Biology MCQ For SSUHS CEE Entrance Exam Part-5

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-5

Biology MCQ For SSUHS BSc Nursing, GNM, B. Pharm and D. Pharm CEE Entrance Examination 2024-2025 (PDF). The Srimanta Sankaradeva University of Health Sciences (SSHUS) will conduct the Common Entrance Examination (CEE) for admission to BSc Nursing, GNM, B. Pharm and D. Pharm courses in the state of Assam for the academic year 2024-2025.

In this article, we have provided 100 MCQs on Biology for the SSHUS CEE Entrance Exam 2024-2025 in Assamese Medium for BSc Nursing, GNM, B. Pharm, and D. Pharm will be a valuable resource for students preparing for the exam.

১) বেক্টেৰিয়াৰ কোষত তলৰ কোনটো পোৱা নাযায়—

(ক) ৰাইব’জম

(খ) মাইট’কণ্ডিয়া

(গ) অন্তঃপ্ৰৰসীয় জালিকা

(ঘ) (খ) আৰু (গ) দুয়োটাই

উত্তৰঃ (ঘ) (খ) আৰু (গ) দুয়োটাই

২) ‘বেক্টেৰিয়া’ নামটো কোনে দিছিল-

(ক) লুই পেষ্টিউৰ

(খ) এৰেনবাৰ্গ

(গ) ক’ন

(ঘ) কোচ

উত্তৰঃ (খ) এৰেনবাৰ্গ

৩) মাহজাতীয় উদ্ভিদৰ শিপাত থকা বেক্টেৰিয়া—

(ক) পৰজীৱী

(খ) মৃত জীৱী

(গ) সহজীৱী

(ঘ) ওপৰৰ এটাও নহয

উত্তৰঃ (গ) সহজীৱী

৪) নেমু টেঙাত থকা এচিডবিধ হ’ল—

(ক) এচিটিক

(খ) চাইট্ৰিক

(গ) লেক্টিক

(ঘ) এচক্ৰৰবিক 

উত্তৰঃ (খ) চাইট্ৰিক

৫) পৰ্যাবৃত্ত তালিকাত থকা মৌল হৈছে —

(ক) 110

(খ) 118

(গ) 127

(ঘ) 112 

উত্তৰঃ (খ) 118

৬) আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ হ’ল—

(ক) ৰাডাৰফ’ৰ্ড

(খ) লেভয়ছিয়াৰ

(গ) ডেল্টন

(ঘ) মেণ্ডলিভ 

উত্তৰঃ (খ) লেভয়ছিয়াৰ

৭) মৌলসমূহৰ পৰ্যাবৃত্ত তালিকা কোনে প্ৰস্তুত কৰিছিল—

(ক) জনডেল্টন

(খ) ডিমিট্ৰি মেণ্ডেলিভ

(গ) ৰবাৰ্ট বয়ল

(ঘ) ৰাডাৰফ’ৰ্ড 

উত্তৰঃ (খ) ডিমিট্ৰি মেণ্ডেলিভ

৮) এমিবাৰ ৰেচন কাৰ্য ___- ৰ দ্বাৰা সম্পন্ন হয়।

(ক) সংকোচনশীল ভেকুওল

(খ) কোষাবৰণ

(গ) পানী ভেকুওল

(ঘ) খাদ্য ভেকুওল 

উত্তৰঃ (ক) সংকোচনশীল ভেকুওল

৯) এমিবাৰ চিষ্ট গঠনৰ মূখ্য় কাৰণ

(ক) গোটেই বছৰটো জীয়াই থকাৰ বাবে

(খ) বিস্তাৰণ

(গ) প্ৰজনন

(ঘ) এই সকলোবোৰ

উত্তৰঃ (ক) গোটেই বছৰটো জীয়াই থকাৰ বাবে

১০) এমিবাৰ চলনৰ লগত জড়িত ছল-জেল মতবাদ প্ৰথমতে প্ৰস্তাব কৰিছিল –

(ক) হাইমেন

(খ) ডাৰউইন

(গ) মাষ্ট আৰু পেনটিন

(ঘ) প্ৰ’টিয়াছ

উত্তৰঃ (খ) ডাৰউইন

১১) প্লাজম’ডিয়াম ভাইভেক্সৰ আক্ৰমণাত্মক অবস্থাটো— 

(ক) মেৰ’যইট

(খ) ট্ৰাফ’যইট

(গ) স্পৰ’যইট

(ঘ) ছাইয’ণ্ট

উত্তৰঃ (ক) মেৰ’যইট

১২) মেলেৰিয়া পৰজীৱীৰ জীৱন চক্ৰৰ ছিয’ গণিৰ ফলত সৃষ্টি হোৱা কোষবোৰ—

(ক) ছাইয’ন্ট

(খ) মেৰ’যইট

(গ) উকাইনেট

(ঘ) স্পৰ’যইট।

উত্তৰঃ (খ) মেৰ’যইট

১৩) কোলাহল প্ৰদূষণ কি এককৰ দ্বাৰা জোখা হয় ? 

