাইড আৰু হাইড্ৰজেনৰ মিশ্ৰণ।

৯৩) হিম’গ্লবিনত কি ধাতু আছে ?

উত্তৰঃ লাে (Iron)।

৯৪) ইলেকট্ৰিক বাল্বৰ  ফিলামেন্ট তাৰ ডাল কি ধাতুৰে তৈয়াৰী ?

উত্তৰঃ ট্ৰাংষ্টেন।

৯৫) পেনিচিলিনৰ আৱিস্কাৰক কোন ?

উত্তৰঃ আলেকজেণ্ডাৰ ফ্লেমিং।

৯৬) ইলেকট্ৰলাইটিক চে বুলিলে কি বুজা?

উত্তৰঃ বৈদ্যুতিক শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰা চেলক ইলেকট্ৰলাইটিক চে বােলে ।

৯৭) আটাইতকৈ বেছি পৰিমাণৰ কেলচিয়াম কোন খাদ্যত পােৱা যায়?

উত্তৰঃ গাখীৰত।

৯৮) পটাছিয়ামৰ আৱিস্কাৰক কোন?

উত্তৰঃ ছাৰ হামফ্ৰি ডেভি। ১৮০৭ চনত আৱিষ্কাৰ কৰিছিল।

৯৯) এনে এটি জাৰক দ্ৰব্যৰ নাম কোৱা যাৰ মাজত অক্সিজেন নাথাকে ।

উত্তৰঃ ক্লোৰিণ।

১০০) ফছফৰাছ বতাহৰ সংস্পৰ্শত জ্বলিলে যি বগা ধোৱাৰ উৎপত্তি হয় তাৰ নাম কি ?

উত্তৰঃ ফছফৰাছ পেন্টক্সাইড।

১০১) National Cancer Hospital ক’ত স্থাপিত হৈছে?

উত্তৰঃ কলকাতাত

১০২) আটাইতকৈ বেছি ব্যৱহৃত প্লাষ্টিকবিধ হ’ল—

(ক) পলিথিন

(খ) চেললুইড

(গ) বেকে লাইট

(ঘ) পি.ভি.চি 

উত্তৰঃ (ক) পলিথিন

১০৩) মটৰ গাড়ী চলোৱাত এলকহল ব্যৱহাৰ কৰি কৃতকাৰ্য হোৱা দেশ খনৰ নাম কি?

উত্তৰঃ ব্ৰাজিল

১০৪) কোন দেশক বতাহৰ দেশ বুলি কোৱা হয়?

উত্তৰঃ ডেনমাৰ্ক

Students who are preparing for competitive exams can use these important questions as a starting point for their studies. They can also refer to other resources, such as textbooks, reference books, and online resources, to get a deeper understanding of the concepts. It is also important to practice solving previous year’s question papers to get a feel for the exam format and the types of questions that are asked.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top