(ক) হাৰ্টজ 

(খ) ডেচিবেল 

(গ) ফেথম 

(ঘ) মেন মিটাৰ 

উত্তৰঃ (খ) ডেচিবেল

১৪) আয়ডিনৰ অভাৱত কি কি ধৰণৰ ৰোগ হ’ব পাৰে ? 

(ক) কুকুৰীকণা

(খ) থাইৰয়ড 

(গ) ডায়েৰীয়া

(ঘ) গৰল

উত্তৰঃ (ঘ) গৰল

১৫) বসন্ত ৰোগৰ বীজাণুবিধৰ নাম কি ? 

(ক) ৰেবিজ ভাইৰাছ

(খ) মাইক’ বেক্টেৰিয়াম লেথ্ৰি

(গ) ভিব্ৰিজ’ ক’লৈবি 

(ঘ) ভেৰিছেলা জষ্টাৰ ভাইৰাছ 

উত্তৰঃ (ঘ) মাজু আই বা চিকেন পক্স ভেৰিচেলা ভাইৰাচ

১৬) আলেকজেণ্ডাৰ ফ্লেমিত্তে কি কৰ্ষণ কৰিছিল

(ক) ট্ৰেপ্ত’কক্কাছ

(খ) স্টেপহাইল’ক’ক্কাছ

(গ) বেচিলাছ

(ঘ) ক্ল’ছট্ৰিডিয়াম

উত্তৰঃ (খ) স্টেপহাইল’ক’ক্কাছ

১৭) ডাৰউইনৰ সহঃ সম্পৰ্কীয় প্ৰকাৰণ পৰ্যবেক্ষণ কৰাৰ বাবে কিহৰ প্ৰকাৰণ গ্ৰহণ কৰিছিল—

(ক) মানৱ সমাজ

(খ) পোহনীয়া জন্তুৰ প্ৰজনন

(গ) শস্যজাত উদ্ভিদৰ প্ৰজনন

(ঘ) গৰালত থকা জন্তু

উত্তৰঃ (খ) পোহনীয়া জন্তুৰ প্ৰজনন

১৮) কোনে প্ৰথমে জীৱিত কোষ পৰ্যবেক্ষণ কৰিছিল

(ক) ৰবাৰ্ট হুক

(খ) শ্লেইডেন

(গ) শ্বৱান

(ঘ) লিউৱে নহ’ক

উত্তৰঃ (ঘ) লিউৱে নহ’ক

১৯) ভ্ৰূণৰ লিংগ নিৰ্ধাৰণ কিয় নিষিদ্ধ কৰাৰ কাৰণ হ’ল

(ক) অশুদ্ধ তথ্য

(খ) প্ৰসৱত সংক্ৰমণ হয়

(গ) ক্ৰ’ম’জমৰ বিসংগতি হয়

(ঘ) স্ত্ৰী ভ্ৰূণ হত্যা কৰা

উত্তৰঃ (ঘ) স্ত্ৰী ভ্ৰূণ হত্যা কৰা

২০) ডি অক্সিৰিব’জ শৰ্কৰা, ফছফেট আৰু নাইট্ৰে ন স্মাৰকৰ দ্বাৰা গঠিত যৌগটো

(ক) এমিন’ এছিড

(খ) পলিপেপটাইড

(গ) নিউক্লিওছাইড

(ঘ) নিউক্লিওটাইড

উত্তৰঃ (ঘ) নিউক্লিওটাইড

২১) ডি.এন.এৰ সৰ্পিল দুডালৰ মাজত থকা বন্ধনটো হ’ল

(ক) নাইট্ৰজেন বন্ধন

(খ) অক্সিজেন বন্ধন

(গ) হাইড্ৰ’জেন বন্ধন

(ঘ) কাৰ্বন বন্ধন

উত্তৰঃ (গ) হাইড্ৰ’জেন বন্ধন

২২) ফ্লু’জেন পৰীক্ষা কিহৰ পৰ্যবেক্ষণত ব্যৱহৃত হয়?

(ক) প্ৰ’টিন

(খ) RNA

(গ) স্নেহ পদাৰ্থ

(ঘ) DNA

উত্তৰঃ (ঘ) DNA

২৩) বেক্টেৰিয়াক উদ্ভিদ হিচাবে গণ্য কৰা হয় কাৰণ—

(ক) কোষবেৰ থাকে

(খ) কোষাৱৰণ থাকে

(গ) চলনশীল নহয়

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) কোষবেৰ থাকে

 ২৪) মক্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হল-

(ক) চেৰিবেলাম

(খ) মডুলা

(গ) পৰ্চ

(ঘ) চেৰিত্ৰাম 

উত্তৰঃ (ক) চেৰিবেলাম

২৫) ‘ছিৰাম’ হ’ল

(ক) তেজৰ প্লাজমা

(খ) গেমাগ্ল’বুলিন নোহোৱা প্লাজমা

(গ) ফাইব্ৰিন’জেন নোহোৱা প্লাজমা

(ঘ) কেলচিয়াম নোহোৱা প্লাজমা

উত্তৰঃ (গ) ফাইব্ৰিন’জেন নোহোৱা প্লাজমা

২৬) প্ৰট’প্লাজম হ’ল—

(ক) অজীৱিত পদাৰ্থ

(খ) বংশগতি চৰিত্ৰৰ বাহক

(গ) কাৰ্য্যহীন জীৱিত পদাৰ্থ

(ঘ) জীৱনৰ ভৌতিক আধাৰ

উত্তৰঃ (ঘ) জীৱনৰ ভৌতিক আধাৰ

২৭) জীৱিত জীৱবোৰ কোষৰ দ্বাৰা গঠিত বুলি কোনে প্ৰথমে কৈছিল— 

(ক) লেমাৰ্কে

(খ) ভন হেলমন্টে

(গ) স্নে ইডেন আৰু স্ব’বানে

(ঘ) হাগ’ ডিভিছ।

উত্তৰঃ (ক) লেমাৰ্কে

২৮) জীৱৰ প্ৰাথমিক একক হ’ল—

(ক) কোষ

(খ) কলা

(গ) অংগ

(ঘ) অংগতন্ত্ৰ

উত্তৰঃ (ক) কোষ

২৯) মানুহৰ দেহত কিমান প্ৰকাৰৰ কোষ পোৱা যায়—

(ক) 20 প্ৰকাৰ

(খ) 30 প্ৰকাৰ 

(গ ) 200 প্ৰকাৰ

(ঘ) 300 প্ৰকাৰ

উত্তৰঃ (গ ) 200 প্ৰকাৰ

৩০) কোষ কোনে আৱিষ্কাৰ কৰিছিল—

(ক) স্বোৱানচনে

(খ) লিউৱেন হুকে 

(গ) ৰবাৰ্ট হুকে

(ঘ) ৰবাৰ্ট ব্ৰাউনে

উত্তৰঃ (গ) ৰবাৰ্ট হুকে

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-3

৩১) ৰবাৰ্ট হুকে কোষ কেতিয়া আৱিষ্কাৰ কৰিছিল? 

(ক) 1665 খৃঃ

(খ) 1725 খৃঃ

(গ) 1545 খৃঃ

(ঘ) 1595 খৃঃ

উত্তৰঃ (ক) 1665 খৃঃ

৩২) ৰবাৰ্ট হুকৰ কোষবোৰ প্ৰকৃততে আছিল—

(ক) কোষবেৰ

(খ) প্ৰট প্লাষ্ট

(গ) বেৰহীন কোষ

(ঘ) বেৰযুক্ত কোষ

উত্তৰঃ (ক) কোষবেৰ

 ৩৩) যি সঞ্জৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে

(ক) এবচাইচিক এচিড

(খ) জিবাৰেলিন

(গ) চাইট ‘কাইনিন

(ঘ) অক্সিন 

উত্তৰঃ (ক) এবচাইচিক এচিড

৩৪) উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ এবিধ হল-

(ক) থাইজিন

(খ) ইনচুলিন

(গ) জিবাৰেলিন

(ঘ) আয়ডিন 

উত্তৰঃ (গ) জিবাৰেলিন

৩৫) তেজত চেনীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হম’মবিধ হৈছে —

(ক) এড্ৰিনেলিন

(খ) থাইৰক্সিন

(গ) ইনচুলিন

(ঘ) চেষ্টষ্টেন 

উত্তৰঃ (গ) ইনচুলিন

৩৬) ভোক আৰ পিয়াহ লগাৰ অনভুূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ’ল—

(ক) মস্তিষ্ক

(খ) মধ্যমস্তিষ্ক

(গ) পশ্চাৎমস্তিষ্ক

(ঘ) হাইপথলামাছ 

উত্তৰঃ (ক) প্ৰমস্তিষ্ক।

৩৭) নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণীদেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে –

(ক) শ্বাসতন্ত্ৰ

(খ) স্নায়ুতন্ত্ৰ

(গ) প্ৰজনন তন্ত্ৰ

(ঘ) ৰক্ত সঞ্চালন তন্ত্ৰ 

উত্তৰঃ (খ) স্নায়ুতন্ত্ৰ।

৩৮) স্নায়ু পৰিবাহক হিচাপে কাম কৰা ৰাসায়নিক দ্ৰব্য হৈছে —

(ক) পাক এচিড

(খ) এছিটাইল কলিন

(গ) এচিটিক এচিড

(ঘ) থাইৰক্সিন 

উত্তৰঃ (খ) এছিটাইল কলিন

৩৯) ‘হৰম’ন’ নামটো প্ৰৱৰ্তন কৰা ব্যক্তি জনৰ নাম

(ক) ৰবাৰ্ট ব্ৰাউন

(খ) ষ্টাৰলিং

(গ) অল্টমেন

(ঘ) বেণ্ডা 

উত্তৰঃ (খ) ষ্টাৰলিং

৪০) আবাস ভূমিৰ ক্ষতি আৰু খন্দন, অত্যাধিক উপভোগ, বিদেশী প্ৰজাতিৰ প্ৰৱেশ আৰু সহবিলপ্তিু, এইবোৰ তলৰ কোনটোৰ বাবে কাৰণ হয় ? 

(ক) জৈৱ বৈচিত্ৰ ধ্বংস 

(খ) জন্মহাৰ 

(গ) আবাদী অতি বৃদ্ধি 

(ঘ) প্ৰতিযোগিতা 

উত্তৰঃ (ক) জৈৱ বৈচিত্ৰ ধ্বংস

৪১) ৰাসায়ন সংশ্লেষণৰ দ্বাৰা ATP সংশ্লেষণৰ সময়ত শক্তি নিৰ্গত হোৱাৰ ক্ষেত্ৰত তলত দিয়া উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ? ইয়াত জড়িত হয়-

(ক) ঈমাৰ আৱৰণৰ মাজেদি কৰা প্ৰটনৰ গতি । 

(খ) কোষ আৱৰণৰ ষ্টুমাৰ ফালে NADP ৰ NADPH, লৈ হ্ৰাস হোৱা AD কৰা 

(গ) প্ৰ’টন বিভৱ ভাঙোন 

(ঘ) ইলেকট্ৰন বিভৰ ভাঙোন 

উত্তৰঃ (ঘ) ইলেকট্ৰন বিভৱ ভাঙোন

৪২) ভাইৰেল বডি (Viral body) গঠিত হয়—

(ক) কেৱল প্ৰ’টিনৰ দ্বাৰা

(খ) অকল নিফক্লীক এচিদৰ দ্বাৰা

(গ) প্ৰটিন আৰু নিউক্লীক এচিদ দুয়োটাৰে দ্বাৰা

(ঘ) প্ৰটিন আৰু লিপিডৰ দ্বাৰা

উত্তৰঃ (গ) প্ৰটিন আৰু নিউক্লীক এচিদ দুয়োটাৰে দ্বাৰা

৪৩) কেপচিড (Capsid) হ’ল-

(ক) ভাইৰাচৰ নিউক্লিক এচিদ আৱৰণ

(খ) ভাইৰাচৰ প্ৰটিন আৱৰণ

(গ) ভাইৰাচৰ নিউক্লীয় প্ৰটিন পদাৰ্থ

(ঘ) বেক্টেৰিয়াৰ প্ৰটিন আৱৰণ

উত্তৰঃ (খ) ভাইৰাচৰ প্ৰটিন আৱৰণ

৪৪) বেক্টেৰিয়া কিহৰ দ্বাৰা উৎপন্ন হয়—

(ক) জাইগস্প’ৰ (Zygospore)

(খ) জস্পু’ৰ (zoospore)

(গ) এন্ডস্প’ৰ (Endospore)

(ঘ) এপলানস্প’ৰ (Aplanospore)

উত্তৰঃ (গ) এন্ডস্প’ৰ (Endospore)

৪৫) সাধাৰণতে উদ্ভিদ ভাইৰাচত কি (plant virus) থাকে —

(ক) DNA

(খ) RNA

(গ) প্লাজমিড

(ঘ) DNA আৰু RNA দুয়োটাই

উত্তৰঃ (খ) RNA

৪৬) ভাইৰাচৰ কেবল মাত্ৰ থাকে –

(ক) DNA

(খ) only RNA

(গ) DNA আৰু RNA দুয়োটাই

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) DNA আৰু RNA দুয়োটাই

৪৭) ফাজ (phage) ভাইৰাছে সংক্ৰমণ কৰে —

(ক) উদ্ভিদ

(খ) প্ৰানী

(গ) উদ্ভিদ আৰু প্ৰাণী দুয়োটাকে

(ঘ) বেক্টেৰিয়া

উত্তৰঃ (ঘ) বেক্টেৰিয়া

৪৮) মানুহৰ দেহ কোষৰ গড় আয়তন হ’ল—

(ক) 5-10 um

(খ) 10-15 um 

(গ) 20-30 um

(ঘ) 70-80um

উত্তৰঃ (গ) 20-30 um

৪৯) তলৰ কোনটো বেক্টেৰিয়াৰ কাৰণে হয়—

(ক) বসন্ত

(খ) সৰু আই

(গ) যক্ষ্মা (TB)

(ঘ) ইনফ্লুৰেনজা

উত্তৰঃ (গ) যক্ষ্মা (TB)

৫০) হিষ্টনবোৰ হ’ল—

(ক) গ্লাইক’ প্ৰ’টিন

(খ) মৌলিক প্ৰ’টিন

(গ) মিউক’ প্ৰ’টিন

(ঘ) এছিড প্ৰ’টিন

উত্তৰঃ (খ) মৌলিক প্ৰ’টিন

৫১) সংকোষকেন্দ্ৰীয় কোষত তলৰ কোনটো নাথাকে —

(ক) অতি কেন্দ্ৰ

(খ) প্লাষ্টিড

(গ) মেছ’জম

(ঘ) ৰিব’জম

উত্তৰঃ (গ) মেছ’জম

৫২) ক্ৰ’ম’জমবোৰ কিহৰ দ্বাৰা গঠিত?

(ক) DNA

(খ) DNA আৰু প্ৰ’টিন

(গ) DNA, RNA আৰু প্ৰ’টিন

(ঘ) RNA আৰু প্ৰ’টিন

উত্তৰঃ (গ) DNA, RNA আৰু প্ৰ’টিন

৫৩) ক্ৰম’জমৰ সংখ্যা গণনা কৰিব পৰা স্তৰটো হ’ল—

(ক) অভ্যস্তৰ

(খ) শেষ উপাস্ত্যস্তৰ

(গ) মধ্যস্তৰ

(ঘ) শেষ আদ্যস্তব

উত্তৰঃ (গ) মধ্যস্তৰ

৫৪) ক্ৰ’ম’জম কিহৰ সৈতে জড়িত—

(ক) পুষ্টি

(খ) বংশগতিৰ চৰিত্ৰৰ বাহক

(গ) শ্বসন

(ঘ) সাংগীকৰণ

উত্তৰঃ (খ) বংশগতিৰ চৰিত্ৰৰ বাহক

৫৫) ক্ৰম’জমৰ শেষ অংশটোক কোৱা হয়— 

(ক) টেল’মিয়েৰ

(খ) উপগ্ৰহ

(গ) চেন্টমিয়েৰ

(ঘ) মেটামিয়েৰ

উত্তৰঃ (ক) টেল’মিয়েৰ

৫৬) তলৰ কোনটো বংশগতিৰ বাহন

(ক) ক্ৰ’ম’জম

(খ) চেন্ট্ৰ’মিয়েৰ

(গ) কোষকেন্দ্ৰ

(ঘ) অতিকেন্দ্ৰ।

উত্তৰঃ (ক) ক্ৰ’ম’জম

৫৭) জীৱদেহৰ কলাত থকা আটাইতকৈ বেছি পৰিমাণৰ মৌলটো হ’ল—

(ক) হাইড্ৰ’জেন

(খ) কাৰ্বন

(গ) নাইট্ৰ’জেন

(ঘ) অক্সিজেন

উত্তৰঃ (ঘ) অক্সিজেন

৫৮) কোনটো মৌলৰ অভাৱ হ’লে ৰক্তহীনতা হয় ?

(ক) Fe

(খ) S

(গ) Cu 

( (ঘ) P

উত্তৰঃ (ক) Fe

৫৯) তলৰ কোনটো ক্ৰমৰ মৌলক বিগ ফ’ৰ (Big four) বুলি কোৱা হয় ?

(ক) C.H,O,P

(খ) C, H,O, N

(গ) C, H,O,S

(ঘ) C, H,O, Fe 

উত্তৰঃ (খ) C, H,O, N

৬০) বংশগতি বিদ্যাৰ জনক হ’ল——

(ক) মেণ্ডেল

(খ) উইলিয়াম বেটিনচন

(গ) নিউটন

(ঘ) দ্য ত্ৰিছ । 

উত্তৰঃ (ক) মেণ্ডেল

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-4

৬১) অযৌন প্ৰজননৰ মকুলোদ্দগম সংঘটিত হয়

(ক) এমিবাত

(খ) ইষ্ট

(গ) প্লাজম’ডিয়ামত 

(ঙ) লেইচমেনিয়াত 

উত্তৰঃ (খ) ইষ্ট।

৬২) তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়

(ক) ডিম্বাশয়

(খ) জৰায়ু

(গ) শুক্ৰবাহী নলী

(ঘ) ফেলোপিয়ান নলী 

উত্তৰঃ (গ) শুক্ৰবাহী নলী ।

৬৩) পৰাগধানীত পোৱা হয়—

(ক) বেটুপাত

(খ) ডিম্বক

(গ) স্ত্ৰীকেশৰ

(ঘ) পৰাগ ৰেণু 

উত্তৰঃ (ঘ) পৰাগ ৰেণু।

৬৪) মগজুৱে কি কাম কৰে

(ক) ভাব আৰু চিন্তা কৰা

(খ) হাদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ

(গ) দেহৰ সমতা ৰক্ষা

(ঘ) ওপৰৰ আটাইকেইটা  

উত্তৰঃ (ঘ) ওপৰৰ আটাইকে ইটা।

৬৫) তলত উল্লেখ কৰা কোনবিধে আলনাছ গছৰ মূলত নাইট্ৰজেন স্থিতিকাৰী টেমনুাৰ সৃষ্টি কৰে ? 

(ক) ৰ’ডস্পিৰিলাম 

(খ) বিজাৰিংকিয়া

(গ) ৰাইজ’বিয়াম 

(ঘ) ফ্ৰেংকিয়া

উত্তৰঃ (ঘ) ফ্ৰেংকিয়া

৬৬) হাড় বা অস্থি সংযোগকাৰী কলাবিধ হ’ল—

(ক) কণ্ডৰা বা টেণ্ডন

(খ) বন্ধনী পটী বা লিগামেন্ট

(গ) এৰিঅ’লাৰ কলা

(ঘ) এডিপ’জ কলা

উত্তৰঃ (খ) বন্ধনী পটী বা লিগামেন্ট

৬৭) নিউৰণত পোৱা নিছিলৰ দানা কিহেৰে গঠিত?

(ক) ডি.এন.এ (DNA)

(খ) আৰ.এন.এ (RNA)

(গ) প্ৰ’টিন

(ঘ) এমিন’ এচিড

উত্তৰঃ (খ) আৰ.এন.এ (RNA)

৬৮) তেজ হ’ল এবিধ—

(ক) আৱৰণী কলা

(খ) স্নায়ুকলা

(গ) সংযোজক কলা 

(ঘ) পে শী কলা

উত্তৰঃ (গ) সংযোজক কলা 

৬৯) টেণ্ডন আৰু লিগামেন্ট কি কলা

(ক) উপাস্থি কলা

(খ) অস্থি কলা

(গ) পেশী কলা

(ঘ) সংযোজক কলা

উত্তৰঃ (ঘ) সংযোজক কলা

৭০) টেণ্ডনে কি সংযোগ কৰে ?

(ক) পেশীৰ লগত পেশী

(খ) পেশীৰ লগত অস্থি

(গ) অস্থিৰ লগত অস্থি

(ঘ) অস্থিৰ লগত পেশী

উত্তৰঃ (খ) পেশীৰ লগত অস্থি

৭১) দেহ গুহাৰ আৱৰণীখন হ’ল—

(ক) চিলিয়াযুক্ত

(খ) শল্কাকাৰ

(গ) স্তম্ভাকাৰ

(ঘ) গ্ৰন্থি আচ্ছাদক

উত্তৰঃ (ঘ) গ্ৰন্থি আচ্ছাদক

৭২) এণ্টিবডি বা প্ৰতিদেহবোৰ কিহে গঠন কৰে ?

(ক) প্লাজমা কোষে

(গ) মাষ্ট কোষে

(খ) হিষ্ট’চাইটে

(ঘ) ইয়াৰ এটাও নহয়

উত্তৰঃ (ক) প্লাজমা কোষে

৭৩) দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধ হ’ল—

(ক) অস্থি

(খ) এনামেল

(গ) উপাস্থি

(ঘ) টেণ্ডন

উত্তৰঃ (খ) এনামেল

৭৪) ক’ত আটাইকৈ বেছি প্ৰ’টিন পোৱা যায় ?

(ক) লসিকাত

(খ) তেজত

(গ) প্লাজমাত

(ঘ) শ্বেত ৰক্ত কণিকাত

উত্তৰঃ (খ) তেজত

৭৫) কোনটোৰ দানাত হিষ্টামিন থাকে ?

(ক) নিউট্ৰ’ফিল

(খ) ই অ’ছিন’ফিল

(গ) বেছছিল

(ঘ) এচিড’ফিল

উত্তৰঃ (গ) বেছছিল

৭৬) শুক্ৰাণুৰ এক্ৰ’জ’ম গঠন হয়

(ক) লাইছ’জ’ম

(খ) গলগি বডি

(গ) ৰাইব’জ’ম

(ঘ) ছেন্ট্ৰ’জ’মৰ দ্বাৰা ৷

উত্তৰঃ (খ) গলগি বডি

৭৭) ৰাইব ‘জ’মত কোনটো নাথাকে ?

(ক) শৰ্কৰা

(খ) আৰ.এন.এ

(গ) প্ৰ’টিন

(ঘ) ডি.এন.এ. আৰু শৰ্কৰা

উত্তৰঃ (ঘ) ডি.এন.এ. আৰু শৰ্কৰা

৭৮) মাইট’কন্দ্ৰিয়া থাকে

(ক) বেক্টেৰিয়া

(খ) নীল-সেউজীয়া শেলাই

(গ) সেউজীয়া উদ্ভিদ

(ঘ) এইবোৰ সকলোতে ।

উত্তৰঃ (গ) সেউজীয়া উদ্ভিদ

৭৯) প্ৰকোষকেন্দ্ৰীয় কোষ গঠিত হয

(ক) মাইট’কন্দ্ৰিয়া

(খ) লাইছ’জম

(গ) মেছ’জ’ম

(ঘ) এটাও নহয়

উত্তৰঃ (খ) লাইছ’জম

৮০) এ টি পি ত থকা মৌলসমূহ কি —

(ক) C, H, O, N আৰু P

(খ) C, H, O, N আৰু Ca

(গ) C, H, O আৰু s

(ঘ) C, H,O, N আৰু K

উত্তৰঃ (ক) C, H, O, N আৰু P

৮১) কোনটো সূক্ষ্ম মৌল—

(ক) কেলছিয়াম

(খ) পটাছিয়াম.

(গ) আয়’ডিন

(ঘ) ছালফাৰ

উত্তৰঃ (গ) আয়’ডিন

৮২) দাঁত আৰু হাড় গঠনৰ উপৰিও ফছফৰাছৰ প্ৰয়োজনীয়তা.হ’ল—

(ক) ক্ল’ৰ’ফি ল সংশ্লেষণ

(খ) নিউক্লিক এচিড সংশ্লেষণ

(গ) প্ৰটিন সংশ্লেষণ

(ঘ) অক্সিজেন সংশ্লেষণ

উত্তৰঃ (খ) নিউক্লিক এচিড সংশ্লেষণ

৮৩) মেলানিন উৎপাদনত লগা মুখ্য় মৌলবিধ হ’ল—

(ক) আয়’ডিন

(খ) কপাৰ

(গ) মেংগানিজ

(ঘ) ফছফৰাছ

উত্তৰঃ (খ) কপাৰ

৮৪) গ্লুক’জ, এমিন’ আৰু ফেটি এচিড হ’ল—

(ক) অজৈৱ অণু

(খ) সৰল বা ক্ষুদ্ৰ অণু

(গ) জটিল বা স্থূল অণু

(ঘ) এটাও নহয়

উত্তৰঃ (খ) সৰল বা ক্ষুদ্ৰ অণু

৮৫) .থাইৰ’ক্সিন হৰ্মনৰ লাগতিয়াল মৌল হ’ল—

(ক) আইৰণ

(খ) আয়’ডিন

(গ) ফছফৰাছ

(ঘ) কপাৰ

উত্তৰঃ (খ) আয়’ডিন

৮৬) ৰিব’জম বোৰ কিহৰ দ্বাৰা গঠিত

(ক) DNA আৰু প্ৰ’টিন

(খ) DNA

(গ) RNA আৰু প্ৰ’টিন

(ঘ) RNA আৰু DNA

উত্তৰঃ (গ) RNA আৰু প্ৰ’টিন

৮৭) তলৰ কোনবোৰক “আত্মঘাতী মোনা” বুলি কোৱা হয় –

(ক) চেন্ট্ৰ জম

(খ) লাইছ জম

(গ) মাইক্ৰ’ জম

(ঘ) মেছ’ জম

উত্তৰঃ (খ) লাইছ জম

৮৮) পলিজমবোৰ কিহৰ শৃংখল

(ক) অক্সিজেমৰ

(খ) স্ফেৰ’জমৰ

(গ) ৰিব’জমৰ

(ঘ) ডিক্টাওজমৰ

উত্তৰঃ (গ) ৰিব’জমৰ

৮৯) এটা কোষত মাইট’কণ্ড্ৰিয়াৰ প্ৰধান কাম হ’ল—

(ক) নিঃসৰণ

(খ) ৰেচন

(গ) আসৃতি নিয়ন্ত্ৰণ

(ঘ) শ্বাসন

উত্তৰঃ (ঘ) শ্বাসন

৯০) কোষকেন্দ্ৰ কোনে আৱিষ্কাৰ কৰিছিল ?

(ক) পাৰকিনজে

(খ) নেগেলিয়ে

(গ) ব্ৰাউনে

(ঘ) হফমেইষ্টাৰে

উত্তৰঃ (গ) ব্ৰাউনে

Biology MCQ For SSUHS BSc Nursing CEE 2024 (PDF) Part-6

৯১) তলৰ ক’ত প্ৰ’টিন সংশ্লেষণ হয়—

(ক) মাইট’কন্ড্ৰিয়াত

(খ) হৰিৎকণাত

(গ) কোষপ্ৰৰসত

(ঘ) এই আটাইবোৰত

উত্তৰঃ (ঘ) এই আটাইবোৰত

৯২) লাইছ’জমৰ কাৰ্য্য হ’ল—

(ক) কোষ পদাৰ্থসমূহৰ সৰলীকৰণ

(খ) প্ৰ’টিন সংশ্লেষণ

(গ) সালোক সংশ্লেষণ

(ঘ) পানীৰ বিভংগন।

উত্তৰঃ (ক) কোষ পদাৰ্থসমূহৰ সৰলীকৰণ

৯৩) নিউক্লিক এছিডৰ লগত সংযুক্ত থকা প্ৰ’টিনক কোৱা হয়-

(ক) হিষ্টন

(খ) গ্ল’বুলিন

(গ) এলবমিুমিন

(ঘ) ছেলেৰ’প্ৰ’টিন।

উত্তৰঃ (ক) হিষ্টন

৯৪) প্লাষ্টিড কোনে আৱিষ্কাৰ কৰিছিল –

(ক) হেকেল

(খ) ষ্ট্ৰাছবাৰজাৰ

(গ) ভাৰকন

(ঘ) ফ্লেমিং।

উত্তৰঃ (ক) হেকেল

৯৫) কুমলীয়া নাৰিকলৰ গাখীৰৰ দৰে পানীবোৰ হৈছে

(ক) পনীয়া জননকোষ

(খ) পনীয়া ভ্ৰূপোষক

.(গ) পনীয়া স্ত্ৰীজনন

(ঘ) পনীয়া ভ্ৰূপোষ

উত্তৰঃ (ঘ) পনীয়া ভ্ৰূপোষ

৯৬) শস্যত থকা এলিউৰণ (alecrone) আৱৰণখন বিশেষভাৱে অবস্থাপন্ন—

(ক) শ্বেতসাৰত

(খ) লিপিডত

(গ) অক্সিমত

(ঘ) প্ৰ’টিনৰ ক্ষেত্ৰত

উত্তৰঃ (ঘ) প্ৰ’টিনৰ ক্ষেত্ৰত

৯৭) পৰাগৰেণুৱে অতিমাত্ৰা উষ্ণতা আৰু শুষ্কতাক বাধা দিয়ে, কাৰণ সিহঁতৰ ৰেণু বহিস্তক গঠিত হয়—

(ক) কিউটিন

(খ) চুবেনি

(গ) কেল’জ

(ঘ) স্পৰ’প’লেমিন

উত্তৰঃ (গ) কেল’জ

৯৮) নিষেচনক তলত দিয়া ধৰণেৰে প্ৰকাশ কৰা হয়—

(ক) N → 2N

(খ) 2N→N

(গ) 2N→4N

(ঘ) 4N→2N

উত্তৰঃ (ক) N → 2N

৯৯) এনাট্ৰপাছ ডিম্বকত ডিম্বকৰন্ধৰ দিশ হৈছে —

(ক) উৰ্ধমুখী

(খ) অধোমুখী

(গ) সোঁফাল

(ঘ) বাওঁফাল

উত্তৰঃ (খ) অধোমুখী

১০০) প্ৰজনন কণ্ডিকা (Bulbils)ৰ দ্বাৰা অংগজ প্ৰজনন সংঘটিত হয়—

(ক) এগে’ভ

(খ) আদা

(গ) ভেলিচনেৰিয়া

(ঘ) হালধি

উত্তৰঃ (ক) এগে’ভ

We hope that Biology MCQs will help you to prepare for the SSHUS CEE Entrance Exam 2024-2025. Please check back for future blog posts in this series, where we will provide MCQs on Chemistry and Physics.

Leave a Comment

error: Content is protected !!

Discover more from Bellal Hossain Mondal

Subscribe now to keep reading and get access to the full archive.

Continue reading

Scroll to Top